ⓘ জীৱন - জীৱন, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন, নৰহ, চিলা নৈ উৎসৱ, নদীৰ দুটি পাৰ, বৰা ..

জীৱন

জীৱন হৈছে এক বিশেষ ধৰণৰ জৈৱিক প্ৰক্ৰিয়া সংঘটিত কৰা ভৌতিক দেহ। এই প্ৰক্ৰিয়াবোৰৰ অবিহনে বা বন্ধহৈ গলে ইহঁতক মৃত বুলি কোৱা হয়। পৃথিৱীত উদ্ভিদ, প্ৰাণী, ভেঁকুৰ, শেলাই, প্ৰটিষ্ট­, আৰ্কিয়া আৰু বেক্টেৰিয়া আদি ভিন্ন প্ৰকাৰৰ জীৱন দেখা পোৱা যায়। ভাইৰাছবোৰক জীৱিত বুলি গণ্য কৰা নহয়। জীৱবিজ্ঞানত জীৱন সম্পৰ্কে অধ্যয়ন কৰা হয়। জীৱনৰ আটাইতকৈ ক্ষুদ্ৰ গোট হৈছে জীৱ। জীৱবোৰ এক বা একাধিক কোষৰ দ্বাৰা গঠিত, বিপাক ক্ৰিয়া সংঘটিত কৰে, বৃদ্ধি হয়, প্ৰজনন কৰে, আৰু নতুন প্ৰজন্মবোৰ পৰিৱেশৰ লগত খাপ খাব পৰাকৈ বিৱৰ্তিত হয়। পৃথিৱীত জীৱনৰ বিচিত্ৰ প্ৰয়োভৰ দেখা পোৱা যায়। এই জীৱবোৰ- উদ্ভিদ, প্ৰাণী, ভেঁকুৰ, প্ৰটিষ্ট, ...

স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

স্বাস্থ্য আৰু দীৰ্ঘ জীৱন অসমীয়া ভাষাত প্ৰকাশিত এখন স্বাস্থ্য সম্পৰ্কীয় আলোচনী। আলোচনীখনৰ মুখ্য সম্পাদক শৰত্‍ ৰাজখোৱা, কাৰ্যবাহী সম্পাদক ডাঃ মিহিৰ কুমাৰ গোস্বামী আৰু চাৰ্কুলেচনৰ দায়িত্বত আছে তপন কলিতা। ডাঃ গকুল বৰা, ডাঃ ৰতন কুমাৰ কটকী, ডাঃ মানস প্ৰতিম বৰুৱা, ডাঃ দিগন্ত চেতিয়া, ডাঃ বিষ্ণুপ্ৰসাদ শৰ্মা, ভেষজ ৰত্ন ড° গুণাৰাম খনিকৰ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা অসীম চমুৱা আলোচনীখনৰ উপদেষ্টা। ২০১২ চনৰ জুন মাহত আলোচনীখনে দ্বাদশ বছৰ ভৰি দিয়ে।

জীৱন নৰহ

সোৱৰণীৰ সোণ ১৯৯৯ মোমাইদেউৰ ফুলনি ২০০৮ অ’ মোৰ ধুনীয়া কপৌফুল ১৯৯৪ তা-ৰি-ৰি ২০০০ জীবন নৰহেৰ নিৰ্বাচিত অসমিয়া কবিতা বাংলা অনুবাদ তুমি পকা ধানৰ দৰে ১৯৯৬ ঢৌ খেলা লৰালিৰ সোণ ১৯৯৭ শুনা মোৰ ফুল কলি ২০০৪ The Buddha And Other Poems ইংৰাজী অনুবাদ ২০০৯ সোঅনশিৰি আৰ জোনবেলি বাংলা অনুবাদ

জীৱন চিলা নৈ উৎসৱ

জীৱন চিলা নৈ উৎসৱ বা জীৱন চিলা উৎসৱ হৈছে অসমৰ গুৱাহাটীত অনুষ্ঠিত এক বাৰ্ষিক উৎসৱ। চমুকৈ চিলা নৈ নামেৰেও পৰিচিত এই উৎসৱ ব্ৰহ্মপুত্ৰৰ পাৰত পাঁ‌চদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। সুৰেশ ৰঞ্জন গডুকাৰ ব্যক্তিগত প্ৰচেষ্টাত ২০১২ চনত চিলা নৈৰ আৰম্ভণি কৰা হয়।

জীৱন নদীৰ দুটি পাৰ

জীৱন নদীৰ দুটি পাৰ ২০০২ চনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। জে আৰ পি ফিল্ম্‌ছৰ বেনাৰত সবিতা বৰাই প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা মুন্না আহমেদৰ। সংগীত পৰিচালনা কৰে জুবিন গাৰ্গ আৰু দিগন্ত কলিতাই। মুখ্য চৰিত্ৰত অভিনয় কৰে যতীন বৰা আৰু প্ৰস্তুতি পৰাশৰে।

