ⓘ ব্যক্তি - অসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকা, ৬ জুন, দ্বিবন বৰুৱা, মণিৰাম দেৱান, নিপ বৰুৱা, ২ জুলাই ..

অসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকা

নিপ বৰুৱা জ্যোতিপ্ৰসাদ আগৰৱালা জাহ্নু বৰুৱা পদুম বৰুৱা ব্ৰজেন বৰুৱা শিৱপ্ৰসাদ ঠাকুৰ সান্তনা বৰদলৈ ভবেন্দ্ৰ নাথ শইকীয়া মঞ্জু বৰা অতুল বৰদলৈ ভূপেন হাজৰিকা মুনিন বৰুৱা গৌতম বৰা

৬ জুন

৬ জুন হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫৭তম দিন। বছৰ শেষ হবলৈ ২০৮ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

দ্বিবন বৰুৱা

দ্বিবন বৰুৱা অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী পুৰোধা ব্যক্তি আছিল। তেখেত আছিল একাধাৰে এগৰাকী চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, সঙ্গীত পৰিচালক, কণ্ঠশিল্পী, অভিনেতা আৰু চিত্ৰনাট্যকাৰ। তেখেত মুঠ ৭খন চলচ্চিত্ৰৰ পৰিচালক আছিল।

মণিৰাম দেৱান

মণিৰাম দেৱান উনৈশ শতিকাৰ অসমৰ সমাজ জীৱনৰ প্ৰভাৱশালী ব্যক্তি আছিল। তেওঁৰ জন্ম হয় ১৮০৬ চনৰ ২৭ এপ্ৰিলত শিৱসাগৰ জিলাৰ চাৰিঙত। তেওঁৰ পিতৃৰ নাম মুক্তিয়াৰ ৰামদত্ত আৰু মাকৰ নাম কৌশল্যা আছিল।

নিপ বৰুৱা

নিপ বৰুৱা অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী জনপ্ৰিয় ব্যক্তি আছিল। অসমৰ চলচ্চিত্ৰসমূহৰ ব্যৱসায়িক দিশত উত্তৰণ যুগ তেওঁৰ পৰাই আৰম্ভ হয়। তেখেত এগৰাকী চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক আছিল। তেখেত মুঠ ১৫খন অসমীয়া চলচ্চিত্ৰ পৰিচালনা কৰিছিল। চলচ্চিত্ৰ কৰাৰ উপৰিও তেখেতে কিছু পৰিমাণে অভিনয় আৰু সংগীত, ফুটবল খেলাৰ প্ৰতিও তেখেতৰ আগ্ৰহ আছিল। কাৰ্টুনিষ্ট হিচাপেও তেখেতে দ্য আছাম ট্ৰিবিউন কাকতৰ বাবে বহু ছবি আঁকিছিল।

২ জুলাই

১৯৪০– ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী নেতা সুভাষ চন্দ্ৰ বসুক গ্ৰেপ্তাৰ কৰি কলিকতা কাৰাগাৰত বন্দী কৰা হয়। ১৬৯৮ – থমাছ ছাভেৰীয়ে তেওঁৰ প্ৰথম ভাপ ইঞ্জিনৰ পেটেণ্ট লাভা কৰে। ১৮৯৭ – ইটালীৰ বিজ্ঞানী মাৰ্কনীয়ে লণ্ডনক অনাতাঁৰ যন্ত্ৰৰ বাবে পেটেণ্ট লাভ কৰে। ২০১৩ - আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংঘই প্লটোৰ চতুৰ্থ আৰু পঞ্চম উপগ্ৰহ দুটাক ক্ৰমে কাৰ্বেৰছ Kerberos আৰু ষ্টিক্স Styx নামেৰে নামকৰণ কৰে। ২০০২ – অকলশৰে বেলুনত উঠি পৃথিৱী প্ৰৰিভ্ৰমণ কৰা প্ৰথম ব্যক্তি হিচাপে পৰিগণিত হয় ষ্টিভ ফছেট।

                                     

