ⓘ ভাৰত চৰকাৰ - ভাৰত চৰকাৰ, অসম চৰকাৰ, চৰকাৰ, অসম চুক্তি, গণৰাজ্য দিৱস, ভাৰত, ভাৰত ৰত্ন ..

ভাৰত চৰকাৰ

ভাৰত চৰকাৰ ক সাধাৰণ ভাষাত "কেন্দ্ৰীয় চৰকাৰ" বুলি কোৱা হয়। ২৮খন ৰাজ্য আৰু ৭খন কেন্দ্ৰীয় শাসিত অঞ্চলৰে গঠিত যাক "ভাৰত গণৰাজ্য" বুলি কোৱা হয়, ইয়াৰেই নিয়ন্ত্ৰণকৰ্তা হৈছে ভাৰত চৰকাৰ। ভাৰত চৰকাৰৰ মুখ্য আসন বুলি দিল্লীক বুজায়, যিহেতু চৰকাৰৰ মুখ্য কাম কাজসমূহ ইয়াৰ পৰাই পৰিচালিত হয়। ভাৰত দেশৰ নাগৰিকসকলৰ লগত সম্পৰ্কীত বুনিয়াদী দেৱানী আৰু ফৌজদাৰী আইন, যেনে নাগৰিক প্ৰক্ৰিয়া সংহিতা, ভাৰতীয় দণ্ড সংহিতা, অপৰাধ প্ৰক্ৰিয়া সংহিতা, আদি সংসদৰ দ্বাৰা নিৰ্মাণ হয়। সংঘ আৰু প্ৰতিখন ৰাজ্যৰে চৰকাৰক তিনি অংশ, কাৰ্যপালিকা, বিধায়িকা আৰু ন্যায়পালিকাৰ অন্তৰ্গত কাম কৰে।

অসম চৰকাৰ

অসম চৰকাৰ ভাৰতবৰ্ষৰ অসম ৰাজ্য আৰু ইয়াৰ ৩৩খন জিলাৰ সৰ্বোচ্চ শাসনতান্ত্ৰিক কৰ্তৃপক্ষ। এই চৰকাৰ ৰাজ্যপালসহ শাসনবিভাগ, আইনবিভাগ আৰু বিচাৰবিভাগৰ সৈতে গঠিত। ৰাজ্যপালজন হৈছে ৰাজ্যৰ সাংবিধানিক মুৰব্বী তেওঁক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে ৫ বছৰৰ বাবে। জগদীশ মুখী হৈছে অসমৰ বৰ্তমানৰ ৰাজ্যপাল। আনহাতে মুখ্যমন্ত্ৰী হৈছে চৰকাৰ প্ৰধান, তেখেতৰ হাততেই ৰাজ্যৰ প্ৰকৃত শাসনক্ষমতা ন্যস্ত থাকে। বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। অসমৰ মুঠ ১২৬ জন বিধান সভাৰ সংখ্যাগৰিষ্ঠ সদস্যসকলক তেওঁ নেতৃত্ব প্ৰদান কৰে।

চৰকাৰ

চৰকাৰ হল কোনো দেশৰ সৰ্বোচ্চ সংস্থা তথা কৰ্তৃপক্ষ যাৰ মাধ্যমৰে দেশখনৰ শাসন কাৰ্য পৰিচালিত হয়। গণতান্ত্ৰিক শাসন ব্যৱস্থাত চৰকাৰ জনসাধাৰণৰ নিৰ্বাচিত প্ৰতিনিধি, যেনে সংসদীয় সদস্যৰ দ্বাৰা গঠিত হয়। চৰকাৰৰ মৌলিক দায়িত্ব জনসাধাৰণৰ অভিপ্ৰায় অনুযায়ী দেশৰ নিৰাপত্তা বিধান কৰা, সমাজৰ শান্তি বজায় ৰখা, মানুহৰ সা-সম্পত্তি ৰক্ষা কৰা আৰু বিবাদৰ ক্ষেত্ৰত বিচাৰকাৰ্য পৰিচালনা কৰা। চৰকাৰে ইয়াৰ ওপৰত আৰোপিত দায়িত্বসমূহ পালনৰ স্বাৰ্থত ৰাজহ আহৰণ কৰে আৰু শাসনকাৰ্য পৰিচালনা তথা উন্নয়নমূলক কামৰ বাবে সেয়া ব্যয় কৰে। যদিও সকল ধৰণেৰ সংস্থাৰে শাসন ব্যৱস্থা থাকে, সাধাৰণত "চৰকাৰ" শব্দটিৰ দ্বাৰা সাৰ্বভৌম ৰাষ্ট্ৰক ...

