ⓘ ভাষা - ভাষা, মান ভাষা, ওলন্দাজ ভাষা, ফাৰ্চী ভাষা, মেইতেই ভাষা, মালয়ালম ভাষা, ডোটেলী ভাষা ..

ভাষা

মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যিবিলাক সাঙ্কেতিক ধ্বনি উচ্চাৰণ কৰে তাৰ সমষ্টিকে ভাষা বুলিব পাৰি। মানুহে যিবিলাক কথা কয়, সেইবিলাক একোটা সাঙ্কেতিক ধ্বনিৰ সমষ্টি মাত্ৰ। এই সাঙ্কেতিক ধ্বনি-বিলাকে বহন কৰা সঙ্কেত বুজিলেই এজনে আনজনৰ বক্তব্য বুজে। এইদৰে ধ্বনি-সঙ্কেত বুজাসকলকে এক ভাষাভাষী বোলা হয়। ভাষা শব্দটি সংস্কৃতৰ ভাষ ধাতুৰ পৰা উৎপত্তি হৈছে। ভাষ ধাতুৰ ব্যুৎপত্তিগত অৰ্থ হল ব্যক্তবাণী, যাৰ অৰ্থ হল স্পষ্ট আৰু পূৰ্ণ অভিব্যঞ্জনা। আনহাতে, ইয়াৰ ইংৰাজী প্ৰতিশব্দ হৈছে Language। যাৰ অৰ্থ the faculty of speech অৰ্থাৎ ব্যক্তবাণীৰ দক্ষতা। ভাষা শব্দটো কেৱল মানুহৰ ক্ষেত্ৰত প্ৰযোজ্য। মানুহৰ বাগিন্দ্ৰীয়ৰদ্বাৰ ...

মান ভাষা

মান ভাষা মূলতঃ দক্ষিণ পূব এছিয়াৰ দেশ ম্যানমাৰত প্ৰচলিত এক চীনা-তিব্বতীয় মূলৰ ভাষা। এই ভাষাটোক বৰ্মী, বাৰ্মী, বাৰ্মীচ বা ম্যানমাৰ ভাষা নামেৰেও জনা যায়। মান ভাষা ম্যানমাৰৰ চৰকাৰী ভাষা। ২০০৭ চনৰ তথ্য অনুসৰি মান ভাষা ৩.৩ কোটি লোকৰ মাতৃভাষা আৰু ১ কোটি লোকৰ দ্বিতীয় ভাষা। মান ভাষা মান লিপিত লিখা হয়। মান লিপি এক ব্ৰাহ্মী লিপি।

ওলন্দাজ ভাষা

ওলন্দাজ ভাষা মূলতঃ ইউৰোপৰ নেডাৰলেণ্ডচ আৰু বেলজিয়াম দেশত প্ৰচলিত ইণ্ডো-ইউৰোপীয়ান ভাষা পৰিয়ালৰ অন্তৰ্গত পশ্চিম জাৰ্মানীয় মূলৰ এক ভাষা। প্ৰায় ২.৩ কোটি লোকৰ ই মাতৃভাষা আৰু প্ৰায় ৫০ লাখ লোকৰ দ্বিতীয় ভাষা। ওলন্দাজ ভাষা নেডাৰলেণ্ডচৰ একমাত্ৰ চৰকাৰী ভাষা হোৱাৰ লগতে বেলজিয়াম, ছুৰিনাম, আৰুবা, কুৰাকাঅ’, আৰু ছিণ্ট মাৰ্টেনত অধিকাৰীক স্থিতি লাভ কৰিছে। ইংৰাজী ভাষা আৰু জাৰ্মান ভাষাৰ পাছতে ওলন্দাজ ভাষা বহুলভাৱে প্ৰচলিত তৃতীয় জাৰ্মানীয় মূলৰ ভাষা। ইংৰাজী ভাষাত ইয়াক ডাটচ্‌ নামেৰে আৰু ওলন্দাজ ভাষাত ইয়াক নেডাৰ্লাণ্ট্‌চ্‌ নামেৰে জনা যায়।

