ⓘ বিজ্ঞান - বিজ্ঞান, পদাৰ্থ বিজ্ঞান, শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়, পৰিসাংখ্যিক বল বিজ্ঞান, পৰিৱেশ বিজ্ঞান, চিকিৎসা বিজ্ঞান ..

বিজ্ঞান

বিজ্ঞান হৈছে এক প্ৰণালীবদ্ধ অধ্যয়ন যত বিশ্বব্ৰহ্মাণ্ড সম্পৰ্কীয় জ্ঞানসমূহ অৰ্জন কৰি প্ৰামাণ্য বৈজ্ঞানিক তত্ত্ব বা সম্ভাৱনাৰ ৰূপত সংগঠিত কৰি ৰখা হয়। এটা পুৰণি অথচ আজিও প্ৰাসংগিক অৰ্থ হল এৰিষ্টটলৰ মত - বৈজ্ঞানিক জ্ঞান এনে নিৰ্ভৰশীল জ্ঞান যাক যুক্তি আৰু কাৰণসহ ব্যাখ্যা কৰিব পাৰি। পুৰণি কালত বিজ্ঞানক দৰ্শনৰ লগত ৰিজোৱা হৈছিল। আধুনিক যুগৰ প্ৰথম ভাগত "বিজ্ঞান" আৰু "দৰ্শন" শব্দ দুটা ইংৰাজী ভাষাত সলনাসলনিকৈও ব্যৱহাৰ হৈছিল। ১৭শ শতিকাৰ ফালে "প্ৰাকৃতিক দৰ্শন"ক এতিয়াৰ "প্ৰাকৃতিক বিজ্ঞান" সাধাৰণ "দৰ্শন"ৰ পৰা পৃথক গণ্য কৰা হৈছিল। কিন্তু "বিজ্ঞান"ক কোনো বিশেষ বিষয়ৰ নিৰ্ভৰযোগ্য জ্ঞান বুজাবলৈ বহল ভাৱত ...

পদাৰ্থ বিজ্ঞান

পদাৰ্থ বিজ্ঞান হৈছে প্ৰাকৃতিক বিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ শাখা যত স্থান-কালৰ মাজেৰে পদাৰ্থ, ইয়াৰ গতি আৰু আচৰণকে ধৰি অন্যান্য সংযুক্ত ধাৰণাসমূহ; যেনে শক্তি আৰু বল ইত্যাদি বিষয়সমূহ অধ্যয়ন কৰা হয়। বুনিয়াদী বৈজ্ঞানিক অধ্যয়নৰ ক্ষেত্ৰসমূহৰ ভিতৰত পদাৰ্থ বিজ্ঞান অন্যতম আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে প্ৰকৃতিৰ পৰিঘটনাসমূহ পুংখানুপুংখভাৱে অধ্যয়ন কৰা। পদাৰ্থ বিজ্ঞান প্ৰাচীন বিদ্যায়তনিক বিষয়সমূহৰ ভিতৰত অন্যতম। সম্ভৱতঃ জ্যোতিৰ্বিজ্ঞানৰ অন্তৰ্ভুক্তিৰ ফলস্বৰূপে ই প্ৰাচীনতম বিদ্যায়তনিক বিষয় হিচাপে স্বীকৃতি লাভ কৰিছে। শেষৰ দুটা সহস্ৰাব্দলৈ পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান আৰু গণিতৰ কিছুসংখ্ ...

শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়

শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় গুৱাহাটী, অসমত অৱস্থিত একমাত্ৰ স্বাস্থ্য বিজ্ঞানৰ বিশ্ববিদ্যালয় তথা উত্তৰ-পূৱ ভাৰতৰ প্ৰথমখন স্বাস্থ্য বিজ্ঞানৰ বিশ্ববিদ্যালয়। ‌ এই বিশ্ববিদ্যালয়খনি অসম চৰকাৰে ২০০৯ চনত সমগ্ৰ অসম ৰাজ্যৰ চিকিৎসা বিজ্ঞানৰ শিক্ষা আৰু ইয়াৰ মানদণ্ড উন্নতিৰ হেতুকে শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় আইন ২০০৭ ৰ দ্বাৰা স্থাপন কৰে। ‌

