ⓘ সংস্কৃতি - সংস্কৃতি, অসমীয়া লোক-সংস্কৃতি, বিৰিঞ্চি কুমাৰ বৰুৱা, ১৫ এপ্ৰিল, ইংৰাজী ভাষা, ব্ৰুণেই ..

সংস্কৃতি

সংস্কৃতি’ কোনো এটা নিৰ্দিষ্ট জাতি বা জনগোষ্ঠীৰ একচেতিয়া সম্পত্তি নহয়। ই মানৱসৃষ্ট; আৰু মানুহৰ মাজত পৰিবৰ্তিত তথা পৰিবৰ্দ্ধিত ৰূপত জীয়াই থাকে। পৃথিৱীৰ প্ৰত্যেকটো জাতি বা জনগোষ্ঠীৰ নিজ নিজ সংস্কৃতি আছে। বিভিন্ন জাতি, জনগোষ্ঠীৰ সংস্কৃতিৰ সমলৰ সমাহৰণত অসমীয়া সংস্কৃতি গঁঠিত হৈছে। সেয়ে ক’ব পাৰি যে বিশাল ভাৰতীয় সংস্কৃতিৰ দৰে অসমীয়া সংস্কৃতিও এক সমন্বয় বা মিলনৰ বস্তু। অসমীয়া সংস্কৃতি বুলিলে অসমীয়া জীৱন নিৰ্বাহ প্ৰণালীৰ সমগ্ৰতাক সাঙুৰি লয়। সামাজিক জীৱ হিচাপে মানুহে কিছুমান ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, বিশ্বাস-অবিশ্বাস, ধৰ্ম-অধৰ্ম, উৎসৱ-অনুষ্ঠান আদিৰ মাজেৰে জীৱন নিৰ্বাহ কৰে আৰু এই জীৱন নিৰ্বা ...

অসমীয়া লোক-সংস্কৃতি

কোনো এটা জাতিৰ বৈশিষ্টসূচক শিল্প-সাহিত্য, বিশ্বাস, সমাজনীতি, ধৰ্মীয় ৰীতি-নীতি, কৃষি, কৰ্ম্ম, শিক্ষা, চৰ্চ্চা, কলা, ৰুচি আদিৰ সমাৱেশক একেলগে সংস্কৃতি বা কৃষ্টি বুলিব পাৰি। বিভিন্ন ভাষা-ভাষী, জাতি-জনজাতিৰে গঠিত অসমীয়া সংস্কৃতিৰ পৰিসৰ অতি বিশাল।

বিৰিঞ্চি কুমাৰ বৰুৱা

বিৰিঞ্চি কুমাৰ বৰুৱা অসমৰ এজন শিক্ষাবিদ, লেখক, ইতিহাসবিদ, ভাষাবিদ আৰু লোক-সাংস্কৃতিক গৱেষক। অসমৰ লোক-সংস্কৃতিৰ অমূল্য সম্পদসমূহ উদ্ধাৰৰ কাৰণে তেওঁ গোটেই জীৱন অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল। বিৰিঞ্চি কুমাৰ বৰুৱাই গুৱাহাটী জালুকবাৰীৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌপাশতে জীৱনৰ অধিক সময় পাৰ কৰিছিল। সেয়ে পিছলৈ তেওঁৰ নামেৰে গুৱাহাটী বিশ্ববিদ্যালয়ত বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহৰ নিৰ্মাণ কৰা হয়। তেওঁ "Indian Film Censor Board"-ৰ সদস্য আছিল। ইয়াৰ লগতে তেওঁ "Indian Language Commission"-ৰো প্ৰতিষ্ঠাপক সদস্য আছিল। তেওঁ সামাজিক-সাংস্কৃতিক অনুষ্ঠান "Assam Academy for Cultural Relations"-ৰ প্ৰতিষ্ঠাপক আছ ...

