ⓘ ভাৰতৰ পৰিবহণ - ইণ্ডিগ, ভাৰতৰ পাৰ্বত্য ৰেলপথ, হাইদৰাবাদ, গুৱাহাটী, লালবাহাদুৰ শাস্ত্ৰী, উত্তৰ-পূব সীমান্ত ৰেলৱে ..

ইণ্ডিগ

ইণ্ডিগ ভাৰতৰ এক নিম্ন খৰচৰ বিমান প্ৰতিষ্ঠান; ইয়াৰ মুখ্য কাৰ্য্যালয় ভাৰতৰ গুৰগাঁৱত অৱস্থিত। যাত্ৰী পৰিবহণৰ দৃষ্টিকোণৰ পৰা ই ভাৰতৰ সৰ্ববৃহৎ বিমানসংস্থা। ২০১৫ চনৰ আগষ্ট মাহৰ তথ্য অনুসৰি ইণ্ডিগৰ ব্যৱসায়ৰ পৰিমাণ ভাৰতৰ বজাৰৰ ৩৫.৩%। বিমান প্ৰতিষ্ঠানটিৰ বৰ্তমান ৪১টা গন্তব্যস্থলৰ ভিতৰত ৩৬টা ঘৰুৱা আৰু ৫টা আন্তৰ্জাতিক গন্তব্যস্থল আছে। ইয়াৰ প্ৰাথমিক হাব হৈছে দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰ। ২০১৪ চনত ইণ্ডিগত মুঠ ২১.৪ মিলিয়ন যাত্ৰী আভ্যন্তৰীন পৰিবহণ কৰিছিল।

ভাৰতৰ পাৰ্বত্য ৰেলপথ

দাৰ্জিলিং হিমালয়ান ৰেল, নীলগিৰি পাৰ্বত্য ৰেল আৰু কালকা-ছিমলা ৰেল একত্ৰিতভাৱে ভাৰতৰ পাৰ্বত্য ৰেলপথ নামেৰে ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থান তালিকাত অন্তৰ্ভুক্ত। ঊনবিংশ শতাব্দী আৰু বিংশ শতাব্দীৰ প্ৰথমাৰ্ধত ব্ৰিটিছ শাসনকালত ভাৰতত পাঁচটি পাৰ্বত্য ৰেলপথ আৰম্ভ হৈছিল। এইসমূহ বৰ্তমান ভাৰতীয় ৰেলৰ দ্বাৰা পৰিচালিত। এই পাঁচটাৰ মাজত তিনিটা উত্তৰ ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলত অৱস্থিত। এইসমূহ হ’ল দাৰ্জিলিং হিমালয়ান ৰেল, কালকা-ছিমলা ৰেল আৰু কাংড়া উপত্যকা ৰেল । অৱশিষ্ট দুটাৰ মাজত এটা হ’ল দক্ষিণ ভাৰতৰ পশ্চিমঘাটৰ নীলগিৰি পাৰ্বত্য ৰেল আৰু আনটো মহাৰাষ্ট্ৰৰ মাথেৰন পাহাৰী ৰেল। এই পাঁচটা ৰেলপথৰ মাজৰ তিনিটাক "দু ...

হাইদৰাবাদ

হাইদৰাবাদ ভাৰতৰ তেলঙ্গানা ৰাজ্যৰ ৰাজধানী। এই চহৰক "চিটি অব পাৰ্লছ" বুলি জনা যায়। হাইদৰাবাদৰ আয়তন ৬৫০ বৰ্গকিঃমিঃ আৰু জনসংখ্যা ৬৮ লাখ।