ফাৰ্চী ভাষা

ফাৰ্চী ভাষা বা পাৰ্ছিয়ান ভাষা হৈছে এটা পশ্চিমীয় ইৰাণীয় ভাষা যিটো ইণ্ডো ইউৰোপীয়ান ভাষাসমূহৰ ইণ্ডো ইৰাণীয়ান বিভাগৰ ইৰাণীয়ান শাখা। এই ভাষাটো ইৰান, আফগানিস্তান আৰু তাজিকিস্তানত ক্ৰমে ইৰাণীয়ান ফাৰ্চী, ডাৰি ফাৰ্চী আৰু তাজিক ফাৰ্চী হিচাপে তিনিটা বিশেষ ৰূপত চৰকাৰীভাৱে ব্যৱহাৰ কৰা হয়। তদুপৰি ইয়াৰ তাজিক ৰূপটো উজবেকিস্তানত বৃহৎ সংখ্যক লোকে ব্যৱহাৰ কৰে। ইৰান আৰু আফগানিস্তানত আৰবী লিপিৰ পৰা অহা পাৰ্ছিয়ান বৰ্ণমালা ব্যৱহাৰ কৰা হয়। আনহাতে তাজিকিস্তানত চিৰালিকৰ পৰা অহা তাজিক বৰ্ণমালা ব্যৱহাৰ কৰা হয়। ফাৰ্চী ভাষা চাচানিয়ান সাম্ৰাজ্য ২২৪-৬৫১ খ্ৰী:-ত ব্যৱহাৰ হোৱা মধ্য ফাৰ্চী Middle Persian ভাষাৰ প ...

মেইতেই ভাষা

মেইতেই ভাষা বা মণিপুৰী ভাষা উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ প্ৰধানতম তথা চৰকাৰী ভাষা। মণিপুৰৰ বাহিৰেও অসম, ত্ৰিপুৰা, বাংলাদেশ আৰু ম্যানমাৰত এই ভাষাটো প্ৰচলিত। মণিপুৰৰ বিশ্ববিদ্যালয়ৰ স্নাতক স্তৰলৈকে ভাষাটো শিক্ষাৰ মাধ্যম হিচাবে ব্যৱহৃত হয়। ভাৰতৰ সংবিধানত ভাষাটোক "মণিপুৰী ভাষা" হিচাপে গণ্য কৰা হৈছে। এই ভাষাক মেইতেই লোন, মেইতেই লোল, পাংগাল-লোল নামেৰেও জনা যায়।

মালয়ালম ভাষা

মালয়ালম বা মলয়ালম দক্ষিণ ভাৰতৰ এটা দ্ৰাবিড় ভাষা। তামিল ভাষাৰ লগত এই ভাষাৰ ঘনিষ্ঠ সম্পৰ্ক আছে যদিও তামিলতকৈ মালয়ালম ভাষাত সংস্কৃত ভাষাৰ প্ৰভাৱ বেছি। মালয়ালম ভাষা কোৱা মানুহ মালয়ালী নামেৰে পৰিচিত। এই পৰ্য্যন্ত প্ৰাপ্ত মালয়ালম ভাষাত লিখা আদিতম ৰচনাবিলাক ৯ম শতিকাত লিখা। ১১২৫-১২৫০ অব্দৰ মধ্যৱৰ্তী সময়ত মালয়লাম ভাষাৰ প্ৰথম সাহিত্যিক ৰচনাগবিলাক লিখিত হয়। ইয়াৰ মাজত আছে ধ্ৰুপদী গীতিকবিতা। মালয়ালম ভাষা মালায়ালম লিপিৰে লিখা হয়। চিঙ্গাপুৰ আৰু মালয়েছিয়াত মালয়ালম ভাষা আৰৱী লিপিৰে লিখা হয়। বহু সময়ত কেৰালাৰ মুছলমানসকলেও আৰৱী লিপিৰে ভাষাটো লিখে। মালয়ালম প্ৰধানত কেৰালা, লাক্ষাদ্বীপ আৰু পণ ...

