ⓘ ভাৰতৰ সংস্কৃতি - ভূপেন হাজৰিকা, ভাৰতৰ শাস্ত্ৰীয় নৃত্য, ভাৰতীয় পেনোৰামা, বীৰেন্দ্ৰনাথ দত্ত, আমাৰ অসম, পশ্চিমবংগ ..

ভূপেন হাজৰিকা

ড॰ ভূপেন হাজৰিকা অসম তথা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল। তদুপৰি তেখেত আছিল এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক। কিছু সময়ৰ কাৰণে তেখেতে সংসদীয় ৰাজনীতিতো যোগদান কৰিছিল। সুধাকণ্ঠ নামেৰে পৰিচিত ভূপেন হাজৰিকাই অসম, পশ্চিমবঙ্গ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিছিল। উৎকৃষ্ট বিশ্বমানৰ অৱদানেৰে কলা-সংস্কৃতিৰ জগত চহকী কৰা ড॰ হাজৰিকা আছিল এজন বিশ্ব-নাগৰিক আৰু মানৱতাবাদী শিল্পী। অসমীয়া, বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতে সংগীত ৰচনা কৰিছিল আৰু কণ্ ...

ভাৰতৰ শাস্ত্ৰীয় নৃত্য

ভাৰতীয় শাস্ত্ৰীয় নৃত্য বুলিলে সাধাৰণতে পৰম্পৰাগত হিন্দু ধৰ্মীয় সংগীতিক থিয়েটাৰৰ শৈলীত কৰা পৰিবেশ্য কলাক বুজা যায়, এইসমূহৰ তত্ত্ব আৰু অনুশীলন সংস্কৃত ভাষাৰ গ্ৰন্থ নৃত্যশাস্ত্ৰত পোৱা যায়। উৎস আৰু গৱেষকৰ ওপৰত নিৰ্ভৰ কৰি স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ সংখ্যা আঠটা বা ততোধিক হব পাৰে। সংগীত নাটক একাডেমীয়ে বৰ্তমান আঠটা নৃত্য শৈলীক শাস্ত্ৰীয় নৃত্যৰ মৰ্য্যদা প্ৰদান কৰিছে। এই নৃত্য শৈলীকেইটা হৈছে: ওদিছি ওড়িশা, কথক উত্তৰ প্ৰদেশ, কথাকলি কেৰালা, কুচিপুড়ি অন্ধ্ৰ প্ৰদেশ, ভাৰতনাট্যম তামিলনাডু, মণিপুৰী মণিপুৰ, মোহিনীঅট্টম কেৰালা, আৰু সত্ৰীয়া অসম। ড্ৰিড ৱিলিয়ামছৰ দৰে গৱেষকে ছৌ, যক্ষগান ...

ভাৰতীয় পেনোৰামা

ভাৰতীয় পেনোৰামা হৈছে ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ৰ এক মূল উপাদান; যাৰ উদ্যোগত শ্ৰেষ্ঠ হিচাপে বিবেচিত ভাৰতীয় ছবিসমূহক ছবিকলাৰ প্ৰচাৰৰ বাবে নিৰ্বাচিত কৰা হয়।

বীৰেন্দ্ৰনাথ দত্ত

বীৰেন্দ্ৰনাথ দত্ত অসমৰ এজন শিক্ষাবিদ, লিখক, লোক কলাৰ গৱেষক আৰু সংগীত শিল্পী। তেখেতে অসমৰ কেইবাখনো মহাবিদ্যালয়ত অধ্যাপকৰূপে কাম কৰিছে। ২০০৯ চনত, তেখেতক "সাহিত্য আৰু শিক্ষা"ৰ ক্ষেত্ৰত ভাৰতৰ চতুৰ্থ শ্ৰেষ্ঠ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল আৰু ২০১০ চনত তেওঁক জগধাত্ৰী হৰমোহন দাস সাহিত্য বঁটা প্ৰদান কৰা হৈছিল। বীৰেন্দ্ৰনাথ দত্তই অসম সাহিত্য সভাৰ ২০০৩ চনৰ উত্তৰ লখিমপুৰ আৰু ২০০৪ চনৰ হোজাই অধিৱেশনৰ সভাপতিত্ব কৰিছিল।

আমাৰ অসম

আমাৰ অসম হৈছে এখন অসমীয়া ভাষাৰ দৈনিক বাতৰি কাকত। এই কাকতখনৰ প্ৰকাশক হ’ল জি. এল. পাব্লিকেশ্বনছ লিমিটেড । ১৯৯৭ চনৰ ২১ এপ্ৰিলৰ পৰা এই বাতৰি কাকতখন সমসাময়িকভাৱে গুৱাহাটী, যোৰহাট আৰু উত্তৰ লখিমপুৰৰ পৰা প্ৰকাশ পাই আহিছে। নতুন দিল্লী, কলকাতা, শ্বিলঙত ইয়াৰ শাখা কাৰ্যালয় আছে।

