ⓘ ভাৰত চৰকাৰ ক সাধাৰণ ভাষাত কেন্দ্ৰীয় চৰকাৰ বুলি কোৱা হয়। ২৮খন ৰাজ্য আৰু ৭খন কেন্দ্ৰীয় শাসিত অঞ্চলৰে গঠিত যাক ভাৰত গণৰাজ্য বুলি কোৱা হয়, ইয়াৰেই নিয়ন্ত্ৰণকৰ্ ..

গ্ৰীণ পাৰ্ক ষ্টেডিয়াম

গ্ৰীণ পাৰ্ক ষ্টেডিয়াম হৈছে ভাৰতৰ কানপুৰত অৱস্থিত ৩২,০০০ ক্ষমতাৰ ফ্লাডলাইট ক্ৰিকেট ষ্টেডিয়াম, আৰু উত্তৰ প্ৰদেশ ক্ৰিকেট দলৰ ষ্টেডিয়াম। ষ্টেডিয়ামখন ক্ৰীড়া বিভাগ উত্তৰ প্ৰদেশৰ নিয়ন্ত্ৰণত আছে। ই হৈছে উত্তৰ প্ৰদেশৰ এখন আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়াম যিয়ে নিয়মীয়াকৈ টেষ্ট আৰু এদিনীয়া দুয়োটা প্ৰকাৰৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল আয়োজন কৰে। ষ্টেডিয়ামখনে ভাৰতীয় দলৰ দ্বাৰা খেলা ৫০০ তম টেষ্টৰ আয়োজন কৰিছিল। ই ১৯ আৰু ৩১ মে ২০১৬, ১০ আৰু ১৩ মে ২০১৭ তাৰিখে চাৰিখন ভিভো আই.পি.এল. মেচ আয়োজন কৰিছিল। ১৯ আগষ্ট ২০১৭ তাৰিখলৈকে ২২ খন টেষ্ট,১৪ খন এদিনীয়া আৰু ১ খন টি-২০ আয়োজন কৰিছে। ষ্টেডিয়াম গংগা নদী ...

মোগল সম্ৰাজ্য

মোগল বা মোঘল সাম্ৰাজ্য দক্ষিণ এছিয়াৰ এক প্ৰাৰম্ভিক আধুনিক সাম্ৰাজ্য আছিল। প্ৰায় দুই শতিকাৰ পৰা এই সাম্ৰাজ্য পশ্চিমৰ সিন্ধু অৱবাহিকা, উত্তৰ-পশ্চিমৰ উত্তৰ আফগানিস্তান আৰু উত্তৰে কাশ্মীৰৰ বাহিৰৰ প্ৰান্তৰ পৰা পূবে বৰ্তমানৰ অসম আৰু বাংলাদেশৰ উচ্চভূমি আৰু দক্ষিণ ভাৰতৰ ডেক্কান মালভূমিৰ ওপৰভাগলৈকে বিস্তৃত আছিল। মোগল সাম্ৰাজ্য পৰম্পৰাগতভাৱে 1526 চনত বাবৰৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল বুলি কোৱা হয়, যি হৈছে উজবেকিস্তানৰ এজন যোদ্ধা মুৰব্বী, যি চুবুৰীয়া চাফাভিদ আৰু অটোমান সাম্ৰাজ্যৰ পৰা সাহায্য নিয়োগ কৰিছিল, পানীপথৰ প্ৰথম যুদ্ধত দিল্লীৰ চুলতান ইব্ৰাহিম লোধিক পৰাস্ত কৰিবলৈ আৰু উজনি ভাৰতৰ সমভূমিত প্ৰৱ ...

