ⓘ ১১ এপ্ৰিল. ১৯০৫ - আইনষ্টাইনে তাৰ আপেক্ষিকতাৰ তত্ত্ব থিয়ৰী অফ ৰিলেটিভিটি প্ৰকাশ কৰে। ১৯৭১ - স্বাধীন বাংলাদেশ চৰকাৰ গঠিত হয়। ১৯৭০ - এপোলো ১৩ উৎক্ষেপণ কৰা হয়। ১ ..

২০০৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন

২০০৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ১৬ এপ্ৰিলৰ পৰা ১৩ মে’লৈ- মুঠ ৫টা পৰ্যায়ত অনুষ্ঠিত হৈছিল। পঞ্চদশ লোকসভা গঠনৰ উদ্দেশ্যে অনুষ্ঠিত এই নিৰ্বাচনত মুঠ ভোটাৰৰ ৫৮.২১ শতাংশই ভোটদান কৰিছিল। চতুৰ্দশ লোকসভাৰ কাৰ্যকাল ইতিমধ্যে ২০০৯ৰ ১ জুনত সমাপ্ত হ’বলগীয়া আছিল। ২০০৯ৰ ফেব্ৰুৱাৰীত ভাৰতৰ সংসদত এই নিৰ্বাচনৰ বাবে ১১.২০ কোটি ধাৰ্য কৰা হৈছিল। লোকসভাৰ ৫৪৩খন আসনৰ বাবেমুঠ ৮০৭০জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছিল। নিৰ্বাচনৰ ফলাফল পঞ্চম পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ তিনিদিন পাছত, ১৬ মে’ত ঘোষনা কৰা হৈছিল। ভাৰতীয় জাতীয় কংগ্ৰেছ নেতৃত্বাধীন প্ৰাক-নিৰ্বাচনী সংযুক্ত প্ৰগতিশীল মৰ্চাই ২৬২খন আসনেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। ...

                                     

ⓘ ১১ এপ্ৰিল

  • ১৯০৫ - আইনষ্টাইনে তাৰ আপেক্ষিকতাৰ তত্ত্ব থিয়ৰী অফ ৰিলেটিভিটি প্ৰকাশ কৰে।
  • ১৯৭১ - স্বাধীন বাংলাদেশ চৰকাৰ গঠিত হয়।
  • ১৯৭০ - এপোলো ১৩ উৎক্ষেপণ কৰা হয়।
  • ১৯৭১ - তাজউদ্দীন আহমেদ বাংলাদেশৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে শপথ গ্ৰহণ কৰে।
  • ১৯১৯ - আন্তৰ্জাতিক শ্ৰম সংস্থা প্ৰতিষ্ঠিত হয়।
                                     

1. জন্ম

  • ১৯৯১ - পুনম পাণ্ডে, ভাৰতীয় মডেল তথা অভিনেত্ৰী।
  • ১৮৬৯ - কস্তুৰবা গান্ধী, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এজন বিপ্লৱী তথা মহাত্মা গান্ধীৰ পত্নী। মৃত্যু: ২২ ফেব্ৰুৱাৰী, ১৯৪৪
  • ১৮৮৯ - হৰিপ্ৰসাদ বৰুৱা, অসমৰ এগৰাকী প্ৰসিদ্ধ অভিযন্তা, সু-সাহিত্যিক, শিক্ষাবিদ তথা প্ৰশাসক আছিল। তেখেত স্বাধীনতা-উত্তৰ অসমৰ প্ৰথম মুখ্য অভিযন্তা আৰু মুখ্য সচিব আছিল।
  • ১৯০৪ - কুন্দনলাল সেয়গল, ভাৰতীয় সঙ্গীত শিল্পী আৰু অভিনেতা। মৃত্যু: ১৮ জানুৱাৰী,১৯৪৭
                                     
