ⓘ ভাৰতৰ ভূগোল - ভাৰতৰ জলবায়ু, ভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থান, পাণ্ডুৰাংগ বমন কানে, জম্মু আৰু কাশ্মীৰ, গম, আনোৱাৰুদ্দিন চৌধুৰী ..

ভাৰতৰ জলবায়ু

ভাৰতৰ জলবায়ু ভাৰতবৰ্ষৰ আয়তন ইমান বৃহৎ যে ইয়াৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ জলবায়ু দেখা যায়। প্ৰাকৃতিক গঠন আৰু বন্ধুৰতাই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ জলবায়ুৰ তাৰতম্য ঘটাইছে। সেইবাবে দেশখনৰ দক্ষিণ ভাগটোৰ জলবায়ু ক্ৰান্তীয়। শীতকালত ভাৰতৰ উত্তৰাংশত একে অক্ষাংশৰ ঠাইসমূহত ৩° ৰ পৰা ৮° ছেণ্টিগ্ৰেড উত্তাপ বৃদ্ধি হয়। কাৰণ বৃহৎ হিমালয়য়ে শীতল মেৰুবায়ু ভাৰতলৈ অহাত বাধা দিয়ে। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰ,চীন আদিত এইদৰে বাধা প্ৰাপ্ত নোহোৱা বাবে শীতল মেৰুবায়ুৱে এই অঞ্চলৰ ওপৰত প্ৰভাৱ পেলায়। দেশখনৰ বিস্তৃতি বৃহৎ হোৱা কাৰণে ইয়াৰ ভিতৰুৱা ঠাইবিলাকত গ্ৰীষ্মকালত উত্তাপ বেচি হয়। উত্তৰ পশ্চিম ভাৰতৰ নিম্নভূম ...

ভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থান

২০১২ চনৰ তথ্য অনুযায়ী, ভাৰতত ইউনেস্কোৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিশ্ব ঐতিহ্যবাহী স্থানৰ সংখ্যা হল ২৯ টা। ১৯৭২ চনৰ ইউনেস্কো বিশ্ব ঐতিহ্যৰ বৰ্ণনা অনুযায়ী এই স্থানসমূহ সাংস্কৃতিক অথবা প্ৰাকৃতিক ঐতিহ্যৰ দিশ থকা বিশেষ গুৰুত্বসম্পন্ন স্থান। ১৯৭২ চনৰ ১৭ অক্টোবৰ পৰা ২২ নবেম্বৰ পৰ্যন্ত ইউনেস্কোৰ এটি সাধাৰণ সম্মিলনৰ পাছত ১৯৯৭ চনৰ ১৭ নবেম্বৰত বিশ্বৰ সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্যবাহী স্থানসমূহ সংৰক্ষণাৰ্থে উক্ত চনদটো গৃহীত হৈছিল। চনদত মুঠ ২৮টা অনুচ্ছেদ আছে। সাধাৰণভাবে স্মাৰক, স্মাৰকস্থল আৰু স্মাৰক স্তম্ভ বা কেন্দ্ৰসমূহ সাংস্কৃতিক ঐতিহ্যবাহী স্থান হিচাপে প্ৰথম অনুচ্ছেদত বৰ্ণিত হৈছে। দ্বিতীয় অনুচ্ছেদ ...

পাণ্ডুৰাংগ বমন কানে

পাণ্ডুৰাংগ বমন কানে ভাৰত-ৰত্ন বঁটা বিজয়ী আছিল। তেওঁ মহাৰাষ্ট্ৰৰ প্ৰাচীন ভূগোল লেখন আৰু সম্পাদনা কৰিছিল। ১৯৪২ চনত বোম্বাই চৰকাৰে তেওঁক পাণ্ডিত্যৰ শলাগ লৈ মহামহোপাধ্যায় উপাধি প্ৰদান কৰিছিল। তেওঁ বোম্বাই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বোম্বাই বিশ্ববিদ্যালয়ৰ দ্বাৰা তেওঁক বিশিষ্ট সদস্য সন্মানেৰে সন্মানিত কৰিছিল। এলাহাবাদ বিশ্ববিদ্যালয়ে তেওঁলৈ ডক্টৰ অব লিটাৰেচাৰ উপাধি প্ৰদান কৰিছিল।