জীৱন বৰা

জীৱন বৰা এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক, নাট্যকাৰ আৰু লেখক। ১৯৩১ চনৰ ১৪ নৱেম্বৰ তাৰিখে লখিমপুৰ জিলাত তেওঁৰ জন্ম হয়। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ওপজা মাটিৰ সোণ তেওঁ প্ৰযোজনা কৰিছিল। পলাশৰ ৰং তেওঁ পৰিচালনা কৰা একমাত্ৰ ছবি। তেওঁ বহুকেইখন নাটক আৰু অন্যান্য গ্ৰন্থ লিখিছে।

                                     

ⓘ জীৱন

  • জ ৱন ই ৰ জ Life হ ছ এক ব শ ষ ধৰণৰ জ ৱ ক প ৰক ৰ য স ঘট ত কৰ ভ ত ক দ হ এই প ৰক ৰ য ব ৰৰ অব হন ব বন ধহ গ ল ইহ তক ম ত ব ল ক ৱ হয প থ ৱ ত
  • স ব স থ য আৰ দ ৰ ঘ জ ৱন অসম য ভ ষ ত প ৰক শ ত এখন স ব স থ য সম পৰ ক য আল চন আল চন খনৰ ম খ য সম প দক শৰত ৰ জখ ৱ ক ৰ যব হ সম প দক ড ম হ ৰ ক ম ৰ
  • জ ৱন নৰহ অসম য ভ ষ ৰ এজন কব ত খ তৰ জন ম হ ছ ল গ ল ঘ ট জ ল ৰ মৰ ঙ গ য ল গ ৱৰ ম চ পৰ য লত ম ম ইদ উৰ ফ লন শ ন ম ৰ ফ ল কল ত - ৰ - ৰ
  • জ ৱন কল জ ৱন কল গ ৰন থখন ম লত প ৰবন ধ স কলন৷ ক শ ৰ আৰ বয সন ধ ক লৰ ছ ত ৰ - ছ ত ৰ সকলৰ ব ব প ৰ স গ ক এখন গ ৰন থ৷ গ ৰন থখনত ম ঠ ট অধ য য আছ ৷
  • জ ৱন চ ল ন উৎসৱ ব জ ৱন চ ল উৎসৱ ই ৰ জ Jeevan Kite River Festival হ ছ অসমৰ গ ৱ হ ট ত অন ষ ঠ ত এক ব ৰ ষ ক উৎসৱ চম ক চ ল ন ন ম ৰ ও পৰ চ ত এই
  • জ ৱন নদ ৰ দ ট প ৰ চনত ম ক ত ল ভ কৰ এখন অসম য চলচ চ ত ৰ জ আৰ প ফ ল ম ছৰ ব ন ৰত সব ত বৰ ই প ৰয জন কৰ এই চলচ চ ত ৰখনৰ পৰ চ লন ম ন ন আহম দৰ
  • জ ৱন বৰ ই ৰ জ Jiban Bora এগৰ ক চলচ চ ত ৰ ন ৰ ম ত পৰ চ লক, ন ট যক ৰ আৰ ল খক চনৰ নৱ ম বৰ ত ৰ খ লখ মপ ৰ জ ল ত ত ও ৰ জন ম হয ৰ ষ ট ৰ য
  • জ ৱন - জ ৱন বৰ অন পম. জ য ত প ৰক শন. প ষ ঠ বৰদল ড ন ৰ মলপ ৰভ ম ৰ চ, জ ৱন - জ ৱন বৰ অন পম. জ য ত প ৰক শন. প ষ ঠ - জ ৱন - জ ৱন
  • ভ ৰত য জ ৱন ব ম ন গম ই ৰ জ Life Insurance Corporation of India চম ক LIC ভ ৰতৰ ভ তৰত সকল তক ড ঙৰ ব ম আৰ ব ন য গক ৰ স স থ সম প ৰ ণ ভ ৰত চৰক ৰৰ
  • ব জবৰ ৱ ই স ই স ৱৰণ দ খ ৰ আগত ই জ য প ৰ নষ ট কৰ ত শ ষল ত ও ন জৰ ম ৰ জ ৱন স ৱৰণ ত সকল ৱ জ ন ব পৰক এট চন উল ল খ কৰ ছ ল ত ও উল ল খ কৰ চনট হ ল
  • ক ল ব ৰ ধ ৰ জ ৱন অত ব হ ত কৰ ছ ল, তথ প ও ক ত য ও হ তশক আশ ৰয দ য ন ছ ল, গ ন ধ ব দ আদৰ শৰ সদ য ন ষ কল ষ জ ৱন য পন কৰ জনহ তকৰ ক মত জ ৱন উচ ছৰ গ কৰ ছ ল
  • জ ৱন - ব ত ত হ ছ অসম য স হ ত য ক ড ভব ন দ ৰ ন থ শইক য ৰ আত মজ ৱন ল খক চনৰ ড চ ম বৰ ম হত ল খ বল আৰম ভ কৰ চনৰ ড চ ম বৰ ম হত ল খ শ ষ কৰ