ⓘ ভাৰতৰ শিক্ষা - ভাৰতৰ শিক্ষা, মন্ত্ৰালয়, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ, ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান, অবিৰত আৰু বোধগম্য মূল্যায়ন ..

ভাৰতৰ শিক্ষা

ভাৰতীয় উচ্চ শিক্ষা: পৰিবৰ্তন আৰু প্ৰত্যাহ্বান: স্বাধীনতা-উত্তৰ ভাৰতত উচ্চ শিক্ষাই বহু পৰিবৰ্তনৰ মাজেদি বৰ্তমানৰ অবস্থা পাইছেহি আৰু যোৱা দশকত এই পৰিবৰ্তনৰ হাৰ আগতকৈ বেছি আছিল। ২৫বছৰতকৈ কম বয়সৰ ৬০০ নিযুত জনসমষ্টিৰ আমাৰ দেশৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰ খনে যুৱ প্ৰজন্মক সামৰি লবৰ বাবে বৰ্তমান সময়ত আৰু বহু প্ৰসাৰ তথা পৰিবৰ্তন কৰিব লাগিব। দেশৰ আৰ্থিক অৱস্থাৰ উন্নতিৰ লগে লগে মধ্যবিত্ত শ্ৰেণীৰ জনসংখ্যা বৃদ্ধি হৈছে আৰু সেই অনুপাতে উচ্চ শিক্ষাৰ চাহিদা বাঢ়িবলৈ আৰম্ভ কৰিছে। ২০২০ চনলৈ আমাৰ দেশত স্নাতক পৰ্য্যায়ৰ ছাত্ৰ-ছাত্ৰী পৃথিবীৰ ভিতৰতে বেছি আৰু স্নাতকধাৰীৰ সংখ্যা পৃথিৱীৰ ভিতৰত দ্বিতীয় হ’ব বুলি ব্ৰিটি ...

ভাৰতৰ শিক্ষা মন্ত্ৰালয়

মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়, পূৰ্বে শিক্ষাৰ মন্ত্ৰালয়, ভাৰতৰ মানৱ সম্পদ বিকাশৰ বাবে দায়বদ্ধ। ৰমেশ পখ্ৰিয়ালৰ দ্বাৰা গঠিত এই মন্ত্ৰালয় দুটা ভাগত বিভক্ত: প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষাৰ সৈতে জড়িত স্কুলীয়া শিক্ষা আৰু সাক্ষৰতা বিভাগ আৰু বিশ্ববিদ্যালয়ৰ শিক্ষা, প্ৰযুক্তিবিদ্যাৰ শিক্ষা, বৃত্তি ইত্যাদিৰ সৈতে জড়িত উচ্চ শিক্ষাৰ বিভাগ।

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ হৈছে অসম চৰকাৰৰ অধীনৰ এক শিক্ষা পৰিষদ। এই পৰিষদে অসমত উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষা ব্যৱস্থা নিয়ন্ত্ৰণ কৰে। এই পৰিষদে অসমত উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰে আৰু উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে।

ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান

ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান হৈছে সমগ্ৰ ভাৰতৰ ৰাজহুৱা বিদ্যালয়সমূহত মাধ্যমিক শিক্ষাৰ বিকাশৰ বাবে ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতাৰ এখন আঁচনি । ২০০৯ চনৰ মাৰ্চ মাহত ইয়াৰ কাৰ্যাৰম্ভ কৰা হয়। সকলোৰে বাবে সমতা, বৃদ্ধি আৰু বিকাশৰ হেতু চুক্তিৰ ব্যৱস্থা কৰিবলৈ ২০০৯-২০১০ ৰ পৰা আঁচনিখনৰ কাৰ্যকৰীকৰণ আৰম্ভ হয়। আঁচনিখনে এক বহুমুখী গৱেষণা, প্ৰযুক্তিগত আলোচনা, বিভিন্ন কাৰ্যকৰীকৰণ আৰু পুঁজিৰ সাহায্যক সামৰি লয়। মাধ্যমিক শিক্ষাৰ গুণগত বিকাশ আৰু নামভৰ্তিৰ শতকৰা হাৰ পাঁচ বছৰত অৰ্থাৎ ২০০৯-২০১৪ ৫২% ২০০৫-২০০৬ অনুসৰিৰ পৰা ৭৫% লৈ বৃদ্ধি কৰা ইয়াৰ মুখ্য উদ্দেশ্য। ১৫-১৬ ...

শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯

শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন অথবা শিক্ষাৰ অধিকাৰ আইন ২০০৯ চনৰ ৪ আগষ্টত ভাৰতীয় সংসদে প্ৰণয়ন কৰা এখন আইন। ২০১০ চনত আইনখন বলৱৎ হোৱাৰ লগে লগে প্ৰতিজন শিশুৰ বাবে শিক্ষাক মৌলিক অধিকাৰ গণ্য কৰা ১৩৫খন দেশৰ ভিতৰত ভাৰতো এখন হিচাপে পৰিগণিত হয়। শিক্ষা আইনখনে বিনামূলীয়া আৰু বাধ্যতামূলক শব্দ দুটাৰ সমন্বয় ঘটাইছে। বিনামূলীয়া শিক্ষাই ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত নামভৰ্তি কৰা শিশুসকলক বাদ দি বাকী কোনো শিশুয়েই কোনোধৰণৰ মাচুল পৰিশোধ নকৰাকৈ বিনা অসুবিধাত প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰিব পৰাটো বুজাইছে। বাধ্যতামূলক শিক্ষাই চৰকাৰ আৰু স্থানীয় কৰ্তৃপক্ষক ৬ ৰ পৰা ১৪ বছৰ বয়সৰ শিশুৰ বাব ...

