ⓘ সন্ধ্যাৰাগ, চলচ্চিত্ৰ. সন্ধ্যাৰাগ ১৯৭৭ চনত মুক্তি লাভ কৰা এখন কলা-বগা অসমীয়া চলচ্চিত্ৰ। এইখন ড° ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত প্ৰথম ছবি। বানপ্ৰস্থ শীৰ্ষক এটি গ ..

                                     

ⓘ সন্ধ্যাৰাগ (চলচ্চিত্ৰ)

সন্ধ্যাৰাগ ১৯৭৭ চনত মুক্তি লাভ কৰা এখন কলা-বগা অসমীয়া চলচ্চিত্ৰ। এইখন ড° ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত প্ৰথম ছবি। বানপ্ৰস্থ শীৰ্ষক এটি গল্পৰ আধাৰত ছবিখনৰ আধাৰত চিত্ৰনাট্য আৰু সংলাপ তেখেতে নিজেই ৰচনা কৰিছে।

                                     

1. ছবিখনৰ কাহিনী

সন্ধ্যাৰাগ পুতলী নামৰ দুখুনী বিধবা এজনীৰ কাহিনী। তেওঁৰ জীয়েক দুজনী- চাৰু আৰু তৰু। জীয়েক দুজনীক নগৰৰ দুঘৰ চহকী মানুহৰ ঘৰলৈ বনকৰা ছোৱালী হিচাপে পঠিয়াই দিয়া হয়। ডাঙৰজনী ছোৱালী চাৰুক এজনী বনকৰা ছোৱালী হলেও এগৰাকী পৰিয়ালৰ সদস্যৰ দৰেই গৃহস্থই আকোৱালী লয়। কিন্তু সৰুজনী তৰুৰ সিমানখিনি সৌভাগ্য নাছিল। তাই অনবৰত লম্পট গিৰিহঁত আৰু তেওঁৰ ডেকা পুত্ৰৰ পৰা গা বচাই চলিবলগীয়া হয়। বিবাহোপযুক্ত হোৱাত দুয়োজনীয়ে চহৰৰ পৰা গুচি আহিবলৈ বাধ্য হয়। কিন্তু নগৰীয়া জীৱনত অভ্যস্ত হৈ উঠা সিহঁতে গাঁৱলৈ ঘূৰি আহি সংস্থাপনৰ অভাৱত চৰম দাৰিদ্ৰৰ মুখামুখি হবলগীয়া হয়। অৱশেষত দাৰিদ্ৰৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে সন্তান জন্ম দিব পৰা শক্তি নথকা বুলি জানিও পূৰ্বৰ মালিকৰ ড্ৰাইভাৰজনৰ সৈতে বিয়াত বহিবলৈ তৰুৱে সিদ্ধান্ত লয়। তৰুৱে বায়েকক তাইক লগত নিবলৈ কয়। আনহাতে মাক পুতলীয়েও জীয়েকৰ সন্তান হলে লাচনী-পাচনী কৰিবলৈ যিহেতু এগৰাকী অভিজ্ঞ মানুহৰ দৰকাৰ, সেয়ে তেৱোঁকো লগত নিবলৈ জীয়েকক অনুৰোধ কৰে।

                                     

2. কলা-কুশলী

তথ্যপেৰাত উল্লেখ নথকাসকল

  • ৰূপসজ্জা:বংশী দাস, অনিল দাস, যোগেন দাস।
  • শব্দযন্ত্ৰী: পীযুষ ৰয়
  • মুখ্য সহকাৰী পৰিচালক: মাণিক বৰা
  • সহকাৰী পৰিচালক: গুণসিন্ধু হাজৰিকা
                                     

3. ৰাইজৰ সঁহাৰি

সন্ধ্যাৰাগ ব্যৱসায়িকভাবে সফল হৈছিল। অভিনয় শিল্পী আৰু কলা-কুশলীসকলক পাৰিশ্ৰমিক দি তথা ছবি নিৰ্মাণ কৰোঁতে লোৱা ধাৰ-ঋণ পৰিশোধ কৰাৰ পাছতো কিছু টকা প্ৰযোজক ডঃ শইকীয়াৰ হাতত ৰৈ গৈছিল বুলি তেখেতে জীৱন বৃত্তত উল্লেখ কৰি গৈছে।

                                     

4. বঁটা আৰু স্বীকৃতি

  • স্পেইনৰ ভায়াডলিড চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত ১৯৭৮
  • চেকোস্লোভাকিয়াৰ কাৰ্ভই ভাৰি চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত ১৯৭৮
  • অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা ৰজত কমল ১৯৭৭
  • ১৯৭৮ চনত চেন্নাইত অনুষ্ঠিত ভাৰতৰ আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত তৃতীয় ফিল্মোৎসৱ প্ৰদৰ্শিত
  • ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত
                                     
