ⓘ ভাৰত সম্পৰ্কীয় তালিকা - ভাৰতৰ হ্ৰদসমূহৰ তালিকা, পদ্মশ্ৰী, অতুল চন্দ্ৰ হাজৰিকা, নেলছন মেণ্ডেলা, লতা মংগেশকাৰ, এশিঙীয়া গঁড়, পদ্মবিভূষণ অসমীয়াৰ তালিকা ..

ভাৰতৰ হ্ৰদসমূহৰ তালিকা

দুৰ্গম চেৰুভু গোপন হ্ৰদ সৰোৰনগৰ হ্ৰদ হুছেইন সাগৰ সমীৰপেট হ্ৰদ মিৰ আলম হ্ৰদ শফীলগুডা হ্ৰদ আৱল হ্ৰদ হিমায়ত সাগৰ ওচমান সাগৰ

পদ্মশ্ৰী

পদ্মশ্ৰী ভাৰতৰ চৰকাৰে প্ৰদান কৰা চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান। শিল্পকলা, শিক্ষা, বাণিজ্য, সাহিত্য, বিজ্ঞান, ক্ৰীড়া, সমাজ সেৱা আৰু চৰকাৰী ক্ষেত্ৰত বিশেষ অৱদানৰ বাবে ভাৰত চৰকাৰে এই সম্মান প্ৰদান কৰি আহিছে। এই সম্মান সাধাৰণতে ভাৰতীয় নাগৰিকসকলকেই প্ৰদান কৰা হয়।

অতুল চন্দ্ৰ হাজৰিকা

অতুল চন্দ্ৰ হাজৰিকা এগৰাকী অসমীয়া কবি, নাট্যকাৰ, গদ্য লেখক আৰু শিশু সাহিত্যিক। ১৯৫৩ চনৰ পৰা ১৯৫৬ চনলৈ তেওঁ একাদিক্ৰমে তিনিবাৰ অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছিল। ১৯৫৯ চনৰ অসম সাহিত্য সভাৰ নগাঁও অধিবেশনত তেখেতে সভাপতিত্ব কৰিছিল। অসম সাহিত্য সভাই ১৯৮২ চনত তেখেতক সাহিত্যাচাৰ্য উপাধিৰে সন্মানিত কৰে। হাজৰিকাদেৱে অসমত এক নাট্য আন্দোলনৰ সূচনা কৰি অসমৰ ৰঙ্গমঞ্চসমূহত প্ৰভাৱ পেলাইছিল আৰু তাৰেই ফলত বঙালী নাটকে অসমৰ ৰঙ্গমঞ্চ ত্যাগ কৰিবলৈ বাধ্য হৈছিল।

নেলছন মেণ্ডেলা

নেলছন ৰোলিহলাহলা মেণ্ডেলা বা চমুকৈ নেলছন মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ এগৰাকী ৰাজনৈতিক ব্যক্তি আছিল যিজনে ৰাষ্ট্ৰপতি হিচাপে ১৯৯৪ চনৰ পৰা ১৯৯৯ চনলৈ কাৰ্য্যভাৰ চলাইছিল। দক্ষিণ আফ্ৰিকাত তেওঁ মাডিবা আৰু টাটা নামেৰেও জনাজাত আছিল। তেওঁ ১৯৯৩ চনত নবেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। মেণ্ডেলাই তেওঁৰ জীৱনত ২৫০ টাতকৈও অধিক বঁটা লাভ কৰিছিল । তেওঁ দক্ষিণ আফ্ৰিকাৰ নেচনেল কংগ্ৰেছ ৰ নেতা আছিল।

লতা মংগেশকাৰ

লতা মংগেশকাৰ ; জন্ম হৈছিল ১৯২৯ খ্ৰীষ্টাব্দৰ ২৮ ছেপ্টেম্বৰত, ইন্দোৰ চহৰত। ভাৰতবৰ্ষৰ এইগৰাকী মহীয়সী এগৰাকী সুকণ্ঠী নেপথ্য গায়িকা হিচাবে জনপ্ৰিয়। লতাজীয়ে এতিয়ালৈকে ত্ৰিশটাৰো অধিক ভাষাত কণ্ঠ দিছে- তেখেতে এক হাজাৰৰো বেছি ভাৰতীয় ছবিত গান গাইছে। ভগ্নী আশা ভোঁচলেৰ লগত চলচ্চিত্ৰ গায়িকা হিচাবে লতাই সক্ৰিয়ভাৱে কাম কৰিছে। ভাৰতীয় উপমহাদ্বীপৰ লগতে সমগ্ৰ পৃথিৱীতে লতা মংগেশকাৰৰ যাদুকৰী কণ্ঠৰ শ্ৰোতা বিয়পি আছে। টাইম পত্ৰিকাই তেওঁক ভাৰতীয় নেপথ্য সংগীতৰ অপৰিহাৰ্য্য আৰু একচ্ছত্ৰী সম্ৰাজ্ঞী আখ্যা দিছিল।

