ⓘ অসম চুক্তি ভাৰত চৰকাৰ আৰু অসম আন্দোলনৰ নেতৃত্বৰ মাজত ১৯৮৫ চনৰ ১৫ আগষ্টত নতুন দিল্লীত স্বাক্ষৰিত হোৱা এখন বুজাবুজি চুক্তি। এই চুক্তিৰ জৰিয়তে অসম আন্দোলনৰ পৰিসমা ..

                                     

ⓘ অসম চুক্তি

অসম চুক্তি ভাৰত চৰকাৰ আৰু অসম আন্দোলনৰ নেতৃত্বৰ মাজত ১৯৮৫ চনৰ ১৫ আগষ্টত নতুন দিল্লীত স্বাক্ষৰিত হোৱা এখন বুজাবুজি চুক্তি)। এই চুক্তিৰ জৰিয়তে অসম আন্দোলনৰ পৰিসমাপ্তি ঘটিছিল আৰু ইয়াৰ ফলস্বৰূপে আন্দোলনৰ নেতৃত্বই এটা ৰাজনৈতিক দল গঠন কৰি পৰৱৰ্তী সময়ত অসমত চৰকাৰ গঠন কৰিছিল।

যদিও এই চুক্তিৰ জৰিয়তে অসম আন্দোলনৰ পৰিসমাপ্তি ঘটিল, চুক্তিৰ কেইবাটাও গুৰুত্বপূৰ্ণ দফা অদ্যাপি কাৰ্যকৰীকৰণ হোৱা নাই। ইয়াৰ ফলস্বৰূপে কেইবাটাও মূল সমস্যাই মূৰ দাঙি আছে।

                                     

1. স্বাক্ষৰকাৰীসকল

অসম আন্দোলনৰ প্ৰতিনিধি

  • প্ৰফুল্ল কুমাৰ মহন্ত, সভাপতি, সদৌ অসম ছাত্ৰ সন্থা
  • বিৰাজ শৰ্মা, সাধাৰণ সম্পাদক, সদৌ অসম ছাত্ৰ সন্থা
  • ভৃগু কুমাৰ ফুকন, সাধাৰণ সম্পাদক, সদৌ অসম ছাত্ৰ সন্থা

অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ প্ৰতিনিধি

  • পি পি ত্ৰিৱেদী, মুখ্য সচিব, অসম চৰকাৰ
  • আৰ ডি প্ৰধান, গৃহ সচিব, ভাৰত চৰকাৰ

এই চুক্তিৰ স্বাক্ষৰৰ সময়ত উপস্থিত আছিল

  • ৰাজীৱ গান্ধী, ভাৰতৰ প্ৰধান মন্ত্ৰী
                                     
  • আন দ লনৰ ন ত সম হ আৰ ভ ৰত চৰক ৰৰ ম জত হ ৱ অসম চ ক ত মত অসম আন দ লনৰ অন ত পৰ ইয ৰ প ছত ই আন দ লনৰ ন ত ব ন দ ই অসম গণ পৰ ষদ ন মৰ এট ৰ জন ত ক দল গঠন কৰ
  • প ন চ ক ত চনত ব ৰ ট ছ ভ ৰত চৰক ৰৰ ব ধ য ক ৰ ব ব ন ৰ ব চন আসন স ৰক ষণৰ ব ব অনগ ৰসৰ শ ৰ ণ আৰ উচ চ জ ত ৰ হ ন দ ন ত সকলৰ তৰফৰ পৰ মহ ত ম গ ন ধ
  • ন ত ৰ অসম আন দ লন ন য ন ত ৰণ কৰ বল চ ষ ট কৰ যদ ও সফল ন হ ৱ ত চনৰ আগষ টত প ৰধ নমন ত ৰ ৰ জ ৱ গ ন ধ ৰ ন ত ত ব ধ ন চৰক ৰৰ লগত এখন চ ক ত অসম চ ক ত
  • বহন কৰ ছ ল চনত ঐত হ স ক অসম চ ক ত স ব ক ষৰ হ ৱ ৰ প ছত সদ অসম ছ ত ৰ সন থ ৰ ন ত ত বই অসম গণ পৰ ষদ দল গঠন কৰ ছ ল অসম গণ পৰ ষদ দল চনৰ পৰ
  • ভ ৰত চৰক ৰ, অসম চৰক ৰ আৰ বড জনগ ষ ঠ ৰ ন ত বৰ গৰ ম জত চনৰ জ ন ৱ ৰ ত ৰ খ ঐত হ স ক ত ৰ প ক ষ ক বড চ ক ত স ব ক ষৰ ত হয ভ ৰত চৰক ৰৰ ফ লৰ পৰ
  • প ৰ ক তন গ হমন ত ৰ আছ ল ত ও সদ অসম ছ ত ৰ সন থ ৰ স ধ ৰণ সম প দক আৰ অসম আন দ লনৰ এজন গ ৰ ধৰ ত আছ ল অসম চ ক ত স ব ক ষৰক ৰ চ ৰ জন ব যক ত ৰ ম জৰ
  • ব শ বব দ য লয খন অষ ট ৰ ল য ৰ ক ৰ ট ন ব শ বব দ য লয ৰ স ত সহয গ ত ৰ এক চ ক ত স ব ক ষৰ কৰ ছ প ৰয ক ত ব দ য ৰ স ন তক BTech ফ ৰ ম চ ব দ য ৰ স ন তক
  • হ ছ ল চনৰ এই ত ৰ খত স য ক ত ম ক ত ব হ ন অসম চৰক ৰ আৰ ভ ৰত চৰক ৰৰ ম জত ত ৰ প ক ষ ক চ ক ত স ব ক ষৰ ত হ ছ ল আজ অভ ৰ চ ক ৰ ড দ ৱস অৰ জ ণ
  • ব ৰহ মপ ত ৰ নদৰ উত তৰ প ৰ অৱস থ ত অসমৰ ধ ম জ জ ল ৰ গঠন অসম চৰক ৰ ঘ ষণ কৰ চনৰ এই ত ৰ খত ল পছ চ ক ত অন সৰ বৰ অসমৰ ড ম ছ - কছ ৰ ৰ জ যৰ দক ষ ণ অ শ ব ৰ ট ছৰ
  • ইয ণ ড ব সন ধ প ৰথম এ ল - ব ৰ ম য দ ধৰ অন ত প ল ৱ শ ন ত ৰ চ ক ত আছ ল চনৰ ফ ব ৰ ৱ ৰ ত ৰ খ এই সন ধ স ব ক ষৰ ত হ ছ ল ব ৰ ট ছ ব হ ন ৰ ফ লৰপৰ