ⓘ ৪ নৱেম্বৰ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩০৮ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫৭টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা- ..

                                     

ⓘ ৪ নৱেম্বৰ

৪ নৱেম্বৰ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩০৮ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫৭টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

                                     

1. জন্ম

  • ১৯২৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা ঋত্বিক ঘটকৰ জন্ম হয়।
  • ১৯৩৬ চনৰ আজিৰ দিনটোতে মানৱ কম্পিউটাৰ নামে খ্যাত শকুন্তলা দেৱীৰ জন্ম হয়।
  • ১৯৫৪ চনৰ আজিৰ দিনটোত অভিনেত্ৰী চেতনা দাসৰ জন্ম হৈছিল।
  • ১৯৫২ চনৰ আজিৰ দিনটোতে কৰিমগঞ্জৰ কালিনগৰ চাহ বাগিচাত কবি সনন্ত তাঁতীৰ জন্ম হয়।

৭/ ১৮৮৯ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী তথা বাজাজ গ্ৰুপ অব্ ইণ্ডাষ্ট্ৰিজৰ অন্যতম প্ৰতিষ্ঠাপক যমনলাল বাজাজৰ জন্ম হয়।

                                     

2. মৃত্যু

  • ১৯৭০ চনৰ আজিৰ দিনটোতে ভাৰতৰ কথক সম্ৰাট ৰূপে খ্যাত পণ্ডিত শম্ভু মহাৰাজৰ মৃত্যু হয়।
  • ২০০২ চনৰ আজিৰ দিনটোতে সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বীৰেন বৰকটকীৰ মৃত্যু হয়।
                                     

3. অন্যান্য

  • ১৯৫৪ চনৰ আজিৰ দিনটোতে দাৰ্জিলিঙত হিমালয়ান মাউণ্টেনিয়াৰিং প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰা হয়
  • ২০০৮ চনৰ আজিৰ দিনটোতে হিন্দুস্তানী ধ্ৰুপদী সংগীতৰ পুৰোধা ব্যক্তি, প্ৰখ্যাত সংগীত সাধক ভীমসেন যোশীলৈ ভাৰতৰ সব্বোৰ্চ অসামৰিক সন্মান ভাৰতৰত্ন সন্মান আগবঢ়োৱা হয়।
  • ১৯৯২ চনৰ আজিৰ দিনটোতে বিল ক্লিণ্টন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪২ তম ৰাষ্ট্ৰপতি হয়।
  • ২০০৪ চনৰ আজিৰ দিনটোতে মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ দেৱগোস্বামী আৰু শাস্ত্ৰীয় সংগীত শিল্পী পাৰবীন চুলতানালৈ সেই বছৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰা হয়।
                                     
  • নৱ ম বৰ ই ৰ জ 18 November দ নট গ ৰ গৰ য ন বৰ ষপঞ জ অন স ৰ বছৰৰ তম অধ বৰ ষত তম দ ন বছৰট শ ষ হ বল এই দ নৰ পৰ ম ঠ ট দ ন ব ক
  • নৱ ম বৰ ই ৰ জ 7 November দ নট গ ৰ গৰ য ন বৰ ষপঞ জ অন স ৰ বছৰৰ তম অধ বৰ ষত তম দ ন বছৰট শ ষ হ বল এই দ নৰ পৰ ম ঠ ট দ ন ব ক থ ক
  • নৱ ম বৰ ই ৰ জ 15 November দ নট গ ৰ গৰ য ন বৰ ষপঞ জ অন স ৰ বছৰৰ তম অধ বৰ ষত তম দ ন বছৰট শ ষ হ বল এই দ নৰ পৰ ম ঠ ট দ ন ব ক
  • চ তন দ স ই ৰ জ Chetana Das, জন ম: নৱ ম বৰ হ ছ অসমৰ এগৰ ক অভ ন ত ৰ আৰ দশকত ত ও অসম য চলচ চ ত ৰ জগতৰ জনপ ৰ য অভ ন ত ৰ আছ ল
  • নৱ ম বৰ ই ৰ জ 14 November দ নট গ ৰ গৰ য ন বৰ ষপঞ জ অন স ৰ বছৰৰ তম অধ বৰ ষত তম দ ন বছৰট শ ষ হ বল এই দ নৰ পৰ ম ঠ ট দ ন ব ক
  • জ নক অম মল নৱ ম বৰ - ফ ব ৰ ৱ ৰ এগৰ ক ভ ৰত য উদ ভ দব জ ঞ ন আছ ল জ নক অম মল চনৰ, নৱ ম বৰত ক ৰ ল ৰ থলস ৰ ত জন মগ ৰহন কৰ ত ও ৰ
  • নৱ ম বৰ গ ৰ গৰ য বৰ ষপঞ জ ব খ ৰ ষ ট য বৰ ষপঞ জ অন সৰ বছৰৰ এক দশ ম হ এই ম হত ম ঠ দ ন
  • নৱ ম বৰ ৰ সন ধ য মধ য ইউৰ প য সময প ৰ য ব জ ম ন ট ত আইছ ছৰ অত কম ও স তজন য জ হ দ য জ ৰ ৰ দল আত মঘ ত মন ভ ৱৰ ইউৰ প মহ দ শৰ
  • সম পৰ ক য অন ষ ঠ ন - প ৰত ষ ঠ নৰ হ ত ত ও সক ৰ য ভ ৱ জড ত আছ ল চনৰ নৱ ম বৰ ত ৰ খ গ ৱ হ ট ৰ জ - ৰ ডস থ ত কন য ৰ ব সভৱনত প ৰ য বজ ত গ ত হ ত ক কত ৰ