জম্মু আৰু কাশ্মীৰ

জম্মু আৰু কাশ্মীৰ ভাৰতৰ সকলোতকৈ উত্তৰত অৱস্থিত ৰাজ্য। হিমালয় পৰ্বমালাত ৰাজ্যখনৰ অধিকাংশ অৱস্থিত, ৰাজ্যখনৰ চাৰিসীমাত ভাৰতৰ আন দুখন ৰাজ্য হিমাচল প্ৰদেশ আৰু পঞ্জাব আছে, ৰাজ্যখনৰ উত্তৰ পূৱ দিশত আছে চীন দেশ, লাইন অৱ কণ্ট্ৰলে ৰাজ্যখনক পশ্ছিম দিশত পাকিস্তান অধিকৃত কাশ্মীৰ আৰু উত্তৰ-পশ্ছিম দিশত পাকিস্তানৰ গিলগিট-বল্টিষ্টান প্ৰদেশৰ পৰা পৃথক কৰিছে। ভাৰতীয় সংবিধানৰ দফা ৩৭০ৰ অনুসৰি জম্মু আৰু কাশ্মীৰ এখন শ্বায়ত্ব শাসিত ৰাজ্য, আৰু ইয়াৰ অধীনত ৰাজ্যখনে আন ৰাজ্যৰ তুলনাত কিছুমান বিশেষ ক্ষমতা লাভ কৰে। স্বাধীনতাৰ পূৰ্বৰ ব্ৰিটিছ শাসিত জম্মু আৰু কাশ্মীৰ প্ৰিন্সলি প্ৰদেশৰ অধিকাৰকলৈ পাছৰ সময়ত ভাৰত,পাকিস্তান ...

গম

গম বা ঘেঁহু ভাৰতৰ দ্বিতীয় প্ৰধান শস্য। উত্তৰ আৰু পশ্চিম ভাৰতৰ ই প্ৰধান খাদ্য শস্য। আন খাদ্য বস্তুতকৈ গম খাদ্য হিচাপে বেছি পুষ্টিকাৰক। গম এবিধ শীতকালীন ৰবি শস্য।

আনোৱাৰুদ্দিন চৌধুৰী

আনোৱাৰুদ্দিন চৌধুৰী এগৰাকী ভাৰতীয় প্ৰকৃতিবিদ আৰু ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাণী বিশেষজ্ঞ। তেওঁ এগৰাকী পক্ষীবিদ, স্তন্যপায়ীবিদ, অসামৰিক সেৱা বিষয়া, ফটোগ্ৰাফাৰ আৰু লেখক। তেওঁ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ বন্যপ্ৰাণী সমূহৰ অধ্যয়ন কৰাৰ বাবে বিখ্যাত। তেওঁ উত্তৰ পূব ভাৰতৰ ৰাইন ফাউণ্ডেচনৰ সন্মানীয় মুখ্য কাৰ্যবাহী বিষয়া। তেওঁ অসমৰ লখিমপুৰ জিলা আৰু বাক্সা জিলাৰ উপায়ুক্ত আৰু অসম চৰকাৰৰ সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। বৰ্তমান তেওঁ বৰাক উপত্যকা সংমণ্ডলৰ ডিভিছনেল কমিছনাৰ। তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ চৰাইকুলৰ ওপৰত গৱেষণা কৰি পোন প্ৰথমবাৰৰ বাবে অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম আৰু মেঘালয়ৰ পক্ষীৰ বি ...

