ⓘ আইন - আই এম ডি টি আইন, ১৯৮৩, আন্তৰ্জাতিক মানৱ অধিকাৰ আইন, হিন্দু বিবাহ আইন, ১৯৫৫, বাল্য বিবাহ নিৰোধক আইন, ১৯২৯, নাগৰিকত্ব, সংশোধনী, আইন, ২০১৯ ..

আই এম ডি টি আইন, ১৯৮৩

আই এম ডি টি আইন বা অবৈধ অনুপ্ৰৱেশকাৰী আইন, ১৯৮৩ Act, 1983) হৈছে অসমৰ অনুপ্ৰৱেশকাৰী সমস্যাৰ সৈতে জড়িত আৰু কেৱল অসমত প্ৰযোজ্য হোৱাকৈ ১৯৮৩ চনত গৃহীত কৰা এখন আইন। এই আইনখন ইতিমধ্যে বাতিল কৰা হৈছে।

আন্তৰ্জাতিক মানৱ অধিকাৰ আইন

আন্তৰ্জাতিক মানৱ অধিকাৰ আইন সামাজিক, আঞ্চলিক তথা গাৰ্হস্থ্য স্তৰত মানৱ অধিকাৰ প্ৰচাৰৰ হেতু পৰিকল্পিত আন্তৰ্জাতিক আইনৰ এক অঙ্গ। আন্তৰ্জাতিক আইনৰ এটি ৰূপ হিচাপে আন্তৰ্জাতিক মানৱ অধিকাৰ আইন মূলত কিছুমান চুক্তিৰে গঠিত, আন্তঃৰাষ্ট্ৰীয় আইনৰ এক ৰূপ হিচাপে, আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ আইনসমূহ প্ৰাথমিকভাৱে কোনো সন্ধি, সাৰ্বভৌম ৰাষ্ট্ৰৰ মাজত বুজাপৰা ইত্যাদিৰ পৰা সন্মতি প্ৰকাশ কৰা পক্ষকেইটাৰ মাজত এক আইনী বান্ধোন গঢ় দিয়া, আৰু প্ৰচলিত আন্তঃৰাষ্ট্ৰীয় আইনৰ উদ্দেশ্যেৰে উদ্ভৱ হয়; তথা ই এক প্ৰথাগত আন্তৰ্জাতিক আইন। অন্যান্য আন্তঃৰাষ্ট্ৰীয় মানৱধিকাৰ উপকৰণ, যি নেকি আইনগত ভাৱে বাধ্যতামূলক নহয়, আন্তঃৰাষ্ট ...

হিন্দু বিবাহ আইন, ১৯৫৫

হিন্দু বিবাহ আইন হৈছে ১৯৫৫ চনত ভাৰতীয় সংসদত গৃহীত হোৱা এখন আইন। হিন্দু ক’ড বিলৰ অংশ হিচাপে আৰু তিনিখন বিল গৃহীত কৰা হৈছিল। সেইকেইখন হৈছে হিন্দু উত্তৰাধিকাৰী আইন, হিন্দু নাবালক আৰু অভিভাৱকত্ব আইন আৰু হিন্দু দত্তক আৰু চোৱাচিতা আইন ।

বাল্য বিবাহ নিৰোধক আইন, ১৯২৯

বাল্য বিবাহ নিৰোধক আইন, ১৯২৯ ২৮ চেপ্তেম্বৰ ১৯২৯ তাৰিখে ভাৰতৰ ইম্পেৰিয়েল বিধান পৰিষদত গৃহীত হয়। এই আইন যোগে বিবাহৰ নিম্নতম বয়স ছোৱালীৰ বাবে ১৪ বছৰ আৰু ল’ৰাৰ বাবে ১৮ বছৰ নিৰ্ধাৰণ কৰা হয়; যিটো পৰৱৰ্তী সময়ত ছোৱালীৰ বাবে ১৮ বছৰ আৰু ল’ৰাৰ বাবে ২১ বছৰলৈ সংশোধিত কৰা হয়। হৰিবিলাস সাৰদাএই আইনখনৰ পৃষ্ঠপোষকতা কৰা বাবে ই ‘সাৰদা আইন’ নামেৰে বিশেষভাবে পৰিচিত। উত্থাপনৰ ছমাহ পিছতে ১৯৩০ চনৰ ১ এপ্ৰিলত এই আইন কাৰ্যকৰী হয়। ই ভাৰতৰ সামাজিক সংস্কাৰ আন্দোলনৰ ফল। ব্ৰিটিছ কৰ্তৃপক্ষৰ পৰা শক্তিশালী বিৰোধ হোৱা সত্বেও এই বিধেযকখন ভাৰতীয় লোকৰ সংখ্যাগৰিষ্ঠতা থকা ব্ৰিটিছ ভাৰত চৰকাৰৰ দ্বাৰা ই গৃহীত হৈছিল। ব্ৰিটিছ ক ...

নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯

নাগৰিকত্ব আইন, ২০১৯ Act, 2019 ; চমুকৈ কা, পূৰ্বতে কেব) হৈছে ভাৰতৰ সংসদৰ দ্বাৰা ২০১৯ চনৰ ১১ ডিচেম্বৰত গৃহীত এখন আইন। এই আইনখন নাগৰিকত্ব আইন, ১৯৫৫-ৰ সংশোধিত ৰূপ আৰু ইয়াৰ দ্বাৰা ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ নিৰ্যাতিত আৰু ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ আগলৈকে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা হিন্দু, বৌদ্ধ, শিখ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান ধৰ্মীয় সংখ্যালঘু লোকসকলক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰা হব। ইছলাম ধৰ্মৰ লোকসকলক ইয়াত অন্তৰ্ভুক্ত কৰা হোৱা নাই। এই আইনখনত প্ৰথমবাৰৰ বাবে ধৰ্মক ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ ক্ষেত্ৰত এক প্ৰমুখ মানদণ্ড হিচাপে ব্যৱহাৰ কৰা হৈছে। হিন্দুবাদী শাসক দল ভাৰতীয় জন ...

