ⓘ ভাৰতৰ সামাজিক সম্প্ৰদায়সমূহ - আংগামী নগা, সৎনামী, হিজ্‌ৰা, দলিত, অসমীয়া জাতি, অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি ..

আংগামী নগা

আংগামী উত্তৰ-পূব ভাৰতৰ নাগালেণ্ড ৰাজ্যত বসবাস কৰা এটা স্থানীয় নগা জনজাতি। তেওঁলোকক ভাৰতীয় সংবিধানৰ পঞ্চম সূচী অনুসৰি অনুসূচিত জনজাতিৰূপে স্বীকৃতি দিয়া হৈছে। এই জনজাতিৰ লোকসকলে ফেব্ৰুৱাৰী মাহত পালন কৰা ’চেক্ৰেনী’ নামৰ উৎসৱটোৰ বাবে প্ৰখ্যাত।

সৎনামী

সৎনাম ধৰ্মৰ অনুগামী সকলক সৎনামী বুলি কোৱা হয়। বুৰঞ্জীবিদ শংকৰলাল টণ্ডন ৰ মতে সৎৰ অৰ্থ- আত্মা, এই নামৰ অৰ্থ চেতনাৰ গুণ, ঈ-ৰ অৰ্থ শৰীৰ বা সৎ নাম ক ধাৰণ কৰা আধাৰ। তাৎপৰ্য এইয়ে যে সেই মনুষ‍্য,যি নিজৰ কৰ্ম বা স্বভাৱত চেতনাৰ গুণক হৃদয়ত সমাৱেশ বা প্ৰৱেশ কৰা সকলক সৎনামী বুলি কোৱা হয়| গুৰু ঘাসীদাস বাবাই সৎনাম ধৰ্ম প্ৰচাৰ কৰিছিল। ১৭৫৬ চনৰ ১৮ ডিচেম্বৰ তাৰিখে ছত্তীছগঢ়ৰ গিৰৌদপুৰী ত তেখেতৰ জন্ম হৈছিল। তেখেতৰ আগতে ১৫৪৩ খ্ৰীষ্টাব্দত বীৰভানে সৎনামী জাতিক নেতৃত্ব দিছিল। ১৬৭২ চনত সৎনামী সকলে পঞ্জাবৰ নাৰনল ত মোগল সম্ৰাট ঔৰংজেৱৰ লগত যুদ্ধ কৰিছিল। ভাৰতৰ ছত্তীছগঢ়, পঞ্জাব, হাৰিয়ানা, দিল্লী, উৰিষ‍্যা, অসম আ ...

হিজ্‌ৰা

হিজিৰা বুলিলে নপুংসক, উভয়লিংগী আৰু ট্ৰান্সজেণ্ডাৰ ব্যক্তিৰ এক বিশেষ গোট বা সমাজত বাস কৰা আৰু এক উমৈহতীয়া গুৰু পৰম্পৰা অনুসৰি নীতি-নিয়ম মানি চলা ব্যক্তিসকলক বুজায়। হিজিৰা সকলে গুৰু পৰম্পৰা মানি চলে আৰু বিশেষ ৰীতি-নীতিৰে হিজিৰা সমাজত অন্তৰ্ভুক্ত হোৱাৰ পিছত হে হিজিৰা নাম লাভ কৰে। তেওঁলোকক ঠাই ভেদে আৰাৱনী, আৰুভনী, যোগপ্পা আৰু তুস্বাৰ্থত চাক্কা বুলি জনা যায় যদিও ভাৰতৰ হিজিৰা সমাজে নিজকে কিন্নৰ বুলি অভিহিত কৰে। ধৰ্মীয় বিশ্বাস অনুসৰি কিন্নৰ কুৱেৰৰ পৰিষদৰ সভাসদ আছিল আৰু নৃত্য-গীত আদিত পাৰ্গত আছিল। পাকিস্তানত হিজিৰা সকলক খাজ্যা চিৰা বুলি বুলি জনা যায়। খাজ্যা চিৰা উৰ্দু ভাষাত ট্ৰান্সজেণ্ডাৰৰ ...

দলিত

দলিত শব্দৰ দ্বাৰা ভাৰতৰ এনে কিছু জাতিগত গোষ্ঠীক বু্ুজোৱা হয় যিসকল সচৰাচৰ নিপীড়িত আৰু পিছপৰা জাতিৰূপে চিহ্নিত। সংস্কৃত আৰু হিন্দী ভাষাত দলিত শব্দৰ অৰ্থ হৈছে "ভগ্ন" বা "ছেদেলিভেদেলি।" দলিতসকলক হিন্দু ধৰ্মৰ চাৰি বৰ্ণ ব্যৱস্থাৰ পৰা নিলগাই ৰখা হৈছে আৰু পঞ্চম বৰ্ণ হিচাপে দেখা গৈছে, যি পঞ্চমা নামেৰেও পৰিচিত। দলিতসকল বৰ্তমানে হিন্দু ধৰ্ম, বৌদ্ধ ধৰ্ম, শিখ ধৰ্ম, খ্ৰীষ্টান ধৰ্ম আৰু বিভিন্ন লোকধৰ্ম সহ বিভিন্ন ধৰ্মীয় বিশ্বাসক বিশ্বাস কৰে। ভাৰতৰ ২০১১ চনৰ লোকপিয়ল অনুসৰি দলিতসকলৰ সংখ্যা ২০ কোটি যি ভাৰতৰ জনসংখ্যাৰ ১৬%। দলিত শব্দটো ১৯৩৫ চনৰ পূৰ্বৰ ব্ৰিটিছ ৰাজৰ লোকপিয়লৰ শ্ৰেণীবিভাজনৰ সময়ৰ শোকগ্ৰস্ত শ্ৰ ...

