ⓘ অলিম্পিকত ভাৰত - গ্ৰীষ্মকালীন অলিম্পিক ২০১২ত ভাৰত, গ্ৰীষ্মকালীন অলিম্পিক ২০১৬ত ভাৰত, সুশীল কুমাৰ, কৰ্ণম মালেশ্বৰী, শিৱ থাপা, অলিম্পিক ..

গ্ৰীষ্মকালীন অলিম্পিক ২০১২ত ভাৰত

ভাৰতে ইংলেণ্ডৰ লণ্ডনত অনুষ্ঠিত ২০১২ অলিম্পিক ত ভাগ লৈছিল। ২০১২ চনৰ ২৭ জুলাইৰ পৰা ১২ আগষ্ট লৈকে এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। ভাৰতীয় অলিম্পিক সংস্থাই ১৩ টা বিভিন্ন শাখাত মুঠ ৮৩ জন খেলুৱৈক এই প্ৰতিযোগিতাত ভাগ ল’বলৈ সুবিধা দিছিল। ২০১২ লণ্ডন অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত ভাৰতৰ পতাকা বহন সুশীল কুমাৰে কৰিছিল আৰু সামৰণি অনুষ্ঠানত মেৰি কমে কৰিছিল। ২০১২ লণ্ডন অলিম্পিক প্ৰতিযোগিতাত ভাৰতে মুঠ ৬ টা পদক দখল কৰে। ইয়াৰ ভিতৰত দুটা ৰূপৰ আৰু ৪ টা ব্ৰঞ্জৰ পদক আছিল।

গ্ৰীষ্মকালীন অলিম্পিক ২০১৬ত ভাৰত

ভাৰতে ৫ৰ পৰা ২১ আগষ্ট ২০১৬লৈ ব্ৰাজিলৰ ৰিঅ দ্য জেনেৰিঅত অনুষ্ঠিত হৈ থকা ২০১৬ গ্ৰীষ্মকালীন অলিম্পিক ত অংশগ্ৰহণ কৰিছে। ১৯০০ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতৰ অংশগ্ৰহন সম্পৰ্কে আনুষ্ঠানিক বিতাণ্ডা আছে যদিও ১৯২০ চনৰে পৰা অনুষ্ঠিত প্ৰতিখন গ্ৰীষ্মকালীন অলিম্পিকতেই ভাৰতে অংশগ্ৰহণ কৰি আহিছে। এইবাৰ ভাৰতীয় অলিম্পিক এছচিয়েছনে অলিম্পিকলৈ গ্ৰীষ্মকালীন অলিম্পিক ইতিহাসত বৰ্তমানলৈকে ৰাষ্ট্ৰখনৰ পৰা সৰ্ব বৃহৎ ৰাষ্ট্ৰীয় দল সৰ্বমুঠ ১১৮ জন ক্ৰীড়াবিদ; ২০১২ চনৰ ৮৩ জনীয়া দলটোতকৈ ৩৫ জন অধিক প্ৰেৰণ কৰিছে।

সুশীল কুমাৰ

সুশীল কুমাৰ এজন ভাৰতীয় মল্লযোদ্ধা। ২০১০ চনৰ ৱ’ৰ্ল্ড চেম্পিয়নস্বিপৰ ৬৬ কেজিৰ ফ্ৰি ষ্টাইল শাখাত স্বৰ্ণ আৰু ২০১২ চনৰ লণ্ডন অলিম্পিকত ৰূপ আৰু ২০০৮ চনৰ বেইজিং অলিম্পিকত ব্ৰঞ্জৰ পদক পাই ক্ৰমাগতভাৱে দুখন অলিম্পিকত পদক পোৱা সুশীল কুমাৰ একমাত্ৰ ভাৰতীয়। ২০১২ চনৰ অলিম্পিকৰ চুড়ান্ত খেলত কুমাৰক জাপানৰ তাতচুহিৰ’ য়’নেমিটচুৱে পৰাস্ত কৰে। বেইজিং অলিম্পিকত তেওঁ কাজাখাস্তানৰ লিঅ’নিড স্পিৰিড’ন’ভ হৰুৱাই ব্ৰঞ্জ পদক দখল কৰিছিল। ১৯৫২ চনৰ হেলচিংকি অলিম্পিকত কে. দি. যাদৱে অৰ্জন কৰা মল্লযুদ্ধৰ ব্ৰঞ্জৰ পদকটিৰ পছত বেইজিঙৰ পদকটো আছিল মল্লযুদ্ধত ভাৰতৰ দ্বিতীয় অলিম্পিক পদক। ২০০৯ চনৰ জুলাই মাহত তেওঁ ভাৰতীয় ক্ৰীড়া ...

