ⓘ ইতিহাস - ইতিহাস, ইতিহাস, চলচ্চিত্ৰ, মানৱজাতিৰ ইতিহাস, পৃথিৱীৰ ইতিহাস, বিপন্ন সময়, জেৰিফা ৱাহিদ ..

ইতিহাস

ইতিহাস হৈছে পূৰ্বৰ ঘটনাসমূহৰ তথ্যৰ আৱিষ্কাৰ, সংগ্ৰহ, সংগঠন আৰু উপস্থাপন। ইতিহাস লিখা পদ্ধতি আৱিষ্কাৰ হোৱাৰ পিছৰ সময়ছোৱাকো বুজাব পাৰে। ইতিহাসৰ বিষয়ে লিখা পণ্ডিতসকলক ইতিহাসবিদ বোলা হয়। ই গৱেষণাৰ এক ক্ষেত্ৰ যত ঘটনাৱলীৰ ক্ৰম পৰীক্ষা আৰু বিশ্লেষণ কৰা হয় বা কেতিয়াবা বস্তুনিষ্ঠভাৱে সেই ঘটনাৰ কাৰণ আৰু চানেকি ফঁহিয়াই চোৱা হয়। ইতিহাসবিদসকলৰ মাজত ইতিহাসৰ প্ৰকৃতি আৰু উপকাৰিতা লৈ তৰ্ক চলি আহিছে। ইয়াৰ ভিতৰত বিষয়টোৰ অধ্যয়ন তাৰ মাজতে সীমাবদ্ধ কৰি ৰখা আৰু বৰ্তমানৰ সমস্যাৰাজীক ইতিহাসমূলক দৃষ্টিকোণৰ পৰা চোৱাও আছে। একো বাহ্যিক উৎসৰে সমৰ্থিত নোহোৱা কোনো সংস্কৃতিত প্ৰচলিত কাহিনীক সাধাৰণতে ইতিহাসৰ নাম ...

ইতিহাস (চলচ্চিত্ৰ)

ইতিহাস হৈছে ১৯৯৬ চনত মুক্তিপ্ৰাপ্ত ড॰ ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত অন্তিমখন অসমীয়া চলচ্চিত্ৰ। ৰূপকমল প্ৰডাকচনৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল লীনা বৰাই। ইতিহাসে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আঞ্চলিক ছবি শিতানত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰজত কমল লাভ কৰিছিল।

মানৱজাতিৰ ইতিহাস

বিশ্বৰ ইতিহাস হৈছে পৃথিৱী নামৰ গ্ৰহত বসবাস কৰা মানৱজাতিৰ ইতিহাস, গ্ৰহ হিচাপে পৃথিৱীৰ ইতিহাস নহয়। মানুহৰ ইতিহাস মূলত প্ৰস্তৰ যুগৰ পৃথিৱীৰ সময়ৰ পৰা আৰম্ভ হয়। আদিম যুগৰ পৰা প্ৰাপ্ত সকলো প্ৰত্নতাত্ত্বিক আৰু লিখিত ইতিহাসৰ আওতাভুক্ত। যদিও লিখন পদ্ধতি আবিষ্কাৰৰ আগতেই সভ্যতাৰ নিদৰ্শন পোৱা গৈছে, তথাপি লিখন পদ্ধতিৰ আবিষ্কাৰৰ মাধ্যমেৰেই প্ৰাচীন প্ৰামাণ্য ইতিহাসৰ আৰম্ভ হয়।। পস্তৰ যুগৰ পৰা প্ৰাক ঐতিহাসিক যুগৰ সূচনা ঘটে। তাৰ পিছত মানৱ সভ্যতা নৱপ্ৰস্তৰ যুগত প্ৰৱেশ কৰে আৰু শিল্প বিপ্লৱৰ সূচনা ঘটে। নৱপ্ৰস্তৰ যুগৰ বিপ্লৱে উদ্ভিদ আৰু পশুৰ গৃহপালন আৰু উন্নত কৃষিপদ্ধতিৰ আবিস্কাৰ মানৱ সভ্যতাৰ এক অনন্য নিদৰ্ ...