ⓘ ব্যক্তি

  • অসমৰ প ৰস দ ধ ব যক ত সকলৰ ত ল ক অসমৰ কণ ঠশ ল প সকলৰ ত ল ক অসম য অভ ন ত অভ ন ত ৰ সকলৰ ত ল ক জ য ত প ৰস দ আগৰৱ ল ভ প ন হ জৰ ক ন প বৰ ৱ ব ৰজ ন বৰ ৱ
  • য ক তৰ ষ ট ৰৰ ক ট ল ন চ ন ল স ত ৰ প ৰ হ ৱ সমগ ৰ উত তৰ - প ব ভ ৰতৰ প ৰথমজন ব যক ত চনত ত ও ই ল ছ চ ন লৰ ক ম দ ৰ ঘ যৰ এক শৰ ক ম স ত ৰ
  • গ প ন থ বৰদল অসমৰ প ৰথম গৰ ক ম খ যমন ত ৰ তথ ভ ৰতৰত ন ব ট প ৰ প ত ব যক ত - ভ ত ল দ স, অসম য সঙ গ ত শ ল প ম ত য এপ ৰ ল
  • দ ব বন বৰ ৱ ই ৰ জ Dwiban Baruah অসম য চলচ চ ত ৰ জগতৰ এগৰ ক প ৰ ধ ব যক ত আছ ল ত খ ত আছ ল এক ধ ৰ এগৰ ক চলচ চ ত ৰ প ৰয জক, পৰ চ লক, সঙ গ ত পৰ চ লক
  • মণ ৰ ম দ ৱ ন ই ৰ জ Maniram Dewan উন শ শত ক ৰ অসমৰ সম জ জ ৱনৰ প ৰভ ৱশ ল ব যক ত আছ ল ত ও ৰ জন ম হয চনৰ এপ ৰ লত শ ৱস গৰ জ ল ৰ চ ৰ ঙত ত ও ৰ প ত ৰ
  • ম ত য - য ৰ গ গ ৰ ন, ৰ ছ দ শৰ ইউৰ গ গৰ ন প ৰথম মহ ক শচ ৰ ব যক ত প ৰশ ক ষণৰ সময ত হ ৱ ব ম ন দ ৰ ঘটন ত ত খ ত ন হত হয - অৰ ণ শৰ ম ৰ
  • চনত ল ক - সঙ গ তজ ঞ হ ম গ ব শ ব সৰ ম ত য ৷ চনত আফ ৰ ক ৰ প ৰথম ব যক ত হ চ প ইজ প তৰ ব ট ৰ ছ ঘ ল ৰ ষ ট ৰস ঘৰ সচ ব প ৰধ ন হ চ প ন ৰ ব চ ত
  • ন প বৰ ৱ ই ৰ জ Nip Barua অসম য চলচ চ ত ৰ জগতৰ এগৰ ক জনপ ৰ য ব যক ত আছ ল অসমৰ চলচ চ ত ৰসম হৰ ব যৱস য ক দ শত উত তৰণ য গ ত ও ৰ পৰ ই আৰম ভ হয
  • ব যৱস য ৰ ল য ন স ইণ ড ষ ট ৰ জৰ চ য ৰম ন আৰ বৰ তম ন এচ য ৰ ধন ব যক ত অঞ জ বব জৰ জ, ভ ৰত য ল দ ঘল জ ম প ৰ ম ৰ য ছ ৰ প ভ
  • ক ৰ গ ৰত বন দ কৰ হয অকলশৰ ব ল নত উঠ প থ ৱ প ৰৰ ভ ৰমণ কৰ প ৰথম ব যক ত হ চ প পৰ গণ ত হয ষ ট ভ ফ ছ ট - আন ত ৰ ষ ট ৰ য জ য ত ৰ ব জ ঞ ন
  • শৰ ম ৰ ম ত য হয চন এই দ নট ত ভ ৰত ল আৰ ওজ প ল ন ত যৰ অন যতম ব যক ত নৰহৰ ব ঢ ভকতৰ ম ত য হয চনৰ এই দ নট ত কটন কল জ প ৰত ষ ঠ ৰ লগত