ⓘ ভাৰতৰ ৰাজনীতি - ৰাজ্যসভা, ৰীতা চৌধুৰী, কে আৰ নাৰায়ণন, গোবিন্দ বল্লভ পণ্ট, সৈন্য বাহিনীৰ বিশেষ ক্ষমতা আইন, ১৯৫৮, চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী ..

ৰাজ্যসভা

ৰাজ্যসভা হৈছে ভাৰতীয় সংসদৰ উচ্চ সদন। ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হৈছে ৰাজ্যসভাৰ সভাপতি, সদস্যসকলৰ মাজৰ পৰা এজন উপ-সভাপতি নিৰ্বাচিত কৰা হয়, তেওঁৰ তত্ত্বাবধানত সদনৰ দৈনন্দিন কাম-কাজ চলে।

ৰীতা চৌধুৰী

ড॰ ৰীতা চৌধুৰী অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক আৰু সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক। বৰ্তমান এওঁ নেচনেল বুক ট্ৰাষ্ট, ভাৰতৰ সঞ্চালক পদত নিযুক্ত হৈ আছিল। তেখেতৰ জন্ম হৈছিল অৰুণাচল প্ৰদেশৰ টিৰাপত। পিতৃৰ নাম বিৰজানন্দ চৌধুৰী। তেখেত সম্প্ৰতি কটন মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ জ্যেষ্ঠ প্ৰবক্তা ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে।

কে আৰ নাৰায়ণন

কোচাৰিল ৰমন নাৰায়ণন আছিল ভাৰতৰ দশম ৰাষ্ট্ৰপতি আৰু নৱমগৰাকী উপৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতি নাৰায়ণনক কেইবাটাও নজিৰ স্থাপনকাৰী কাৰ্য কৰাৰ বাবে আৰু তেওঁৰ স্বাধীনচিতীয়া মনোভাৱৰ বাবে স্মৰণ কৰা হয়। তেওঁ নিজকে এগৰাকী "কৰ্মশীল ৰাষ্ট্ৰপতি" হিচাপে বিবেচনা কৰে, যিয়ে "সংবিধানৰ চাৰিওটা চুকৰ ভিতৰতে থাকি কাম কৰিছিল"; যাৰ স্থান আছিল প্ৰত্যক্ষভাৱে ক্ষমতা প্ৰদৰ্শন কৰিব পৰা "কাৰ্যবাহী ৰাষ্ট্ৰপতি" আৰু বিনাবাক্যব্যয়ে চৰকাৰী নথিত চহী কৰা "ৰাবাৰ ষ্টাম্প ৰাষ্ট্ৰপতি"ৰ মাজত। অত্যন্ত দৰিদ্ৰ পৰিয়ালত জন্মলাভ কৰা নাৰায়ণনে কেইবামাইল দূৰ খোজ কাঢ়ি বিদ্যালয়ত উপস্থিত হৈছিল। কিন্তু মাছুল অনাদায় হৈ থকাৰ বাবে তেওঁ প্ৰায়েই ...

গোবিন্দ বল্লভ পণ্ট

গোবিন্দ বল্লভ পণ্ট ভাৰতৰ অৰ্থ শাস্ত্ৰ, ৰাজনীতি আৰু সমাজ সংস্কাৰৰ ক্ষেত্ৰত অসাধাৰণ প্ৰতিভা দেখুওৱা বিশিষ্ট ব্যক্তি আছিল। তেওঁ দুবাৰকৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হৈছিল। তেওঁ স্বাধীনতা যুঁজাৰু আছিল। তেওঁ ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী হৈ কাৰ্য-নিৰ্বাহ কৰিছিল। তেওঁৰ বিৰল প্ৰতিভাৰ বাবে ভাৰত চৰকাৰে ১৯৫৭ চনত ভাৰত-ৰত্ন সন্মানেৰে সন্মানিত কৰিছিল।

সৈন্য বাহিনীৰ বিশেষ ক্ষমতা আইন, ১৯৫৮

সৈন্য বাহিনীৰ বিশেষ ক্ষমতা আইন ১৯৫৮ চনৰ ছেপ্তেম্বৰ মাহৰ ১১ তাৰিখে ভাৰতৰ সংসদত গৃহিত কৰা হয়৷ ইয়াৰ দ্বাৰা অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্যত সৈন্যসকলে কাৰ্য্য পৰিচালনাৰ ক্ষেত্ৰত বিশেষ ক্ষমতা লাভ কৰে৷

চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী

চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী কৰ্ণধাৰ সদস্য আছিল। তেওঁ স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল আৰু স্বতন্ত্ৰ দলৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। তেওঁ ওকালতি, ৰাজনীতি, প্ৰশাসন, সাহিত্য আদি প্ৰতিটো দিশতে ব্যুৎপত্তি আছিল। তেওঁ জাতত ব্ৰাহ্মণ পৰিয়ালৰ লোক আছিল যদিও ধৰ্মত তেওঁৰ গোড়ামি নাছিল। তেওঁৰ চৰিত্ৰৰ এক বিশেষ বৈশিষ্ট্য আছিল যে, সত্য কথা তেওঁ সদায় লুক-ঢাক নকৰাকৈ প্ৰকাশ কৰিছিল। সমস্যা যিমানেই গভীৰ নহওক, তাৰ সন্মুখীন হ’বপৰা দক্ষতা তেওঁৰ আছিল। তদুপৰি তেওঁ আছিল দূৰদৰ্শী লোক। সেয়ে এনেবোৰ গুণেৰে বিভূষিত আছিল কাৰণে লোকে তেওঁক আধুনিক চাণক্য নাম দিছিল। সৰ্বসাধাৰণে তেওঁক ৰাজাজী বা ৰাজ ...