কৰ্ণম মালেশ্বৰী

কৰ্ণম মালেশ্বৰী এগৰাকী ভাৰতীয় ভাৰোত্তলক। তেওঁ ২০০০ চনত অষ্ট্ৰেলিয়াৰ ছিডনীত অনুষ্ঠিত হোৱা অলিম্পিক খেলৰ ৬৯ কেজি শাখাৰ ভাৰোত্তলনত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তেওঁ অলিম্পিকত পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা। অলিম্পিক, বিশ্ব চেম্পিয়নশ্বিপ, এছিয়ান গেমছ আদিত পদক লাভ কৰা কৰ্ণম মালেশ্বৰীক ভাৰত চৰকাৰে ১৯৯৫ চনত ক্ৰীড়া জগতৰ সৰ্বোচ্চ সন্মান ৰাজীৱ গান্ধী খেলৰত্ন বঁটা প্ৰদান কৰিছিল। ১৯৯৯ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।

শিৱ থাপা

শিৱ থাপা অসমৰ এগৰাকী বক্সিং খেলুৱৈ। পুনেস্থিত সেনা ক্ৰীড়া প্ৰতিষ্ঠানত প্ৰশিক্ষণ লৈ থকা এইগৰাকী বক্সাৰে ২০১২ চনত হবলগীয়া লণ্ডন অলিম্পিকত ভাগ লোৱাৰ যোগ্যতা অৰ্জন কৰিছে। ফ্লাইৱেইট শাখাত ভাৰতৰ হৈ প্ৰতিদ্বন্দ্ব্বীতা কৰিবলৈ যোগ্যতা অৰ্জন কৰা শিৱ থাপা অলিম্পিকলৈ নিৰ্বাচিত হোৱা দেশৰ কনিষ্ঠতম বক্সাৰ।

অলিম্পিক

আধুনিক অলিম্পিক হৈছে বৰ্তমান বিশ্বত অনুষ্ঠিত সৰ্ববৃহত অনুষ্ঠান সমূহৰ এটা। অলিম্পিকক মূলতঃ গ্ৰীষ্মকালীন আৰু শীতকালীন দূটা ভাগত ভাগ কৰা হয়, অলিম্পিক খেলসমূহত পৃথিৱীৰ বিভিন্ন দেশৰ হাজাৰ হাজাৰ খেলুৱৈ প্ৰতিযোগীয়ে বিভিন্ন ধৰণৰ খেলত অংশগ্ৰহণ কৰে। অলিম্পিকক বিশ্বৰ সকলোতকৈ প্ৰাচীন আৰু সকলোতকৈ মৰ্যদাপূৰ্ণ ক্ৰীড়া প্ৰতিযোগিতা বুলি গণ্য কৰা হয়। বৰ্তমান অলিম্পিক দূবছৰৰ মূৰত অনুষ্ঠিত হয়, এখন গ্ৰীষ্মকালীন অলিম্পিক হৈ যোৱাৰ পাছত পাছৰখন শীতকালীন অলিম্পিক অনুষ্ঠিত হয়, অৰ্থাৎ দুখন গ্ৰীষ্মকালীন বা দুখন শীতকালীন অলিম্পিকৰ মাজৰ অন্তৰ চাৰি বছৰ। খ্ৰীষ্ট পূৰব ৪ৰ্থ শতিকাত প্ৰাচীন গ্ৰীচৰ অলিম্পিয়া চহৰত অনুষ্ঠি ...

