ⓘ জৱাহৰলাল নেহৰু মহাবিদ্যালয় ইংৰাজী: Jawaharlal Nehru College ১৯৮৬ চনত স্থাপন কৰা অসমৰ কামৰূপ জিলাৰ বকো অঞ্চলত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন ..

                                     

ⓘ জৱাহৰলাল নেহৰু মহাবিদ্যালয়

জৱাহৰলাল নেহৰু মহাবিদ্যালয় ইংৰাজী: Jawaharlal Nehru College ১৯৮৬ চনত স্থাপন কৰা অসমৰ কামৰূপ জিলাৰ বকো অঞ্চলত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।

                                     

1. ইতিহাস

১৯৮৬ চনত জৱাহৰলাল নেহৰু মহাবিদ্যালয় স্থাপন কৰা হয়। প্ৰথমে মহাবিদ্যালয়খনৰ নাম বকো মহাবিদ্যালয় নামকৰণৰ প্ৰস্তাব ৰাখিছিল, যদিও পিছত তাক ভাৰতৰ স্বাধীনতা আন্দোলনৰ অন্যতম প্ৰধান নেতা আৰু স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ নামত এই মহাবিদ্যালয়খনৰ নামকৰণ কৰা হয়। বিজ্ঞান শাখা আৰম্ভ হয় ১৯৮৬ চনত। বৰ্তমান মহাবিদ্যালয়খনত স্নাতক পৰ্যায়ত কলা আৰু বিজ্ঞান দুটা শাখা আছে।

                                     
  • প ৰদ শৰ প ন ধৰখন মহ ব দ য লয আছ ত ৰ ক ইখনম ন মহ ব দ য লয ৰ ন ম হ ছ অৰ ণ চল ল এক ড ম ন হৰলগ ন জৱ হৰল ল ন হৰ মহ ব দ য লয প চ ঘ ট ড নবস ক
  • গ হ ট চ ক ৎস মহ ব দ য লয Gauhati Medical College গ ৱ হ ট ৰ নৰক স ৰ প হ ৰত অৱস থ ত অসমৰ দ ব ত য খন চ ক ৎস মহ ব দ য লয চনত অসম চৰক ৰ ইয ক
  • সন দ ক ছ ৱ ল মহ ব দ য লয হ ছ গ ৱ হ ট ব শ বব দ য লয ৰ অধ নস থ এখন মহ ব দ য লয এইখন অসম তথ গ ৱ হ ট ৰ প ৰণ মহ ব দ য লয সম হৰ ভ তৰত এখন, য ত ব জ ঞ ন
  • আহম দ চ ক ৎস মহ ব দ য লয ই ৰ জ Fakhruddin Ali Ahmed Medical College & Hospital অসমৰ পঞ চমখন চ ক ৎস মহ ব দ য লয এই মহ ব দ য লয স লগ ন চ ক ৎস লয খন
  • চৰক ৰ আয ৰ ব দ ক মহ ব দ য লয সমগ ৰ উত তৰ - প ব ভ ৰতৰ আয ৰ ব দ ক চ ক ৎস ৰ একম ত ৰ শ ক ষ ক প ৰত ষ ঠ ন চনত প ৰত ষ ঠ ল ভ কৰ এই মহ ব দ য লয খন জ ল কব ৰ ৰ
  • জগন ন থ বৰ ৱ মহ ব দ য লয ব চম ক জ ব কল জ ই ৰ জ Jagannath Barooah College অসমৰ য ৰহ ট জ ল ৰ প ৰণ শ ক ষ ন ষ ঠ নসম হৰ ভ তৰত অন যতম ই উজন অসমৰ
  • য ৰহ ট মহ ব দ য লয একত ৰ ত ই ৰ জ Jorhat College Amalgamated য ৰহ ট নগৰৰ ম জমজ য ত অৱস থ ত ক ৱল কল শ খ ৰ এখন স ন তক মহ ব দ য লয ইয ত ছ ত ৰ - ছ ত ৰ
  • হ ছ উত তৰপ ৰদ শস থ ত শ ৱ নদৰ ব শ বব দ য লয ৰ উপ চ ৰ য নত ন দ ল ল স থ জৱ হৰল ল ন হৰ ব শ বব দ য লয ৰ স ক ল অৱ ফ জ ক ল চ য ন স ত ত খ ত এগৰ ক পদ ৰ থ ব জ ঞ নৰ
  • আৰ প ছল ভ ৰত য স ব ধ ন ৰচন ৰ ব ব ৰ ষ ট ৰ য কম ট ৰ লগত ম ল ত হ ব জৱ হৰল ল ন হৰ আৰ ম ছল ম ল গ এই সকল ব ৰ আওক ণ কৰ গ ৰ প আ চন ৰ প য ণৰ ব ব হ ত