ⓘ ভূগোল - ভূগোল, মানৱ ভূগোল, কামপুৰ মহাবিদ্যালয়, স্বপ্নালী গগৈ, মহম্মদ তাহেৰ, ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় ..

ভূগোল

ভূগোল হৈছে ভূমি, ইয়াৰ বৈশিষ্ট, বাসিন্দাসকল, আৰু পৃথিৱীৰ পৰিঘটনাসমূহৰ অধ্যয়ন কৰা বিজ্ঞানৰ ভাগ। ইংৰাজী শব্দটোৰ পোনপটীয়া অৰ্থ হব "পৃথিৱীৰ বিষয়ে লিখা বা বৰ্ণনা কৰা"। "geography" শব্দটো ব্যৱহাৰ কৰা প্ৰথম ব্যক্তিজন আছিল ইৰেটস্থেনিছ । ভূগোলৰ গৱেষণাৰ চাৰিটা পৰম্পৰাগত ভাগ হৈছে প্ৰকৃতি আৰু মানৱ পৰিঘটনাৰ বিশ্লেষণ, ভূমি অধ্যয়ন, মানুহ-ভূমিৰ সম্পৰ্কৰ অধ্যয়ন, আৰু ভূ বিজ্ঞানৰ গৱেষণা। আধুনিক ভূগোলে বিভিন্ন বিষয় সামৰি লৈ পৃথিৱী আৰু ইয়াৰ বাসিন্দা বা প্ৰকৃতিৰ জটিলতাক বুজিবলৈ চেষ্টা কৰে- কেৱল বস্তুটো কি সেয়াই নহয় কিন্তু সালসলনিৰ মাজেৰে কিদৰে আজিৰ ৰূপ পালে সেই সকলো। ভূগোলক "বিশ্বৰ বিষয়" আৰু "মানুহ আৰ ...

মানৱ ভূগোল

ভূগোলৰ এটা প্ৰধান ভাগ হৈছে মানৱ ভূগোল। ইয়াত মূলতঃ মানুহ আৰু পৰিৱেশৰ আন্তঃসম্পৰ্কৰ ভৌগোলিক অধ্যয়ন কৰা হয়। মানৱীয় কাম কাজক কেন্দ্ৰ কৰি ভূগোলৰ এইটো শাখাৰ জন্ম হৈছে। জাৰ্মান ভূগোলবিদ ফ্ৰেডৰিক ৰাটজেলক মানৱ ভূগোলৰ পিতৃ বুলি কোৱা হয়।

কামপুৰ মহাবিদ্যালয়

নগাঁও জিলাৰ উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল হ’ল কামপুৰ মহাবিদ্যালয়। মহাবিদ্যালয়খনি ১৯৬৮ খ্ৰীষ্টাব্দত স্থাপিত কৰা হৈছিল আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্বীকৃত প্ৰাপ্ত এই কামপুৰ মহাবিদ্যালয় ।

স্বপ্নালী গগৈ

সময়ৰ সংশ্লেষ, ২০১৪, প্ৰবন্ধ সংকলন Fuzzy Rule-based Modelling on River Study বিমান চন্দ্ৰ চেতিয়াৰ সৈতে যুতীয়াভাৱে Advanced Topics on River Study সাধনাৰ চন্দ্ৰকমল, ২০১৭, ৰচনাৱলী লক্ষীমপুৰৰ ভূগোল, ২০১৮, প্ৰবন্ধ সংকলন

মহম্মদ তাহেৰ

মহম্মদ তাহেৰ স্বাধীনতা-উত্তৰ কালৰ অসমৰ এগৰাকী ভূগোল বিজ্ঞানী, কৃতী শিক্ষক, শিক্ষাবিদ আৰু সু-লেখক। অসমীয়া আৰু ইংৰাজী দুয়োটা বিষয়তে তেখেত পাৰদৰ্শী আছিল। তেখেতে ৰাষ্ট্ৰীয় মানচিত্ৰ সংস্থা -ত গৱেষক ৰূপে যোগদান কৰিছিল। তাহেৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিষয়ৰ প্ৰৱক্তা ৰূপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও এই বিশ্ববিদ্যালয়ৰ পাঠ্যপুথি প্ৰস্তুতি সমন্বয় সমিতিৰ সচিব, অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিজ্ঞান গুৰু হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতে উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ বাবে ভূগোল বিজ্ঞান কে ধৰি ভালেমান পাঠ্যপুথি, ভূচিত্ৰাৱলী আৰু গৱেষণামূলক প্ৰবন্ধ ৰচনা কৰিছে। অসম সাহি ...

ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়

ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় ১৯৪৫ চনৰ ১৫ জুনত ডিব্ৰুগড়ৰ কদমনিত প্ৰতিষ্ঠা কৰা হৈছিল। মহাবিদ্যালয় খনৰ স্নাতক মহলা ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অন্তৰ্ভুক্ত। ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ ডাঙৰীয়াএই মহাবিদ্যালয় উদ্বোধন কৰিছিল। প্ৰথমে এই মহাবিদ্যালয় ডিব্ৰুগড় মহাবিদ্যালয় নামেৰে জনাজাত আছিল। পিছলৈ ১৯৫৭ চনত এই মহাবিদ্যালয় খনৰ দাতা হনুমানবক্স সুৰজমল কানৈ ৰ নামেৰে নামকৰণ কৰা হয়।

                                     

ⓘ ভূগোল

  • ভ গ ল আৰ ভ ত ক ভ গ ল এই দ ট বহল ভ গত ভগ ৱ হ ছ ভ গ লক দ ট প ৰধ ন ভ গত ভগ ৱ হ ছ প ৰ ক ত ক ভ গ ল ব ভ ত ক ভ গ ল আৰ ম নৱ ভ গ ল প ৰ ক ত ক ভ গ ল ব
  • ভ গ লৰ এট প ৰধ ন ভ গ হ ছ ম নৱ ভ গ ল ইয ত ম লত ম ন হ আৰ পৰ ৱ শৰ আন ত সম পৰ কৰ ভ গ ল ক অধ যয ন কৰ হয ম নৱ য ক ম ক জক ক ন দ ৰ কৰ ভ গ লৰ এইট
  • ব জ ঞ ন গ ইত হ স ঘ তৰ ক আৰ দৰ শন ঙ ঐচ চ ক অসম য চ গণ ত ছ স স ক ত জ ভ গ ল ঝ পৰ স খ য ব জ ঞ ন ঞ পৰ চয ম লক কম প উট ৰ ব জ ঞ ন আ ত ন বছৰ য স ন তক
  • Kane - ভ ৰত - ৰত ন ব ট ব জয আছ ল ত ও মহ ৰ ষ ট ৰৰ প ৰ চ ন ভ গ ল ল খন আৰ সম প দন কৰ ছ ল চনত ব ম ব ই চৰক ৰ ত ও ক প ণ ড ত যৰ শল গ
  • ব শ বব দ য লয ৰ স ব ক ত প ৰ প ত এই ক মপ ৰ মহ ব দ য লয অসম য অৰ থন ত শ ক ষ ই ৰ জ ভ গ ল হ ন দ ব ৰঞ জ ৰ জন ত ব জ ঞ ন ক মপ ৰ ক মপ ৰ মহ ব দ য লয ৰ ৱ বছ ইট
  • নৰ থ লখ মপ ৰ কল জৰ ভ গ ল ব ভ গৰ অধ য পক স হ ত য ক আৰ সম ল চক ভ গ ল ব ষয ক গৱ ষণ ক ৰ যৰ লগত জড ত গ ৱ হ ট ব শ বব দ য লয ৰ পৰ ভ গ ল ব ষয ত স ন তক ত তৰ
  • ব জ ঞ ন দ ট শ খ আছ অসম য বড ই ৰ জ শ ক ষ অৰ থন ত ব ৰঞ জ ৰ জন ত ভ গ ল ন তত ত ব গণ ত পদ ৰ থ ব জ ঞ ন ৰস য ন ব দ য উদ ভ দ ব জ ঞ ন প ৰ ণ ব জ ঞ ন
  • ই ৰ জ Mohammed Taher, স ব ধ নত - উত তৰ ক লৰ অসমৰ এগৰ ক ভ গ ল ব জ ঞ ন ক ত শ ক ষক, শ ক ষ ব দ আৰ স - ল খক অসম য আৰ ই ৰ জ দ য ট
  • Political Science Department ন তত ত ব ব ভ গ Anthropology Department ভ গ ল ব ভ গ Geography Department দৰ শন ব ভ গ Philosophy Department হ ন দ