১৫ এপ্ৰিল

১৯৭২ - মন্দিৰা বেদী, হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী, ফেশ্বন ডিজাইনাৰ আৰু টেলিভিছন এংকৰ। ১৪৫২ - লিঅনাৰ্ড দা ভিন্সি, ইটালীয়ান নৱজাগৰণ যুগৰ কালজয়ী চিত্ৰশিল্পী। মৃত্যু: ১৫১৯ ১৯৯০ - এমা ৱাটছন, বিখ্যাত ব্ৰিটিছ অভিনেত্ৰী আৰু মডেল। ১৪৬৯ - গুৰু নানক, শিখ ধৰ্ম গুৰু। মৃত্যু: ১৫৩৯

ইংৰাজী ভাষা

ইংৰাজী ইণ্ডো-ইউৰোপীয় ভাষা-পৰিয়ালৰ জাৰ্মানীয় শাখাৰ পশ্চিমীয়া দলৰ এটা ভাষা। জাৰ্মান গোত্ৰ এংগল্‌চ, ছেক্সন আৰু কিছু ভাষাৰ পৰা ইংৰাজী ভাষাৰ উৎপত্তি হৈছিল। ১৫০০ চনৰ ফালে বিৰাট স্বৰধ্বনি সৰণ Great Vowel Shift সংঘটিত হয় আৰু আধুনিক ইংৰাজীৰ উদ্ভৱ ঘটে। উইলিয়াম শ্বেক্সপিয়েৰৰ ৰচনাসহ আধুনিক ইংৰাজী সাহিত্যৰ প্ৰায়বোৰেএই আধুনিক ইংৰাজী ভাষাত লিখা। এথ্‌নলগ অনুসাৰে ইংৰাজী ভাষাৰ মাতৃভাষীৰ সংখ্যা প্ৰায় ৩৪ কোটি। মাতৃভাষীৰ সংখ্যা অনুযায়ী ইংৰাজীৰ স্থান মেণ্ডাৰিন, হিন্দী আৰু স্পেনীয় ভাষাৰ পিছতেই। প্ৰথমে ইংলেণ্ড আৰু পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনৈতিক, অৰ্থনৈতিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক প্ৰভাৱৰ কাৰণে বি ...

ব্ৰুণেই

ব্ৰুণেই দক্ষিণ পূব এছিয়াৰ এখন ৰাষ্ট্ৰ। ই এখন ৰাজতান্ত্ৰীক ইছলামী দেশ। দেশখন বৰ্ণীও দ্বীপৰ উত্তৰ উপকূলত অৱস্থিত। ইয়াৰ উত্তৰে দক্ষিণ চীন সাগৰ, আৰু বাকী সকলো দিশতে মালয়েছিয়া। ব্ৰুণেই তেল সম্পদত সমৃদ্ধ এখন ধনী ৰাষ্ট্ৰ। ১৯৬০ দশকৰ শেষৰ ফালে এই অঞ্চলৰ একমাত্ৰ দেশ হিচাপে ব্ৰুণেই ব্ৰিটিছ উপনিবেশৰ অন্তৰ্গত থকাৰ সিদ্ধান্ত লয়। ১৯৮৪ চনত এই দেশস্বাধীন হয়। ব্ৰুণেই দুটা ব্ৰুনাই বেলেগ বেলেগ অঞ্চলৰে গঠিত। ইয়াৰ ভিতৰত পশ্চিম অংশতো বৃহত্তৰ। এই অংশতে সমুদ্ৰ বন্দৰ আছে। এই দুই অংশক মালয়েছিয়াৰ সাৰাওয়াক প্ৰদেশে আগুৰি আছে। বন্দৰ চিৰি বেগাৱান ব্ৰুণেইৰ ৰাজধানী। ইয়াৰ আয়তন মাত্ৰ ৫,৭৬৫ বৰ্গকিলোমিটাৰ।

                                     