পৃথিৱীৰ ইতিহাস

পৃথিৱীৰ ইতিহাস বুলিলে পৃথিৱী নামৰ গ্ৰহটোৰ উৎপত্তিৰ পৰা আৰম্ভ কৰি বৰ্তমান সময় পৰ্যন্ত সমগ্ৰ সময়ছোৱাকেই বুজোৱা হয়। অতীতৰ মূল ঘটনাবোৰোৰ সম্পৰ্কে অধ্যয়ন কৰাত প্ৰাকৃতিক বিজ্ঞানৰ শাখাসমূহে সহায় কৰে। পৃথিৱীৰ বয়স মহাবিশ্বৰ বয়স প্ৰায় এক তৃতীয়াংশ। এই বিপুল সময়ছোৱাত পৃথিৱীত অজস্ৰ ভূতত্ত্বীয় পৰিবৰ্তন ঘটিছে, জীৱনৰ উদ্ভৱ হৈছে আৰু সেই জীৱনৰ বিৱৰ্তন ঘটিছে।

বিপন্ন সময়

বিপন্ন সময় হৈছে অসমৰ সাহিত্যিক, ঔপন্যাসিক মেদিনী চৌধুৰীৰ দ্বাৰা লিখিত এখনি উল্লেখযোগ্য উপন্যাস। উপন্যাসখনৰ বিষয়বস্তু হৈছে ইতিহাস-সচেতনতা আৰু ইতিহাস বিশ্লেষণ। উল্লেখযোগ্য যে, বিশেষ উপন্যাসখনৰ বাবে ঔপন্যাসিক মেদিনী চৌধুৰীয়ে ১৯৯৯ চনত অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

জেৰিফা ৱাহিদ

জেৰিফা ৱাহিদে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত বিভাগটোৰ ভিতৰত শীৰ্ষস্থানেৰে স্নাতক ডিগ্ৰী লাভ কৰে। একে বিষয়তে তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ উপৰি তেওঁ আইন বিষয়ৰো স্নাতক ডিগ্ৰীধাৰী।

                                     

ⓘ ইতিহাস

  • cannot remember the past are condemned to repeat it. - George Santayana ইত হ স গ ৰ ক: ἱστορία - historia, অৰ থ অন সন ধ ন, ব চ ৰ - খ চ ৰ কৰ প ৱ জ ঞ ন
  • ইত হ স ই ৰ জ Itihaas হ ছ চনত ম ক ত প ৰ প ত ড ভব ন দ ৰ ন থ শইক য পৰ চ ল ত অন ত মখন অসম য চলচ চ ত ৰ ৰ পকমল প ৰড কচনৰ ব ন ৰত ছব খন প ৰয জন
  • অসমৰ ইত হ স হ ছ প ব, পশ চ ম আৰ উত তৰৰ পৰ অহ ম ন হৰ স ম শ ৰণৰ ইত হ স আৰ লগত ভ ৰত য - আৰ য, অষ ট ৰ - এচ য ট ক আৰ ত ব বত য - ব ৰ ম য স স ক ত ৰ ম লনৰ
  • ব শ বৰ ইত হ স হ ছ প থ ৱ ন মৰ গ ৰহত বসব স কৰ ম নৱজ ত ৰ ইত হ স গ ৰহ হ চ প প থ ৱ ৰ ইত হ স নহয ম ন হৰ ইত হ স ম লত প ৰস তৰ য গৰ প থ ৱ ৰ সময ৰ পৰ আৰম ভ
  • ভ ৰতৰ ৰ ল পৰ বহণৰ ইত হ স আৰম ভ হ ছ ল ঊন শ শত ক ৰ ম জভ গৰ পৰ চনত ভ ৰতত এক ক ল মট ৰ ৰ লপথ ন ছ ল চনল দ শৰ ব ছ ভ গ জ ল স মৰ ম ইল ৰ লপথ
  • প ৰ ক - ইত হ স ই ৰ জ Prehistory - ৰ অৰ থ ইত হ স ঢ ক প ৱ ৰ আগৰ ম ল ই ৰ জ শব দ Prehistory অৰ থ: before history অথব before knowledge acquired
  • প থ ৱ ৰ ইত হ স ব ল ল প থ ৱ ন মৰ গ ৰহট ৰ উৎপত ত ৰ পৰ আৰম ভ কৰ বৰ তম ন সময পৰ যন ত সমগ ৰ সময ছ ৱ ক ই ব জ ৱ হয অত তৰ ম ল ঘটন ব ৰ ৰ সম পৰ ক অধ যয ন
  • দ ব ৰ ল খ ত এখন উল ল খয গ য উপন য স উপন য সখনৰ ব ষয বস ত হ ছ ইত হ স - সচ তনত আৰ ইত হ স ব শ ল ষণ উল ল খয গ য য ব শ ষ উপন য সখনৰ ব ব ঔপন য স ক ম দ ন
  • চলচ চ ত ৰ জগতৰ এগৰ ক অভ ন ত ৰ জ ৰ ফ ৱ হ দ গ ৱ হ ট ব শ বব দ য লয ৰ পৰ ইত হ স ব ষয ত ব ভ গট ৰ ভ তৰত শ ৰ ষস থ ন ৰ স ন তক ড গ ৰ ল ভ কৰ এক ব ষয ত ত ও