ⓘ ভাৰতৰ ব্যক্তি - ভাৰতৰ ৰাষ্ট্ৰীয় বঁটা আৰু সন্মানৰ তালিকা, গোপাল কৃষ্ণ গোখলে, ২২ নৱেম্বৰ, এলভিছ আলী হাজৰিকা, ১৯ এপ্ৰিল, ৪ নৱেম্বৰ, অতিশী মাৰ্লেনা, অমৰকান্ত ..

ভাৰতৰ ৰাষ্ট্ৰীয় বঁটা আৰু সন্মানৰ তালিকা

ভাৰত ৰত্ন ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান। সাহিত্য, কলা, বিজ্ঞান, সমাজসেৱা আদি ক্ষেত্ৰত বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিক এই সন্মান প্ৰদান কৰা হয়। কেৱল ভাৰতৰ ব্যক্তিকে নহয় বিদেশী ব্যক্তি যেনে খান আব্দুল গফ্ফৰ খান, নেলছন মেণ্ডেলা আদিকো এই সন্মানেকে বিভূষিত কৰা হৈছে। ১৯৫৪ চনত প্ৰথমবাৰৰ বাবে ভাৰত ৰত্ন প্ৰদান কৰা হয়। সেই বছৰ চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী, সৰ্বপল্লী ৰাধাকৃষ্ণণ আৰু চন্দ্ৰশেখৰ ভেঙ্কটৰমণক এই সন্মান যচা হৈছিল।

গোপাল কৃষ্ণ গোখলে

গোপাল কৃষ্ণ গোখলে ভাৰতৰ স্বাধীনতা আন্দোলনৰ আদিযুগৰ এক স্বনামধন্য ৰাজনৈতিক নেতা আৰু এজন বিশিষ্ট সমাজ সংস্কাৰক আছিল। গোখলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন প্ৰবীণ নেতা আৰু "চাৰভেণ্টছ অফ ইণ্ডিয়া চছাইটি"ৰ প্ৰতিষ্ঠাপক আছিল। তেখেত গান্ধীজীৰ দৃষ্টিত এজন আদৰ্শ ৰাজনীতিবিদ আছিল। ৰাজনীতিৰ ক্ষেত্ৰত গোখলেৰ নিষ্ঠা, সততা, সাহস আৰু বিনম্ৰতা এই সকলোবোৰ গুণৰ উল্লেখ কৰি গান্ধীজীয়ে প্ৰশংসা কৰিছিল- Political worker- pure as a crystal, gentle as a lamb, brave as a lion and chivalrous to a fault. It does not matter to me that he may not have been any of these things. It was enough for me that I could discover no fa ...

২২ নৱেম্বৰ

আজি লেবাননৰ স্বাধীনতা দিৱস। ১৭৭৪ চনত ভাৰতৰ ব্ৰিটিছ প্ৰশাসক ৰবাৰ্ট ক্লাইভৰ মৃত্যু। ১৮০৯ চনত আধুনিক কল্মৰ আৱিষ্কাৰ৷ ১৮৬৪ চনত ভাৰতৰ ঔপনিৱেসিক অনুশীলনকাৰী প্ৰথম মহিলা চিকিৎসক ডাঃ ৰুক্ষ্মাবাই ৰাউতৰ জন্ম৷ ১৮৬৯ চনত ফৰাচীৰ ঔপনাসিক ন’বেল বিজয়ী ঔপনাসিক আন্দে পল গুইল্লোম জিদৰ জন্ম। ১৮৮৪ চনত সাহিত্যিক আল্লামা নাদবীৰ জন্ম৷ ১৮৮৯ চনত ভাৰতৰ নৱম লোকসভা নিৰ্বাচন আৰম্ভ৷ ১৮৯২ চনত ভাৰতপ্ৰেমী ইংৰাজী মীৰা বেনৰ জন্ম৷ ১৯৩৯ চনত সমাজবাদী পাৰ্টিৰ মুৰব্বী মুলায়ন সিং যাদৱৰ জন্ম। ১৯৪৩ চনত লেবাননৰ স্বাধীনতা লাভ। ১৯৪৩ চনত ৰাজনীতিবিদ মূলায়েম সিং যাদৱৰ জন্ম৷ ১৯৫৬ চনত অষ্টেলিয়াৰ মেলবৰ্ণত ১৬ তম অলিম্পিক গেমছ আৰম্ভ। ১৯৬৩ চ ...

