ⓘ সমাজ - এলজিবিটি সমাজ, সাম্যবাদী সমাজ, বীণাপাণি নাট্য সমাজ, মেঘালয়ৰ মাতৃবংশীয় সমাজ, সীতানাথ ব্ৰহ্মচৌধুৰী, ২৪ মাৰ্চ ..

এলজিবিটি সমাজ

এলজিবিটিকিউ+ সমাজ হল সাংস্কৃতিক আৰু সামাজিকভাৱে একত্ৰিত সংখ্যালঘু যৌন আৰু প্ৰেম অভিমুখী থকা লেছবিয়ান, গে’, বাইচেক্সুৱেল আৰু পৃথক লিংগ পৰিচয় থকা ট্ৰান্সজেণ্ডাৰ তথা কুইয়াৰ সকলৰ একত্ৰিত সমাজ। এই সমাজখনে গৌৰৱেৰে নিজক আঁকোৱালি নিজস্বতাক উদযাপন কৰে। এই সমাজে নিজৰ পছন্দ অনুসৰি জীয়াই থকা, একে লিংগৰ প্ৰেম আৰু একে লিংগৰ বিবাহ অধিকাৰ বিচাৰি তথা অইন সমাজত থকা সংখ্যাগৰিষ্ঠবাদী বিপৰীতলিংগবাদ, সমফবিয়া, বাইফবিয়া, ট্ৰান্সফবিয়াৰ বিৰুদ্ধে গঠিত এক সমাজ। গে’ প্ৰাইড বা গে’ গৌৰৱ শব্দটো এলজিবিটি সমাজৰ একটা, পৰিচয় আৰু শক্তিক বুজাবলৈ ব্যৱহাৰ কৰা হয়। এই সমাজৰ ভিতৰত গে’ গাঁও, এলজিবিটি অধিকাৰ সংঘ, বিদ্যালয় আ ...

সাম্যবাদী সমাজ

সাম্যবাদী সমাজ বা সাম্যবাদী প্ৰণালী সমাজ তথা আৰ্থনৈতিক প্ৰণালীৰ এক প্ৰকাৰ, যাক নিৰ্মাণ বলত প্ৰযুক্তিৰ বিকাশে সৃষ্টি কৰিব বুলি মাৰ্ক্সবাদী চিন্তাধাৰাত অনুমান কৰা হয়। সাম্যবাদী সমাজত উৎপাদনৰ মাধ্যম সৰ্বসাধাৰণৰ অধীন আৰু সকলোৱে মুক্তভাৱে উৎপাদিত সামগ্ৰীসমূহ লাভ কৰিব পাৰে। এই সমাজ বৰ্গহীন আৰু চৰকাৰহীন। এই সমাজত সেয়েহে শ্ৰমিকক শোষণ কৰা নহয়।. নিজৰ ক্ৰিটিক অৱ গথা প্ৰগ্ৰেম ত কাৰ্ল মাৰ্ক্সে বিকাশৰ এই স্তৰক উচ্চ-স্তৰীয় সাম্যবাদ আখ্যা দিছে। সাম্যবাদ আৰ্থ-সামাজিক বিকাশৰ এক স্তৰ যত ভৌতিক স্মপদৰ উভৈনদী দেখা যায়, কোৱা হয় উৎপাদন প্ৰযুক্তিৰ বিকাশ আৰু সমসাময়িকভাৱে উৎপাদনৰ সামাজিক সম্বন্ধৰ পৰিৱৰ্তনৰ বা ...

বীণাপাণি নাট্য সমাজ

চাৰিআলি বীণাপাণি নাট্য সমাজ বিশ্বনাথ চাৰিআলিৰ এটা সাংস্কৃতিক অনুষ্ঠান। এই অঞ্চলৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক, ব্যৱসায়িক, ৰাজনৈতিক আৰু ক্ৰীড়া জগতত এই অনুষ্ঠানটিয়ে অগ্ৰণী ভুমিকা লৈ আহিছে। ১৯৩১ চনৰ নবেম্বৰ মাহত এই অনুষ্ঠানৰ জন্ম হৈছিল।১৯৩১ চনৰ ১ নবেম্বৰত যজ্ঞেশ্বৰ বৰঠাকুৰৰ সভাপতিত্বত প্ৰথমখন অধিবেশন বহে। নাট্য সমাজৰ লগত আছে দেশপ্ৰাণ "লক্ষ্মীধৰ স্মৃতি পুথি ভঁৰাল", "বীণাপাণি নাট্য মন্দিৰ আৰু বীণাপাণি কো-অপাৰেটিভ ষ্ট’ৰ্ছ। ২০১০ চনৰ ২৬,২৭ আৰু ২৮ মাৰ্চত বীণাপাণি নাট্য সমাজে মহাৰজত জয়ন্তী উদ্‌যাপন কৰে।

