ⓘ গণিত - গণিত, অসম গণিত শিক্ষায়তন, চ’ৰা, ৰাষ্ট্ৰীয় গণিত দিৱস, ভাৰত, কামেশ্বৰ দাস, ১১ জুন ..

গণিত

পৰিমাণ quantity, গঠন structure, পৰিবৰ্তন change আৰু স্থান space-বিষয়ক গৱেষণাকে সাধাৰণতে গণিত বোলা হয়। অন্য কিছুমানৰ মতে গণিত হল "চিত্ৰ figure আৰু সংখ্যাৰ number গৱেষণা", কিন্তু এইটো হৈছে গণিতৰ অতি সৰল সংজ্ঞা। গণিতৰ দৰ্শনৰ ভিন্ন ভিন্ন দৃষ্টিভঙ্গিৰ মতে গণিতৰ ভিন ভিন সংজ্ঞা দেখা যায়। বিধিগত formal দৃষ্টিকোণ মতে গণিত হল যুক্তিবিজ্ঞান logic আৰু বিশেষ প্ৰতীক-চিহ্নাদি notation ব্যৱহাৰ কৰে স্বতঃসিদ্ধ-ৰূপে সংজ্ঞায়িত বিমূৰ্ত গঠনসমূহৰ axiomatically defined abstract structures গৱেষণা, অৰ্থাৎ গণিত হল বিভিন্ন ধৰণৰ বিমূৰ্ত মানসিক খেলা আৰু গণিতৰ কাম হল এই খেলাৰ নিয়মসমূহ আৰু বিভিন্ন খেলাৰ মাজত সম্পৰ্ক ...

অসম গণিত শিক্ষায়তন

১৯৮৬ চনৰ ১৮ জুলাইত অসম গণিত শিক্ষায়তন নামৰ অনুষ্ঠানটিৰ জন্ম হয়। শিক্ষায়তনে ২০১০ চনৰ পৰা Journal of the Assam Academy of Mathematics JAAM ISSN No. 2229-3884 নামেৰে এখন গণিত বিষয়ক জাৰ্নেল প্ৰকাশ কৰিছে। ১৯৮৭ চনৰ জুলাই মাহৰ পৰা শিক্ষায়তনে ‘গণিত বিকাশ’ নামৰ এখন দ্বিভাষীক অসমীয়া আৰু ইংৰাজী ছমহীয়া আলোচনী প্ৰকাশ কৰি আহিছে। গণিত বিকাশে ইতিমধ্যে ২৫ বছৰ অতিক্ৰম কৰিছে। আলোচনীখনৰ প্ৰথম সম্পাদক ড॰ অমলা বেজবৰুৱা। শিক্ষায়তনে বৰ্তমান প্ৰতি বছৰৰ মে’ মাহত মেথলেটিক্স প্ৰতিযোগিতা আৰু ছেপ্তেম্বৰ মাহত গণিত অলিম্পিয়াদ Regional Mathematical Olympiad, RMO অনুষ্ঠিত কৰে। এই প্ৰতিযোগিতাসমূহ বৰ্তমান প্ৰায় ৪৬ট ...

গণিত চ’ৰা

গণিত চ’ৰা এখন গণিত বিষয়ক দ্বিভাষিক মাহেকীয়া ই-আলোচনী৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ কেইজনমান ছাত্ৰৰ উদ্যোগত ২০১১ চনৰ এপ্ৰিল মাহৰ ২১ তাৰিখে এই আলোচনীখনৰ প্ৰথম প্ৰকাশ হয়৷ ২০১৩ চনত আলোচনীখনে Mathematics of Planet Earth 2013 প্ৰকল্পৰ সহযোগী আলোচনীৰূপে স্বীকৃতি পায়৷

ৰাষ্ট্ৰীয় গণিত দিৱস (ভাৰত)

ৰাষ্ট্ৰীয় গণিত দিৱস ভাৰতত প্ৰতিবছৰে ২২ ডিচেম্বৰ তাৰিখে পালন কৰা হয়। ২০১২ চনৰ ২৬ ফেব্ৰুৱাৰীত ভাৰতৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙে মাদ্ৰাজ বিশ্ববিদ্যালয়ত অনুষ্ঠিত বিখ্যাত ভাৰতীয় গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ ১২৫তম জন্মজয়ন্তী উদযাপন সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত ৰামানুজনৰ জন্মদিনটোক ৰাষ্ট্ৰীয় গণিত দিৱস হিচাপে পালন কৰিবলৈ ঘোষণা কৰিছিল। ইয়াৰ লগতে তেওঁ ২০১২ বৰ্ষটোক ৰাষ্ট্ৰীয় গণিত বৰ্ষ হিচাপে উদযাপন কৰিবলৈ ঘোষণা কৰিছিল।