অসম চুক্তি

অসম চুক্তি ভাৰত চৰকাৰ আৰু অসম আন্দোলনৰ নেতৃত্বৰ মাজত ১৯৮৫ চনৰ ১৫ আগষ্টত নতুন দিল্লীত স্বাক্ষৰিত হোৱা এখন বুজাবুজি চুক্তি)। এই চুক্তিৰ জৰিয়তে অসম আন্দোলনৰ পৰিসমাপ্তি ঘটিছিল আৰু ইয়াৰ ফলস্বৰূপে আন্দোলনৰ নেতৃত্বই এটা ৰাজনৈতিক দল গঠন কৰি পৰৱৰ্তী সময়ত অসমত চৰকাৰ গঠন কৰিছিল। যদিও এই চুক্তিৰ জৰিয়তে অসম আন্দোলনৰ পৰিসমাপ্তি ঘটিল, চুক্তিৰ কেইবাটাও গুৰুত্বপূৰ্ণ দফা অদ্যাপি কাৰ্যকৰীকৰণ হোৱা নাই। ইয়াৰ ফলস্বৰূপে কেইবাটাও মূল সমস্যাই মূৰ দাঙি আছে।

গণৰাজ্য দিৱস (ভাৰত)

গণৰাজ্য দিৱস ভাৰতবৰ্ষৰ এক ৰাষ্ট্ৰীয় উৎসৱ। এই দিনটোতে Government of India Act ৰ সলনি ১৯৫০ চনত ভাৰতৰ সংবিধান গৃহীত হৈছিল আৰু ভাৰতৰ পৰিচালনাৰ নথিৰূপে পৰিগণিত হৈছিল। ভাৰতৰ সংবিধানখন Constituent Assembly of Indiaই ১৯৪৯ চনৰ ২৬ নৱেম্বৰত অনুমোদন জনাইছিল। ১৯৫০ চনৰ ২৬ নৱেম্বৰত এইখন গৃহীত হোৱাৰ ফলত ভাৰত এখন স্বাধীন গণতান্ত্ৰিক দেশ হোৱাৰ প্ৰক্ৰিয়া সমাপ্ত হয়। ১৯৩০ চনৰ ২৬ জানুৱাৰীৰ দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছে পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ আগবঢ়োৱা বাবে গণৰাজ্য দিৱসৰ বাবে এই দিনটো বাছনি কৰা হয়। স্বাধীনতা দিৱস আৰু গান্ধী জয়ন্তীৰ লগতে এই দিনটো ভাৰতৰ এটা ৰাষ্ট্ৰীয় বন্ধৰ দিন।

ভাৰত ৰত্ন

ভাৰত ৰত্ন ভাৰত দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান। সাহিত্য, কলা, বিজ্ঞান, সমাজসেৱা আদি ক্ষেত্ৰত বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিক এই সন্মান প্ৰদান কৰা হয়। ভাৰত ৰত্ন প্ৰাপকসকলৰ কোনেও এই বিশেষ সম্মানজনক উপাধি নামৰ অঙ্গ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে। তথাপিটো ইয়াৰ ভাৰতীয় মানক্ৰমত বিশেষ স্থানৰ অধিকাৰী। ১৯৫৪ চনৰ ২ জানুৱাৰীত স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে এই পুৰস্কাৰৰ প্ৰৱৰ্তন কৰিছিল। পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী সম্মানবোৰৰ লগত ভাৰত ৰত্ন বঁটা প্ৰদানো ১৩ জুলাই, ১৯৭৭ চনৰ পৰা ২৬ জানুৱাৰী, ১৯৮০ পৰ্যন্ত বন্ধ হৈ আছিল। বৰ্তমানলৈকে ৪৮ জন ব্যক্তিক এই সম্মান দিয়া হৈছে। ভাৰতীয় সকলৰ বাদে অন্য ...

