ⓘ সাহিত্য - সাহিত্য, অসম সাহিত্য সভা, আহোম সাহিত্য, আধুনিক গল্প সাহিত্য, অসম সাহিত্য সভাৰ অষ্টম বিশেষ বাৰ্ষিক গুৱাহাটী অধিৱেশন, ২০১৪, অসম উপত্যকা সাহিত্য বঁটা ..

সাহিত্য

লিখন-শিল্পক এক কথাত সাহিত্য বোলা হয়। গদ্য, পদ্য আৰু নাটক - এই তিনি ধাৰাত প্ৰাথমিকভাৱে সাহিত্যক ভাগ কৰা হৈছে। গদ্যৰ কিছুমান ভাগ হৈছে প্ৰবন্ধ, নিবন্ধ, গল্প ইত্যাদি। সমাজ জীৱনৰ প্ৰকৃত ছবি যি মাধ্যমৰ জৰিয়তে লিখিতভাৱে প্ৰকাশ কৰা হয় সেয়ে সাহিত্য । ‘সম’ আৰু ‘হিত’ – এই দুয়োটা শব্দৰ পৰাই সাহিত্য শব্দটোৰ সৃষ্টি হৈছে। সাহিত্যৰ লগত ভাষাৰ সম্পৰ্ক ওতঃপ্ৰত, দুয়ো দুয়োৰে পৰিপুৰক। সাহিত্য হ’ল সমাজৰ দাপোন স্বৰূপ। সমাজত বৰ্তি থকা আবেগ-অনুভূতি, বিদ্ৰোহ-আকাংক্ষা, মৰম-অত্যাচাৰ আদি বিভিন্ন দিশক সাহিত্যৰ যোগেদি প্ৰতিফলিত কৰা হয়। সামাজিক জনজীৱনৰ প্ৰতিটো দশকে ভাষাৰ সহায়ত সাহিত্যৰ যোগেদি প্ৰকাশ কৰিব পাৰি। সা ...

অসম সাহিত্য সভা

অসম সাহিত্য সভা ৰ জন্ম ১৯১৭ চনত অসমীয়া ভাষা-সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ উদ্দেশ্যে হয়। বৰ্তমানে অসম আৰু বাহিৰৰ ঠাইত ইয়াৰ হাজাৰৰো অধিক শাখা আছে। ইয়াৰ প্ৰধান কাৰ্য্যালয় যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অৱস্থিত। ১৯১৭ চনৰ ডিচেম্বৰত শিৱসাগৰ জিলাত অসম সাহিত্য সভাৰ প্ৰথমখন অধিবেশন অনুষ্ঠিত হৈছিল আৰু ইয়াত সভাপতিত্ব কৰিছিল পদ্মনাথ গোহাঞিবৰুৱাই। শৰৎচন্দ্ৰ গোস্বামী অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল, ১৯২০ চনৰ পৰা ১৯২৭ চনলৈকে তেখেতে সম্পাদকৰ পদত অধিষ্ঠিত আছিল।

আহোম সাহিত্য

টাই আহোম সাহিত্য হল প্ৰাচীন টাই সাহিত্যৰ পৰা বিকশিত হোৱা সাহিত্য যি মধ্যযুগৰ অসমৰ ৰাজসাহিত্য আছিল। ই চীনৰ গুৱাঙচি অঞ্চলৰ পৰা আৰম্ভ হৈছিল। আহোম সাহিত্যত নিজা আহোম লিপি আৰু ভাষাৰ প্ৰয়োগ হয় যি ইয়াক উচ্চখাপৰ সাহিত্য বুলি প্ৰমাণ কৰে। ইয়াত টাই সাহিত্যৰ উপৰিও কিছু পৰিমাণৰ চীনা আৰু ঝুৱাঙ সাহিত্যৰো প্ৰভাৱ আছে।

আধুনিক গল্প সাহিত্য

আধুনিক গল্প সাহিত্য হৈছে অসমৰ সাহিত্যিক, সমালোচক তথা শিক্ষাবিদ ত্ৰৈলোক্য নাথ গোস্বামীৰ দ্বাৰা লিখিত এখন বিশেষ গ্ৰন্থ। সাহিত্যৰ বিভিন্ন দিশ আৰু প্ৰসংগ আলোচনা সন্নিৱিষ্ট হোৱা এই গ্ৰন্থখনে ১৯৬৭ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।

অসম সাহিত্য সভাৰ অষ্টম বিশেষ বাৰ্ষিক গুৱাহাটী অধিৱেশন (২০১৪)

