ⓘ বৰাক উপত্যকা ভাৰতৰ অসম ৰাজ্যৰ দক্ষিণ অঞ্চলত অৱস্থিত। এই উপত্যকাৰ মুখ্য চহৰ হৈছে শিলচৰ। এই অঞ্চল বৰাক নদীৰ নামেৰে নামাকৰণ কৰা হৈছে। বৰাক উপত্যকা অসমৰ তিনিখন প্ৰশ ..

                                     

ⓘ বৰাক উপত্যকা

বৰাক উপত্যকা ভাৰতৰ অসম ৰাজ্যৰ দক্ষিণ অঞ্চলত অৱস্থিত। এই উপত্যকাৰ মুখ্য চহৰ হৈছে শিলচৰ। এই অঞ্চল বৰাক নদীৰ নামেৰে নামাকৰণ কৰা হৈছে। বৰাক উপত্যকা অসমৰ তিনিখন প্ৰশাসনিক জিলা: কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰে গঠিত। এই তিনি জিলাৰ ভিতৰত কাছাৰ আৰু হাইলাকান্দি ব্ৰিটিছ ভাৰতৰ কাছাৰ জিকা আৰু কৰিমগঞ্জ ছিলেট জিলাৰ অন্তৰ্গত আছিল। ১৯৪৭ চনত ছিলেট জিলাৰ পৰা কৰিমগঞ্জ পৃথক কৰা হয়। বৰ্তমান ছিলেট জিলা বাংলাদেশৰ অন্তৰ্গত।

                                     

1. নামৰ উৎপত্তি

বৰাক নাম ডিমাছা শব্দ ব্ৰা আৰুক্ৰ পৰা উৎপত্তি হৈছে। ব্ৰা মানে বিভক্ত আৰু ক্ৰ মানে ওপৰৰ অংশ বা সোঁত। কৰিমগঞ্জ জিলাৰ হাৰিতাকীত বৰাক নদী সুৰমা আৰু কুছিয়াৰা নদীত বিভক্ত হৈছে। এই বিভক্ত স্ৰোতক ডিমাছা সকলে ব্ৰাক্ৰ বুলি কৈছিল। কালক্ৰমত ব্ৰাক্ৰ শব্দৰ পৰাই বৰাক নামৰ উৎপত্তি হল।

                                     

2. জনবসতি

২০১১ চনৰ লোকপিয়ল মতে বৰাক উপত্যকাৰ ধৰ্মীয় জনবসতি এনেধৰণৰ:

  • অন্যান্য- ০.২%
  • খ্ৰীষ্টান - ১.৬% ৫৮,৬৭৫ জন
  • হিন্দু - ৫০.০% ১৮,১২,১৪১ জন
  • মুছলমান - ৪৮.১% ১৭,৪৪,৯৫৮ জন

ভাৰতৰ মুছলমান সংখ্যাগুৰু আৰু হিন্দু সংখ্যালঘূ অঞ্চলৰ ভিতৰত কাশ্মীৰৰ পিছতে বৰাক উপত্যকা দ্বিতীয় স্থান অধিকাৰ কৰিছে। কাছাৰ জিলাত হিন্দু সংখ্যাগুৰুপ্ৰায় ৬০% আৰু আন দুখন জিলা হাইলাকান্দিপ্ৰায় ৬০% আৰু কৰিমগঞ্জপ্ৰায় ৫৬.২৬% মুছলমান সংখ্যাগুৰু অঞ্চল। ছিলটী সকলৰ বাহিৰে এই অঞ্চলত বঙালী, ডিমাছা-কছাৰী, হামাৰ, মণিপুৰীবিষ্ণুপুৰীয়া আৰু মেইতেই, ৰংমেই নাগা, অসমীয়া সকলে এই অঞ্চলত বাস কৰে।

                                     

3. ভাষা

অসমৰ ৰাজ্যভাষা অসমীয়া আৰু ইংৰাজী হলেও বঙালীক বৰাক উপত্যকাৰ চৰকাৰী ভাষা হিচাপে স্বীকীৰ্তি দিয়া হৈছে। এই অঞ্চলৰ বেছিভাগ লোকে ছিলঠীয়া ভাষা কয়। ইয়াৰ লগতে বিভিন্ন স্থানীয় জনগোষ্ঠী সমূহে নিজৰ ভাষা কয়। এই অঞ্চলত অসমীয়া ভাষী লোকৰ সংখ্যা কম।

                                     

4. যাতায়ত

যাতায়তৰ ক্ষেত্ৰত এই অঞ্চল অলপ পিছপৰা। বানপানী, ভূমিস্খলন, অতিপাত বৰষুণ তথা ভূমিকম্পয়ে এই অঞ্চলৰ যাতায়তৰ প্ৰচুৰ ক্ষতি কৰে।

বিমান সেৱা

এই অঞ্চলৰ একমাত্ৰ বিমান বন্দৰ শিলচৰ বিমানবন্দৰ, কুম্ভীৰগ্ৰামত অৱস্থিত। ইয়াৰ পৰা কলকাতা, গুৱাহাটী, ইম্ফলৈ নিয়মীয়া বিমান সংযোগ আছে।

ৰেল সেৱা

বৰাক উপত্যকা উত্তৰ পূব সীমান্ত ৰেলৰ অধীনত। উপত্যকাখন কেৱল লামডিং ৰেল ষ্টেচন সংযোগী কেৱল এটাহে ১৭০km দীঘল ব্ৰডগেজ ৰেলপথ আছে। বৰ্তমান দুটা ৰেল এই অঞ্চলত চলাচল কৰে।

