ⓘ মুকেশ আম্বানী. মুকেশ ধীৰুভাই আম্বানী এগৰাকী ভাৰতীয় ধনকুৱেৰ ব্যৱসায়ী, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ মুৰব্বী তথা মেনেজিং ডাইৰেক্টৰ, জন হিতৈষী আৰু ভাৰতৰ আটাইত ..

                                     

ⓘ মুকেশ আম্বানী

মুকেশ ধীৰুভাই আম্বানী এগৰাকী ভাৰতীয় ধনকুৱেৰ ব্যৱসায়ী, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ মুৰব্বী তথা মেনেজিং ডাইৰেক্টৰ, জন হিতৈষী আৰু ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি। ফৰ্চুন গ্লোৱেল-৫০০ত অন্তৰ্ভুক্ত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেড বজাৰ মূল্যৰ ফালৰ পৰা ভাৰতৰ আটাইতকৈ মূল্যবান কোম্পানী। ইয়াৰ লগতে ২০২০ চনৰ ২৮ জুলাই তাৰিখ মতে তেওঁ ফৰ্বছৰ তালিকা অনুসৰি ৮১.৬ বিলয়ন আমেৰিকান ডলাৰ অৰ্থমুল্যৰে এছিয়া মহাদেশৰ আটাইতকৈ ধনী তথা বিশ্বৰ পঞ্চম স্থানৰ ধনী ব্যক্তি।

                                     

1. বাহ্যিক সংযোগ

  • ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ ৱেবচাইটত মুকেশ আম্বানীৰ বিষয়ে
  • ফৰ্বছৰ ৱেবচাইটত মুকেশ আম্বানীৰ বিষয়ে
  • Works by or about মুকেশ আম্বানী in libraries WorldCat catalog
  • ৱিকিমিডিয়া কমন্সত মুকেশ আম্বানী সম্পৰ্কীয় মিডিয়া ফাইল।
                                     
  • ন ত দ ল ল ম ক শ আম ব ন জন ম নৱ ম বৰ এগৰ ক ভ ৰত য মহ ল উদ যম ত ও ৰ ল ইয ন স ফ উণ ড চনৰ প ৰত ষ ঠ পক আৰ বৰ তম ন অধ যক ষ ইয ৰ লগত ত ও
  • কৰ - ভ ৰতৰ প ৰথম ক ত ৰ ম উপগ ৰহ আৰ যভট ট উৎক ষ পন কৰ ম ক শ আম ব ন ভ ৰত য ব যৱস য ৰ ল য ন স ইণ ড ষ ট ৰ জৰ চ য ৰম ন আৰ বৰ তম ন এচ য ৰ