নুমলীগড় তেল শোধনাগাৰ

নুমলীগড় তেল শোধনাগাৰ অসমৰ গোলাঘাট জিলাৰ নুমলীগড়ৰ মৰঙীত অৱস্থিত অৱস্থিত এটা খাৰুৱা তেলৰ শোধনাগাৰ। অসম আন্দোলনৰ পাছত হোৱা স্বাক্ষৰিত হোৱা চুক্তি অনুসাৰে চতুৰ্থটো ৩ মিলিয়ন মেট্ৰিক টন ক্ষমতাৰ শোধনাগাৰটো স্থাপন কৰা হৈছিল। এই শোধনাগাৰটোৰ ১২.৩৪ শতাংশৰ অংশীদাৰ হৈছে অসম চৰকাৰ। ১৯৯৯ চনত ২৭২৪ কোটি টকাত নুমলীগড়ত ভাৰতীয় প্ৰযুক্তিৰ আধাৰত এই শোধনাগাৰটো মুকলি কৰা হৈছিল। ই ভাৰত চৰকাৰৰ অধীনস্থ অইল ইণ্ডিয়া লিমিটেড আৰু অসম চৰকাৰৰ আৰু ইঞ্জিনিয়াৰৰ্ছ ইণ্ডিয়া লিমিটেডৰ মাজত এক যৌথ উদ্যোগ।

জনতা পাৰ্টি

জনতা পাৰ্টি ভাৰতৰ এটা ৰাজনৈতিক দল আছিল। প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে বলবৎ কৰা ১৯৭৫ৰ পৰা ১৯৭৭লৈ চলা জৰুৰীকালীন অৱস্থাৰ বিৰোধ কৰা ৰাজনৈতিক দলবোৰৰ একত্ৰীকৰণেৰে এই দলটো গঠন কৰা হৈছিল। ১৯৭৭ৰ সাধাৰণ নিৰ্বাচনত জনতা পাৰ্টিয়ে ইন্দিৰা কংগ্ৰেছক পৰাজিত কৰি মোৰাৰজী দেশাইৰ প্ৰধানমন্ত্ৰিত্বত স্বাধীন ভাৰতৰ প্ৰথম অকংগ্ৰেছী চৰকাৰ গঠন কৰে।

ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া

ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া এটা ভাৰতীয় জৈৱপ্ৰযুক্তিবিজ্ঞান আৰু জৈৱভেষজ কোম্পানী। কোম্পানীটোৱে বিশ্বৰ ভিতৰতে সৰ্বাধিক ছিটা উৎপাদন কৰে। মহাৰাষ্ট্ৰৰ পুনে চহৰত অৱস্থিত এই কোম্পানীটো ১৯৬৬ চনত চাইৰাছ পুনাৱালাই প্ৰতিষ্ঠা কৰিছিল। ই "পুনাৱালা ইনভেষ্টমেণ্ট এণ্ড ইনডাষ্ট্ৰীজ্" নামৰ পিতৃ কোম্পানীটোৰ অধীনস্থ এক সহায়ক প্ৰতিষ্ঠান।

                                     

ⓘ ভাৰত চৰকাৰ

ভাৰত চৰকাৰ ক সাধাৰণ ভাষাত "কেন্দ্ৰীয় চৰকাৰ" বুলি কোৱা হয়। ২৮খন ৰাজ্য আৰু ৭খন কেন্দ্ৰীয় শাসিত অঞ্চলৰে গঠিত যাক "ভাৰত গণৰাজ্য" বুলি কোৱা হয়, ইয়াৰেই নিয়ন্ত্ৰণকৰ্তা হৈছে ভাৰত চৰকাৰ। ভাৰত চৰকাৰৰ মুখ্য আসন বুলি দিল্লীক বুজায়, যিহেতু চৰকাৰৰ মুখ্য কাম কাজসমূহ ইয়াৰ পৰাই পৰিচালিত হয়।

ভাৰত দেশৰ নাগৰিকসকলৰ লগত সম্পৰ্কীত বুনিয়াদী দেৱানী আৰু ফৌজদাৰী আইন, যেনে নাগৰিক প্ৰক্ৰিয়া সংহিতা, ভাৰতীয় দণ্ড সংহিতা, অপৰাধ প্ৰক্ৰিয়া সংহিতা, আদি সংসদৰ দ্বাৰা নিৰ্মাণ হয়। সংঘ আৰু প্ৰতিখন ৰাজ্যৰে চৰকাৰক তিনি অংশ, কাৰ্যপালিকা, বিধায়িকা আৰু ন্যায়পালিকাৰ অন্তৰ্গত কাম কৰে।