  • আত মপ ৰক শ কৰ ড ভব ন দ ৰ ন থ শইক য ই চলচ চ ত ৰ পৰ চ লকৰ প আত মপ ৰক শ কৰ এই দশকত ত ও ৰ প ৰথম ছব সন ধ য ৰ গ ম ক ত প য চনৰ আগষ টত ভব ন দ ৰন থ
  • আৰ ভব ন দ ৰন থ শইক য সন ধ য ৰ গ প ৰদৰ শ ত হয প ৰথম গ ৱ হ ট আন তৰ ষ ট ৰ য চলচ চ ত ৰ মহ ৎসৱত ক ৱল অসম য চলচ চ ত ৰ শ ত নত প ৰস ক ৰ প ৰদ ন কৰ
  • প ৰথম ব ৰৰ ব ব অসম য অৰ থবহ চলচ চ ত ৰৰ শ ভ ৰম ভ কৰ সন ধ য ৰ গ কথ ছব ৰ শইক য ই চলচ চ ত ৰ পৰ চ লকৰ প আত মপ ৰক শ কৰ এক ব যত ক ৰম আৰ কল সন মত
  • ত খ তৰ ক ইখনম ন উল ল খয গ য ছব তলত ত ল ক ভ ক ত কৰ হ ছ ব ষ ট সন ধ য ৰ গ স ণম কল ল ল বন ন ফ ৰ ঙত আই ক ত ন ই
  • পঞ চ শৰ অধ ক মঞ চ ন ট, ষ ঠ ৰ অধ ক অন ত ৰ ন ট, সন ধ য ৰ গ ক ল হল, ম ঘম ক ত আদ উচ চ প ৰশ স ত অসম য চলচ চ ত ৰ আৰ ব ভ ন ন ধৰ ব হ কত অভ নয কৰ ৰ লগত ভ ৰ ম যম ণ
  • স হ ত য ক আৰ তথ যচ ত ৰ ন ৰ ম ত আৰ পৰ চ লক ভব ন দ ৰ ন থ শইক য পৰ চ ল ত সন ধ য ৰ গ ন মৰ চলচ চ ত ৰত ত ও ম খ য সহক ৰ পৰ চ লক হ চ প ক ম কৰ ছ ল বড ৰ উপন য সম হৰ
  • আছ ল ইয ৰ লগত ত ও ড ভব ন দ ৰন থ শইক য ৰ ৰ ষ ট ৰ য চলচ চ ত ৰ ব ট ব জয ছব সন ধ য ৰ গ আৰ ইত হ স ৰ স গ ত পৰ চ লক আছ ল স হ ত য চ ৰ য ম ত ৰদ ৱ
  • চলচ চ ত ৰৰ ব ষয আঠট অধ য য ত আল চন হ ছ স ইক ইট হ ছ চলচ চ ত ৰ সম ল চন আৰ সন ধ য ৰ গ ড শইক য ৰ অগ ন স ন ন আৰ প ৰম ল যৰ প ৰশ ন স ৰথ ৰ সফলত
  • চ ত ৰন ট য আৱৰ তন চ ত ৰন ট য ইত হ স চ ত ৰন ট য সন ধ য ৰ গ চ ত ৰন ট য গ ঞ জ ফ ৰ ষ ট চলচ চ ত ৰ - সময - সম জ - নন দনতত ত ব ট গলক এণ ড ন গমণ ডল
  • দশকত ম ম ব ইত ৰ জ ক প ৰৰ এখন ছব ৰ স পটবয ৰ ক ম ৰ ত ও চলচ চ ত ৰ জগতত খ জ প ল ইছ ল ত ও সন ধ য ৰ গ অন ৰ ব ণ মণ ৰ ম দ ৱ ন লল ত
  • প ৰত ষ ঠ ত চলচ চ ত ৰ সম প দক ব জয চ ধ ৰ ৰ স ত ক চঘৰ পৰ চ লন কৰ ছব খনৰ শব দগ ৰহণৰ ক ম ত ও কৰ ছ ল ইয ৰ পৰ আদ লত সন ধ য ৰ গ অন ৰ ব ণ
  • ম ন ন বৰ ৱ পৰ চ ল ত আৰ ক ষ ণ ৰয গ প ল জ ল ন প ৰয জ ত এখন অসম য চলচ চ ত ৰ ড ভব ন দ ৰ ন থ শইক য ৰচ ত বহ পঠ ত য ত ক ন মৰ গল প আৰ প ছল আৱ হন