  • এপ ৰ ল হ ছ গ ৰ গৰ য ন বৰ ষপঞ জ অন স ৰ বছৰৰ তম অধ বৰ ষত তম দ ন বছৰ শ ষ হ বল আৰ দ ন ব ক থ ক - ই ল ণ ডৰ ৰজ হ চ প এডৱ ৰ ড দ য
  • এপ ৰ ল ই ৰ জ 23 April হ ছ গ ৰ গৰ য ন বৰ ষপঞ জ ৰ তম অধ বৰ ষত তম দ ন বছৰ শ ষ হ বল দ ন ব ক থ ক এপ ৰ ল ই ৰ জ 23 April দ নট
  • এপ ৰ ল গ ৰ গৰ য বৰ ষপঞ জ অন সৰ বছৰৰ তম অধ বৰ ষত তম দ ন - ভ ৰতৰ ব ম ব ইত প ৰথম য ত ৰ ব হ ৰ ল চল চল আৰম ভ হয - উইলব ৰ ৰ ইট
  • এপ ৰ ল হ ছ গ ৰ গৰ য ন বৰ ষপঞ জ অন স ৰ বছৰৰ তম অধ বৰ ষত তম দ ন বছৰ শ ষ হ বল আৰ দ ন ব ক থ ক - প ৰথম দ ৰ ঘ - দ ৰত বৰ ৰ জহ ৱ দ ৰদৰ শন
  • এপ ৰ ল হ ছ গ ৰ গৰ য ন বৰ ষপঞ জ অন স ৰ বছৰৰ তম অধ বৰ ষত তম দ ন বছৰ শ ষ হ বল আৰ দ ন ব ক থ ক - ব ট শ য দ ঘৰ প ৰত ষ ঠ কৰ হয
  • এপ ৰ ল হ ছ গ ৰ গৰ য ন বৰ ষপঞ জ অন স ৰ বছৰৰ তম অধ বৰ ষত তম দ ন বছৰ শ ষ হ বল আৰ দ ন ব ক থ ক - ইণ ট ৰন ল কম ব উশ বন ইঞ জ নৰ ব ব
  • এপ ৰ ল হ ছ গ ৰ গৰ য ন বৰ ষপঞ জ অন স ৰ বছৰৰ তম অধ বৰ ষত তম দ ন বছৰ শ ষ হ বল আৰ দ ন ব ক থ ক - ই ল ণ ড, ফ ল ণ ড ৰ ছ আৰ উত তৰ ফ ৰ ন সত
  • এপ ৰ ল হ ছ গ ৰ গৰ য ন বৰ ষপঞ জ অন স ৰ বছৰৰ তম অধ বৰ ষত তম দ ন বছৰ শ ষ হ বল আৰ দ ন ব ক থ ক - ল জ এঞ জ লছত স য ক ত ৰ ষ ট ৰৰ প ৰথম
  • এপ ৰ ল হ ছ গ ৰ গৰ য ন বৰ ষপঞ জ অন স ৰ বছৰৰ তম অধ বৰ ষত তম দ ন বছৰ শ ষ হ বল আৰ দ ন ব ক থ ক - ৰ ষ ট ৰপত ৰ ৰ পৰ পদক ল ভ কৰ প ৰথম
  • এপ ৰ ল গ ৰ গৰ য ক ল ণ ড ৰ অন সৰ বছৰৰ চত ৰ থ ম হ এই ম হত ম ঠ দ ন থ ক এপ ৰ ল : এপ ৰ ল ফ ল এপ ৰ ল : ব শ ব স ব স থ য দ ৱস এপ ৰ ল : ব দ ধৰ জন মদ ন
  • এপ ৰ ল ই ৰ জ 29 April হ ছ গ ৰ গৰ য ন বৰ ষপঞ জ ৰ তম অধ বৰ ষত তম দ ন বছৰ শ ষ হ বল দ ন ব ক থ ক - ৰ জ ৰব বৰ ম ব খ য ত ভ ৰত য
  • এপ ৰ ল ই ৰ জ 25 April হ ছ গ ৰ গৰ য ন বৰ ষপঞ জ ৰ তম অধ বৰ ষত তম দ ন বছৰ শ ষ হ বল দ ন ব ক থ ক এপ ৰ ল দ নট গ ৰ গৰ য ন বৰ ষপঞ জ