  • 55615/6 গুৱাহাটী - শিলচৰ বিজি ফাষ্ট পেচেঞ্জাৰ
  • 25657/8 কাঞ্চনজংঘা এক্সপ্ৰেছ

স্থলপথ

৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বৰাক উপত্যকা গুৱাহাটীৰ লগত সংযোগিত। এইপথ গুৱাহাটীৰ পৰা মেঘালয়ৰ মাজেৰে পাৰ হৈ শিলচৰ সোমাইছে। ব্যক্তিগত আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ এই অঞ্চলত নিয়মীয়াকৈ চলাচল কৰে। লগতে বৰাক উপত্যকাক গুৱাহাটী, ছিলং,ইম্ফল, আৰু আগৰতলা সংযোগ কৰিছে।

                                     

5. শিক্ষা

বৰাক উপত্যকাত কেইবাখনো বিদ্যালয়, মহাবিদ্যালয় আৰু অন্যান্য শিক্ষা প্ৰতিষ্ঠান আছে। তাৰেই ভিতৰত উল্লেখযোগ্য কেইখন হল:

  • শিলচৰ চিকিৎসা মহাবিদ্যালয়
  • ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, শিলচৰ
  • অসম বিশ্ববিদ্যালয়
                                     
  • সময ত প ৰ য বঙ ল হ ন দ পশ চ ম ব গল আৰ প ৰ য ল ক বৰ ক উপত যক আৰ উত তৰ প ৰ ব ঞ চলৰ আন আন ঠ ই সম হল পল ই গ ছ ল ন য য ধ শ গ প ল ম হৰ ত ৰ ৰ
  • বৰ ক উপত যক অভ য ন ত ৰ ক মহ ব দ য লয চনত অসমৰ কৰ মগঞ জ জ ল ত অসম চৰক ৰ প ৰত ষ ঠ কৰ চনৰ ম ৰ চ ত ৰ খ ত ত য ৰ অসমৰ ম খ যমন ত ৰ তৰ ণ গগ
  • পৰ ম ণ বৰষ ণ হয ব ৰহ মপ ত ৰ উপত যক অসমৰ প ৰ ক ত ক অঞ চল সম হৰ ভ তৰত এখন অসমৰ আন দ খন প ৰ ক ত ক অঞ চল হ ছ বৰ ক উপত যক আৰ প ৰ বত য অঞ চল ব ৰহ মপ ত ৰৰ
  • ব ল দ শৰ উত তৰ - প ৰ ব ঞ চলত অৱস থ ত ছ লঠ ব ভ গ অসমৰ হ জ ই জ ল আৰ বৰ ক উপত যক আৰ ত ৰ প ৰ ৰ ক ছ অ শত প ৰচল ত ভ ষ Hammarström, Harald Forkel, Robert
  • জ ল ৰ সদৰ ঠ ই হ ইল ক ন দ অসমৰ ত ন খন বঙ ল ভ ষ জ ল ৰ ভ তৰত অন যতম ই বৰ ক উপত যক স মণ ডলত অৱস থ ত হ ইল ক ন দ নগৰ সম ত ৰ প ৰথম অধ যক ষ ম লৱ আব দ ল ম তল ব
  • অঞ চল ড ফ - প ৰ বত য অঞ চল গ স ইগ ও - ন মন ব ৰহ মপ ত ৰ উপত যক অঞ চল কৰ মগঞ জ - বৰ ক উপত যক অঞ চল এই ব শ বব দ য লয ৰ দ ব ৰ অসমৰ প ৰত খন জ ল ত ক ষ
  • দ ধন ক ষ ণ ই, জ নৰ জ ঞ জ ৰ ম আদ বৰ ক উপত যক ই অসমৰ দক ষ ণ অ শত অৱস থ ত বৰ ক নদ ৰ পৰ ই ইয ৰ ন মট আহ ছ বৰ ক উপত যক ৰ ম লত ত ন খন জ ল আছ - ক ছ ৰ
  • ন প য স য চনত ক ছ ছ ত ৰ আৰ অধ য পকৰ প ৰচ ষ ট ত পচ ৱ ৰ জন ম হয বৰ ক উপত যক ব ৰহ মপ ত ৰ উপত যক ৰ পৰ ভ ষ আৰ স স ক ত ৰ দ শৰ ভ ল খ ন প থক অসমৰ
  • চ ক ৰ ট ফৰ চ এ এচ এফ সদ অসম আদ ভ ষ স ৰক ষ সম ত এ এ এ এচ এচ বৰ ক উপত যক য ৱ ম ক ত ব হ ন ব ভ ৱ ই এল এফ বড ল ব ৰ ছন ট ইগ ৰ ব এল ট গ ৰ খ
  • কৰ কট ৰ গ চ ক ৎস লয সম জ ন মৰ ব চৰক ৰ প ৰত ষ ঠ ন এখন পৰ চ লন কৰ ই বৰ ক উপত যক আৰ ইয ৰ আশ - প শ অৱস থ ত মণ প ৰ, ম জ ৰ ম, ত ৰ প ৰ ব ল দ শক আদ
  • ট ই উন নয ন পৰ ষদ আম ক ৰ ব উন নয ন পৰ ষদ শৰণ য কছ ৰ উন নয ন পৰ ষদ বৰ ক উপত যক প ৰ বত য জনজ ত উন নয ন পৰ ষদ চ হ জনজ ত উন নয ন পৰ ষদ অন স চ ত জ ত
  • হ ইল ক ন দ অসমৰ বৰ ক উপত যক ৰ এখন জ ল ই অসমৰ এক ব ৰ দক ষ ণ চ কত অৱস থ ত ইয ৰ সদৰ ঠ ই হ ইল ক ন দ নগৰ ৰ জ যৰ ৰ জধ ন গ ৱ হ ট ৰ পৰ ক ম ন লগত