অসম সাহিত্য সভাৰ অষ্টম বিশেষ বাৰ্ষিক গুৱাহাটী অধিৱেশন ২০১৪ চনৰ ৩১ জানুৱাৰীৰ পৰা চাৰি দিনীয়া কাৰ্য্যসূচীৰে গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয়। ৩১ জানুৱাৰীৰ দিনা মামণি ৰয়ছম গোস্বামীৰ সোঁৱৰণী গ্ৰন্থ উৎসৱ আৰু সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী প্ৰদৰ্শনীখন বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হয়।

অসম উপত্যকা সাহিত্য বঁটা

অসম উপত্যকা সাহিত্য বঁটা হৈছে অসমীয়া সাহিত্যৰ সৰ্বোচ্চ সাহিত্য পুৰস্কাৰ। সৃজনীমূলক অসমীয়া সাহিত্যত স্মৰণীয় বৰঙণি আগবঢ়োৱা ব্যক্তিক ৱিলিয়ামচন মেগৰ শৈক্ষিক ন্যাসৰ দ্বাৰা এই বঁটা প্ৰদান কৰা হয়।

                                     

ⓘ সাহিত্য

  • স য স হ ত য সম আৰ হ ত এই দ য ট শব দৰ পৰ ই স হ ত য শব দট ৰ স ষ ট হ ছ স হ ত যৰ লগত ভ ষ ৰ সম পৰ ক ওত প ৰত, দ য দ য ৰ পৰ প ৰক স হ ত য হ ল
  • প ৰ ক ব ষ ণৱ স হ ত য ব ষ ণৱ স হ ত য প চ ল স হ ত য চৰ ত প থ আৰ ব শ ৱল ব ৰঞ জ স হ ত য আৰ আহ ম য গৰ স হ ত য আধ ন ক অসম য স হ ত য ম ল প ৰবন ধ: চৰ য পদ
  • স হ ত য অক ড ম ব ট হ ছ ভ ৰতৰ ৰ ষ ট ৰ য স হ ত য ক অন ষ ঠ ন স হ ত য অক ড ম য প ৰত বছৰ প ৰদ ন কৰ এট ব ট ভ ৰতৰ প ৰধ ন চ ব শট ভ ষ ৰ ক ন ল খকৰ
  • স হ ত য অক ড ম ই ৰ জ Sahitya Akademi হ ছ ভ ৰত য স হ ত যৰ উন নয ন আৰ সমন বয স ধনৰ ব ব ভ ৰত চৰক ৰৰ দ ব ৰ প ৰত ষ ঠ কৰ এট অন ষ ঠ ন স ব ধ নত ৰ
  • অসম য ভ ষ ত স হ ত য অক ড ম ব ট চনল ম ঠ গৰ ক স হ ত ক ল ভ কৰ ছ এই ব ট প ৰদ ন কৰ চনত ভ ৰত চৰক ৰ আন ষ ঠ ন কভ ৱ উদ ব ধন কৰ ভ ৰত য
  • অসম স হ ত য সভ ৰ জন ম চনত অসম য ভ ষ - স স ক ত ৰ ব ক শ আৰ প ৰস ৰৰ উদ দ শ য হয বৰ তম ন অসম আৰ ব হ ৰৰ ঠ ইত ইয ৰ হ জ ৰৰ অধ ক শ খ আছ ইয ৰ
  • ট ই আহ ম স হ ত য হল প ৰ চ ন ট ই স হ ত যৰ পৰ ব কশ ত হ ৱ স হ ত য য মধ যয গৰ অসমৰ ৰ জস হ ত য আছ ল ই চ নৰ গ ৱ ঙচ অঞ চলৰ পৰ আৰম ভ হ ছ ল আহ ম স হ ত যত
  • এয বঙ ল ভ ষ ত ৰচন কৰ স হ ত য অক ড ম ব ট প ৱ সকলৰ ত ল ক স হ ত য অক ড ম ব ট প ৰত বছৰ প ৰদ ন কৰ হয চ হ ন ত ভ ষ সম হত ৰচন কৰ ল খকসকলক awards
  • আধ ন ক গল প স হ ত য ই ৰ জ Adhunik Golpo Xahitya হ ছ অসমৰ স হ ত য ক, সম ল চক তথ শ ক ষ ব দ ত ৰ ল ক য ন থ গ স ব ম ৰ দ ব ৰ ল খ ত এখন ব শ ষ গ ৰন থ