                                     

ⓘ ভাৰত চৰকাৰ

  • ভ ৰত চৰক ৰক স ধ ৰণ ভ ষ ত ক ন দ ৰ য চৰক ৰ ব ল ক ৱ হয খন ৰ জ য আৰ খন ক ন দ ৰ য শ স ত অঞ চলৰ গঠ ত য ক ভ ৰত গণৰ জ য ব ল ক ৱ হয ইয ৰ ই
  • অসম চৰক ৰ ভ ৰতবৰ ষৰ অসম ৰ জ য আৰ ইয ৰ খন জ ল ৰ সৰ ব চ চ শ সনত ন ত ৰ ক কৰ ত পক ষ এই চৰক ৰ ৰ জ যপ লসহ শ সনব ভ গ, আইনব ভ গ আৰ ব চ ৰব ভ গৰ স ত গঠ ত
  • য ক তৰ জ য, ফ ৰ ন স, জ প ন, ইট ল আদ ৰ চৰক ৰ একক ন দ ৰ য আনহ ত আম ৰ ক য ক তৰ ষ ট ৰ, ভ ৰত ৰ ছ য অষ ট ৰ ল য আদ ৰ চৰক ৰ য ক তৰ ষ ট ৰ য স সদ য পদ ধত ৰ
  • অসম চ ক ত ভ ৰত চৰক ৰ আৰ অসম আন দ লনৰ ন ত ত বৰ ম জত চনৰ আগষ টত নত ন দ ল ল ত স ব ক ষৰ ত হ ৱ এখন ব জ ব জ চ ক ত ই ৰ জ Memorandum of
  • ক ন ত ত ত য ভ ৰতৰ স থ য স ব ধ ন ন ছ ল আইনসম হ পৰ ৱৰ ত ত ঔপন ব শ ক ভ ৰত চৰক ৰ অধ ন য ম ক ওপৰত ন ৰ ভৰশ ল আছ ল চনৰ আগষ টত ড ব আৰ আম ব দক ৰক
  • জনক মৰ ণত তৰ ভ ৱ ভ ৰত ৰত ন প ৰদ ন কৰ হয ক ন ত প ছত আইন জট লত ৰ ব ব স ভ ষচন দ ৰ বস ৰ ভ ৰত ৰত ন ঘ ৰ ই অন ৰ ব ব ভ ৰত চৰক ৰ ব ধ য হয এইট ৱ ই প ৰস ক ৰ
  • স ব ধ নখন প ৰবৰ তনৰ লগ লগ প ৰ বপ ৰচল ত চনৰ ভ ৰত শ সন আইনৰ অৱস ন ঘট দ শৰ সৰ ব চ চ আইন হ ৱ ৰ ব ব ভ ৰত চৰক ৰ প ৰবৰ ত ত প ৰত খন আইনক স ব ধ ন - অন সৰ হ কৰ
  • ব ভ গ এই স ৱ ৰ ব ষয সকল ভ ৰত চৰক ৰ আৰ প ৰত ট ৰ জ য আৰ ক ন দ ৰ য শ স ত অঞ চলল স ৱ আগবঢ য আই এ এছ ব ষয সম হ ভ ৰত চৰক ৰৰৰ অধ নস থ ব ভ ন ন ৰ জহ ৱ
  • ব ক ষম ত ৰ প ৰস ক ৰ ভ ৰত চৰক ৰ ক ষ ভ ষণ প ৰস ক ৰ মহ ৰ ষ ট ৰ চৰক ৰ পদ মশ ৰ ভ ৰত চৰক ৰ পদ মভ ষণ ভ ৰত চৰক ৰ ব শ বব ক জ ত
  • ভ ৰত ব ভ ৰত য প ৰজ তন ত ৰ ই ৰ জ Republic of India দক ষ ণ এছ য ত অৱস থ ত এখন স ৰ বভ ম গণত ন ত ৰ ক ৰ ষ ট ৰ ভ গ ল ক আয তনৰ ফ লৰ পৰ ভ ৰত প থ ৱ ৰ
  • প ৰত ষ ঠ ত হয - এপ ল উৎক ষ পণ কৰ হয - স ব ধ ন ব ল দ শ চৰক ৰ গঠ ত হয - ত জউদ দ ন আহম দ ব ল দ শৰ প ৰথম প ৰধ নমন ত ৰ হ চ প শপথ