এশিঙীয়া গঁড়

গঁড় বৈজ্ঞানিক নাম: Rhinoceros unicornis এটি স্তন্যপায়ী জন্তু। ইয়াক একচৰ, একশৃংগ, খড়্গী আদি নামেৰেও জনা যায়। পৃথিৱীত বৰ্তমান ৩০০০ মানহে গঁড় আছে আৰু ইয়াৰে প্ৰায় ২০০০ অসমত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা অভয়াৰণ্য আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়।

                                     

ⓘ ভাৰত সম্পৰ্কীয় তালিকা

  • ভ ৰতৰ ৰ জ য আৰ ক ন দ ৰ য শ স ত অঞ চলসম হৰ ৰ জ য ক জন ত সম হৰ ত ল ক ৰ জ য ক ফ ল ৰ জ য ক পক ষ ৰ জ য ক গছ Sambar : The State Animal of Orissa ভ ৰতৰ ৰ জ য ক
  • ভ ৰতৰ হ ৰদসম হৰ ত ল ক হ ছ ভ ৰতৰ উল ল খন য হ ৰদসম হৰ ন মৰ এখন ত ল ক চ ত ৰ: Fatehsagar nehrugarden.jpg দ ৰ গম চ ৰ ভ ক ল ল ৰ হ ৰদ প ল কট হ ৰদ হ ছ ইন
  • ব ট ব জয ৰ ত ল ক পদ মশ ৰ ব ট ব জয ৰ ত ল ক পদ মশ ৰ ব ট ব জয ৰ ত ল ক পদ মশ ৰ ব ট ব জয ৰ ত ল ক
  • আহৰণ কৰ হ ছ 27 November 2012. চনৰ পৰ অসম স হ ত য সভ ৰ সভ পত সকলৰ ত ল ক অসম স হ ত য সভ ৰ ৱ বছ ইট, আহৰণ: নৱ ম বৰ, স হ ত য অক ড ম ব ট
  • ভ ৰত ব ভ ৰত য প ৰজ তন ত ৰ ই ৰ জ Republic of India দক ষ ণ এছ য ত অৱস থ ত এখন স ৰ বভ ম গণত ন ত ৰ ক ৰ ষ ট ৰ ভ গ ল ক আয তনৰ ফ লৰ পৰ ভ ৰত প থ ৱ ৰ
  • ৱ ক ম ড য কমন সত ভ ৰত য প ৰশ সন ক স ৱ সম পৰ ক য ম ড য ফ ইল ভ ৰত য প ৰশ সন ক স ৱ ৰ ব ষয সকলৰ ত ল ক প ৰশ সন ক ব ষয ৰ ক ৰ যব হ ম ল য ঙ কন প ষ ঠ
  • ত ল ক ৰ অন তৰ ভ ক ত কৰ হ ছ এই ত ল ক সম হৰ হ ল ক ন দ ৰ ত ল ক ৰ জ য ত ল ক আৰ য গ ম ত ল ক জ ত য প ৰত ৰক ষ ব দ শন ত ম দ ৰ ব যৱস থ ৰ দৰ ব ষয সম হ
  • এই সন ম ন ল ভ কৰ অসম য সকলৰ ন ম, অৱদ নৰ ক ষ ত ৰ আৰ ব ট প ৰ প ত চনৰ ত ল ক তলত উল ল খ কৰ হ ল List of Padma Vibhushan award winers - English Wikipedia
  • winers - English Wikipedia পদ মশ ৰ ব জয ৰ ব ত ত ল ক MINISTRY OF HOME AFFAIRS. পদ ম ব জয ত ল ক পদ ম ব জয পদ ম ব জয পদ ম ব জয
  • এই প ৰ ণ সম পৰ ক য চম প ৰবন ধট বহল ই ল খ প ৰয জন আপ ন ও ইচ ছ কৰ ল য গদ ন কৰ ব প ৰ গ ড ব জ ঞ ন ক ন ম: Rhinoceros unicornis এট স তন যপ য
                                     

পদ্মবিভূষণ অসমীয়াৰ তালিকা

পদ্মবিভূষণ হৈছে ভাৰত চৰকাৰে প্ৰদান কৰা দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান। এই সন্মানৰ স্থান ভাৰতৰত্নৰ পাছত। ১৯৫৪ চনৰ ২ জানুৱাৰীত প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰে এই সন্মান প্ৰদান কৰে। বৰ্তমানলৈ ২ গৰাকী অসমীয়া এই সন্মানৰ দ্বাৰা বিভূষিত হৈছে। এই সন্মান লাভ কৰা অসমীয়াসকলৰ নাম, অৱদানৰ ক্ষেত্ৰ আৰু বঁটা প্ৰাপ্ত চনৰ তালিকা তলত উল্লেখ কৰা হল।

                                     

ভাৰতত পৰিক্ষিত পৰমাণৱিক অস্ত্ৰৰ তালিকা

ভাৰতত পৰিক্ষিত পৰমাণৱিক অস্ত্ৰসমূহৰ এক তালিকা। পৰীক্ষাসমূহ ২ ক্ৰম: পখৰাণ ১ আৰু পখৰাণ ২ত সংঘটিত হৈছিল। পখৰাণ ১ত কেৱল এটা পৰমাণৱিক পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। এই পৰীক্ষাৰ চন আছিল ১৯৭৪।