গুৱাহাটী

গুৱাহাটী বা পূৰ্বতে কোৱা গৌহাটী হৈছে ভাৰতৰ অসম ৰাজ্যৰ এখন মহানগৰ। ইয়াক প্ৰাচীন কালত "প্ৰাগজ্যোতিষপুৰ" নামেৰে জনা গৈছিল। ই উত্তৰ-পূব ভাৰতৰ বৃহত্তম মেট্ৰপলিটান এলেকা আৰু কলকাতা, পাটনাৰ পিছত পূব ভাৰতৰ তৃতীয় বৃহৎ নগৰ। ইয়াক উত্তৰ-পূব ভাৰতৰ প্ৰৱেশদ্বাৰ বুলিও কোৱা হয়। ২০১১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ৯,৬২,৩৩৪ জন। যোৱা দশককেইটাত গুৱাহাটীৰ যথেষ্ট ভৌগোলিক আৰু জনসংখ্যাৰ পৰিৱৰ্তন হৈছে। প্ৰাচীন প্ৰাগজ্যোতিষপুৰ আছিল কামৰূপ ৰাজ্যৰ ৰাজধানী। বৰ্তমানেও ইয়াত বহুতো পুৰণি মঠ-মন্দিৰ দেখিবলৈ পোৱা যায়। কামাখ্যা দেৱালয়, উমানন্দ মন্দিৰ, নৱগ্ৰহ মন্দিৰ, শুক্ৰেশ্বৰ মন্দিৰ, বশিষ্ঠাশ্ৰম, দৌল গোবিন্দ মন্দিৰ ...

লালবাহাদুৰ শাস্ত্ৰী

লালবাহাদুৰ শাস্ত্ৰী কঠোৰ শ্ৰম, কৰ্তব্যনিষ্ঠা, অসীম অধ্যৱসায়ৰ মাজেৰে নিজক প্ৰতিষ্ঠা কৰি যোৱা এইজন ব্যক্তিয়েই ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী হিচাপে শাসন ভাৰ গ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰী জৱহৰলাল নেহেৰুৰ মৃত্যৰ পিছত খালী আসন পূৰাবলৈ লালবাহাদুৰ শাস্ত্ৰীৰ নামেই ৰাইজৰ জল্পনা-কল্পনাৰ যতি পেলাব পাৰিছিল। তেওঁৰ মহান দেশভক্তিৰ প্ৰতি শ্ৰদ্ধা জনাই দেশে তেওঁক ১৯৬৬ চনত ভাৰত-ৰত্ন উপাধিৰে সন্মানিত কৰিছিল। কথাতকৈ হাতে কামে আগবাঢ়ি য়োৱাটোহে মহান- এনে আদৰ্শৰে লালবাহাদুৰ অনুপ্ৰাণিত আছিল বাবেই তেওঁৰ বাসভৱনৰ সন্মুখৰ মাটিডৰাত ফুলনিৰ সলনি ৰূপান্তৰিত কৰিছিল ঘেঁহু পথাৰলৈ। তেওঁ স্বাধীনতা যুঁজাৰু আছিল।

উত্তৰ-পূব সীমান্ত ৰেলৱে

উত্তৰ-পূব সীমান্ত ৰেলৱে হল ৰেলৱে ভাৰতীয় ৰেলৰ ষোলটা ৰেল মণ্ডলৰ আটাইতকৈ সৰু ৰেল মণ্ডল; অথচ ই আটাইতকৈ বেছি ৰাজ্যক সামৰি লৈছে। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মানচিত্ৰই সামৰি লোৱা ৰাজ্যকেইখন হল- অসম, মেঘালয়, পশ্চিমবংগ, বিহাৰ, নাগালেণ্ড, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু মণিপুৰ। এই জনটোৱে উত্তৰ পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰ বাসিন্দালৈ সেৱা আগবঢ়োৱাৰ উপৰিও উত্তৰ বংগ আৰু পূব বিহাৰলৈয়ো সেৱা আগবঢ়াইছে। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ সদৰ গুৱাহাটীৰ অন্তৰ্গত মালিগাঁৱত।

                                     

