ⓘ হাইদৰাবাদ ভাৰতৰ তেলঙ্গানা ৰাজ্যৰ ৰাজধানী। এই চহৰক চিটি অব পাৰ্লছ বুলি জনা যায়। হাইদৰাবাদৰ আয়তন ৬৫০ বৰ্গকিঃমিঃ আৰু জনসংখ্যা ৬৮ লাখ। ..

                                     

ⓘ হাইদৰাবাদ

হাইদৰাবাদ ভাৰতৰ তেলঙ্গানা ৰাজ্যৰ ৰাজধানী। এই চহৰক "চিটি অব পাৰ্লছ" বুলি জনা যায়। হাইদৰাবাদৰ আয়তন ৬৫০ বৰ্গকিঃমিঃ আৰু জনসংখ্যা ৬৮ লাখ।

                                     

1.1. পৰিবহণ স্থলপথ

হাইদৰাবাদ ভাৰতৰ বাকী চহৰসমূহৰ লগত ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযুক্ত। প্ৰধান ঘাইপথ সমূহ হৈছে ৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, ৯ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ২০২ নং ৰাষ্ট্ৰীয় ঘাইপথ। হাইদৰাবাদৰ প্ৰধান বাছ আস্থান হৈছে মহাত্মা গান্ধী বাছ আস্থান। চহৰখনত ৰাজ্যিক পৰিবহণ নিগমৰ ৪০০০ নতকৈও অধিক বাছ চলাচল কৰে।

                                     

1.2. পৰিবহণ ৰেলপথ

চহৰখনৰ প্ৰধান ৰেল যাতায়ত ব্যৱস্থাৰ ভিতৰত মাল্টিমডেল ট্ৰান্সপৰ্ট চিষ্টেএম টি এছ উল্লেখযোগ্য। ভাৰতীয় ৰেলৰ দক্ষিণ মধ্য ৰেলৱে মণ্ডলৰ মুখ্য কাৰ্যালয় হাইদৰাবাদৰ নিকটৱৰ্ত্তী চেকেন্দ্ৰাবাদত অৱস্থিত। হাইদৰাবাদৰ তিনিটা প্ৰধান ৰেল ষ্টেচন হৈছে চেকেন্দ্ৰাবাদ ৰেলৱে ষ্টেচন, হাইদৰাবাদ ডেক্কান ৰেলৱে ষ্টেচন নামপল্লী আৰু কাচিগুড়া ৰেলৱে ষ্টেচন। ২০১৭ চনৰ নৱেম্বৰত হাইদৰাবাদ মেট্ৰ ৰেল সেৱাৰ শুভাৰম্ভ ঘটে। এই ক্ষিপ্ৰ ৰেলসেৱাই চহৰ খনৰ যাতায়ত ব্যৱস্থাত এক নতুন মাত্ৰা প্ৰদান কৰে।

                                     

1.3. পৰিবহণ বিমানপথ

হাইদৰাবাদ চহৰৰ পৰা প্ৰায় ২৪ কিঃমিঃ দক্ষিণে অৱস্থিত ছামছাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হৈছে চহৰখনৰ প্ৰধান বিমানবন্দৰ। এই বিমানবন্দৰৰ পৰা দেশ তথা বিদেশৰ বিভিন্ন স্থানলৈ দৈনিক যথেষ্ট সংখ্যক বিমান চলাচল কৰে। ই দেশৰ অন্যতম ব্যস্ত বিমানবন্দৰ। পূৰ্বতে বেগমপেট বিমানবন্দৰৰ জৰিয়তে হাইদৰাবাদৰ বিমান সেৱা চলিছিল।

                                     

2. বাহ্যিক সংযোগ

  • ৱিকিমিডিয়া কমন্সত হাইদৰাবাদ সম্পৰ্কীয় মিডিয়া ফাইল।
  • Official site of the Greater Hyderabad Municipal Corporation
  • Hyderabad ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা
                                     
