ⓘ ভাৰতৰ সাঁচ - স্বামীমালাই ব্ৰঞ্জ আইকন, অশোক স্তম্ভ, ইষ্টাৰ্ণ বেংগল ৰেলৱে, কুন্দন, পুৰি, একতা কাপুৰ ..

স্বামীমালাই ব্ৰঞ্জ আইকন

স্বামীমালাই ব্ৰঞ্জ আইকন ভাৰতৰ তামিলনাডু ৰাজ্যৰ স্বামীমালাইৰ পাৰম্পৰিক ব্ৰঞ্জৰ মূৰ্তি নিৰ্মাণ কৰা হস্তশিল্প। ২০০৮-০৯ চনত স্বামীমালাই ব্ৰঞ্জ আইকনে পেটেণ্ট, ডিজাইন আৰু ট্ৰেড মাৰ্কৰ নিয়ন্ত্ৰক জেনেৰেলৰ পৰা ভৌগোলিক স্বীকৃতি লাভ কৰিছিল।

অশোক স্তম্ভ

অশোক স্তম্ভ সম্ৰাট অশোকে উত্তৰ প্ৰদেশৰ সাৰনাথত নিৰ্মাণ কৰোৱা প্ৰসিদ্ধ শিলাস্তম্ভ আৰু স্তম্ভশীৰ্ষত থকা যৌথ সিংহমূৰ্ত্তি। স্তম্ভটোৰ শীৰ্ষত পিঠিয়া-পিঠিকৈ চাৰিটা মুখ মেলি থকা সিংহৰ এটা শিলৰ মূৰ্ত্তি আছে। এই শিলৰ মূৰ্ত্তিটোকে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰূপে গ্ৰহণ কৰা হৈছে।

ইষ্টাৰ্ণ বেংগল ৰেলৱে

ইষ্টাৰ্ণ বেংগল ব্ৰিটিছ ভাৰতৰ আৰম্ভণি কালৰ এটা ৰেল কোম্পানী আছিল আৰু ই ১৮৫৭ৰ পৰা ১৯৪২লৈ বংগ আৰু অসমত ৰেলসেৱা আগবঢ়াইছিল।

কুন্দন

কুন্দন ভাৰতৰ অলংকাৰৰ এক বিশেষ শৈলী। ভাৰতীয় ৰত্ন খচিত অলংকাৰৰ এক পৰম্পৰাগত ৰূপ হিচাপে কুন্দনত বিভিন্ন মূল্যৱান ৰত্ন সোণৰ পাতল পটিৰ ওপৰত লগাই লোৱা হয়। এনেদৰে সোণৰ পটিত ৰত্ন সংহতি থাকে আৰু সাধাৰণতে বহু ৰত্নযুক্ত হাৰ বা অলংকাৰৰ ক্ষেত্ৰত এই শৈলী অৱলম্বন কৰা হয়। এই পদ্ধতিটো ৰাজস্থান আৰু গুজৰাটৰ ৰাজকীয় দৰবাৰত উদ্ভৱ হৈছিল বুলি বিশ্বাস কৰা হয়। এই শৈলী ভাৰতত তৈয়াৰ কৰা আৰু পিন্ধা গহনাৰ এক প্ৰাচীন প্ৰকাৰ। কুন্দন শব্দটোৰ অৰ্থ হৈছে অত্যধিক পৰিশোধিত সোণ। এই শৈলীৰ অলংকাৰসমূহত এক অতি পৰিশোধিত আৰু বিশুদ্ধ ৰূপৰ গলিত সোণ ব্যৱহাৰ কৰা হয়। কুন্দনক বিকানেৰী বা জয়পুৰী গহনা বুলিও কোৱা হয়। ইয়াৰ অন্যতম বৈশি ...

পুৰি

পুৰি ভাৰতীয় উপমহাদেশত প্ৰচলিত এবিধ আটাৰে নিৰ্মিত ঘিঁউ বা তেলত ভজা সৰু, কোমল, ঘূৰণীয়া ৰুটি। ইয়াক ৰাতিপুৱাৰ আহাৰৰ বাবে বা জলপান বা লঘু আহাৰ হিচাপে খোৱা হয়। ইয়াক সাধাৰণতে পুৰি ভাজিৰ দৰে এটা আকৰ্ষণীয় তৰকাৰী বা ভাজিৰে পৰিৱেশন কৰা হয় যদিও ইয়াক মিঠা ব্যঞ্জনৰ সৈতেও খাব পাৰি। পুৰি নামটো সংস্কৃত শব্দ পুৰিকাৰ পৰা আহৰণ কৰা হৈছে। ইয়াৰ অৰ্থ হৈছে "পূৰণ কৰা।" পুৰিক সচৰাচৰ ৰাতিপুৱাৰ আহাৰ আৰু জলপান হিচাপে পৰিৱেশন কৰা হয়। প্ৰসাদ হিচাপে প্ৰাৰ্থনাত আগবঢ়োৱা অন্যান্য নিৰামিষ খাদ্যৰ সৈতে আনুষ্ঠানিক ৰীতি-নীতিৰ অংশ হিচাপে ইয়াক বিশেষ বা আনুষ্ঠানিক অনুষ্ঠানতো পৰিৱেশন কৰা হয়।

