ⓘ শান্তি স্বৰূপ ভাটনাগৰ বঁটা ভাৰতবৰ্ষত বাৰ্ষিকভাৱে বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা বিজ্ঞানীক বৈজ্ঞানিক তথা উদ্যোগিক অনুসন্ধান পৰিষদ -এ প্ৰদান ..

                                     

ⓘ শান্তি স্বৰূপ ভাটনাগৰ বঁটা

শান্তি স্বৰূপ ভাটনাগৰ বঁটা ভাৰতবৰ্ষত বাৰ্ষিকভাৱে বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা বিজ্ঞানীক বৈজ্ঞানিক তথা উদ্যোগিক অনুসন্ধান পৰিষদ -এ প্ৰদান কৰি অহা এক সন্মানীয় বঁটা৷ আন্তঃবিভাগীয় বিজ্ঞান -ত অৱদানৰ বাবে ভাৰতত আগবঢ়োৱা বঁটাসমূহৰ ভিতৰত এই বঁটাই আটাইতকৈ মৰ্য্যদাপূৰ্ণ বঁটা বুলি গণ্য কৰা হয়। এই বঁটা বৈজ্ঞানিক তথা উদ্যোগিক অনুসন্ধান পৰিষদৰ প্ৰতিষ্ঠাপক সঞ্চালক শান্তি স্বৰূপ ভাটনাগৰ -ৰ স্মৃতিত প্ৰতিবছৰে প্ৰদান কৰা হয়। এই বঁটা পোনপ্ৰথমবাৰৰ বাবে ১৯৫৮ চনত প্ৰদান কৰা হৈছিল৷

                                     

1. বঁটাসমূহ

এই বঁটা বিজ্ঞানৰ মুলত: সাতটা বিভাগত প্ৰদান কৰা হয়-

  • পদাৰ্থ বিজ্ঞান Physical Sciences
  • চিকিৎসা বিজ্ঞান Medical Sciences
  • ৰসায়ন বিজ্ঞান Chemical Sciences
  • ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহগতি বিজ্ঞান
  • জীৱবিজ্ঞান Biological Sciences
  • গণিত Mathematical Sciences
  • অভিযান্ত্ৰিক বিজ্ঞান Engineering Sciences
                                     

2. বাহ্যিক সংযোগ

  • Awardees for 2002
  • Awardees for 2003
  • আধিকাৰিক ৱেবছাইট
  • Awardees for 2012
  • Awardees for 2014
  • Awardees for the period 1958 − 1998
  • Awardees for 2009 and 2010
  • Awardees for 2004 and 2005
  • Awardees for 2000
  • Awardees for 2013
  • Awardees for 2011
  • Awardees for 2007 and 2008
  • Awardees for 2006
                                     
  • চনত ত ও ক আৰ ৰঘ ন থন শ ৰ আনন দক পদ ৰ থ ব জ ঞ নৰ শ ন ত স বৰ প ভ টন গৰ ব জ ঞ ন আৰ প ৰয ক ত ব দ য ব ট ই ৰ জ Shanti Swarup Bhatnagar Prize for Science
  • স বৰ প ভ ৰতৰ ব জ ঞ ন আৰ প ৰয ক ত ব দ য ৰ ক ষ ত ৰৰ সৰ ব চ চ সন ম ন শ ন ত স বৰ প ভ টন গৰ ব ট ল ভ কৰ ছ ল চনত ভ ৰত চৰক ৰ ত ও ক ভ ৰতৰ ত ত য সৰ ব চ চ অস মৰ ক
  • প ৰয ক ত ব দ য ৰ ক ষ ত ৰৰ সৰ ব চ চ সন ম ন শ ন ত স বৰ প ভ টন গৰ ব ট ল ভ কৰ ছ ল লগ লগ ত ও শ ন ত স বৰ প ভ টন গৰ ব ট ল ভ কৰ কন ষ ঠতম ব যক ত ত পৰ গণ ত হ ছ ল
  • ব জ ঞ নৰ ব ব আগবঢ ৱ অৱদ নৰ ব ব চনত শ ন ত স বৰ প ভ টন গৰ ব ট প ৰদ ন কৰ এই ব ট ভ ৰতৰ সৰ ব চ চ ব জ ঞ ন ক ব ট Vice - Chancellor, Tezpur University
  • স বৰ প ভ ৰতৰ ব জ ঞ ন আৰ প ৰয ক ত ব দ য ৰ ক ষ ত ৰৰ সৰ ব চ চ সন ম ন শ ন ত স বৰ প ভ টন গৰ ব ট ল ভ কৰ ছ ল চনৰ নৱ ম বৰ ত ৰ খ ব দ ত অশ ক ব দ যৰ জন ম
  • ব ক শশ ল ম নৱ মস ত ষ কৰ ওপৰত গ ৰ ত ব আৰ প কৰ ছ ল চনত ত ও শ ন ত স বৰ প ভ টন গৰ ব ট ল ভ কৰ ছ ল শশ ৱ ধৱ য চনত মধ য প ৰদ শৰ জবলপ ৰ ম ড ক ল
  • প ৰয ক ত ব দ য ৰ ক ষ ত ৰৰ সৰ ব চ চ সন ম ন শ ন ত স বৰ প ভ টন গৰ ব ট ল ভ কৰ ছ ল বছৰ বয সত শ ন ত স বৰ প ভ টন গৰ ব ট ল ভ কৰ ন ন গ প ত কণ ষ ঠতম ব যক ত
  • আন ত ৰ ষ ট ৰ য ক ন দ ৰ ত অধ য পক হ চ প ক ম কৰ চনত ত খ তক শ ন ত স বৰ প ভ টন গৰ ব ট ৰ সন ম ন ত কৰ হয দ ল ল ত থক ভ ৰত য প ৰয ক ত ব দ য প ৰত ষ ঠ নৰ
  • ব ৰল ব জ ঞ ন ব ট আগবঢ ৱ হ ছ চনত ৰ ম গ ৱ ন দৰ জন শ ন ত স বৰ প ভ টন গৰ ব ট চনত উম শ ৱ ঘম ৰ শ ন ত স বৰ প ভ টন গৰ ব ট ইত য দ জ
  • ব জ ঞ ন শ ত নত ভ ৰতৰ ব জ ঞ ন আৰ প ৰয ক ত ব দ য ৰ সৰ ব চ চ সন ম ন শ ন ত স বৰ প ভ টন গৰ ব ট প ৰদ ন কৰ চনৰ অক ট বৰত কল কত ত স দ প ত স নগ প ত ৰ জন ম