মেঘালয়ৰ মাতৃবংশীয় সমাজ

উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ কেইবাটাও জনগোষ্ঠীত মাতৃবংশ প্ৰথাৰ প্ৰচলন আছে। নাৰীৰ উত্তৰপুৰুষৰ জৰিয়তে বংশৰ আভাস পোৱাকে মাতৃবংশ বোলে। এই সমাজ ব্যৱস্থাত কোনো এজন ব্যক্তিক তেওঁৰ মাতৃৰ বংশৰে সূচোৱা হয় আৰু সম্পত্তিৰ বা উপাধিৰ উত্তৰাধিকাৰ জড়িত থাকে। এনে ব্যৱস্থা সাধাৰণতে দেখা পোৱা পিতৃপ্ৰধান প্ৰথাতকৈ বেলেগ যত পৰিয়ালৰ পৰিচয় মূল পুৰুষজনৰ পৰা আহে। খাচি, গাৰো আৰু মেঘালয়ৰ আন উপগোটসমূহৰ মাজত অতীতৰে পৰা মাতৃবংশীয় সমাজ ব্যৱস্থা চলি আহিছে। খাচিসকলৰৰ মাতৃবংশীয় প্ৰথা পৃথিৱীৰ বৃহৎ মাতৃবংশীয় সংস্কৃতিসমূহৰ অন্যতম।

সীতানাথ ব্ৰহ্মচৌধুৰী

সীতানাথ ব্ৰহ্মচৌধুৰী অসমীয়া সাহিত্য আৰু বড়ো সাহিত্যজগতৰ এজন প্ৰসিদ্ধ লিখক, কবি, সমাজ সেৱক তথা ভাৰতৰ স্বাধীনতা আন্দোলনৰ সক্ৰিয় সদস্য আছিল। ১৯৬৪ চনত তেখেতে বঙাইগাঁৱ মহাবিদ্যালয়ৰ স্থাপন কৰিছিল।

২৪ মাৰ্চ

২৪ মাৰ্চ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৮৩ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৮২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

                                     

ⓘ সমাজ

  • এলজ ব ট ক উ সম জ ই ৰ জ LGBTQ Community হ ল স স ক ত ক আৰ স ম জ কভ ৱ একত ৰ ত স খ য লঘ য ন আৰ প ৰ ম অভ ম খ Sexual and romantic orientation থক
  • স ম যব দ সম জ ব স ম যব দ প ৰণ ল সম জ তথ আৰ থন ত ক প ৰণ ল ৰ এক প ৰক ৰ, য ক ন ৰ ম ণ বলত প ৰয ক ত ৰ ব ক শ স ষ ট কৰ ব ব ল ম ৰ ক সব দ চ ন ত ধ ৰ ত অন ম ন
  • ল কন য ক অম য ক ম ৰ দ স - এজন ভ ৰত য সম জ স স ক ৰক, গ ন ধ ব দ ন ত শ ক ষ ব দ, ল খক আৰ অসম চৰক ৰৰ প ৰ ক তন মন ত ৰ আছ ল ত ও অসম চৰক ৰৰ
  • Srimanta Sankardeva, জন ম: - ম ত য এক ধ ৰ এগৰ ক ধৰ ম প ৰচ ৰক, সম জ স গঠক, স গ য ক, নৰ তক, অভ ন ত কব চ ত ৰকৰ আছ ল শ কৰদ ৱ অসম য জ ত - স হ ত য - স স ক ত
  • Brahmachoudhury অসম য স হ ত য আৰ বড স হ ত যজগতৰ এজন প ৰস দ ধ ল খক, কব সম জ স ৱক তথ ভ ৰতৰ স ব ধ নত আন দ লনৰ সক ৰ য সদস য আছ ল চনত ত খ ত বঙ ইগ ৱ
  • ৰ ণ - ক ষ ণ নন দ ব ৰহ মচ ৰ ৰ ম ত য ত খ ত অসমৰ এগৰ ক সম জস ৱক, সম জ স স ক ৰক, ধৰ মগ ৰ আৰ স ব ধ নত স গ ৰ মৰ ম ক ত য জ ৰ আছ ল - মধ ৰ ম
  • ব ৰ ন দ ৰ ক ম ৰ ভট ট চ ৰ যৰ একম ত ৰ কব ত প থ স ন ধ যস বৰত সন ন ৱ ষ ট কব ত সম হত সম জ সচ তনত ৰ চ ত ৰ স ন দৰভ ব প ৰত ফল ত হ ৱ দ খ য য ব ষ ণ ৰ ভ এত য ক ম ন
  • গ ত ক ৰ, গ য ক, শক ত শ ল গদ য - ল খক, স ব দ - স ৱ আল চন সম প দক, দ শপ ৰ ম ক, সম জ - স ৱক আৰ ভ ৰতৰ স ব ধ নত স গ ৰ মৰ অগ ৰণ স গ ৰ ম স ন ওৰ জ ৱন অসম আৰ
  • মণ ৰ ম দ ৱ ন ই ৰ জ Maniram Dewan উন শ শত ক ৰ অসমৰ সম জ জ ৱনৰ প ৰভ ৱশ ল ব যক ত আছ ল ত ও ৰ জন ম হয চনৰ এপ ৰ লত শ ৱস গৰ জ ল ৰ চ ৰ ঙত ত ও ৰ
  • চ ৰ আল ব ণ প ণ ন ট য সম জ ব শ বন থ চ ৰ আল ৰ এট স স ক ত ক অন ষ ঠ ন এই অঞ চলৰ শ ক ষ ক, স ম জ ক, স স ক ত ক, ব যৱস য ক, ৰ জন ত ক আৰ ক ৰ ড জগতত এই