কামেশ্বৰ দাস

কামেশ্বৰ দাস হৈছে অসমৰ এজন গণিতজ্ঞ। তেখেত হৈছে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা গণিতশাস্ত্ৰত সোণৰ পদকসহ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানপ্ৰাপ্ত প্ৰথম অসমীয়া স্নাতকোত্তৰ। ঘৰুৱা আৰ্থিক দৈনতাত বিদ্যালয়লৈ যাব নোৱাৰা কামেশ্বৰ দাসে পথাৰত গৰু চৰাই থাকোতে কাষৰ বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ পৰা অহা পাঠদান শুনি শুনিয়েই যথেষ্ট পাঠ আয়ত্ত কৰিছিল। পিছলৈ শিক্ষাৰ প্ৰতি থকা আগ্ৰহ আৰু গণিতত থকা প্ৰচুৰ মেধাশক্তিৰ বাবে বিদ্যালয়ৰ শিক্ষক কেইজনমানৰ প্ৰচেষ্টাত কামেশ্বৰে আনুষ্ঠানিক শিক্ষা লাভ কৰে। মেধাৰ বলত দৰিদ্ৰতাকো নেওচি তেওঁ ১৯১১ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সদৌ অসম উপত্যকাৰ ভিতৰতে দ্বিতীয়স্থান অধিকাৰ কৰিছিল। ব্যৱসায়,অস ...

১১ জুন

১১ জুন ইংৰাজী: 11 June হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬২তম অধিবৰ্ষত ১৬৩তম দিন। বছৰ শেষ হবলৈ ২০৩ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -

                                     

ⓘ গণিত

  • পৰ বৰ তন change আৰ স থ ন space - ব ষয ক গৱ ষণ ক স ধ ৰণত গণ ত ব ল হয অন য ক ছ ম নৰ মত গণ ত হ ল চ ত ৰ figure আৰ স খ য ৰ number গৱ ষণ ক ন ত
  • চনৰ জ ল ইত অসম গণ ত শ ক ষ য তন ই ৰ জ Assam Academy of Mathematics ন মৰ অন ষ ঠ নট ৰ জন ম হয শ ক ষ য তন চনৰ পৰ Journal of the Assam
  • গণ ত চ ৰ ই ৰ জ Gonit Sora এখন গণ ত ব ষয ক দ ব ভ ষ ক ম হ ক য ই - আল চন ৷ ত জপ ৰ ব শ বব দ য লয ৰ গণ ত ব ভ গৰ ক ইজনম ন ছ ত ৰৰ উদ য গত চনৰ এপ ৰ ল
  • ৰ ষ ট ৰ য গণ ত দ ৱস ভ ৰতত প ৰত বছৰ ড চ ম বৰ ত ৰ খ প লন কৰ হয চনৰ ফ ব ৰ ৱ ৰ ত ভ ৰতৰ ত ত য ৰ প ৰধ নমন ত ৰ ড মনম হন স ঙ ম দ ৰ জ ব শ বব দ য লয ত
  • প ৰশ সন ক দ শত আত মন য গ কৰ ইছ ল প ছল গণ ত শ স ত ৰক চ হ - এৰ দ য ৰ ব ব অসম ক ম শ বৰ দ সৰ ম জত থক সম ভ ব য গণ ত ব জ ঞ ন জনক হ ৰ ৱ য অব ভক ত ক মৰ প
  • ক ৰ যক ল ত য গ কৰ ছ ল অসম গণ ত শ ক ষ য তন ন মৰ অন ষ ঠ নট য প ৰত বছৰৰ ম ম হত ম থল ট ক স প ৰত য গ ত আৰ ছ প ত ম বৰ ম হত গণ ত অল ম প য দ অন ষ ঠ ত কৰ
  • ব দ ক গণ ত হ ল এখন গণ তৰ ব ভ ন ন স ত ৰ থক এখন গ ৰন থ য ৰ সহ য ত ব ভ ন ন অ ক সহজ কৰ ব পৰ য য এই গ ৰন থখন চনত স ব ম শ ৰ ভ ৰত ক ষ ণ ত ৰ থই ল খ
  • অন পম শইক য এজন ভ ৰত য গণ তজ ঞ আৰ বৰ তম ন ত ও আই আই ট গ ৱ হ ট ৰ গণ ত ব ভ গৰ এজন অধ য পক প ট গ ণ ত ক স খ য তত ত বৰ লগত জড ত গৱ ষণ ব শ ষক ইৱ ছ ৱ
  • অৰ থন ত খ ৰ জন ত ব জ ঞ ন গ ইত হ স ঘ তৰ ক আৰ দৰ শন ঙ ঐচ চ ক অসম য চ গণ ত ছ স স ক ত জ ভ গ ল ঝ পৰ স খ য ব জ ঞ ন ঞ পৰ চয ম লক কম প উট ৰ ব জ ঞ ন
  • জনপ ৰ য হয আম ৰ ব দ য লয ৰ প ঠ যপ থ ত প ৰথমট ক প ৰ ধ ন য দ য হ ছ গণ ত শ ক ষ ৰ আৰম ভণ হয ন ম ন ক ত প ৰ ণ স খ য ব ৰৰ পৰ