এলভিছ আলী হাজৰিকা

এলভিছ আলী হাজৰিকা ভাৰতৰ এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমীয়া সাঁতোৰবিদ। আঢ়ৈ বছৰ বয়সতে সাঁতুৰিবলৈ আৰম্ভ কৰা হাজৰিকাই ৪ বছৰ বয়সত গুৱাহাটীৰ দীঘলীপুখুৰী সাঁতুৰি পাৰ হৈছিল। মাত্ৰ ৯ বছৰ বয়সতে তেওঁ এছিয়া পেচিফিক চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল আৰু ছাফ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰি পদক অৰ্জন কৰাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছিল। এলভিছ আলী হাজৰিকা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেটেলিনা চেনেল সাঁতুৰি পাৰ হোৱা সমগ্ৰ উত্তৰ-পূব ভাৰতৰ প্ৰথমজন ব্যক্তি। ২০১৮ চনত তেওঁ ইংলিছ চেনেলৰ ৩৪ কিঃমিঃ দৈৰ্ঘ্যৰ একাংশৰ ২৯ কিঃমিঃ সাঁতুৰি অতিক্ৰম কৰিছিল আৰু এই কাম কৰ ...

১৯ এপ্ৰিল

১৯১৯ - আন্তৰ্জাতিক শ্ৰম সংস্থা প্ৰতিষ্ঠা। ১৮৩৯ - লণ্ডন চুক্তিৰ মাধ্যমত বেলজিয়ামৰ স্বাধীনতা লাভ। ১৯৭৫ - ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ আৰ্যভট্ট উৎক্ষেপন কৰে। ১৯৪৮ - ম্যানমাৰে ৰাষ্ট্ৰসংঘত যোগদান কৰে। ১৭৭৫ - আমেৰিকাৰ স্বাধীনতা যুদ্ধ আৰম্ভ।

৪ নৱেম্বৰ

৪ নৱেম্বৰ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩০৮ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫৭টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

                                     

ⓘ ভাৰতৰ ব্যক্তি

  • সন ত ৰ সব দ ব ৰ ধ ত ৰ ব ব ক ম কৰ ব যক ত ব স স থ ক এই ব ট প ৰদ ন কৰ হয চনৰ পৰ এই ব ট প ৰদ ন কৰ অহ হ ছ ভ ৰতৰ জ ত য ক গ ৰ ছৰ দ ব ৰ প ৰদত ত
  • ভ ৰতৰ জ ত য পত ক ই ৰ জ National flag of India হ ল স ম জত চ ব ব শড ল দণ ডয ক ত ন ল অশ ক চক ৰ সহ গ ৰ ৱ বগ আৰ স উজ য আন ভ ম ক আয ত ক ৰ ত ৰ বৰ ণৰঞ জ ত
  • ক ষ ণ গ খল ম ৰ ঠ ग प ळ क ष ण ग खल ই ৰ জ Gopal Krishna Gokhale ভ ৰতৰ স ব ধ নত আন দ লনৰ আদ য গৰ এক স বন মধন য ৰ জন ত ক ন ত আৰ এজন ব শ ষ ট সম জ
  • ন য ট ডব ৰ ৰ লখন স দ ন ক ন স ধ ৰণ য ত ৰ ন ছ ল আছ ল জন ব শ ষ ট ব যক ত জ ই ত পধ বন ৰ এই ঐত হ স ক য ত ৰ ৰ শ ভ ৰম ভ কৰ হ ছ ল আব ল - বজ ত
  • চনত ল ক - সঙ গ তজ ঞ হ ম গ ব শ ব সৰ ম ত য ৷ চনত আফ ৰ ক ৰ প ৰথম ব যক ত হ চ প ইজ প তৰ ব ট ৰ ছ ঘ ল ৰ ষ ট ৰস ঘৰ সচ ব প ৰধ ন হ চ প ন ৰ ব চ ত
  • আম ৰ ক য ক তৰ ষ ট ৰৰ ক ট ল ন চ ন ল স ত ৰ প ৰ হ ৱ সমগ ৰ উত তৰ - প ব ভ ৰতৰ প ৰথমজন ব যক ত চনত ত ও ই ল ছ চ ন লৰ ক ম দ ৰ ঘ যৰ এক শৰ ক ম
  • স ব ধ নত ল ভ কৰ - মণ ৰ ম দ ৱ ন, উন শ শত ক ৰ অসমৰ সম জ জ ৱনৰ প ৰভ ৱশ ল ব যক ত আছ ল ম ত য চনৰ ফ ব ৰ ৱ ৰ - ব ক ৰম, প ৰক ত ন ম ক ণ ড
  • ব যৱস য ৰ ল য ন স ইণ ড ষ ট ৰ জৰ চ য ৰম ন আৰ বৰ তম ন এচ য ৰ ধন ব যক ত অঞ জ বব জৰ জ, ভ ৰত য ল দ ঘল জ ম প ৰ ম ৰ য ছ ৰ প ভ
  • আৰ অৰ থন ত ব দ, অসম য ভ ষ ত অসমৰ অৰ থন ত ব ষয ক গ ৰন থ ল খ প ৰথমজন ব যক ত ভৱ নন দ ড ক ই ম ত য বৰণ কৰ ছ ল চনৰ আজ ৰ দ নট ত স হ ত য ক, ইত হ স
  • চনৰ আজ ৰ দ নট ত হ ন দ স ত ন ধ ৰ পদ স গ তৰ প ৰ ধ ব যক ত প ৰখ য ত স গ ত স ধক ভ মস ন য শ ল ভ ৰতৰ সব ব ৰ চ অস মৰ ক সন ম ন ভ ৰতৰত ন সন ম ন আগবঢ ৱ হয
  • জন হ ত ষ আৰ ভ ৰতৰ আট ইতক ধন ব যক ত ফৰ চ ন গ ল ৱ ল - ত অন তৰ ভ ক ত ৰ ল য ন স ইণ ড ষ ট ৰ জ ল ম ট ড বজ ৰ ম ল যৰ ফ লৰ পৰ ভ ৰতৰ আট ইতক ম ল যব ন
  • ব শ বব দ য লয ৰ পৰ এম ব এ ড গ ৰ গ ৰহণ কৰ উত তৰ - প বৰ প ৰথমজন ব যক ত অসম আৰ প ব ভ ৰতৰ প ৰথম শ ৰ ণ ৰ উদ য গপত - য গ শ দ স, অসম য চ ট গল প আৰ
                                     

