ⓘ ভাৰতৰ ৰাজ্য - কছাৰী ৰাজ্য, কমতা ৰাজ্য, জয়ন্তীয়া ৰাজ্য, অসম, ডবকা ৰাজ্য, ভাৰতৰ উপৰাষ্ট্ৰপতি, ভাৰতৰ ৰাজ্যিক ফুলসমূহৰ তালিকা ..

কছাৰী ৰাজ্য

ডিমাছা কছাৰী ৰাজ্য অসমত অৱস্থিত এখন জনজাতীয় ৰাজ্য আছিল। ইয়ৰ শাসকসকল আছিল ডিমাছা জনগোষ্ঠীয় লোক। স্থানীয় জনজাতীয় নেতাই শাসন কৰা কছাৰী আৰু আনবোৰ ৰাজ্য । কছৰী ৰাজ্যৰ আৰম্ভণিৰ ইতিহাস স্পষ্ট নহয়। পৰম্পৰাগত তথ্য অনুসৰি ৰাজনৈতিক অস্থিৰতাৰ বাবে কছাৰী ডিমাচাসকলে প্ৰাচীন কালত কামৰূপ ৰাজ্য ত্যাগ কৰিবলগীয়া হৈছিল। বহু লোকে ব্ৰহ্মপুত্ৰ ডিমাচাত দিলৌ পাৰ কৰিব নোৱাৰি উত্তৰ পাৰতে থাকি গৈছিল আৰু তেওঁলোক পাছলৈ বড়ো বুলি জনাজাত হৈছিল। নদী পাৰ কৰাসকল ডিমাচা অৰ্থ- নদীৰ পুত্ৰ বুলি জনাজাত হল। ব্ৰহ্মপুত্ৰৰ কছাৰী ঘাট ইয়াৰেই প্ৰমাণ বুলি ভবা হয়। ডিমাচাসকলে শদিয়াৰ দেৱী কেঁচাই খাইটি ক পূজা কৰিছিল। কছাৰীসকলে নিজ ...

কমতা ৰাজ্য

কমতা ৰাজ্য ত্ৰয়োদশ শতিকাত পাল ৰাজবংশৰ পতনৰ পাছত পুৰণি কামৰূপ ৰাজ্যৰ পশ্চিম অংশত গঠিত হয়। কমতা ৰাজ্যৰ উত্থানৰ লগে লগে অসম বুৰঞ্জীৰ প্ৰাচীন যুগ শেষ হয় আৰু মধ্য যুগ আৰম্ভ হয়। এই অঞ্চলৰ শেষ শাসক আছিল খেন বংশ যাক গৌড়ৰ শাসক আল্লাউদ্দিন হুছেইন শ্বাহে ক্ষমতাচ্যুত কৰে। প্ৰশাসনিক গাঁথনিৰ সৃষ্টি কৰিলেও হুছেইন শ্বাহে এই অঞ্চল নিয়ন্ত্ৰণত ৰাখিব নোৱাৰিলে আৰু কোচ ৰাজবংশই ইয়াত অসাসন কৰিবলৈ লয়। কোচসকলে নিজকে কমতেশ্বৰ কমতাৰ শাসক বুলি কৈছিল, কিন্তু তেওঁলোকৰ প্ৰভাৱ আৰু বিস্তৃতি ইমানেই বাঢ়িছিল যে তেওঁলোকৰ ৰাজ্যক কোচ ৰাজ্যও বোলা হয়। পাছলৈ ৰাজ্যখন দুভাগ হৈ পৰে: কোচ বিহাৰ আৰু কোচ হাজো। পূবৰ ৰাজ্য কোচ হাজ ...

