ⓘ ধেমাজি মহাবিদ্যালয়. স্বচলিত বতৰ তথ্য কেন্দ্ৰ Automatic weather information centre শিশু শিক্ষা আৰু বৃত্তি বিকাশ কেন্দ্ৰ CECDC ..

                                     

ⓘ ধেমাজি মহাবিদ্যালয়

  • স্বচলিত বতৰ তথ্য কেন্দ্ৰ Automatic weather information centre
  • শিশু শিক্ষা আৰু বৃত্তি বিকাশ কেন্দ্ৰ CECDC
                                     

1. পাঠ্যক্ৰম

মহাবিদ্যালয় খনত বৰ্তমান উপলব্ধ পাঠ্যক্ৰম সমূহ:--

  • উদ্ভিদ কলা-কৰ্ষণ
  • উচ্চতৰ মাধ্যমিক কলা আৰু বিজ্ঞান শাখা
  • কম্পিউটাৰ বিজ্ঞান ডিগ্ৰী Bachelor of Computer Application অনাগত
  • স্নাতক ডিগ্ৰী কলা আৰু বিজ্ঞান শাখা
  • স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰম

স্নাতকোত্তৰ ডিপ্লমা

  • দুৰ্যোগ ব্যৱস্থাপনা স্নাতকোত্তৰ ডিপ্লমা
  • স্নাতক ডিপ্লমা
  • প্ৰমাণপত্ৰ
  • কম্পিউটাৰ এপ্লিকেচন.
  • ভ্ৰমণ আৰু পৰ্যটন পৰিচালনা,
  • মানৱ অধিকাৰ,
  • বন আৰু বন্যজীৱন পৰিচালনাৰ ওপৰত স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰম ইত্যাদি.

মহাবিদ্যালয়খনে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ভিন্ন পাঠ্যক্ৰম সমূহ প্ৰদান কৰে।

                                     

2. স্বচলিত বতৰ তথ্য কেন্দ্ৰ

মহাবিদ্যালয় খনত স্বচলিত বতৰ তথ্য কেন্দ্ৰ Automatic Weather Information Centre আছে যি Indian Space Research Organisation ISRO, Bangalore and Assam Science, Technology and Environment Council ASTEC, Guwahati ৰ অন্তৰ্গত। তদুপৰি অন্য এটা Automatic Weather Information Centre মহাবিদ্যালয়ত আছে যি ASTEC আৰু Department of Science and Technology, অসম চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত।

                                     
  • ধ ম জ ধ ম জ মহ ব দ য লয ঠ কন ধ ম জ স থ প ত ধ ম জ ব ণ জ য মহ ব দ য লয ঠ কন ধ ম জ স থ প ত ধ ম জ অভ য ন ত ৰ ক মহ ব দ য লয স থ প ত
  • ধ ম জ অভ য ন ত ৰ ক মহ ব দ য লয চনত অসমৰ ধ ম জ জ ল ত অসম চৰক ৰ প ৰত ষ ঠ কৰ চনত মহ ব দ য লয খনৰ আধ ৰশ ল স থ পন কৰ হ ছ ল চনৰ
  • ধ ম জ জ ল ৰ গ গ ম খ অঞ চলৰ অন যতম শ ক ষ ন ষ ঠ ন গ গ ম খ মহ ব দ য লয স থ প ত হয চনত ই গ গ ম খ চহৰৰ পৰ দক ষ ণ গ গ ম খ উচ চতৰ ম ধ যম ক ব দ য লয
  • অধ যক ষ ড ম নস জ য ত ন ওগ ঢক ৱ খন চহৰৰ পৰ প ৱ ছয ক ল ম ট ৰ দ ৰত বত ধ ম জ জ ল আৰ লখ মপ ৰ জ ল ৰ স ম ন তত অৱস থ ত এই মহ ব দ য লয খন স ই অঞ চলৰ শ ক ষ ন ৰ গ
  • গ হ ট চ ক ৎস মহ ব দ য লয Gauhati Medical College গ ৱ হ ট ৰ নৰক স ৰ প হ ৰত অৱস থ ত অসমৰ দ ব ত য খন চ ক ৎস মহ ব দ য লয চনত অসম চৰক ৰ ইয ক
  • সন দ ক ছ ৱ ল মহ ব দ য লয হ ছ গ ৱ হ ট ব শ বব দ য লয ৰ অধ নস থ এখন মহ ব দ য লয এইখন অসম তথ গ ৱ হ ট ৰ প ৰণ মহ ব দ য লয সম হৰ ভ তৰত এখন, য ত ব জ ঞ ন
  • ভ ৰতৰ উত তৰ - প বত অৱস থ ত অসম ৰ জ যৰ এখন জ ল ইয ৰ চ ৰ স ম হ ল উত তৰ ধ ম জ জ ল দক ষ ণ চৰ ইদ উ জ ল আৰ অৰ ণ চল প ৰদ শৰ ট ৰ প জ ল প ব ত ন চ ক য
  • চ ল পথ ৰ ই ৰ জ Silapathar অসমৰ ধ ম জ জ ল ত অৱস থ ত এখন ব যস ত ব যৱস য ক নগৰ ধ ম জ ৰ প ছত চ ল পথ ৰ নগৰখন ধ ম জ জ ল ৰ প ৰধ ন ঠ ই ই অসমৰ প ৰধ ন নদ
  • চ চ বৰগ ও অসমৰ ধ ম জ জ ল ত অৱস থ ত এখন গ ও গ ওখনৰ উত তৰ দ শ গ ইনদ প ৱ চ ল পথ ৰ আৰ পশ চ ম গ ইনদ ব গ ছ চ চ বৰগ ও এখন উন নত আৰ জনবসত প ৰ ণ
  • য ৰহ ট মহ ব দ য লয একত ৰ ত ই ৰ জ Jorhat College Amalgamated য ৰহ ট নগৰৰ ম জমজ য ত অৱস থ ত ক ৱল কল শ খ ৰ এখন স ন তক মহ ব দ য লয ইয ত ছ ত ৰ - ছ ত ৰ