  • বৰ গক ল ম ট ৰ আদ ল ব দ অনন ত প ৰম চ ত ত ৰ কডপ প ব গ দ বৰ গ ন ট ৰ হ ইদৰ ব দ কৰ ম নগৰ খম মম ক ষ ণ কৰ ন ন ল ম হব ব নগৰ ম দক নলগ ণ ড ন ল ল ৰ ন জ ম ব দ
  • প ৰত ষ ঠ নট মৰ দ গম ম য ষ ট ৰ কৰ ক ড মণ ৰ দ ব ৰ প ৰত ষ ঠ কৰ হ ছ ল ত ও হ ইদৰ ব দ চ ষ ট ৰ ব ল জন জ ত লল ত আৰ স প ৰ য ৰ পৰ কৰ ণ ট ক ধ ৰ পদ স গ তৰ উন নত
  • ব গ ব হ ৰ চণ ড গড ছত ত ছগঢ দ ল ল গ ৱ গ জৰ ট হ ৰ য ন হ ম চল প ৰদ শ হ ইদৰ ব দ জম ম ক শ ম ৰ ঝ ৰখণ ড কৰ ণ টক ক ৰ ল মধ য প ৰদ শ মহ ৰ ষ ট ৰ মণ প ৰ ম ঘ লয
  • ব ম নবন দৰ, ইয ৰ পৰ আন আন হ ব সম হ হ ছ ব গ ল ৰ, ভ ৱন শ বৰ, চ ন ন ই, হ ইদৰ ব দ ক লক ত ম ম ব ই আৰ ন গপ ৰ Airlines to operate 14, 869 flights per
  • ডবল ন আয ৰল ণ ড ৰ ম ন য Iaşi এচ য ভ ৰত: ব গ ল ৰ চ ন ন ই, আৰ হ ইদৰ ব দ জ প ন: শ ব য ট ক অ চ ন: ব ইজ আফ ৰ ক দক ষ ণ আফ ৰ ক ক প ট উন য ক তৰ ষ ট ৰ:
  • বৰ তম ন ক ষ ত ৰ য ক ৰ য লয সম হ এইক ইখন ঠ ইত অৱস থ ত: ভ প ল চণ ড গড হ ইদৰ ব দ জয প ৰ লক ষ ণ প টন প ণ শ ব ল নৱ দয ব দ য লয সম ত ৰ ম খ য ক ৰ য লয ৰ
  • Psittacula eupatria eupatria, Alexandrine Parakeet nominate race - প ব - ভ ৰত, হ ইদৰ ব দ অন ধ ৰপ ৰদ শ আৰ শ ৰ ল ক Psittacula eupatria avensis, Indo - Burmese Alexandrine
  • হ ছ ল চনত আও ড ৰ ণ ড ক পত ম হন ব গ নৰ অধ ন য ক আছ ল ক ন ত ফ ইন লত হ ইদৰ ব দ আৰক ষ ৰ লগত - গ লত পৰ স ত হয ত ও প ত ৰক ক ছ ল য এই ড ৰ ণ ড ক প ত
  • দ প ৰক শ কৰ পৰৱৰ ত সময ত ভ ৰতল ঘ ৰ আহ দ ল ল ব শ বব দ য লয আৰ হ ইদৰ ব দ ব শ বব দ য লয ক ধৰ ক ইব খন ব শ বব দ য লয ত অধ য পন কৰ ভ ৰতত থক
  • ত ও ল কৰ পৰ য লৰ ব ব ব গ ল ৰ চ ন ন ই, ক চ ন, দ ল ল গ জৰ ট, ম ম ব ই, হ ইদৰ ব দ প ন ন গপ ৰ, ন চ ক, চ ৰ ট, জয প ৰ আৰ কলক ত ত চহৰত SIFF - এ ট ল ফ ন ক
  • প ৰ  আ  স ভ ৰতৰ পৰ যটনস থলসম হ ৰ জ য অন স ৰ অন ধ ৰপ ৰদ শ হ ইদৰ ব দ অসম  অৰ ণ চল প ৰদ শ  ব হ ৰ দ ল ল গ ৱ জন ম আৰ ক শ ম ৰ ল ড খ
  • প ৰ  আ  স ভ ৰতৰ পৰ যটনস থলসম হ ৰ জ য অন স ৰ অন ধ ৰপ ৰদ শ হ ইদৰ ব দ অসম  অৰ ণ চল প ৰদ শ  ব হ ৰ দ ল ল গ ৱ জন ম আৰ ক শ ম ৰ ল ড খ