পশ্চিমবংগ

পশ্চিমবংগ ভাৰতবৰ্ষৰ এখন ৰাজ্য। জনসংখ্যাৰ ঘনত্বৰ বিচাৰত এই ৰাজ্য ভাৰতৰ চতুৰ্থ সৰ্বাধিক জনবহুল ৰাজ্য। পশ্চিমবংগ মুঠ ঘৰুৱা উৎপাদনত ভাৰতৰ তৃতীয় বৃহত্তম অৱদানকাৰী। এই ৰাজ্যৰ পূৰ্ব সীমান্তত বাংলাদেশ; উত্তৰ পূৱত অসম; উত্তৰে ভূটান আৰু ছিকিম; উত্তৰ পশ্চিম দিশত নেপাল; পশ্চিমে বিহাৰ আৰু ঝাৰখণ্ড; আৰু দক্ষিণ পশ্চিমে উৰিষ্যা অৱস্থিত। আধুনিক "পশ্চিমবংগ" নামে পৰিচিত এই ভূখণ্ডটি বিগত দুই হাজাৰ বছৰ ধৰি একাধিক ৰাজবংশ আৰু সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হয়। ১৭৫৭ চনত পলাশীৰ যুদ্ধত জয়লাভ কৰি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানিয়ে এই অঞ্চলত নিজ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত সুদীৰ্ঘকাল কলকাতাই ব্ৰিটিছ ভাৰতৰ ...

                                     

ⓘ ভাৰতৰ সংস্কৃতি

  • ভ ৰতৰ স স ক ত ই ৰ জ Culture of India হ ছ ভ ৰতব স ৰ জ ৱন ধ ৰণ প ৰক ৰ য ভ ৰতৰ ভ ষ ধৰ ম, ন ত য, স গ ত, স থ পত য, স জ - প ৰ, আৰ খ দ যভ স দ শখনৰ ব ভ ন ন
  • সম ন খ জ দ য বল সক ষম কৰ ত ল ছ শ ক ষ - দ ক ষ চ ন ত - চৰ চ ধৰ ম - স স ক ত সকল ত আজ খ ষ ট ন প ৰভ ৱ স পষ ট ম ল স স ক ত ৰ পৰ ক ৰম ব ছ ন ন হ পৰ ছ
  • সৰ বপল ল ৰ ধ ক ষ ণণ আৰ চন দ ৰশ খৰ ভ ঙ কটৰমণক এই সন ম ন যচ হ ছ ল স হ ত য, স স ক ত ব জ ঞ ন, ক ৰ ড ম নৱ স ৱ আদ দ শত খ য ত অৰ জন কৰ আৰ ব শ ষ ট স ৱ
  • স হ ত য আৰ স স ক ত ক ষ ত ৰত ড হ জৰ ক ক ৱল অসমক ধৰ দ শ - ব দ শত বহ লভ ৱ সম দ ত আৰ সন ম ন ত হ ছ অসমৰ সৰ ব চ চ অস মৰ ক সন ম ন অসম ৰত ন, ভ ৰতৰ স স ক ত ক
  • ভ গৱত ম ল ত ম লন ড - ক শ স ত ৰ য ন ত যৰ মৰ য দ দ য আনহ ত ভ ৰত য স স ক ত মন ত ৰ লয ছ ন ত যক ইয ৰ শ স ত ৰ য ন ত যৰ ত ল ক ত অন তৰ ভ ক ত কৰ
  • এক অ শ হ চ প ই প ন ৰ ম ক পৰ চয কৰ ৱ হ ছ ল ভ ৰত য ছব আৰ ভ ৰতৰ সম দ ধ শ ল স স ক ত তথ ঐত হ যক ছব সম হৰ ম ধ যম ৰ প ৰচ ৰ - প ৰস ৰ কৰ ট ৱ ই আছ ল প ন ৰ ম ৰ
  • অৰ থন ত ব ষয ত স ন তক ত তৰ ড গ ৰ ল ভ কৰ ছ ল ত খ ত গ ৱ লপ ৰ জ ল ৰ ল ক স স ক ত A study of the folk culture of Goalpara District ব ষয ত গৱ ষণ কৰ প
  • ম ছলম নসকল ও দ য - ল ৱ ৰ ম জ ৰ অসমৰ ব ক ত ন জক প ৰত ষ ঠ কৰ সমন বয ৰ স স ক ত গঢ দ ছ অসমৰ প ৰণ ম ছলম নসকল অসম য জ ত সত ত ৰ ব ক ত জ ণ গ অসম য
  • হ ছ ক কতখনৰ লগত প ৰত য ক শন ব ৰ এখন প ষ ঠ ৰ পৰ প ৰ ক য ত স ব স থ য, স স ক ত প ৰক ত আৰ য ৱ প ৰজন ম সম পৰ ক য ল খন প ৰক শ প য প ৰ ব চল, এখন
  • ক ন দ ৰস থল স বৰ প হ পৰ পশ চ ম য শ ক ষ ৰ স প ৰভ বত অঞ চলট ত শ ক ষ স স ক ত আৰ প ৰগত ব দ চ ন ত ধ ৰ ৰ প ৰভ ৱত নবজ গৰণস বৰ পৰ স চন হয ইয ৰ ফলত
  • ম চ গ ভৰ ৰ ঐন তমৰ স ৰ আদ য ম জ ল ৰ জন - জ ৱন ম খ ৰত কৰ ৰ খ সত ৰ য স স ক ত ম জ ল ৰ ম ল দ শ ম ৎশ ল প, ম খ শ ল প, ব হ ব তৰ শ ল প, গ গ ল গছ আৰ ক হ ল