অসমীয়া জাতি

অসমীয়া জাতি হৈছে বিভিন্ন সময়ত, বিভিন্ন কাৰণত অসমলৈ অহা বিভিন্ন প্ৰজাতিৰ লোকৰ সংমিশ্ৰণতে গঢ় লৈ উঠা এটা বৃহত্তৰ জাতি। সময়ৰ লগে লগে তেওঁলোকৰ বিভিন্ন ভাষা, সংস্কৃতি আদি মিলি গৈ এই জাতিৰ ভাষা-সংস্কৃতিৰ ৰূপ লৈছে। প্ৰকৃততে স্বৰ্গদেউ চুকাফা হৈছে পাহাৰ-ভৈয়াম জাতি জনগোষ্ঠী এক কৰি গঢ় দিয়া অসমীয়া জাতিৰ পিতৃ পুৰুষ তথা প্ৰথম অসমীয়া

অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি

অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি হৈছে ঐতিহাসিকভাৱে সুবিধা-বঞ্চিত ভাৰতৰ কিছু জনগোষ্ঠীক দিয়া অনুষ্ঠানিক অভিধা। এই দুই অভিধা ভাৰতৰ সংবিধানে স্বীকৃতি দিয়ে আৰু নৃগোষ্ঠীসমূহক এটি বা আনটো বিভাগত অভিহিত কৰা হয়। ভাৰতীয় উপমহাদেশত ব্ৰিটিছ শাসনৰ অধিকাংশ সময়ত এনে জনগোষ্ঠীসকলক হতাশাগ্ৰস্ত শ্ৰেণী হিচাপে অভিহিত কৰা হৈছিল। বৰ্তমান কালত অনুসূচীত জাতিৰ লোকসকলক কেতিয়াবা দলিত নামেৰে অভিহিত কৰা হয়, যাৰ অৰ্থ সংস্কৃত ভাষাত "ভগ্ন" বা "ছেদেলিভেদেলি"। অৰ্থনীতিবিদ, সংস্কাৰক তথা ভাৰতৰ সংবিধানৰ প্ৰণেতা বি আৰ আম্বেদকাৰে দলিত শব্দটোৰ জনপ্ৰিয়তা বৃদ্ধি কৰে আৰু তেওঁ নিজেই এজন দলিত আছিল। আম্বেদকৰে মহাত্মা গান্ধীয়ে ...

                                     

ⓘ ভাৰতৰ সামাজিক সম্প্ৰদায়সমূহ

  • আ গ ম উত তৰ - প ব ভ ৰতৰ ন গ ল ণ ড ৰ জ যত বসব স কৰ এট স থ ন য নগ জনজ ত ত ও ল কক ভ ৰত য স ব ধ নৰ পঞ চম স চ অন সৰ অন স চ ত জনজ ত ৰ প স ব ক ত দ য
  • দৰ ই সৎন ম সকলৰ স বক য ব শ ষ ট য, ভ ষ ক ষ ট স স ক ত ন ত য, গ ত, স ম জ ক ৰ ত - ন ত প ন ধন - উৰণ, আ - অল ক ৰ আদ আছ ত ও ল ক এক শ বৰব দত ব শ ব স কৰ
  • গ ৰন থৰ লগত ব ৎস য নৰ ক মস ত ৰত হ জ ৰ সকলৰ ব ষয উল ল খ আছ হ জ ৰ সকল স ম জ ক ব শ ষ গঠনৰ দ ব ৰ গঠ ত সম জত এক লগ ব স কৰ এই সম জৰ ম ৰব ব জনক গ ৰ
  • দল ত শব দৰ দ ব ৰ ভ ৰতৰ এন ক ছ জ ত গত গ ষ ঠ ক ব জ ৱ হয য সকল সচৰ চৰ ন প ড ত আৰ প ছপৰ জ ত ৰ প চ হ ন ত স স ক ত আৰ হ ন দ ভ ষ ত দল ত শব দৰ অৰ থ
  • চম ক ST হ ছ ঐত হ স কভ ৱ স ব ধ - বঞ চ ত ভ ৰতৰ ক ছ জনগ ষ ঠ ক দ য অন ষ ঠ ন ক অভ ধ এই দ ই অভ ধ ভ ৰতৰ স ব ধ ন স ব ক ত দ য আৰ ন গ ষ ঠ সম হক এট
  • আদ ব স হ ল ভ ৰত য উপমহ দ শৰ জনজ ত tribe - সকলৰ সম ম ল ত শব দ, য সকলক ভ ৰতৰ থল ৱ ল ক হ চ প ব ব চন কৰ হয প ছ ভ ৰত আন ষ ঠ ন ক ভ ব জনজ ত সকলক
  • ভ ল জনজ ত হ ছ চ ও ত ল আৰ গণ ডৰ প ছত ই ভ ৰতবৰ ষৰ ত ত য ট ব হৎ জনজ ত ভ ৰতৰ গ জৰ ট, মহ ৰ ষ ট ৰ, মধ যপ ৰদ শ আৰ ৰ জস থ নত ম লত ভ লসকলৰ বসত দ খ প ৱ