অতিশী মাৰ্লেনা

অতিশী সিং হৈছে এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, শিক্ষাবিদ, ৰাজনৈতিক কৰ্মী। তেখেত দিল্লীৰ বিধানসভা সমষ্টিৰ বিধায়িকা। আম আদমী পাৰ্টিৰ ৰাজনৈতিক পৰিক্ৰমা মন্ত্ৰণালয়ৰো তেখেত এগৰাকী সদস্য। ২০১৫ চনৰ ১৫ জুলাইৰ পৰা ২০১৮ চনৰ ১৭ এপ্ৰিললৈকে দিল্লীৰ উপ-মুখ্য মন্ত্ৰী মনিশ ছিছডিয়াৰ উপদেষ্টা হিচাপে তেখেতে কৰ্মনিৰ্বাহ কৰিছিল। সেইসময়ত তেখেতৰ প্ৰধান দায়িত্ব আছিল শিক্ষা।

                                     

অমৰকান্ত

অমৰকান্ত হিন্দী ভাষাৰ এজন ভাৰতীয় সাহিত্যিক। তেওঁৰ উপন্যাস ইন্হি হথিয়াৰৌ চে ৰ বাবে তেওঁ ২০০৭ চনত সাহিত্য অকাডেমি বঁটা আৰু ২০০৯ চনত ব্যাস পুৰস্কাৰ লাভ কৰে। ২০০৯ চনত তেওঁক জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়। অমৰকান্তক প্ৰেমচন্দৰ উত্তৰসুৰী বুলি কোৱা হয় যদিও তেওঁ নিজা শৈলীৰে এই গল্পকথন প্ৰথাএক সুকীয়া মাত্ৰা দিছে।

                                     

শান্তনু ভাগ্যৰাজ

শান্তনু ভাগ্যৰাজ তামিল: சாந்தனு பாக்யராஜ் ; ইংৰাজী: Shanthnoo Bhagyaraj হৈছে এজন উদীয়মান তামিল চলচ্চিত্ৰ অভিনেতা। এওঁৰ জন্ম হয় ১৯৮৬ চনৰ ২৪ আগষ্টত তামিল নাডুৰ চেন্নাইত। এওঁৰ পিতৃ কে ভাগ্যৰাজ এজন তামিল চলচ্চিত্ৰ পৰিচালক আৰু অভিনেতা।

                                     

ৰাম প্ৰবেশ মণ্ডল

ৰাম প্ৰবেশ মণ্ডল পশ্চিমবঙ্গৰ এজন শিক্ষক আৰু ৰাজনীতিবিদ আছিল। তেখেত ১৯৯৬ চনত পশ্চিমবঙ্গ বিধানসভালৈ মানিকচকৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। ২০১৮ চনৰ ২৩ জুনত তেখেতৰ মৃত্যু হয়।