ⓘ অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল. অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা ২০১৮ চনলৈ মুঠ ৫৫ গৰাকী সাহিতিকে লাভ কৰিছে। এই বঁটা প্ৰদান কৰে ১৯৫৪ চ ..

                                     

ⓘ অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল

অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা ২০১৮ চনলৈ মুঠ ৫৫ গৰাকী সাহিতিকে লাভ কৰিছে। এই বঁটা প্ৰদান কৰে ১৯৫৪ চনত ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা ভাৰতীয় সাহিত্যৰ উন্নয়ন কল্পে গঠন কৰা সাহিত্য অকাডেমি নামৰ অনুষ্ঠানটোৱে। এই অনুষ্ঠানটোৱে ১৯৫৫ চনত প্ৰথমবাৰৰ বাবে সাহিত্য অকাডেমি বঁটা ১৩টা ভাষাৰ ১৩ গৰাকী সাহিত্যিকক প্ৰদান কৰিছিল। এই ১৩ গৰাকী সাহিত্যিকৰ ভিতৰত অসমীয়া ভাষাৰ কবি যতীন্দ্ৰ নাথ দুৱৰাৰ নামো অন্তৰ্ভুক্ত হৈছিল। অসমীয়া ভাষাত ২০১৭ চনলৈ মুঠ ১৮ গৰাকী সাহিত্যকে উপন্যাসত, ১৩ গৰাকীয়ে কাব্যগ্ৰন্থত, ৯ গৰাকীয়ে চুটিগল্পত, ২ গৰাকীয়ে স্মৃতিকথা বিষয়ক গ্ৰন্থত, ১ গৰাকীয়ে জীৱনী গ্ৰন্থত আৰু ৭ গৰাকীয়ে সাহিত্য-সংস্কৃতি আদি বিষয়ক গ্ৰন্থত লাভ কৰে। ড॰ কৃষ্ণকান্ত সন্দিকৈ, স্নেহ দেৱী আৰু কবিন ফুকনক মৰণোত্তৰভাৱে অকাডেমি বঁটা প্ৰদান কৰা হয়। সাহিত্য অকাডেমিৰ অসমীয়া ভাষালৈ অনুবাদ কৰা গ্ৰন্থৰ বাবেও ১৯৯০ চনৰ পৰা সাহিত্য অকাডেমি অনুবাদ বঁটা প্ৰদান কৰি আহিছে।

                                     

1. অনুবাদ বঁটা বিজয়ীসকল

অসমীয়া ভাষালৈ অনুবাদ কৰা গ্ৰন্থৰ বাবে তলত উল্লিখিত লেখকসকলক সাহিত্য অকাডেমিয়ে অনুবাদ সাহিত্যিৰ বঁটা প্ৰদান কৰিছে:

এই চিহ্নই মৰণোত্তৰভাৱে প্ৰদান কৰা সূচাইছে
                                     
  • ভ ৰত য স হ ত য অসম য ভ ষ ত স হ ত য অক ড ম ব ট ল ভ কৰ স হ ত য কসকল বড ভ ষ ত স হ ত য অক ড ম ব ট ল ভ কৰ স হ ত য কসকল স হ ত য অক ড ম Sahitya
  • গ ৰহণ কৰ স হ ত য অক ড ম ব ট অসম য ভ ষ ত স হ ত য অক ড ম ব ট ল ভ কৰ স হ ত য কসকল বড ভ ষ ত স হ ত য অক ড ম ব ট ল ভ কৰ স হ ত য কসকল About us
  • এয বঙ ল ভ ষ ত ৰচন কৰ স হ ত য অক ড ম ব ট প ৱ সকলৰ ত ল ক স হ ত য অক ড ম ব ট প ৰত বছৰ প ৰদ ন কৰ হয চ হ ন ত ভ ষ সম হত ৰচন কৰ ল খকসকলক awards
  • বড ভ ষ ত স হ ত য অক ড ম ব ট আগবঢ ৱ হয চনৰ পৰ প ৰথম ব ৰৰ ব ব এই ব ট ল ভ কৰ ম গলস হ জ ৱ ৰ য ত ও ৰ ক ব য স কলন জ ওন ম গঠ গ ব সম ব
  • স হ ত য অক ড ম ব ট ভ ৰতৰ দ ব ত য সৰ ব চ চ স হ ত যৰ সন ম ন জ ঞ নপ ঠ ব ট ৰ প ছত ইয ৰ স থ ন ই ৰ জ ভ ষ ত স হ ত য অক ড ম ব ট আগবঢ ৱ হয চনৰ
  • গ ৰন থখন চনত স হ ত য অক ড ম ব ট ল ভ কৰ বল সক ষম হ ছ ল ত ৰ ল ক য ন থ গ স ব ম জন ম - ম ত য চন এক ধ ৰ এজন অসম য স হ ত য ক সম ল চক
  • আৰ স - স হ ত য ক যত ন দ ৰ ন থ দ ৱৰ ৰ চত ৰ থখন কব ত প থ অসম য ভ ষ ত স হ ত য অক ড ম ব ট প ৰ প ত এইখন প ৰথম গ ৰন থ কল কত ত প ৰব স হ থক ক লত যত ন দ ৰ
  • গ ৰন থখনৰ ব ব অসম য ভ ষ ত স হ ত য অক ড ম ব ট ৰ সন ম ন ত হয প ত - প ত ৰ গ ৰন থখনৰ ব ব হ ম ন বৰগ হ ঞ দ ৱ চনত স হ ত য অক ড ম ব ট ল ভ কৰ ছ ল হ ল
  • ত খ ত স হ ত য অক ড ম ব ট আৰ চনত অসম উপত যক স হ ত য ব ট ল ভ কৰ ছ ল অসম য স হ ত যৰ ধ ৰ ব হ ক প ৰব হ ৰক ষ কৰ চন দ ৰপ ৰস দ শ ইক য ই অসম য
  • উপন য সখনৰ ম ল আধ ৰ হ ছ অসমৰ ব ৰঞ জ উপন য সখন চনৰ স হ ত য অক ড ম ব ট ল ভ কৰ ছ ল অসম য ভ ষ ৰ এগৰ ক ঔপন য স ক চনৰ নৱ ম বৰত গ ৱ হ ট ত