জয়ন্তীয়া ৰাজ্য

জয়ন্তীয়া ৰাজ্য বৰ্তমানৰ উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য আছিল। আনুমানিক পঞ্চদশ শতিকাত প্ৰভাত ৰায় নামৰ ৰজা এজনে এই ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। যষ্ঠদশ শতিকাত চিলাৰায়ে আক্ৰমণ কৰি জয়ন্তীয়া ৰজাক বধ কৰে আৰু ৰাজ্যখন কোচৰ অন্তৰ্গত কৰে। ১৮৩৫ চনত এই ৰাজ্য ইংৰাজ শাসিত অঞ্চলত অন্তৰ্ভুক্ত কৰা হয়।

অসম

অসম ভাৰতৰ উত্তৰ-পূবত অৱস্থিত সাংস্কৃতিক আৰু ভৌগোলিকভাৱে এখন পৃথক ৰাজ্য। ইংৰাজে অসম দখল কৰাৰ আগতে অসম এখন স্বতন্ত্ৰ ৰাষ্ট্ৰ আছিল। ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসম ইংৰাজৰ হাতলৈ যায়। ভাৰতৰ স্বাধীনতা আন্দোলনত আন প্ৰদেশৰ নিচিনাকৈ অসমৰ জনসাধাৰণেও গুৰুত্বপূৰ্ণভাৱে অংশগ্ৰহণ কৰে আৰু ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত অসম স্বাধীন ভাৰতৰ এখন অন্তৰংগ প্ৰদেশ হিচাপে গঠিত হয়। ব্ৰিটিছ-শাসিত ভাৰত আৰু আধুনিক কালতো অসম এখন মুখ্য প্ৰদেশ আছিল, কিন্তু পিছলৈ এই অঞ্চল বিভিন্ন ৰাজ্যত বিভক্ত হয়। অসমৰ ৰাজধানী হৈছে দিছপুৰ। অসম ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ লগতে কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পৰ্বতক সামৰি ৩০,২৮৫ বৰ্গমাইল ...

ডবকা ৰাজ্য

ডবকা বৰ্তমান অসমৰ মধ্য অংশত অৱস্থিত প্ৰাচীন ভাৰতৰ এখন ৰাজ্য। ডবকাৰ নাম ৪ৰ্থ শতিকাৰ সমুদ্ৰগুপ্তৰ দিনৰ এলাহাবাদ শিলালিপিত পোৱা যায় যত ইয়াক গুপ্ত সাম্ৰাজ্যৰ পাঁচখন সীমান্ত ৰাজ্যৰ এখন বুলি কোৱা হৈছে। লিউ শ্বং ৰাজবংশৰ শ্বুং-শ্বু ইতিহাসত ৰাজ্যখনৰ নাম কপিলী বুলি আছে । কামৰূপী ভাষাত লিখা গছতল শিলালিপিতো ইয়াৰ উল্লেখ আছে। এন কে ভট্টাচালিয়ে ডবকা ৰাজ্য এতিয়াৰ নগাঁও জিলা অঞ্চল বুলি ঠাৱৰ কৰিছে। কপিলী নদী-কলং নদীৰ উপত্যকাৰ লগত এই ৰাজ্য সংযুক্ত আছিল।

ভাৰতৰ উপৰাষ্ট্ৰপতি

ভাৰতৰ উপৰাষ্ট্ৰপতি হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পিছত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ সাংবিধানিক পদবী। ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৬৩ৰ মতে ভাৰতৰ ৰাষ্ট্ৰপতিৰ অনুপস্থিতিত ভাৰতৰ উপৰাষ্ট্ৰপতিয়ে তেওঁৰ কাৰ্যভাৰ গ্ৰহণ কৰে। ৰাষ্ট্ৰপতিৰ মৃত্যু, পদৰ পৰা অব্যাহতি ললে, মহাভিযোগৰ দ্বাৰা অপসাৰিত হলে অথবা অন্যান্য কাৰণত ৰাষ্ট্ৰপতিৰ পদ খালী হলে উপৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতিৰ সকলো ক্ষমতা লাভ কৰে। ভাৰতৰ উপৰাষ্ট্ৰপতি ভাৰতৰ উচ্চ সদন ৰাজ্যসভাৰ অধ্যক্ষ। উৰাষ্ট্ৰপতিয়ে ৰাজ্যসভাত উত্থাপিত বিধেয়ক বিত্তীয় বিধেয়ক হয় নে নহয় বিবেচনা কৰে। তেওঁ ৰাজ্যসভাত উত্থাপিত কোনো বিধেয়ক ধন বিধেয়ক হিচাপে বিবেচনা কৰিলে তেওঁ উক্ত বিধেয়ক লোকসভাৰ ...