ⓘ সংস্কৃতি

  • স স ক ত ক ন এট ন ৰ দ ষ ট জ ত ব জনগ ষ ঠ ৰ একচ ত য সম পত ত নহয ই ম নৱস ষ ট আৰ ম ন হৰ ম জত পৰ বৰ ত ত তথ পৰ বৰ দ ধ ত ৰ পত জ য ই থ ক প থ ৱ ৰ
  • এক লগ স স ক ত ব ক ষ ট ব ল ব প ৰ ব ভ ন ন ভ ষ - ভ ষ জ ত - জনজ ত ৰ গঠ ত অসম য স স ক ত ৰ পৰ সৰ অত ব শ ল ব ভ ন ন প ৰত ক আৰ বস ত ৱ স স ক ত এট ৰ
  • ভ ৰতৰ স স ক ত ই ৰ জ Culture of India হ ছ ভ ৰতব স ৰ জ ৱন ধ ৰণ প ৰক ৰ য ভ ৰতৰ ভ ষ ধৰ ম, ন ত য, স গ ত, স থ পত য, স জ - প ৰ, আৰ খ দ যভ স দ শখনৰ ব ভ ন ন
  • সম ন খ জ দ য বল সক ষম কৰ ত ল ছ শ ক ষ - দ ক ষ চ ন ত - চৰ চ ধৰ ম - স স ক ত সকল ত আজ খ ষ ট ন প ৰভ ৱ স পষ ট ম ল স স ক ত ৰ পৰ ক ৰম ব ছ ন ন হ পৰ ছ
  • জনপ ৰ য স স ক ত ই ৰ জ Popular culture হ ল স স ক ত ৰ প ৰক ৰসম হৰ লগত সম পৰ ক ত এট ম খ য ধ ৰণ জনপ ৰ য স স ক ত ক স ধ ৰণ জনত ৰ স স ক ত ব ল ক ব
  • ৰ ষ ট ৰস ঘ শ ক ষ ব জ ঞ ন আৰ স স ক ত স স থ United Nations Educational, Scientific, and Cultural Organization ব ইউন স ক UNESCO হ ছ ৰ ষ ট ৰস ঘৰ
  • অৰ থন ত ব ষয ত স ন তক ত তৰ ড গ ৰ ল ভ কৰ ছ ল ত খ ত গ ৱ লপ ৰ জ ল ৰ ল ক স স ক ত A study of the folk culture of Goalpara District ব ষয ত গৱ ষণ কৰ প
  • ছদ ম ন মত স উজ প তৰ ক হ ন ৰ স ন বৰ ৱ ছদ ম ন মত জ তকৰ ম ল অসমৰ ল ক - স স ক ত প ৰণ অসম য কথ স হ ত য চ ইজ ৰল ণ ড ভ ৰমণ এব ল ৰ ন ট ব ষ ণৱ গ ৰ শ কৰদ ৱ
  • চক ৰৱৰ ত অসম য চলচ চ ত ৰৰ অভ ন ত আৰ চলচ চ ত ৰ আৰ মঞ চ ন টকৰ পৰ চ লক জন ম: জ ন ৱ ৰ আন তৰ জ ত ক সৰ বজন ন স স ক ত দ ৱস ব ব চ এই দ নত
  • গ নত সমস ময ক সম জ, স স ক ত ৰ জন ত দ ৰ ন ত আদ স পষ টভ ব প ৰত ফল ত হ ৱ দ খ য য ত খ তৰ কৰ মৰ জ য অসমৰ কল - স স ক ত জগতৰ প ৰভ ত উন নয ন স ধনৰ
  • প ৰণ অসম য সম জ আৰ স স ক ত শ ৰ ষক গ ৰন থখন মহ শ বৰ ন ওগৰ দ ব ৰ ৰচ ত চনত ব ণ মন দ ৰ প ৰক শন প ৰথম প ৰক শ কৰ এই গ ৰন থখনত অসমৰ স ম জ ক স স ক ত ক
  • ব যৱহ ৰৰ ক ৰণ এইট বৰ তম নৰ ব শ বৰ সব ত ক ব ছ অধ ক ত দ ব ত য ভ ষ স স ক ত আৰ প ৰয ক ত ৰ নত ন নত ন আন তৰ জ ত ক পৰ ভ ষ ৰ অধ ক শই ই ৰ জ পৰ আহ ছ
  • ইদ ন পৰ যটন আৰ ব ণ জ যত ই ৰ জ ভ ষ ৰ প ৰস ৰ হ ছ ব ৰ ণ ইৰ স স ক ত দ ঢ ভ ব ম লয স স ক ত আৰ ইছল ম ধৰ মৰ দ ব ৰ প ৰভ ৱ ত হ ছ ইয ৰ স স ক ত ৰ জনগ থন ৰ