একতা কাপুৰ

একতা কাপুৰ এগৰাকী ভাৰতীয় টেলিভিছন প্ৰযোজক, চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক আৰু বালাজী টেলিফিল্মছৰ পৰিচালন অধিকৰ্তা তথা ক্ৰিয়েটিভ হেড। ভাৰতৰ টেলিভিছনৰ ক্ষেত্ৰখনলৈ আমূল পৰিবৰ্তন অনাত তেওঁৰ অপৰিসীম অৱদান আছে। তেওঁক ভাৰতৰ টেলিভিছনৰ জেৰিণা আৰু ভাৰতৰ টেলিভিছনৰ ৰাণী বুলি সম্বোধিত কৰা হয়। ২০২০ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।

                                     

ⓘ ভাৰতৰ সাঁচ

  • ক ষ ট পৰম পৰ গতভ ৱ ব যৱহ ৰ কৰ হয আৰ প ৰয জন য আক ত ৰ মড লট মমৰ ভৰ ত স চ প ৰস ত ত কৰ হয এই মম প ল ট ন ছ অৰ য ণ ট ল ৰ ব জ ঞ ন ক ন ম: Platanus
  • ব ৰ ট ছ ভ ৰতৰ ৰ লস ৱ যদ ও শ শ পৰ য য ত ই আছ ল, ঊন শ শত ক ৰ ভ ৰতবৰ ষৰ উন নয নত ৰ লৱ ই এক মচ ব ন ৱ ৰ স চ বহ ৱ ইছ ল মহ দ শ য দ ৰত বৰ দ শখনত ই ত ত য ৰ
  • প ৰক ৰ য ট কৰ হয ইয ৰ সময ত গল ত মম গ থন ত ঢ ল দ য হয আৰ ড জ ইন অন সৰ স চ স ষ ট কৰ হয ইয ৰ প ছত খ দ ই প ৰক ৰ য অন সৰণ কৰ হয খ দ ই প ৰক ৰ য ত
  • ত ৰপ ছত সৰ সৰ বল বন ই গ ল ক ৰ আক ত ত ব ল ল ৱ হয ক ছ ম ন গ ল আক ত ৰ স চ ব যৱহ ৰ কৰ ঘ ৰণ য ক ক ট লয ত ৰ প ছত প ৰ ব ৰ ঘ উ ব ত লত ড ব ই ভজ
  • অৱদ ন আগবঢ ইছ ত ও ৰ ক ইখনম ন জনপ ৰ য ধ ৰ ব হ ক হ ল: হম প চ, ক উ ক স চ ক ক ভ বহ থ ক হ ন ঘৰ ঘৰ ক কহ ক ছ ৰজ, কচ ট জ ন দ গ ক কচম ছ
  • আজ ক ল বন ই ব ক ৰ কৰ ষ ট ক ৰ হ চ প আল পন য উপলব ধ হ ছ তদ পৰ ক ছ ম ন স চ আৰ স জ ল ব যৱহ ৰ কৰ ও সহজত জট ল আল পন বন ব প ৰ আউটল ইন সম প ৰ ণ হ ৱ ৰ
  • হ চ প হ ন দ ধৰ মৰ ওপৰত, ঘ ইক অসমৰ ব ষ ণব ধৰ মৰ ওপৰত ইছল ম আদৰ শৰ ক ন স চ ন ই আৰ স ই দ শৰ পৰ অসমৰ স স ক ত ল ইছল ম য উপ দ ন অহ ন ই ক ন ত ব যৱহ ৰ ক
  • ইয ৰ যথ ষ ট জনপ ৰ য ত ব দ ধ প ইছ ম ৰ ত ৰ চ ল ৰ ওপৰত এট অৰ ধব ত ত ব হৰ স চ ৰখ হয আৰ ইয ৰ ওপৰত এট বহল ড ঠ ক প ৰ ট ন দ য হয ক প ৰৰ ব ঢ থক
  • ব যক ত ত খ ত এগৰ ক প ৰত নতত ত বব দ, স ব দ ক, ব ৰঞ জ ব দ, গৱ ষক আৰ ভ ৰতৰ স ব ধ নত স গ ৰ মৰ এগৰ ক আগশ ৰ ৰ ম ক ত য দ ধ আছ ল চনৰ অসম স হ ত য