ⓘ ভাৰতৰ পৰিবহণ

  • আভ যন তৰ ন পৰ বহণ কৰ ছ ল চনৰ ম ৰ চৰ মত ইণ ড গ ই দ ন ক খন ব ম ন ট গন তব যস থলল ব ম ন স ৱ আগবঢ য ইয ৰ ট স থ ন হ ছ ভ ৰতৰ ভ তৰৰ আৰ
  • দ ৰ জ ল হ ম লয ন ৰ ল, ন লগ ৰ প ৰ বত য ৰ ল আৰ ক লক - ছ মল ৰ ল একত ৰ তভ ৱ ভ ৰতৰ প ৰ বত য ৰ লপথ ই ৰ জ Mountain Railways of India ন ম ৰ ইউন স ক ব শ ব
  • হ ইদৰ ব দৰ প ৰধ ন ব ছ আস থ ন হ ছ মহ ত ম গ ন ধ ব ছ আস থ ন চহৰখনত ৰ জ য ক পৰ বহণ ন গমৰ নতক ও অধ ক ব ছ চল চল কৰ চহৰখনৰ প ৰধ ন ৰ ল য ত য ত ব যৱস থ ৰ
  • চ ট ব ছ স ৱ অত স ব ধ জনক ব যক ত গত আৰ অসম ৰ জ য ক পৰ বহণ ন গমৰ চ ট ব ছৰ উপৰ ও ৰ জ য ক পৰ বহণ ন গমৰ শ ত - ত প ন য ন ত ৰ ত চ ট ব ছ উপলব ধ গ ৱ হ ট ৰ
  • গ ব ন দ বল লভ পণ টৰ ন ত ত বত প ৰথম প ৰ ল য ম ণ টৰ চ ক ৰ ট ৰ আৰ প ছল গ হ - পৰ বহণ দপ তৰৰ মন ত ৰ হ চ প ন য ক ত হয ত ৰ প ছত ক গ ৰ ছৰ ন ছ ক অধ ব শনৰ সভ পত
  • অধ নল অন হয উন নততৰ মটৰ পৰ বহণ ব যৱস থ ৰ ব ব দ ৰ জ ল হ ম লয ন ৰ লৱ ল কচ নৰ সন ম খ ন হ ৱ ত চনত স মগ ৰ পৰ বহণ সম প ৰ ণৰ প বন ধ কৰ দ য
  • ম উন চ প য ল কম ছন ৰৰ ক ৰ যক লৰ ম য দ আঢ বছৰ ম ম ব ইৰ জন পৰ বহণ ব যৱস থ ৰ অন তৰ গত পৰ বহণ ম ধ যমব ৰ হ ল ম ম ব ই প ত লব হ ৰ ল, ব হন ম ম ব ই ইল কট ৰ ক
  • ব দ ক ন দ ৰ য চৰক ৰ ৰ জ য সম হত আইন প ৰণয ন কৰ ব ন ৱ ৰ আক শ ক ষ পৰ বহণ অপৰ ধম লক আইনৰ দৰ ক ইব ট ও ব ষয য গ ম ত ল ক ভ ক ত এই সকল ক ষ ত ৰত ক ন দ ৰ
  • গ ৱ হ ট ৰ পৰ ম ঘ লয ৰ ম জ ৰ প ৰ হ শ লচৰ স ম ইছ ব যক ত গত আৰ অসম ৰ জ য ক পৰ বহণ ন গমৰ ব ছ এই অঞ চলত ন য ম য ক চল চল কৰ লগত বৰ ক উপত যক ক গ ৱ হ ট
  • ত ও ভ ৰতত ল ব ৰ প ৰ ট ও প ৰত ষ ঠ কৰ ত ও ৰ চ ষ ঠ ত প নপ ৰথম ব ৰৰ ব ব পৰ বহণ বন ৱ স ঘ স থ পন হয অখ ল ভ ৰত য ৰ লৱ কৰ মচ ৰ স গঠনৰ ত ও অন যতম গ ৰ
  • অধ নল অন হয উন নততৰ মটৰ পৰ বহণ ব যৱস থ ৰ ব ব দ ৰ জ ল হ ম লয ন ৰ লৱ ল কচ নৰ সন ম খ ন হ ৱ ত চনত স মগ ৰ পৰ বহণ সম প ৰ ণৰ প বন ধ কৰ দ য
                                     

কালাদান মাল্টি মডেল ট্ৰানজিট ট্ৰান্সপোৰ্ট প্ৰজেক্ট

কালাদান মাল্টি মডেল ট্ৰানজিট ট্ৰান্সপোৰ্ট প্ৰজেক্ট হৈছে এটা প্ৰায় ৪৮৪ মিলিয়ন ডলাৰৰ প্ৰকল্প যিটোৱে ভাৰতৰ কলিকতা বন্দৰৰ লগত ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ ছিত্তেৰ লগত সংযোগ কৰিছে। তাৰ পাছত ম্যানমাৰৰ ছিত্তেৰ পৰা চিন ৰাজ্যৰ পালেট্‌ৱা লগত কালাদান নদীৰ যোগেদি সংযোগ কৰা হৈছে। পালেট্‌ৱাৰ পৰা স্থলপথেৰে ভাৰতৰ মিজোৰাম ৰাজ্য সংযোগ কৰা হৈছে।