ⓘ তথ্য - তথ্য, ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়, ভাৰত, প্ৰযুক্তি, ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী, ভৌগোলিক তথ্য ব্যৱস্থা ..

তথ্য

তথ্য বা ইনফৰমেশ্যন হৈছে বিশেষ সজ্জাত সজ্জিত চিহ্নৰ দ্বাৰা প্ৰকাশিত বাৰ্তা ইংৰাজী: message)। বিভিন্ন চিহ্ন আৰু পদ্ধতি ব্যৱহাৰ কৰি ইয়াক সংৰক্ষিত বা এঠাইৰ পৰা আনঠাইলৈ কোনো যোগাযোগ ব্যৱস্থা ব্যৱহাৰ কৰি সৰবৰাহ কৰিব পৰা যায়। যিকোনো গতিশীল নিকায়ত সংঘটিত ঘটনাৰাজী তথ্য বুলিব পৰা যায়। ভিন ভিন প্ৰসংগত তথ্যক ভিন ভিন ৰূপত প্ৰকাশ আৰু ব্যৱহাৰ কৰা যায়। তদুপৰি ইনফৰ্মেশ্যন চিষ্টেমত "কনষ্ট্ৰেইণ্ট", শিক্ষাত "ইন্ষ্ট্ৰাকশ্যন", জ্ঞান, ভাষাতত্ত্বত "অৰ্থ", এণ্ট্ৰপী আদি বিভিন্ন ধাৰণাৰ লগতো তথ্যৰ ধাৰণা ওতপ্ৰোত ভাৱে জড়িত।

ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (ভাৰত)

ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় হৈছে ভাৰত গণৰাজ্যৰ কেন্দ্ৰীয় চৰকাৰৰ এক কাৰ্যবাহী সংস্থা। ইয়াক ১৯৪৭ চনত যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ পৰা তথ্য প্ৰযুক্তি নীতি, ৰণনীতি আৰু ইলেক্ট্ৰনিক্স উদ্যোগৰ বিকাশৰ বাবে দায়বদ্ধ এক স্বতন্ত্ৰ মন্ত্ৰী সংস্থা হিচাপে নিৰ্মাণ কৰা হৈছিল।

তথ্য প্ৰযুক্তি

তথ্য প্ৰযুক্তি হল প্ৰযুক্তিবিদ্যাৰ লগত জড়িত তথ্য । পৰিকলন আৰু দুৰসংযোগৰ সংমিশ্ৰণত এটা সূক্ষ্মবৈদ্যুতিক ব্যৱস্থাৰে কৰা উপলব্ধি, সঞ্চালন, সংগ্ৰহণ, আৰু শব্দ, ছবি, আখৰ, নম্বৰ আদি তথ্যৰ বহল বিস্তাৰ এইবিলাকেই ইয়াৰ মূল ক্ষেত্ৰ৷ ১৯৫৮ চনত হাৰ্ভাৰ্ড বিছনেছ ৰিৱিউত প্ৰকাশ পোৱা এটা প্ৰবন্ধত এই নামটোৰ অবতাৰণা কৰা হৈছিল য’ত লিখক লেভিত্ আৰু ৱুইছ্লাৰ এ লিখিছিল" নতুন প্ৰযুক্তিবিদ্যাৰ এতিয়ালৈকে একো পোছাকী নাম দিয়া হোৱা নাই। আমি ইয়াক তথ্য প্ৰযুক্তিবিদ্যা বুলি কব পাৰোঁ।” তথ্য প্ৰযুক্তিৰ কিছুমান আধুনিক আৰু নতুনকৈ আৱিষ্কৃত হৈ থকা ক্ষেত্ৰ হৈছে নতুন প্ৰজন্মৰ জাল প্ৰযুক্তিবিদ্যা, জৈৱপ্ৰযুক্তিবিদ্যা, মেঘ পৰিকলন ...

ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী

ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী অসমৰ গুৱাহাটীত অৱস্থিত ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান। এই উচ্চশিক্ষাৰ প্ৰতিষ্ঠানখন ভাৰত চৰকাৰৰ দ্বাৰা ৰাজহুৱা-ব্যক্তিগত অংশীদ্বাৰত্বত প্ৰতিষ্ঠা কৰা হৈছে।

ভৌগোলিক তথ্য ব্যৱস্থা

ভৌগোলিক তথ্য ব্যৱস্থা হৈছে এনে এক ব্যৱস্থা যাৰ সহায়ত ভৌগোলিক তথ্য সংগ্ৰহ কৰা হয়,সংৰক্ষণ কৰা হয়, বিশ্লেষণ কৰা হয় আৰু উপস্থাপন কৰা হয়। ইয়াক চমুকৈ জি আই এছ বুলি কোৱা হয়। জি আই এছ এপ্লিকেছন আহিলাসমূহৰ সহায়ত তথ্যসমূহ বিশ্লেষণ কৰিব পাৰি, মানচিত্ৰত উপস্থাপন কৰিব পাৰি আৰু ইয়াৰ ব্যৱহাৰ যিকোনো কামত সিদ্ধান্ত লোৱাত কৰিব পাৰি।

যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (ভাৰত)

যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়) ভাৰত চৰকাৰৰ মন্ত্ৰালয় আছিল। ইয়াক ২০১৬ চনৰ জুলাই মাহত "যোগাযোগ মন্ত্ৰালয়" আৰু "ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়"ত বিভক্ত কৰা হৈছিল। ইয়াত তিনিটা বিভাগ আছিল যেনে "দূৰসংযোগ বিভাগ", "ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি বিভাগ" আৰু "ডাক বিভাগ।" অসামৰিক সেৱা সমূহ যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ প্ৰশাসনৰ তত্ত্বাৱধানত আছে।

                                     

ⓘ তথ্য

  • তথ য ব ইনফৰম শ যন হ ছ ব শ ষ সজ জ ত সজ জ ত চ হ নৰ ই ৰ জ symbol দ ব ৰ প ৰক শ ত ব ৰ ত ই ৰ জ message ব ভ ন ন চ হ ন আৰ পদ ধত ব যৱহ ৰ কৰ ইয ক
  • ইল ক ট ৰন ক স আৰ তথ য প ৰয ক ত মন ত ৰ লয ই ৰ জ Ministry of Electronics and Information Technology হ ছ ভ ৰত গণৰ জ যৰ ক ন দ ৰ য চৰক ৰৰ এক ক ৰ যব হ
  • তথ য প ৰয ক ত ই ৰ জ Information Technology হ ল প ৰয ক ত ব দ য ৰ Technology লগত জড ত তথ য Information পৰ কলন Computing আৰ দ ৰস য গৰ Telecommunication
  • ভ ৰত য তথ য প ৰয ক ত ব দ য প ৰত ষ ঠ ন, গ ৱ হ ট Indian Institute of Information Technology, Guwahati ব IIIT - G অসমৰ গ ৱ হ ট ত অৱস থ ত ভ ৰত য তথ য প ৰয ক ত ব দ য
  • তথ য জন ৰ অধ ক ৰ আইন, ই ৰ জ Right to Information Act, 2005 হ ন দ स चन क अध क र अध न यम, ভ ৰতৰ স সদৰ দ ব ৰ গ হ ত এখন আইন, য ত ন গৰ কসকল
  • ভ গ ল ক তথ য ব যৱস থ Geographic information system হ ছ এন এক ব যৱস থ য ৰ সহ য ত ভ গ ল ক তথ য স গ ৰহ কৰ হয স ৰক ষণ কৰ হয ব শ ল ষণ কৰ হয আৰ
  • কম প উট ৰ ব জ ঞ ন হ ল তথ য আৰ ইয ৰ পৰ স কৰণ স কলন processing সম বন ধ ত ত ত ব ক theoretical ব ষয সম হৰ প ৰণ ল বদ ধ অধ যয ন study থ ৰত ক বল গ ল
  • অভ ন ত - অভ ন ত ৰ ট ল ভ জন অন ষ ঠ ন, কল ক শল ক ল পন ক চৰ ত ৰ আৰ ভ ড অ গ মৰ ব ষয তথ য স ৰক ষ ত কৰ ৰখ হয বৰ তম ন ই ৰ জ পৰ ত গ জ, জ ৰ ম ন, ইট ল য স প ন ছ
  • য গ য গ আৰ তথ য প ৰয ক ত মন ত ৰ লয ভ ৰত ই ৰ জ Ministry of Communications and Information Technology India ভ ৰত চৰক ৰৰ মন ত ৰ লয আছ ল ইয ক
                                     

ইণ্টাৰনেট মুভি ডাটাবেছ

ইণ্টাৰনেট মুভি ডাটাবেছ এটি অনলাইন ডাটাবেছ বা তথ্যভঁৰাল য’ত চলচ্চিত্ৰ, অভিনেতা-অভিনেত্ৰী, টেলিভিজন অনুষ্ঠান, কলাকুশলী, কাল্পনিক চৰিত্ৰ আৰু ভিডিঅ’ গেমৰ বিষয়ে তথ্য সংৰক্ষিত কৰি ৰখা হয়। বৰ্তমানে ইংৰাজী, পৰ্তুগীজ, জাৰ্মান, ইটালীয়, স্পেনীছ, আৰু ফৰাচী ভাষাত উপলব্ধ এই ৱেবছাইটটো ১৯৯০ চনৰ ১৭ অক্টোবৰত আৰম্ভ কৰা হয়। ১৯৯৮ চনত এমাজন ডট কম কোম্পানীয়ে ইয়াক কিনি লয়।