ⓘ কলা - কলা, কলা, জীৱ বিজ্ঞান, জ্যোতি কলা কেন্দ্ৰ, জীৱন কলা, গ্ৰন্থ, সমৰ কলা, ললিত কলা একাডেমী ..

কলা

দৃশ্যমান বা অদৃশ্য কোনো ভাৱৰ ৰূপ শিল্পীৰ চিত্তৰসৰে নৱৰূপায়িত হৈ যেতিয়া স্থিতিশীল ৰূপত প্ৰকাশিত হয় তাকেই কলা বা শিল্প বোলে। এই কলা মানৱ ক্ৰিয়া-কলাপৰ বৈচিত্ৰপূৰ্ণ এক দৃশ্যৰ প্ৰকাশ আৰু এনেধৰণৰ প্ৰকাশৰ ফলত প্ৰাপ্ত পণ্য বা উৎপাদন। দৃশ্যমান বা বোধ্য এনে শিল্পকলাৰ অজস্ৰ ৰূপ বিদ্যমান। চিত্ৰকলা, ভাস্কৰ্য, স্থাপত্য, ছাপচিত্ৰ, আলোকচিত্ৰ ইত্যাদিত দৃশ্য মাধ্যম ক্ষেত্ৰত সৃষ্ট চিত্ৰ বা বস্তু সম্পৰ্কীয় আলোকপাত কৰা হয়। সাধাৰণ দৃশ্যমান জগতত আমি অভিজ্ঞতা কৰা বিনন্দীয়া প্ৰকৃতিক শিল্প বা কলা হিচাপে অভিহিত কৰা নহয়। এই প্ৰকৃতিৰ সৌন্দৰ্য অৱলোকন কৰি মানৱ মন বিস্মিত আৰু বিমূঢ় হৈ স্থিতিশীল ৰূপ দিবলৈ শিল্প স ...

কলা (জীৱ বিজ্ঞান)

জীৱবিজ্ঞানত কলা হৈ নিৰ্দিষ্ট শৈলীৰে সজ্জিত উৎকৃষ্ট কাৰ্য দক্ষতাৰে কোনো কাম সম্পন্ন কৰা কোষৰ সমষ্টি। কলাৰ ইংৰাজী প্ৰতিশব্দ tissue, ফ্ৰান্স শব্দ tissuৰ অনুৰূপ। যাৰ অৰ্থ হৈছে বোৱা। মানুহ আৰু অন্য পশু ইত্যাদিৰ কলা সম্পৰ্কীয় অধ্যয়নক হিষ্টলজি আৰু চিকিৎসাবিজ্ঞানৰ ক্ষেত্ৰত ইয়াক হিষ্টপেথালজি বুলি কোৱা হয়। উদ্ভিদৰ ক্ষেত্ৰত এই অধ্যয়নক প্লেণ্ট এনাটমী বুলি কোৱা হয়। সাধাৰণতে কলা সম্বন্ধীয় অধ্যয়নৰ বাবে খনিজ মমৰ সজ্জা আহিলা হিচাপে ব্যৱহাৰ কৰা হয়, যত কলা সমূহ দৃঢ়ভাৱে সংলগ্ন কৰা হয় আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াক বিভক্ত কৰা হয়।

জ্যোতি কলা কেন্দ্ৰ

জ্যোতি কলা কেন্দ্ৰ তেজপুৰত অৱস্থিত এখন সংগীতানুষ্ঠান। মহাবিদ্যালয় খনত মূলতঃ সংগীত আৰু নৃত্যৰ শিক্ষণ-প্ৰশিক্ষণ দিয়া হয়। ১৯৪০ চনত জ্যোতিপ্ৰসাদ আগৰৱালাএই মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰে। মহাবিদ্যালয়খন তেজপুৰ চহৰৰ SC পথৰ দাঁতিত তেজপুৰ জিলা ডাকঘৰৰ ওচৰত অৱস্থিত।

জীৱন কলা (গ্ৰন্থ)

জীৱন কলা জীৱন কলা গ্ৰন্থখন মূলতঃ প্ৰবন্ধ সংকলন৷ কৈশোৰ আৰু বয়ঃসন্ধি কালৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰাসংগিক এখন গ্ৰন্থ৷ গ্ৰন্থখনত মুঠ ১৮ টা অধ্যায় আছে৷ প্ৰতিটো অধ্যায়েই মানৱ জীৱনৰ মনস্তত্ত্ব বিষয়ক চিন্তা-চেতনাৰে সমৃদ্ধ৷

সমৰ কলা

সমৰ কলা ইংৰাজী: Martial Arts শব্দটো বৰ্তমান বিশ্বৰ ক্ৰীড়া জগতত বিস্তৃতি লাভ কৰিছে। সমৰ কলা বা যুদ্ধ কলা বুলিলে প্ৰদৰ্শনীমূলক বা প্ৰতিযোগিতামূলক যুদ্ধ কলা বা সমৰ কৌশলক বুজায়। কলা সন্মত ভাবে বিভিন্ন ভঙ্গীমাৰে মনোৰঞ্জনৰ অৰ্থে কৌশল সমূহৰ প্ৰদৰ্শন হয় বাবেই প্ৰকৃত পক্ষে যুদ্ধ বা সমৰ কৌশল যদিও ইয়াক কলা বোলা হয়। আনহাতেদি আত্মৰক্ষাৰ বাবে উপযুগী এক বিজ্ঞানসন্মত পদ্ধতি বাবে ইয়াক আত্মৰক্ষা বিজ্ঞানো Science of self-defense বোলা হয়। ইংৰাজী Martial Arts শব্দটো মূল লেটিন শব্দ মাৰ্চৰ পৰা আহিছে। লেটিন শব্দ মাৰ্চৰ অৰ্থ হল ৰোমান সকলৰ যুদ্ধৰ দেৱতা।