পৰিসাংখ্যিক বল বিজ্ঞান

পৰিসাংখ্যিক পদাৰ্থ বিজ্ঞান, পৰিসাংখ্যিক বল বিজ্ঞান বা পৰিসাংখ্যিক তাপগতিবিজ্ঞান হৈছে পদাৰ্থ বিজ্ঞানৰ এটা ভাগ। এই বিভাগত বৃহৎসংখ্যক কণিকাৰে গঠিত কোনো প্ৰণালীৰ তাপগতিবৈজ্ঞানিক ব্যৱহাৰ সম্পৰ্কে সম্ভাবিতা তত্ত্বৰে অধ্যয়ন কৰা হয়। পৰিসাংখ্যিক বল বিজ্ঞানে প্ৰতিটো সুকীয়া পৰমাণু বা অণুৰ অণুবীক্ষণিক ধৰ্মসমূহৰ লগত আমাৰ চিনাকি স্থূল পদাৰ্থৰ ধৰ্মসমূহৰ সম্পৰ্ক নিৰ্ণয় কৰে। অৰ্থাৎ ই তাপগতিবিজ্ঞানক বৰ্ণনা কৰাৰ বাবে কোৱাণ্টাম বলবিজ্ঞান, ধ্ৰুপদী বলবিজ্ঞান আৰু অণুবীক্ষণিক স্তৰৰ বলবিজ্ঞানৰ সংমিশ্ৰিত ক্ষেত্ৰ।

পৰিৱেশ বিজ্ঞান

পৰিৱেশ বিজ্ঞান হৈছে, ভৌতিক, জীৱবৈজ্ঞানিক আৰু তথ্য-প্ৰযুক্তিৰ সমন্বয়ত পৰিৱেশ আৰু পৰিৱেশৰ বিভিন্ন সমস্যাসমূহৰ অধ্যয়ন তথা সমাধানৰ সৈতে জড়িত বিজ্ঞানৰ এটা বহুবিভক্ত শাখা। বৰ্তমান এই শাখাই পৰিস্থিতিক তন্ত্ৰসমূহৰ সম্পৰ্কে সম্পূৰ্ণ, গুণগত আৰু বহুবিভক্ত মাৰ্গ প্ৰদৰ্শন কৰে। পৰিৱেশ বিজ্ঞানৰ সৈতে সম্পৰ্কৃত ক্ষেত্ৰবোৰ হৈছে- পৰিৱেশ অধ্যয়ন আৰু পৰিস্থিতিক অভিযান্ত্ৰিকী। পৰিৱেশ অধ্যয়নে বিশেষকৈ পৰিৱেশৰ সৈতে মানুহৰ সম্পৰ্ক, জ্ঞান আৰু নীতিসমূহৰ অধ্যয়ন কৰে আৰু পৰিস্থিতিক অভিযান্ত্ৰিকীয়ে প্ৰতিটো দিশতে পৰিৱেশৰ গুণগত উৎকৰ্ষ সাধনৰ বাবে আৰ্হি আৰু প্ৰযুক্তি সম্পৰ্কত মনোনিৱেশ কৰে। পৰিৱেশ বিজ্ঞানী সকলে ভূ-প্ৰক্ ...

চিকিৎসা বিজ্ঞান

চিকিৎসা বিজ্ঞান ৰোগ উপশমৰ বিজ্ঞান আৰু কলা। মানৱ শৰীৰ আৰু মনৰ স্বাস্থ্য ভালে ৰখাৰ উদ্দেশ্যেৰে ৰোগ নিৰাময় আৰু ৰোগ প্ৰতিষেধৰ বিষয়ে চিকিৎসা বিজ্ঞানত অধ্যয়ন কৰা হয় আৰু প্ৰয়োজন অনুসৰি বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰা হয়। সমসাময়িক চিকিৎসা বিজ্ঞানে স্বাস্থ্য বিজ্ঞানৰ অধ্যয়ন, গৱেষণা, আৰু সংশ্লিষ্ট প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰেৰে লব্ধ জ্ঞানৰ আধাৰত ঔষধ বা শল্য চিকিৎসাৰ ছাৰ্জাৰী দ্বাৰা ৰোগ নিৰাময়ৰ কৰাৰ চেষ্টা কৰে। ঔষধ আৰু শল্য চিকিৎসাৰ উপৰিও মনোচিকিৎসা psychotherapy, কৃত্ৰিম অংগ সংস্থাপন, আণৱিক ৰশ্মিৰ প্ৰয়োগ, বাহ্যিক উপায় যেনে, স্প্লিণ্ট Splint আৰু ট্ৰেকছন), জৈৱিক সামগ্ৰী তেজ, অণু জীৱ ইত্যাদি, শক্তিৰ ...