                                     

ⓘ ভাৰতৰ ৰাজনীতি

  • ৰ জ যসভ ৰ দল অন য য সদস যস খ য ৰ ত ল ক দ য হ ল ৰ জ যসভ সদস য ল কসভ ভ ৰতৰ ৰ জন ত ভ ৰত য স সদ ভ ৰতত আইন প ৰণয ন প ৰক ৰ য Hon ble Chairman, Rajya Sabha
  • ভ ৰতৰ সঞ চ লক পদত ন য ক ত হ আছ ল ত খ তৰ জন ম হ ছ ল অৰ ণ চল প ৰদ শৰ ট ৰ পত প ত ৰ ন ম ব ৰজ নন দ চ ধ ৰ ত খ ত সম প ৰত কটন মহ ব দ য লয ৰ ৰ জন ত ব জ ঞ ন
  • ভ ৰতৰ স ব ধ নত আন দ লন ব ল ল দক ষ ণ এছ য ৰ এক শত ব ৰ ট ছ ইষ ট ইণ ড য ক ম প ন আৰ প চৰচ ৱ ত ব ৰ ট ছ চৰক ৰৰ শ সনৰ প ৰত ব দ কৰ ত ও ল কক শ সনভ ৰ এৰ
  • আৰ ব জ ঞ ন দ ট শ খ আছ অসম য বড ই ৰ জ শ ক ষ অৰ থন ত ব ৰঞ জ ৰ জন ত ভ গ ল ন তত ত ব গণ ত পদ ৰ থ ব জ ঞ ন ৰস য ন ব দ য উদ ভ দ ব জ ঞ ন প ৰ ণ
  • ইক নম ক সত ৰ জন ত অৰ থন ত আৰ স ব দ কত অধ যয ন কৰ ৰ পথ প ৰশস ত কৰ ত ল চনত ত ও ই ল ণ ডল য য আৰ হ ৰল ড ল স ক ৰ অধ নত ৰ জন ত ব জ ঞ ন অধ যয ন
  • গ ব ন দ বল লভ পণ ট ই ৰ জ Govind Ballabh Pant - ভ ৰতৰ অৰ থ শ স ত ৰ, ৰ জন ত আৰ সম জ স স ক ৰৰ ক ষ ত ৰত অস ধ ৰণ প ৰত ভ দ খ ওৱ ব শ ষ ট ব যক ত
  • অসম য ব ভ গ অৰ থন ত ব ভ গ শ ক ষ তত ত ব ব ভ গ ই ৰ জ ব ভ গ ব ৰঞ জ ব ভ গ ৰ জন ত - ব জ ঞ ন ব ভ গ সম জতত ত ব ব ভ গ ৰস য ন - ব জ ঞ ন ব ভ গ উদ ভ দব জ ঞ ন ব ভ গ
  • এই ৰ জন ত ব জ ঞ ন ব ষয ক চম প ৰবন ধট ক বহল ই ল খ প ৰয জন আপ ন ও ইচ ছ কৰ ল য গদ ন কৰ ব প ৰ স ন য ব হ ন ৰ ব শ ষ ক ষমত আইন চনৰ ছ প ত ম বৰ
  • কৰ ণধ ৰ সদস য আছ ল ত ও স ব ধ ন ভ ৰতৰ প ৰথম গৱৰ ণৰ জ ন ৰ ল আৰ স বতন ত ৰ দলৰ অন যতম প ৰত ষ ঠ পক আছ ল ত ও ওক লত ৰ জন ত প ৰশ সন, স হ ত য আদ প ৰত ট
  • আৰ আৰৱ স স ক ত ব ভ গ অৰ থন ত ব ভ গ শ ক ষ তত ত ব ব ভ গ ব ৰঞ জ ব ভ গ ৰ জন ত - ব জ ঞ ন ব ভ গ সম জতত ত ব ব ভ গ দৰ শন ব ভ গ প ৰ তত ত ব ব ভ গ মন ব জ ঞ ন
  • সভ পত আছ ল বৰ তম ন গ প লক ষ ণ গ ন ধ য অশ ক ব শ বব দ য লয ত ইত হ স আৰ ৰ জন ত ব জ ঞ নৰ অধ য পক পদত অধ ষ ঠ ত At farewell, Gopalkrishna Gandhi calls