ললিত কলা একাডেমী

ললিত কলা একাডেমী বা ৰাষ্ট্ৰীয় কলা একাডেমী ভাৰতৰ চাৰু কলা বিষয়ক ৰাষ্ট্ৰীয় একাডেমী। ভাৰতীয় কলাৰ বিকাশ আৰু প্ৰচাৰৰ উদ্দেশ্য ভাৰত চৰকাৰে ১৯৫৪ চনত এই একাডেমী প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াক সম্পূৰ্ণ স্বায়ত্ব শাসনৰ মৰ্যদা দিয়া হৈছে। ললিত কলা একাডেমীয়ে বিভিন্ন জলপানি আৰু সদস্য পদ আগবঢ়ায়। ই দেশ বিদেশৰ বিভিন্ন স্থানত কলা বিষয়ক প্ৰদৰ্শনী আয়োজন কৰে। ই এখনি দ্বিভাষিক জাৰ্ণাল প্ৰকাশ কৰে। ললিত কলা একাডেমী ভাৰতীয় সাংস্কৃতিক মন্ত্ৰণালয়ৰ অন্তৰ্ভূক্ত। ইয়াৰ মুখ্য কাৰ্যালয় দিল্লীৰ ফিৰোজশ্বাহ মাৰ্গৰ ৰবীন্দ্ৰ ভৱনত অৱস্থিত।

                                     

ⓘ কলা

  • চ ত তৰসৰ নৱৰ প য ত হ য ত য স থ ত শ ল ৰ পত প ৰক শ ত হয ত ক ই কল ব শ ল প ব ল এই কল ম নৱ ক ৰ য - কল পৰ ব চ ত ৰপ ৰ ণ এক দ শ যৰ প ৰক শ আৰ এন ধৰণৰ প ৰক শৰ
  • জ ৱব জ ঞ নত কল হ ন ৰ দ ষ ট শ ল ৰ সজ জ ত উৎক ষ ট ক ৰ য দক ষত ৰ ক ন ক ম সম পন ন কৰ ক ষৰ সমষ ট কল ৰ ই ৰ জ প ৰত শব দ tissue ফ ৰ ন স শব দ tissu ৰ
  • জ য ত কল ক ন দ ৰ সম প ৰ ণ ন ম: জ য ত কল ক ন দ ৰ স গ ত মহ ব দ য লয ত জপ ৰত অৱস থ ত এখন স গ ত ন ষ ঠ ন মহ ব দ য লয খনত ম লত স গ ত আৰ ন ত যৰ শ ক ষণ - প ৰশ ক ষণ
  • জ ৱন কল জ ৱন কল গ ৰন থখন ম লত প ৰবন ধ স কলন৷ ক শ ৰ আৰ বয সন ধ ক লৰ ছ ত ৰ - ছ ত ৰ সকলৰ ব ব প ৰ স গ ক এখন গ ৰন থ৷ গ ৰন থখনত ম ঠ ট অধ য য আছ ৷ প ৰত ট
  • সমৰ কল ই ৰ জ Martial Arts শব দট বৰ তম ন ব শ বৰ ক ৰ ড জগতত ব স ত ত ল ভ কৰ ছ সমৰ কল ব য দ ধ কল ব ল ল প ৰদৰ শন ম লক ব প ৰত য গ ত ম লক য দ ধ
  • লল ত কল এক ড ম ব ৰ ষ ট ৰ য কল এক ড ম ভ ৰতৰ চ ৰ কল ব ষয ক ৰ ষ ট ৰ য এক ড ম ভ ৰত য কল ৰ ব ক শ আৰ প ৰচ ৰৰ উদ দ শ য ভ ৰত চৰক ৰ চনত এই এক ড ম
  • চৰক ৰ চ ৰ আৰ ক ৰ কল মহ ব দ য লয অসম স ক ম ৰ কল ব ষয ক শ ক ষ প ৰদ ন কৰ ভ ৰতৰ উত তৰ প ৰ ব ঞ চলৰ প ৰথমখন চৰক ৰ মহ ব দ য লয মহ ব দ য লয খন প চ
  • স বহন কল হ ছ উচ চখ পৰ উদ ভ দত প ৱ ক ইব প ৰক ৰৰ ক ষ ৰ গঠ ত এক জট ল কল স বহন কল ৰ প ৰ থম ক উপ দ ন দ ট হ ছ জ ইল ম আৰ ফ ল ৱ ম এই কল সম হ উদ ভ দৰ
  • কৰ কল আৰ ব জ ঞ ন ব ভ গত বছৰ য উচ চতৰ ম ধ যম ক শ ক ষ প ৰদ ন কৰ হয কল আৰ ব জ ঞ ন শ খ ত বছৰ য স ন তক ড গ ৰ প ৰদ ন কৰ হয কল আৰ ব জ ঞ ন
  • কল শব দই তলৰ ব ষয বস ত সম হ ব জ ব প ৰ কল Art ব শ ল প: ম নৱ স জনশ লত ৰ ৰ প কল জ ৱব জ ঞ ন Tissue এক প ৰক ৰৰ অথব এক ধ ক ধৰনৰ ক ছ ক ষৰ সমষ ট