                                     
  • অসম চৰক ৰ ভ ৰতবৰ ষৰ অসম ৰ জ য আৰ ইয ৰ খন জ ল ৰ সৰ ব চ চ শ সনত ন ত ৰ ক কৰ ত পক ষ এই চৰক ৰ ৰ জ যপ লসহ শ সনব ভ গ, আইনব ভ গ আৰ ব চ ৰব ভ গৰ স ত গঠ ত
  • য ক তৰ জ য, ফ ৰ ন স, জ প ন, ইট ল আদ ৰ চৰক ৰ একক ন দ ৰ য আনহ ত আম ৰ ক য ক তৰ ষ ট ৰ, ভ ৰত ৰ ছ য অষ ট ৰ ল য আদ ৰ চৰক ৰ য ক তৰ ষ ট ৰ য স সদ য পদ ধত ৰ
  • অসম চ ক ত ভ ৰত চৰক ৰ আৰ অসম আন দ লনৰ ন ত ত বৰ ম জত চনৰ আগষ টত নত ন দ ল ল ত স ব ক ষৰ ত হ ৱ এখন ব জ ব জ চ ক ত ই ৰ জ Memorandum of
  • ক ন ত ত ত য ভ ৰতৰ স থ য স ব ধ ন ন ছ ল আইনসম হ পৰ ৱৰ ত ত ঔপন ব শ ক ভ ৰত চৰক ৰ অধ ন য ম ক ওপৰত ন ৰ ভৰশ ল আছ ল চনৰ আগষ টত ড ব আৰ আম ব দক ৰক
  • জনক মৰ ণত তৰ ভ ৱ ভ ৰত ৰত ন প ৰদ ন কৰ হয ক ন ত প ছত আইন জট লত ৰ ব ব স ভ ষচন দ ৰ বস ৰ ভ ৰত ৰত ন ঘ ৰ ই অন ৰ ব ব ভ ৰত চৰক ৰ ব ধ য হয এইট ৱ ই প ৰস ক ৰ
  • স ব ধ নখন প ৰবৰ তনৰ লগ লগ প ৰ বপ ৰচল ত চনৰ ভ ৰত শ সন আইনৰ অৱস ন ঘট দ শৰ সৰ ব চ চ আইন হ ৱ ৰ ব ব ভ ৰত চৰক ৰ প ৰবৰ ত ত প ৰত খন আইনক স ব ধ ন - অন সৰ হ কৰ
  • ব ভ গ এই স ৱ ৰ ব ষয সকল ভ ৰত চৰক ৰ আৰ প ৰত ট ৰ জ য আৰ ক ন দ ৰ য শ স ত অঞ চলল স ৱ আগবঢ য আই এ এছ ব ষয সম হ ভ ৰত চৰক ৰৰৰ অধ নস থ ব ভ ন ন ৰ জহ ৱ
  • ব ক ষম ত ৰ প ৰস ক ৰ ভ ৰত চৰক ৰ ক ষ ভ ষণ প ৰস ক ৰ মহ ৰ ষ ট ৰ চৰক ৰ পদ মশ ৰ ভ ৰত চৰক ৰ পদ মভ ষণ ভ ৰত চৰক ৰ ব শ বব ক জ ত
  • ভ ৰত ব ভ ৰত য প ৰজ তন ত ৰ ই ৰ জ Republic of India দক ষ ণ এছ য ত অৱস থ ত এখন স ৰ বভ ম গণত ন ত ৰ ক ৰ ষ ট ৰ ভ গ ল ক আয তনৰ ফ লৰ পৰ ভ ৰত প থ ৱ ৰ