ⓘ আন্তৰ্জাতিক গান্ধী শান্তি পুৰস্কাৰ. আন্তৰ্জাতিক গান্ধী শান্তি বঁটা, মহামানৱ মহাত্মা গান্ধীৰ নামত ভাৰত চৰকাৰে প্ৰদান কৰে। ১৯৯৫ চনত গান্ধীজীৰ ১২৫তম জন্মবাৰ্ষিকীৰ ..

                                     

ⓘ আন্তৰ্জাতিক গান্ধী শান্তি পুৰস্কাৰ

আন্তৰ্জাতিক গান্ধী শান্তি বঁটা, মহামানৱ মহাত্মা গান্ধীৰ নামত ভাৰত চৰকাৰে প্ৰদান কৰে।

১৯৯৫ চনত গান্ধীজীৰ ১২৫তম জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰে এই বঁটাৰ সূচনা কৰে। সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিৱৰ্তনত সফলভাৱে অহিংস আৰু গান্ধী নীতি অনুসৰণ কৰা ব্যক্তি বা অনুষ্ঠানক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাৰ লগত আছে ১ কোটি ভাৰতীয় টকা, এখনি প্ৰশস্তি পত্ৰ আৰু এক উদ্ধৃতি। এই বঁটা ৰাষ্টীয়তা, জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে প্ৰদান কৰা হয়।

এই বঁটা প্ৰদানৰ বাচনি কমিটিত ভাৰতৰ প্ৰধানমন্ত্ৰী, লোকসভাৰ বিৰোধী দলপতি, ভাৰতৰ মুখ্য ন্যায়াধীশ আৰু দুজন প্ৰসিদ্ধ ব্যক্তিৰে গঠিত।

                                     
  • শ ন ত স বৰ প ভ টন গৰ ব ট ভ ৰতত ন দ ব ট ইন দ ৰ গ ন ধ শ ন ত প ৰস ক ৰ ইন দ ৰ গ ন ধ ৰ ষ ট ৰ য স হত প ৰস ক ৰ অৰ জ ন ব ট দ ৰ ণ চ ৰ য ব ট যন ম ল ল ব জ জ
  • ইন দ ৰ গ ন ধ ই ৰ জ Indira Gandhi ভ ৰত প ৰথম মহ ল প ৰধ নমন ত ৰ জৱ হৰল ল ন হৰ ৰ কন য আছ ল ত ও ল লব হ দ ৰ শ স ত ৰ মন ত ৰ সভ ৰ তথ য
  • দক ষ এই কল ত ও ত ও ৰ ম ত ঝ ব ব ব ঈৰ পৰ শ ক ছ ল ত ও ভ প লৰ ইন দ ৰ গ ন ধ ৰ ষ ট ৰ য ম নৱ স গ ৰ হ লয ব চম ক ম নৱ স গ ৰহ লয ত ভ ল ক ট ৰ ন ৰ ম ণত
  • ব ব ত খ তৰ জন মদ ৱস অক ট বৰ ত ৰ খট গ ন ধ জয ন ত ৰ লগত আন তৰ জ ত ক অহ স দ ৱস ৰ প প লন কৰ হয গ ন ধ প চ ত এগৰ ক অধ বক ত আছ ল আৰ দক ষ ণ আফ ৰ ক ত