                                     

ⓘ ভাষা

  • ম ন হ মনৰ ভ ৱ প ৰক শ কৰ বল য ব ল ক স ঙ ক ত ক ধ বন উচ চ ৰণ কৰ ত ৰ সমষ ট ক ভ ষ ই ৰ জ Language ব ল ব প ৰ ম ন হ য ব ল ক কথ কয স ইব ল ক এক ট স ঙ ক ত ক
  • জন য য ম ন ভ ষ ম য নম ৰৰ চৰক ৰ ভ ষ চনৰ তথ য অন সৰ ম ন ভ ষ ক ট ল কৰ ম ত ভ ষ আৰ ক ট ল কৰ দ ব ত য ভ ষ ম ন ভ ষ ম ন ল প ত ল খ
  • ওলন দ জ ভ ষ ম লত ইউৰ পৰ ন ড ৰল ণ ডচ আৰ ব লজ য ম দ শত প ৰচল ত ইণ ড - ইউৰ প য ন ভ ষ পৰ য লৰ অন তৰ গত পশ চ ম জ ৰ ম ন য ম লৰ এক ভ ষ প ৰ য ক ট
  • ফ ৰ চ ভ ষ ব প ৰ ছ য ন ভ ষ ই ৰ জ Persian language হ ছ এট পশ চ ম য ইৰ ণ য ভ ষ য ট ইণ ড ইউৰ প য ন ভ ষ সম হৰ ইণ ড ইৰ ণ য ন ব ভ গৰ ইৰ ণ য ন
  • ম ইত ই ভ ষ ব মণ প ৰ ভ ষ উত তৰ - প ব ভ ৰতৰ মণ প ৰ ৰ জ যৰ প ৰধ নতম তথ চৰক ৰ ভ ষ মণ প ৰৰ ব হ ৰ ও অসম, ত ৰ প ৰ ব ল দ শ আৰ ম য নম ৰত এই ভ ষ ট প ৰচল ত
  • ভ ৰতৰ এট দ ৰ ব ড ভ ষ ত ম ল ভ ষ ৰ লগত এই ভ ষ ৰ ঘন ষ ঠ সম পৰ ক আছ যদ ও ত ম লতক ম লয লম ভ ষ ত স স ক ত ভ ষ ৰ প ৰভ ৱ ব ছ ম লয লম ভ ষ ক ৱ ম ন হ ম লয ল
  • উৰ দ ভ ষ ا رد و ইন দ - ইউৰ প য ভ ষ পৰ য লৰ ইন দ - আৰ য শ খ ৰ ভ ষ প ক স ত নৰ প ৰ য ক ট ল ক আৰ ভ ৰতৰ প ৰ য ক ট ল কৰ ম ত ভ ষ উৰ দ তদ পৰ
  • ভ ষ স স ক ত, প ল আৰ প ৰ ক ত ভ ষ ৰ ম জ ৰ বঙ ল ভ ষ ৰ উদ ভৱ হ ছ বঙ ল দক ষ ণ এছ য ৰ প ৰ ব অৱস থ ত বঙ গ ব ব ল ন মক অঞ চলৰ ম ন হৰ ম খ ক ভ ষ
  • উড য ଓଡ ଆ oṛiā ইণ ড - ইউৰ প য ভ ষ পৰ য লৰ ইণ ড - আৰ য শ খ ৰ এট ভ ষ অসম য আৰ ব ল ভ ষ ৰ লগত ভ ষ ট ৰ যথ ষ ট ম ল আছ এই ভ ষ ট প ৰ য ক ট
  • অসম য ভ ষ হ ছ সকল তক প ৰ ব য ভ ৰত য - আৰ য ভ ষ ইয ক ঘ ইক উত তৰ - প ব ভ ৰতৰ অসমত ব যৱহ ৰ কৰ হয ই অসমৰ ৰ জ য ক ভ ষ অৰ ণ চল প ৰদ শৰ ক ন ক ন
  • পঞ জ ব ব প ঞ জ ৱ ਪ ਜ ਬ پنجابی ইণ ড - ইউৰ প য ভ ষ পৰ ব ৰৰ ইণ ড - আৰ য য শ খ ৰ এট ভ ষ ই ভ ৰতত পঞ জ ব ৰ জ যৰ প ৰ য ক ট ম ন হৰ ম ত ভ ষ পশ চ ম
                                     

ডোটেলী ভাষা

ডোটেলী ভাষা প্ৰায় ৮,০০,০০০ মানুহে ব্যৱহাৰ কৰে, যাৰ ভিতৰত বেছিভাগেই নেপালত বসবাস কৰে। এই ভাষা দেৱনাগৰী লিপিৰে লিখা হয়। নেপালী ভাষাৰ লগত এই ভাষাৰ বহুক্ষেত্ৰত মিল দেখা যায়। ভাৰতৰ কুমাঊনী ভাষাৰ লগতো ৭৫% মিল আছে।