                                     

ⓘ অলিম্পিকত ভাৰত

  • ভ ৰত ই ল ণ ডৰ লণ ডনত অন ষ ঠ ত অল ম প কত 2012 Summer Olympics ভ গ ল ছ ল চনৰ জ ল ইৰ পৰ আগষ ট ল ক এই প ৰত য গ ত অন ষ ঠ ত হ ছ ল ভ ৰত য
  • জ ন ৰ অ ত অন ষ ঠ ত হ থক গ ৰ ষ মক ল ন অল ম প কত অ শগ ৰহণ কৰ ছ চনত প ৰ ছত অন ষ ঠ ত গ ৰ ষ মক ল ন অল ম প কত ভ ৰতৰ অ শগ ৰহন সম পৰ ক আন ষ ঠ ন ক ব ত ণ ড
  • শ খ ত স বৰ ণ আৰ চনৰ লণ ডন অল ম প কত ৰ প আৰ চনৰ ব ইজ অল ম প কত ব ৰঞ জৰ পদক প ই ক ৰম গতভ ৱ দ খন অল ম প কত পদক প ৱ স শ ল ক ম ৰ একম ত ৰ ভ ৰত য
  • কৰ ছ ল ত ও অল ম প কত পদক ল ভ কৰ প ৰথম গৰ ক ভ ৰত য মহ ল অল ম প ক, ব শ ব চ ম প য নশ ব প, এছ য ন গ মছ আদ ত পদক ল ভ কৰ কৰ ণম ম ল শ বৰ ক ভ ৰত চৰক ৰ
  • প ৰত ষ ঠ নত প ৰশ ক ষণ ল থক এইগৰ ক বক স ৰ চনত হ বলগ য লণ ডন অল ম প কত ভ গ ল ৱ ৰ য গ যত অৰ জন কৰ ছ ফ ল ইৱ ইট শ খ ত ভ ৰতৰ হ প ৰত দ বন দ ব ব ত
  • সকলৰ ব ব প ৰ অল ম প ক আৰ চ মন য সকলৰ ব ব য ৱ অল ম প ক খ লৰ আধ ন ক অল ম প কত অন তৰ ভ ক ত ঊল ল খয গ য ত ৰ পৰ ব শ শত ক ত IOCয ব ভ ন ন অৰ থন ত ক
  • আছ ল চনৰ লণ ডন অল ম প কত ৰয ল অপ ৰ হ উচত অন ষ ঠ ত অল ম প ক স গ ৰহ লয প ৰদৰ শন ত ত ও ক সন ম ন ত কৰ হ ছ ল চনত ভ ৰত চৰক ৰ ত ও ক ৰ ড ক ষ ত ৰল
  • হ ন দ य ग श वर दत त এজন ভ ৰত য ক স ত খ ল ৱ ত ও গ ৰ ষ মক ল ন অল ম প কত প ৰ ষৰ ক জ ফ ৰ ষ ট ইল ক স ত ত একট ব ৰঞ জ পদক জয কৰ ছ ল য গ শ বৰ
  • দ ব ত প ৰত য গ ত ত ক ৱ ৰ ট ৰ ফ ইন ল পৰ যন ত আগ ব ঢ চনৰ আটল ন ট অল ম প কত ফ ৰ ন ন দ ম ল জ ন ক পৰ জ ত কৰ ব ৰঞ জ পদক ল ভ কৰ স ই বছৰ ত ও ৱৰ ল ড
  • ভ ৰত য একক খ ল ৱ হ চ প পৰ গন ত হয প ভ স ন ধ ৱ গ ৰ ষ মক ল ন অল ম প কত জ প নৰ ন জম ওক হ ৰ ক - - ব যৱধ নত পৰ জ ত কৰ মহ ল ৰ ব ডম ণ টন