ⓘ যোগেশ্বৰ দত্ত এজন ভাৰতীয় কুস্তি খেলুৱৈ। তেওঁ ২০১২ গ্ৰীষ্মকালীন অলিম্পিকত পুৰুষৰ ৬০ কেজি ফ্ৰীষ্টাইল কুস্তিত একটি ব্ৰঞ্জ পদক জয় কৰিছিল। ..

                                     

ⓘ যোগেশ্বৰ দত্ত

যোগেশ্বৰ দত্ত এজন ভাৰতীয় কুস্তি খেলুৱৈ। তেওঁ ২০১২ গ্ৰীষ্মকালীন অলিম্পিকত পুৰুষৰ ৬০ কেজি ফ্ৰীষ্টাইল কুস্তিত একটি ব্ৰঞ্জ পদক জয় কৰিছিল।

                                     

1. কৰ্মজীৱন

যোগেশ্বৰ দত্ত হাৰিয়ানাৰ চনিপত জিলাৰ বাসিন্দা। তেওঁৰ পিতৃ-মাতৃ শিক্ষকতা কৰে। আঠ বছৰ বয়সৰ পৰা তেওঁ কুস্তি অভ্যাস আৰম্ভ কৰিছিল। তেওঁৰ অনুপ্ৰেৰণা আছিল তেওঁৰ গাঁৱৰ বলৰাজ পাহুৱাল। পিছত তেওঁ প্ৰশিক্ষক ৰামফলৰ ওচৰত প্ৰশিক্ষণ লয়।

                                     

1.1. কৰ্মজীৱন ২০০৪ গ্ৰীষ্মকালীন অলিম্পিক

২০০৪ এথেন্স গ্ৰীষ্মকালীন অলিম্পিকৰ পুৰুষৰ ফ্ৰীষ্টাইল ৫৫ কেজি কুস্তিত অংশ গ্ৰহণ কৰি তেওঁ ১৮তম স্থান অধিকাৰ কৰে।

                                     

1.2. কৰ্মজীৱন ২০০৬ এছিয়ান গেমচ

২০০৬ দোহা এছিয়ান গেমচত অংশ লোৱাৰ ন-দিন আগত যোগেশ্বৰৰ পিতৃবিয়োগ হয়। এই প্ৰতিযোগিতাত আঁঠুত দুখ পায়ো ৬০ কেজি শাখাত তেওঁ ব্ৰঞ্জ পদক জয় কৰিব সক্ষম হয়।

                                     

1.3. কৰ্মজীৱন ২০০৮ গ্ৰীষ্মকালীন অলিম্পিক

এইটো আছিল যোগেশ্বৰৰ দ্বিতীয় অলিম্পিক। তেওঁ ৬০ কেজি শাখাত অংশ লয়। ২০০৮ জেজু চিটি এছিয়ান চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰি তেওঁ এই অলিম্পিকত অংশ লোৱাৰ সুযোগ পায়। ২০০৮ গ্ৰীষ্মকালীন অলিম্পিকত যোগেশ্বৰে প্ৰথম ৰাউণ্ডত বিদায় লবলগীয়া হয়। তেওঁ তাত নবম স্থান পাইছিল।

                                     

1.4. কৰ্মজীৱন ২০১০ কমনৱেলথ গেমচ

২০১০ দিল্লী কমনৱেলথ গেমচত যোগেশ্বৰ ভাৰতৰ হৈ স্বৰ্ণ পদক জয় কৰে।

                                     

1.5. কৰ্মজীৱন ২০১২ গ্ৰীষ্মকালীন অলিম্পিক

২০১২ গ্ৰীষ্মকালীন অলিম্পিকত যোগেশ্বৰ পুৰুষৰ ৬০ কেজি বিভাগত ব্ৰঞ্জ পদক পায়। তেওঁ উক্ত অলিম্পিকত পদকজয়ী পঞ্চম গৰাকী ভাৰতীয়।



                                     
  • জ প সজ য ৰ পৰ য গ শ বৰ বৰ ৱ ৰ ন ত ত বত অহ ব হত সমদলক প ল চ ব ধ দ য গ শ বৰ বৰ ৱ ৰম শ ব দ য ৰ থ হ মচন দ ৰ হ জৰ ক কনক শ বৰ দত ত ত ৰ থ শ বৰ হ জৰ ক
  • প নৰ ক গ ৰ ছৰ স গঠন ক ক মত আত মন য গ কৰ উল ল খন য য প ৰ ণ দত ত আৰ য গ শ বৰ বৰ ৱ ই স ইসময ত সভ - সম ত ৰ জৰ য ত গ ৰ প ঙৰ ব পক ষ জনমত গঠন কৰ ত
  • শ খ ত ম ৰ কম ব ৰঞ জ পদক দখল কৰ ক গ ৰ ফ ৰ ষ ট ইল মল লয জ ইভ ণ টত য গ শ বৰ দত তই ভ ৰতৰ হ চত ৰ থট ব ৰঞ জ পদক তথ ভ ৰতৰ পঞ চমট পদক দখল কৰ অল ম প কৰ
  • পদ মন থ গ হ ঞ বৰ ৱ স ৱৰণ ম ল মঞ চ আৰ কল য বৰ শ খ স হ ত য সভ ৰ সম প দক য গ শ বৰ বৰ স ৱৰণ ম ল মণ ডপ উদ ঘ টন কৰ সমন বয ক ষ ত ৰস থ ত স হ ত যৰথ লক ষ ম ন থ
  • ব ষয ট ৰ গ ৰ ত ব ব জ প ৱ ত ব যৰ থ হয উত তৰ ক মৰ পৰ জ ক ৰ ৰ হৰ দত ত চ ধ ৰ আৰ ব ৰ দত ত চ ধ ৰ ন মৰ দ জন কক ই - ভ য কছ ৰ ক ৱৰ ত ত আৰ অন য ন য সম প ৰদ য ৰ
  • ন হৱ ল ব ডম ণ টন গগন ন ৰঙ গ শ ব ট ব জয ক ম ৰ শ ব ট য গ শ বৰ দত ত মল লক ৰ ড ৰঞ জন স ধ শ ব ট ব ট প ৰদ ন কৰ হ ৱ ন ই