মুছলমান মহিলা (বিবাহৰ অধিকাৰ সুৰক্ষা) আইন, ২০১৯

মুছলমান মহিলা আইন, ২০১৯ Act, 2019) ভাৰতৰ সংসদত গৃহীত হোৱা এখন আইন, য’ত তিনি তালাকক অপৰাধ ৰূপে গণ্য কৰা হৈছে। ২০১৭ চনত উচ্চতম ন্যায়ালয়ে মুছলমান পুৰুষসকলে পত্নীক সহজে বিবাহ বিচ্ছেদ দিব পৰা তিনি তালাকৰ ব্যৱস্থাৱলীক অসংবিধানিক বুলি ঘোষণা কৰে। সংখ্যালঘু নেতৃত্বই তিনি তালাকক নিয়ন্ত্ৰণ কৰিবলৈ সংসদে উপযুক্ত আইন প্ৰণয়নৰ বিবেচনাৰ বাবে পৰামৰ্শ আগবঢ়াইছিল। ২০১৭ চনৰ ডিচেম্বৰত উচ্চতম ন্যায়ালয় আৰু তিনি তালাক গোচৰৰ উদ্ধৃতি দি চৰকাৰে মুছলমান মহিলা বিবাহ অধিকাৰৰ সুৰক্ষা বিধেয়ক, ২০১৭ দাখিল কৰে। এই বিধেয়কত প্ৰস্থাৱ কৰা হৈছিল যে যি কোনো ৰূপত- মুখৰ কথাৰে, লিখিত ভাবে বা ইলেক্ট্ৰনিক মাধ্যমেৰে তিনি তালাক অ ...

                                     

ⓘ আইন

  • আই এম ড ট আইন ব অব ধ অন প ৰৱ শক ৰ ন য য ধ কৰণৰ দ ব ৰ ন ৰ ধ ৰণ আইন Illegal Migrants Determination by Tribunal Act, 1983 হ ছ অসমৰ অন প ৰৱ শক ৰ
  • আন তৰ জ ত ক ম নৱ অধ ক ৰ আইন ই ৰ জ International Human Rights Law স ম জ ক, আঞ চল ক তথ গ ৰ হস থ য স তৰত ম নৱ অধ ক ৰ প ৰচ ৰৰ হ ত পৰ কল প ত আন তৰ জ ত ক
  • আইন হ ছ চনত ভ ৰত য স সদত গ হ ত হ ৱ এখন আইন হ ন দ ক ড ব লৰ অ শ হ চ প আৰ ত ন খন ব ল গ হ ত কৰ হ ছ ল স ইক ইখন হ ছ হ ন দ উত তৰ ধ ক ৰ আইন
  • আৰ ব ধ যত ম লক শ ক ষ ৰ অধ ক ৰ আইন অথব শ ক ষ ৰ অধ ক ৰ আইন চম ক RTE চনৰ আগষ টত ভ ৰত য স সদ প ৰণয ন কৰ এখন আইন চনত আইনখন বলৱৎ হ ৱ ৰ লগ
  • ব ব হ ন ৰ ধক আইন ই ৰ জ Child Marriage Restraint Act, 1929 চ প ত ম বৰ ত ৰ খ ভ ৰতৰ ইম প ৰ য ল ব ধ ন পৰ ষদত গ হ ত হয এই আইন য গ ব ব হৰ
  • আইন ই ৰ জ Citizenship Amendment Act, 2019 চম ক ক CAA প ৰ বত ক ব CAB হ ছ ভ ৰতৰ স সদৰ দ ব ৰ চনৰ ড চ ম বৰত গ হ ত এখন আইন
  • ক ম প ন আইন ই ৰ জ Companies Act 2013 হ ল ভ ৰত য ক ম প ন আইন সম পৰ ক ত এখন স সদ আইন য য এট প ৰত ষ ঠ নৰ স য জন, এট ক ম প ন ৰ দ য ত ব, পৰ চ লক
  • ব ব হৰ অধ ক ৰ স ৰক ষ আইন ই ৰ জ Muslim Women Protection of Rights on Marriage Act, 2019 ভ ৰতৰ স সদত গ হ ত হ ৱ এখন আইন য ত ত ন ত ল কক অপৰ ধ
  • আইন ভ ৰতৰ স সদ গ হ ত কৰ এখন আইন ধৰ ম ব ব শ ব স ন ৰ ব শ ষ ভ ৰতৰ সকল ন গৰ ক আৰ প ৰব স ভ ৰত য ন গৰ কৰ ব শ ষ ব ব হৰ মৰ য দ দ বল এই আইন উপস থ পন
  • ত জপ ৰ আইন মহ ব দ য লয হ ছ এখন চৰক ৰ আইন মহ ব দ য লয এই মহ ব দ য লয খন অসমৰ ত জপ ৰ চহৰৰ ধন ৱ নগৰ, মহ ভ ৰৱ পথৰ দ ত ত দৰ মহ ব দ য লয ৰ ক ষত অৱস থ ত
  • ন ষ ধ আইন ভ ৰতৰ স সদ গ হ ত কৰ এখন আইন চনৰ নৱ ম বৰ ত ৰ খৰ পৰ জম ম আৰ ক শ ম ৰ আৰ প ড চ ৰ ৰ ৰ ন ক ন টৰ ব দ সমগ ৰ ভ ৰতত এই আইন ক ৰ যকৰ