                                     

ⓘ ভাৰতৰ ভূগোল

  • স ম ন ত অঞ চল আদ ত বৰষ ণ বছৰ ছ ণ ট ম ট ৰ পৰ যন ত হয উচ চতৰ ম ধ যম ক ভ গ ল ব জ ঞ ন দ ব ত য খণ ড দ ব ত য ব ৰ ষ কৰ ব ব ল খকদ বয - ড ল ক শ বৰ
  • বৰ ণ ত হ ছ দ ব ত য অন চ ছ দত প ৰ ক ত ক ব শ ষত ব, ভ ত ত ব ক আৰ প ৰ ক ত ক ভ গ ল স ক ৰ ন ত স থ ন আৰ প ৰ ক ত ক স থলসম হক প ৰ ক ত ক ঐত হ যব হ স থ ন আখ য
  • ব জ ঞ ন দ ট শ খ আছ অসম য বড ই ৰ জ শ ক ষ অৰ থন ত ব ৰঞ জ ৰ জন ত ভ গ ল ন তত ত ব গণ ত পদ ৰ থ ব জ ঞ ন ৰস য ন ব দ য উদ ভ দ ব জ ঞ ন প ৰ ণ ব জ ঞ ন
  • Kane - ভ ৰত - ৰত ন ব ট ব জয আছ ল ত ও মহ ৰ ষ ট ৰৰ প ৰ চ ন ভ গ ল ল খন আৰ সম প দন কৰ ছ ল চনত ব ম ব ই চৰক ৰ ত ও ক প ণ ড ত যৰ শল গ
  • পদ ৰ থ - ব জ ঞ ন ব ভ গ পৰ স খ য ব ভ গ কম প উট ৰ ব জ ঞ ন আৰ তথ য প ৰয ক ত ব ভ গ ভ গ ল ব ভ গ ভ তত ত ব ব জ ঞ ন ব ভ গ আণৱ ক জ ৱব জ ঞ ন আৰ জ ৱপ ৰয ক ত ব ভ গ উদ ভ দ
  • 000 ফ ট স গৰ প ষ ঠৰ পৰ উচ চত ৰ ব ব ধত ৰ ব ব জম ম আৰ ক শ ম ৰৰ জ ৱ - ভ গ ল ব চ ত ৰ যত ৰ পৰ প ৰ ণ উত তৰ - পশ চ ম য ক ইট য বনভ ম হ ম লয ন উপ - ক ৰ ন ত য
  • পঞ জ ব দ ব ত য এই দ খন ৰ জ যত শত শ গম উৎপ দন হয উচ চতৰ ম ধ যম ক ভ গ ল ব জ ঞ ন দ ব ত য খণ ড দ ব ত য ব ৰ ষ কৰ ব ব ল খকদ বয - ড ল ক শ বৰ
  • চ ৰ বয ন উচ চ ব দ য লয ত ভৰ ত হ ছ ল সৰ ত ত ও ৰ প ৰ য ব ষয আছ ল স গ ত, ভ গ ল আৰ ব ৰঞ জ ত ও স ন দৰক ম ণ ড ল ন বজ ব প ৰ ছ ল ত ও সময সময গ ৰ জ ৰ
  • মহ ব দ য লয ৰ পৰ চনত ভ গ ল ব ষয ত সন ম নসহ কল শ খ ৰ স ন তক ড গ ৰ ল ভ কৰ ছ ল ত ৰপ ছত ত ও চনত গ হ ট ব শ বব দ য লয ৰ পৰ ভ গ ল ব ষয ত স ন তক ত তৰ
  • hirsutum L. and Gossypium barbadense L. cotton ogtr.gov.au উচ চতৰ ম ধ যম ক ভ গ ল ব জ ঞ ন দ ব ত য খণ ড দ ব ত য ব ৰ ষ কৰ ব ব ল খকদ বয - ড ল ক শ বৰ
  • ত ও ক ক ন স ক লল নপঠ য ই ঘৰত ন জ উৰ দ ভ ষ ৰ উপৰ ও ন য য দৰ শন, ভ গ ল অ ক শ স ত ৰ, ইত হ স আদ আৰব আৰ প ৰ ছ ভ ষ ত শ ক ইছ ল চনত ত ও ম ছৰৰ