ⓘ ১১ অক্টোবৰ গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰৰ ২৮৪ তম দিন। বছৰটো শেষ হ’বলৈ আজিৰ পৰা মুঠ ৮২টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল - ..

ফ্ৰেংক কামেনি

ফ্ৰেংকলিন এডৱাৰ্ড কামেনি, চমুকৈ ফ্ৰেংক কামেনি, এগৰাকী আমেৰিকান গে অধিকাৰ কৰ্মী আছিল। আমেৰিকাৰ সমকামী অধিকাৰ আন্দোলনত তেওঁক "আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি" বুলি অভিহিত কৰা হয়। ১৯৫৭ চনত কামেনিক তেওঁৰ সমকামিতাৰ বাবে ৱাশ্বিংটন ডি.চি.ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাৰ আৰ্মি মেপ চাৰ্ভিচত জ্যোতিৰ্বিজ্ঞানী হিচাপে কৰ্মৰত তেওঁৰ পদৰ পৰা বৰ্খাস্ত কৰা হয়। ইয়াৰ ফলত তেওঁ "আমেৰিকান প্ৰতিষ্ঠানৰ সৈতে এক হাৰকিউলিয়ান সংগ্ৰাম" আৰম্ভ কৰে আৰু এই আন্দোলনে "১৯৬০ৰ দশকৰ আৰম্ভণিৰ সমকামী অধিকাৰ আন্দোলনত এক নতুন সময়ৰ উগ্ৰবাদৰ নেতৃত্ব দিয়ে।" কামেনিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অসামৰিক সেৱা আয়োগৰ দ্বাৰা তেওঁৰ পদৰ পৰা অপসাৰণ ...

                                     

ⓘ ১১ অক্টোবৰ

১১ অক্টোবৰ গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰৰ ২৮৪ তম দিন। বছৰটো শেষ হ’বলৈ আজিৰ পৰা মুঠ ৮২টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -

                                     

1. ঘটনা

  • ২০০১ চনৰ আজিৰ দিনটোতে ভাৰতীয় মূলৰ সাহিত্যিক বিদিয়াধৰ সূৰযপ্ৰসাদ নাইপললৈ সাহিত্যৰ নোবেল বঁটা আগবঢ়োৱা হয়।
  • ১৯০২ চনৰ আজিৰ দিনটোতে ভাৰতৰ সমাজবাদী ভাবাপন্ন ৰাজনৈতিক নেতা জয়প্ৰকাশ নাৰায়ণৰ জন্ম হয়।
  • ১৯৮৮ চনৰ আজিৰ দিনটোতে বাংগালোৰত আনুষ্ঠানিক ভাৱে জনতা দল গঠন কৰা হয়। দলৰ নেতা নিৰ্বাচিত হয় বিশ্বনাথ প্ৰতাপ সিং।
  • ২০০৪ চনৰ আজিৰ দিনটোতে ছুপাৰমেন ৰূপে খ্যাত ক্ৰিষ্টোফাৰ ৰীডৰ মৃত্যু হয়।
  • ১৮৮৯ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ইংৰাজ পদাৰ্থবিদ জেমছ প্ৰেছকট জুলৰ মৃত্যু হয়।
  • ২০০৭ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ লেখিকা ডৰিছ লেছিঙলৈ সাহিত্যৰ নোবেল বঁটা আগবঢ়োৱা হয়। এই বঁটা লাভ কৰা লেছিঙেই আটাইতকৈ বয়সিয়াল ব্যক্তি।
  • ১৭৩৭ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে কলকাতাত হোৱা প্ৰবল ভূমিকম্পৰ ফলত প্ৰায় তিনি লাখ লোকৰ মৃত্যু হয়।
  • ১৯১৯ চনৰ আজিৰ দিনটোতে ডেনমাৰ্কৰ কবি তথা ঔপন্যাসিক কাৰ্ল এডলফ গিয়েলেপাৰপৰ মৃত্যু হয়।
  • ১৯৪২ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰৰ মেগা ষ্টাৰ অমিতাভ বচ্চনৰ জন্ম হয়।
  • ২০০৬ চনৰ আজিৰ দিনটোতে কিৰণ দেশাইলৈ তেওঁৰ দি ইনহেৰিটেন্স অব্ লছ " উপন্যাসৰ বাবে বুকাৰ বঁটা লাভ কৰে।
                                     