                                     

ⓘ ভাৰতৰ ৰাজ্য

  • ভ ৰতত খন ৰ জ য আৰ খন ক ন দ ৰ য শ স ত অঞ চল আছ ভ ৰতৰ ৰ জধ ন দ ল ল প ৰত খন ৰ জ যৰ ন জ প ৰশ সন য ব যৱস থ আছ ক ন দ ৰ য শ স ত অঞ চলসম হ ক ন দ ৰ য
  • দ ব ৰ চৰক ৰ পৰ চ লন কৰ ভ ৰতবৰ ষত খন ৰ জ য আৰ খন ক ন দ ৰ য শ স ত অঞ চল আছ তলৰ উল ল খ ত ত ল ক খনত ৰ জ য অথব ক ন দ ৰ য শ স ত অঞ চলসম হৰ ব পৰ ত
  • ভ ৰতৰ ৰ জ য আৰ ক ন দ ৰ য শ স ত অঞ চলসম হৰ ৰ জ য ক জন ত সম হৰ ত ল ক ৰ জ য ক ফ ল ৰ জ য ক পক ষ ৰ জ য ক গছ Sambar : The State Animal of Orissa ভ ৰতৰ ৰ জ য ক
  • ড ম ছ কছ ৰ ৰ জ য উচ চ ৰণ: kəˈʧɑ: rɪ অসমত অৱস থ ত এখন জনজ ত য ৰ জ য আছ ল ইয ৰ শ সকসকল আছ ল ড ম ছ জনগ ষ ঠ য ল ক স থ ন য জনজ ত য ন ত ই শ সন কৰ
  • ব হ ৰ আৰ ক চ হ জ প বৰ ৰ জ য ক চ হ জ শ শত ক ত আহ ম ৰ জ যৰ অন তৰ গত হয পশ চ মৰ অ শ ক চ ব হ ৰ ক চ ৰ জব শৰ হ তত থ ক আৰ ভ ৰতৰ স ব ধ নত ৰ প ছত ভ ৰতত
  • জয ন ত য ৰ জ য বৰ তম নৰ উত তৰ - প ব ভ ৰতৰ এখন ৰ জ য আছ ল আন ম ন ক পঞ চদশ শত ক ত প ৰভ ত ৰ য ন মৰ ৰজ এজন এই ৰ জ য প ৰত ষ ঠ কৰ ছ ল যষ ঠদশ শত ক ত চ ল ৰ য
  • ডবক বৰ তম ন অসমৰ মধ য অ শত অৱস থ ত প ৰ চ ন ভ ৰতৰ এখন ৰ জ য ডবক ৰ ন ম ৰ থ শত ক ৰ সম দ ৰগ প তৰ দ নৰ এল হ ব দ শ ল ল প ত প ৱ য য য ত ইয ক গ প ত স ম ৰ জ যৰ
  • য ক তৰ ষ ট ৰ য প ৰৱণত ৰ এট ন দৰ শন ভ ৰতৰ ৰ ষ ট ৰপত ক জনগণৰ দ ব ৰ প ৰত যক ষভ ব ন ৰ ব চ ত কৰ নহয ত ও ক স সদ আৰ ৰ জ য ব ধ নসভ সম হৰৰ সদস যসকলৰ ভ টৰ দ ব ৰ হ
  • ৰ জ যসভ ৰ অধ যক ষৰ দ য ত ব ৰ জ যসভ ৰ উপ ধ যক ষ গৰ ক য প লন কৰ ভ ৰতৰ স ব ধ নৰ মত ৰ জ য সভ ৰ ন ৰ ক শ স খ য গৰ ষ ঠত ৰ গ হ ত হ ৱ উপৰ ষ ট ৰপত ৰ অপস ৰণৰ
                                     

ভাৰতৰ ৰাজ্যিক ফুলসমূহৰ তালিকা

Official flora and fauna of various states in India On Biodiversity of India wiki Indian state flowers Complete Reference for Indian flower collection Complete Indian flower collection