ⓘ ২৭ ছেপ্টেম্বৰ. ১৮২৫ খ্ৰীষ্টাব্দৰ আজিৰ তাৰিখতে ইংলেণ্ডৰ ষ্টকটন আৰু ডাৰলিংটন চহৰৰ মাজত ভাপচালিত ইঞ্জিনে টনা পৃথিৱীৰ প্ৰথম যাত্ৰীবাহী আৰু মালবাহী ৰেলগাড়ীৰ চলাচল আ ..

                                     

ⓘ ২৭ ছেপ্টেম্বৰ

  • ১৮২৫ খ্ৰীষ্টাব্দৰ আজিৰ তাৰিখতে ইংলেণ্ডৰ ষ্টকটন আৰু ডাৰলিংটন চহৰৰ মাজত ভাপচালিত ইঞ্জিনে টনা পৃথিৱীৰ প্ৰথম যাত্ৰীবাহী আৰু মালবাহী ৰেলগাড়ীৰ চলাচল আৰম্ভ হয়।
  • ১৯৫৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ মিহিৰ সেনে ইংলিছ চেনেল সাঁতুৰি অতিক্ৰম কৰে। ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা তেৱেই প্ৰথম ভাৰতীয়।
  • ১৯৩২ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰ পৰিচালক য়শ চোপ্ৰাৰ জন্ম হয়।
  • ১৭৬০ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে মীৰজাফৰক গাদীচ্যুত কৰি মীৰকাচিম বংগৰ নৱাব হয়।
  • ১৯২২ চনৰ আজিৰ দিনটোতে সংগীতজ্ঞ বীৰেন্দ্ৰ কুমাৰ ফুকনৰ জন্ম হয়।
  • ইটালীৰ গল্প লেখিকা আৰু ঔপন্যাসিক গ্ৰাছিয়া ডেলেড্ডাৰ জন্ম হয় ১৮৭০ চনৰ আজিৰ দিনটোতে। ১৯২৬ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
  • আজি বিশ্ব পৰ্যটন দিৱস।
  • ২০০৩ চনৰ আজিৰ দিনটোতে প্ৰথম বাৰৰ বাবে বিশ্বত বিজ্ঞানীসকলৰ দ্বাৰা নিগনিৰ ক্ল’ন সম্পন্ন হয়।
  • ১৮৩৩ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে সমাজ সংস্কাৰক ৰাজা ৰামমোহন ৰায়ৰ মৃত্যু হয়।
  • তালিবানৰ দ্বাৰা কাবুল দখল হৈছিল ১৯৯৬ চনৰ আজিৰ দিনটোতে।
  • ১২৯০ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে চীনত হোৱা প্ৰবল ভূমিকম্পৰ ফলত এক লাখ লোকৰ মৃত্যু হয়।
  • ১৯০৭ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে স্বাধীনতা আন্দোলনৰ সংগ্ৰামী নেতা ভগৎ সিঙৰ জন্ম হয়।
                                     
  • ব শ ব পৰ যটন দ ৱস ই ৰ জ World Tourism Day ছ প ট ম বৰ ত ৰ খ ব শ বব য প প লন কৰ হয ৰ ষ ট ৰস ঘৰ অধ নস থ ব শ ব পৰ যটন স স থ ৰ প ৰত যক ষ তত ত ব বধ নত
  • ছ প ট ম বৰ ই ৰ জ 7 September হ ছ গ ৰ গৰ য ন বৰ ষপঞ জ ৰ তম অধ বৰ ষত তম দ ন বছৰ শ ষ হ বল দ ন ব ক থ ক এইদ নট ত ঘট ক ইট ম ন উল ল খয গ য
  • ছ প ট ম বৰ ই ৰ জ 8 September হ ছ গ ৰ গৰ য ন বৰ ষপঞ জ ৰ তম অধ বৰ ষত তম দ ন বছৰ শ ষ হ বল দ ন ব ক থ ক এইদ নট ত ঘট ক ইট ম ন উল ল খয গ য
  • ছ প ট ম বৰ ই ৰ জ 18 September হ ছ গ ৰ গৰ য ন বৰ ষপঞ জ ৰ তম অধ বৰ ষত তম দ ন বছৰ শ ষ হ বল দ ন ব ক থ ক এইদ নট ত ঘট ক ইট ম ন উল ল খয গ য
  • ছ প ট ম বৰ ই ৰ জ 19 September হ ছ গ ৰ গৰ য ন বৰ ষপঞ জ ৰ তম অধ বৰ ষত তম দ ন বছৰ শ ষ হ বল দ ন ব ক থ ক এইদ নট ত ঘট ক ইট ম ন উল ল খয গ য
  • ছ প ট ম বৰ ই ৰ জ 20 September হ ছ গ ৰ গৰ য ন বৰ ষপঞ জ ৰ তম অধ বৰ ষত তম দ ন বছৰ শ ষ হ বল দ ন ব ক থ ক এইদ নট ত ঘট ক ইট ম ন উল ল খয গ য
  • ছ প ট ম বৰ ই ৰ জ 17 September হ ছ গ ৰ গৰ য ন বৰ ষপঞ জ ৰ তম অধ বৰ ষত তম দ ন বছৰ শ ষ হ বল দ ন ব ক থ ক এইদ নট ত ঘট ক ইট ম ন উল ল খয গ য
  • ছ প ট ম বৰ ই ৰ জ 13 September হ ছ গ ৰ গৰ য ন বৰ ষপঞ জ ৰ তম অধ বৰ ষত তম দ ন বছৰ শ ষ হ বল দ ন ব ক থ ক অসম য স হ ত য জগতৰ প ৰস দ ধ
  • ছ প ট ম বৰ ই ৰ জ 10 September হ ছ গ ৰ গৰ য ন বৰ ষপঞ জ ৰ তম অধ বৰ ষত তম দ ন বছৰ শ ষ হ বল দ ন ব ক থ ক এইদ নট ত ঘট ক ইট ম ন উল ল খয গ য
  • ছ প ট ম বৰ ই ৰ জ 28 September হ ছ গ ৰ গৰ য ন বৰ ষপঞ জ ৰ তম অধ বৰ ষত তম দ ন বছৰ শ ষ হ বল দ ন ব ক থ ক চনৰ আজ ৰ দ নট ত ব জ ঞ ন
  • ছ প ট ম বৰ ই ৰ জ 30 September হ ছ গ ৰ গৰ য ন বৰ ষপঞ জ ৰ তম অধ বৰ ষত তম দ ন বছৰ শ ষ হ বল দ ন ব ক থ ক ৰ ধ গ ৱ ন দ বৰ ৱ ৰ উদ য গত