  • অক ট বৰ ই ৰ জ 12 October গ ৰ গৰ য ন বৰ ষপঞ জ অন সৰ বছৰৰ তম অধ বৰ ষত তম দ ন বছৰট শ ষ হ বল আজ ৰ পৰ ম ঠ ট দ ন ব ক থ ক আজ ৰ
  • অক ট বৰ ই ৰ জ 19 October হ ছ গ ৰ গৰ য ন বৰ ষপঞ জ ৰ তম অধ বৰ ষত তম দ ন বছৰ শ ষ হ বল দ ন ব ক থ ক ব ব চ এই দ নত
  • অক ট বৰ ই ৰ জ 4 October হ ছ গ ৰ গৰ য ন বৰ ষপঞ জ ৰ তম অধ বৰ ষত তম দ ন বছৰ শ ষ হ বল দ ন ব ক থ ক - ম ক স প ল ক, ন ব ল ব জয
  • অক ট বৰ ই ৰ জ 2 October হ ছ গ ৰ গৰ য ন বৰ ষপঞ জ ৰ তম অধ বৰ ষত তম দ ন বছৰ শ ষ হ বল দ ন ব ক থ ক চনৰ আজ ৰ দ নট ত ব ৰ ট ছ ভ ৰতৰ
  • অক ট বৰ ই ৰ জ 5 October হ ছ গ ৰ গৰ য ন বৰ ষপঞ জ ৰ তম অধ বৰ ষত তম দ ন বছৰ শ ষ হ বল দ ন ব ক থ ক আজ ৰ দ নট ত ঘট ক ইট ম ন উল ল খয গ য
  • অক ট বৰ ই ৰ জ 3 October হ ছ গ ৰ গৰ য ন বৰ ষপঞ জ ৰ তম অধ বৰ ষত তম দ ন বছৰ শ ষ হ বল দ ন ব ক থ ক আজ ৰ দ নট ত ঘট ক ইট ম ন উল ল খয গ য
  • অক ট বৰ গ ৰ গৰ য বৰ ষপঞ জ ব খ ৰ ষ ট য বৰ ষপঞ জ অন সৰ বছৰৰ দশম ম হ এই ম হত ম ঠ দ ন
  • অক ট বৰ ই ৰ জ 30 October হ ছ গ ৰ গৰ য ন বৰ ষপঞ জ ৰ তম অধ বৰ ষত তম দ ন বছৰ শ ষ হ বল দ ন ব ক থ ক ব ব চ এই দ নত
  • অক ট বৰ ই ৰ জ 18 October হ ছ গ ৰ গৰ য ন বৰ ষপঞ জ ৰ তম অধ বৰ ষত তম দ ন বছৰ শ ষ হ বল দ ন ব ক থ ক ব ব চ এই দ নত
  • অক ট বৰ ই ৰ জ 6 October হ ছ গ ৰ গৰ য ন বৰ ষপঞ জ ৰ তম অধ বৰ ষত তম দ ন বছৰ শ ষ হ বল দ ন ব ক থ ক ব ব চ এই দ নত
  • অক ট বৰ ই ৰ জ 1 October হ ছ গ ৰ গৰ য ন বৰ ষপঞ জ ৰ তম অধ বৰ ষত তম দ ন বছৰ শ ষ হ বল দ ন ব ক থ ক এইদ নট ত ঘট ক ইট ম ন উল ল খয গ য
  • ব ন ধ ন ই ৰ জ Baandhon ভ ৱ ন ব দ: Waves of Silence অক ট বৰ ত ৰ খ ম ক ত ল ভ কৰ অসম য ভ ষ ত ন ৰ ম ত এখন চলচ চ ত ৰ ব লছব খনৰ প ৰয জন