                                     

ⓘ বিজ্ঞান

  • ব জ ঞ ন Science, ল ট ন শব দ scientiaৰ পৰ য ৰ অৰ থ জ ঞ ন হ ছ এক প ৰণ ল বদ ধ অধ যয ন য ত ব শ বব ৰহ ম ণ ড সম পৰ ক য জ ঞ নসম হ অৰ জন কৰ প ৰ ম ণ য
  • য ৰহ ট ব জ ঞ ন আৰ প ৰয ক ত ব দ য প ৰত ষ ঠ ন, অসম চৰক ৰৰ দ ব ৰ চনত চৰক ৰ ব জ ঞ ন মহ ব দ য লয ন ম ৰ য ৰহ ট জ ল ত প ৰত ষ ঠ কৰ হয জ ল খনৰ
  • পদ ৰ থ ব জ ঞ ন ই ৰ জ Physics হ ছ প ৰ ক ত ক ব জ ঞ নৰ এট গ ৰ ত বপ ৰ ণ শ খ য ত স থ ন - ক লৰ ম জ ৰ পদ ৰ থ, ইয ৰ গত আৰ আচৰণক ধৰ অন য ন য স য ক ত
  • শ ৰ মন ত শঙ কৰদ ৱ স ব স থ য ব জ ঞ ন ব শ বব দ য লয গ ৱ হ ট অসমত অৱস থ ত একম ত ৰ স ব স থ য ব জ ঞ নৰ ব শ বব দ য লয তথ উত তৰ - প ৱ ভ ৰতৰ প ৰথমখন স ব স থ য
  • পৰ স খ য ক পদ ৰ থ ব জ ঞ ন পৰ স খ য ক বল ব জ ঞ ন ব পৰ স খ য ক ত পগত ব জ ঞ ন হ ছ পদ ৰ থ ব জ ঞ নৰ এট ভ গ এই ব ভ গত ব হৎস খ যক কণ ক ৰ গঠ ত ক ন প ৰণ ল ৰ
  • পৰ ৱ শ ব জ ঞ ন ই ৰ জ Environmental science হ ছ ভ ত ক, জ ৱব জ ঞ ন ক আৰ তথ য - প ৰয ক ত ৰ সমন বয ত পৰ ৱ শ আৰ পৰ ৱ শৰ ব ভ ন ন সমস য সম হৰ অধ যয ন
  • কম প উট ৰ ব জ ঞ ন হ ল তথ য আৰ ইয ৰ পৰ স কৰণ স কলন processing সম বন ধ ত ত ত ব ক theoretical ব ষয সম হৰ প ৰণ ল বদ ধ অধ যয ন study থ ৰত ক বল গ ল
  • চ ক ৎস ব জ ঞ ন ৰ গ উপশমৰ ব জ ঞ ন আৰ কল ম নৱ শৰ ৰ আৰ মনৰ স ব স থ য ভ ল ৰখ ৰ উদ দ শ য ৰ ৰ গ ন ৰ ময আৰ ৰ গ প ৰত ষ ধৰ ব ষয চ ক ৎস ব জ ঞ নত অধ যয ন
  • জ ৱ ব জ ঞ ন ব ৰ ট ছ ই ৰ জ Biology, আম ৰ ক য ই ৰ জ : Life sciences ব Bioscience হ ছ ব জ ঞ নৰ এট শ খ য ত জ ৱৰ য ন - গছ - গছন জ ৱ - জন ত ম ন হ