অবিৰত আৰু বোধগম্য মূল্যায়ন

অবিৰত আৰু বোধগম্য মূল্যায়ন হল কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা ভাৰতৰ ৬ষ্ঠৰ পৰা ১০ম পৰ্যায়ৰ শিক্ষাৰ্থী সকলৰ বাবে প্ৰবৰ্তন কৰা এটা নতুন শিক্ষা পদ্ধতি।

                                     

ⓘ ভাৰতৰ শিক্ষা

  • মহ ব দ য লয স মৰ ভ ৰতৰ উচ চ শ ক ষ ব যৱস থ প থ ব ৰ ভ তৰত ই এক ব শ ল শ ক ষ ব যৱস থ ভ ৰতত প ৰ য খন মহ ল মহ ব দ য লয আছ দ ৰ আৰ ম ক ত শ ক ষ প দ ধত ৰ
  • স ক ল য শ ক ষ আৰ স ক ষৰত ব ভ গ আৰ ব শ বব দ য লয ৰ শ ক ষ প ৰয ক ত ব দ য ৰ শ ক ষ ব ত ত ইত য দ ৰ স ত জড ত উচ চ শ ক ষ ৰ ব ভ গ স ক ল য শ ক ষ আৰ
  • অসম উচ চতৰ ম ধ যম ক শ ক ষ স সদ ই ৰ জ Assam Higher Secondary Education Council AHSEC হ ছ অসম চৰক ৰৰ অধ নৰ এক শ ক ষ পৰ ষদ এই পৰ ষদ অসমত উচ চতৰ
  • ৰ ষ ট ৰ য ম ধ যম ক শ ক ষ অভ য ন ই ৰ জ National Mission for Secondary Education হ ছ সমগ ৰ ভ ৰতৰ ৰ জহ ৱ ব দ য লয সম হত ম ধ যম ক শ ক ষ ৰ ব ক শৰ ব ব
  • শ ক ষ ক ম ল ক অধ ক ৰ গণ য কৰ খন দ শৰ ভ তৰত ভ ৰত এখন হ চ প পৰ গণ ত হয শ ক ষ আইনখন ব ন ম ল য আৰ ব ধ যত ম লক শব দ দ ট ৰ সমন বয ঘট ইছ ব ন ম ল য
  • হ ল ক ন দ ৰ য ম ধ যম ক শ ক ষ পৰ ষদৰ দ ব ৰ ভ ৰতৰ ষ ঠৰ পৰ ম পৰ য য ৰ শ ক ষ ৰ থ সকলৰ ব ব প ৰবৰ তন কৰ এট নত ন শ ক ষ পদ ধত এই নত ন পদ ধত ত
  • ৰত ন ভ ৰতৰ সৰ ব চ চ অস মৰ ক সন ম ন স হ ত য, কল ব জ ঞ ন, সম জস ৱ আদ ক ষ ত ৰত ব শ ষ ট স ৱ আগবঢ ৱ ব যক ত ক এই সন ম ন প ৰদ ন কৰ হয ক ৱল ভ ৰতৰ ব যক ত ক
  • ৰ ষ ট ৰ য ভ ষজব জ ঞ ন শ ক ষ আৰ গৱ ষণ প ৰত ষ ঠ ন, গ ৱ হ ট en: National Institute of Pharmaceutical Education and Research, Guwahati ব NIPER - Guwahati
  • সৰ ব ভ ৰত য প ৰয ক ত শ ক ষ পৰ ষদ ভ ৰত চৰক ৰৰ ম নৱ সম পদ উন নয ন মন ত ৰণ লয ৰ উচ চশ ক ষ ব ভ গৰ অধ নত আৰ ব শ বব দ য লয অন দ ন আয গৰ অন তৰ ভ ক ত ৰ ষ ট ৰ য
  • পদ মশ ৰ ভ ৰতৰ চৰক ৰ প ৰদ ন কৰ চত ৰ থ সৰ ব চ চ অস মৰ ক সম ম ন শ ল পকল শ ক ষ ব ণ জ য, স হ ত য, ব জ ঞ ন, ক ৰ ড সম জ স ৱ আৰ চৰক ৰ ক ষ ত ৰত ব শ ষ
  • অসম ম ধ যম ক শ ক ষ পৰ ষদ ই ৰ জ Secondary Education Board of Assam SEBA হ ল অসমৰ ম ধ যম ক আৰ উচ চ ম ধ যম ক ব দ য লয সম হক স ব ক ত প ৰদ ন, ব দ য লয সম হত
  • ৰ জক টৰ আলফ ৰ ড হ ইস ক ল ম হনদ স গ ন ধ উচ চ ম ধ যম ক ব দ য লয ভ ৰতৰ আট ইতক প ৰণ শ ক ষ প ৰত ষ ঠ নসম হৰ ভ তৰত অন যতম এই ব দ য লয খন ভ ৰতত ব ৰ ট ছ শ সনৰ
  • সময চ ৱ ভ ৰতৰ ব ব অত শয জট ল আছ ল ভ ষ ব ব দ দ শখন অস থ ৰ কৰ ৰ খ ছ ল আৰ ৰ জ য প নৰ গঠন আয গ গঠন কৰ হ ছ ল এই সময চ ৱ ত উচ চ শ ক ষ ব শ ষক