ⓘ ভাৰতীয় সমাজ - অমিয় কুমাৰ দাস, ভাৰতীয় ডাক, ধন্দ কেশৱ কৰ্ৱে, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী, শ্ৰীমন্ত শংকৰদেৱ, ২৯ এপ্ৰিল ..

অমিয় কুমাৰ দাস

লোকনায়ক অমিয় কুমাৰ দাস এজন ভাৰতীয় সমাজ সংস্কাৰক, গান্ধীবাদী নেতা, শিক্ষাবিদ, লেখক আৰু অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী আছিল। তেওঁ অসম চৰকাৰৰ কেবাটাও গুৰুত্বপূৰ্ণ বিভাগ যেনে শিক্ষা, শ্ৰম আৰু অসামৰিক যোগান দপ্তৰৰ মন্ত্ৰী আছিল। তেওঁ মহাত্মা গান্ধীৰ আত্মজীৱনী The Story of My Experiments with Truth অসমীয়ালৈ মোৰ সত্য অন্বেষণৰ কাহিনী নামেৰে অনুবাদ কৰিছিল। তেওঁ অসমত চাহ শ্ৰমিকৰ ভৱিষ্যনিধি কাৰ্যকৰী কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। তেওঁৰ অৱদানৰ প্ৰতি সন্মান জনাই ভাৰত চৰকাৰে তেওঁক ১৯৬৩ চনত দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে। ১৯৯৮ চনৰ ১৫ মে তাৰিখে ভাৰতীয় ডাক বিভাগে তেওঁৰ নামত এটি ডাক ট ...

ভাৰতীয় ডাক

২০১৩ চনৰ ২২ মাৰ্চ তাৰিখে অণুবৈদ্যুতিকইলেক্ট্ৰনিক ভাৰতীয় পোষ্টেল অৰ্ডাৰ e-IPO আৰম্ভ কৰা হয় কেৱল দেশৰ বাহিৰত থকা ভাৰতীয়ৰ বাবে। এইবোৰ পোষ্টেল অৰ্ডাৰৰ সহায়ত অনলাইন যোগে ২০০৫ চনৰ তথ্য জনাৰ অধিকাৰ আইনৰ মাছুল পৰিশোধ কৰাৰ সুবিধা হল। ২০১৪ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে এই সেৱা সকলো ভাৰতীয়ৰ বাবে মুকলি কৰি দিয়া হয়।

ধন্দ কেশৱ কৰ্ৱে

ধন্দ কেশৱ কৰ্ৱে, জনপ্ৰিয়ভাৱে মহৰ্ষি কৰ্ৱে, এগৰাকী ভাৰতীয় সমাজ সংস্কাৰক, অধ্যাপক আৰু লেখক আছিল। তেওঁ মহিলা সৱলীকৰণ আৰু মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত ভালেমান পদক্ষেপ গ্ৰহণ কৰিছিল। তেওঁৰ সন্মানৰ্থে মুম্বাইৰ কুইনছ ৰডৰ নাম সলনি কৰি মহৰ্ষি কৰ্ৱে পথ ৰখা হৈছে। তেওঁ বিধৱা সকলৰ মাজত শিক্ষাৰ প্ৰচাৰত আগৰণুৱা আছিল। তেওঁ ১৯১৬ চনত দক্ষিণ এছিয়াৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয় শ্ৰীমতী নাথীবাঈ দামোদৰ ঠাকৰচি মহিলা বিশ্ববিদ্যালয় স্থাপন কৰিছিল। ভাৰত চৰকাৰে তেওঁ সমাজলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিৰ স্বৰূপে ১৯৫৫ চনত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ আৰু ১৯৫৮ চনত তেওঁৰ ১০০তম জন্মদিনত ভাৰতৰ সৰ্বোচ্চ অসামৰি ...

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী হৈছে ভাৰতৰ ষষ্ঠখন ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান। এই প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানখন ভাৰত চৰকাৰে অসমৰ গুৱাহাটীত প্ৰতিষ্ঠা কৰে। ভাৰত চৰকাৰে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী ক এখন "ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান" ৰূপে স্বীকৃতি দিছে।

শ্ৰীমন্ত শংকৰদেৱ

শ্ৰীমন্ত শংকৰদেৱ একাধাৰে এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, সুগায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ আছিল। শংকৰদেৱ অসমীয়া জাতি-সাহিত্য-সংস্কৃতি নিৰ্মাতা। তেওঁ সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্ম অথবা একশৰণ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত আৰু সংহত কৰিছিল। অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ তেওঁ যি বিস্ময়কৰ অৱদান আগবঢ়াই গল, তাৰ বাবে তেওঁক মহাপুৰুষ আৰু অৱতাৰী পুৰুষৰূপে আখ্যা দিয়া হয়।

২৯ এপ্ৰিল

১৯৩৬ - জুবিন মেহতা, প্ৰাচ্য আৰু প্ৰাশ্চাত্যৰ শাস্ত্ৰীয় সঙ্গীতৰ ভাৰতীয় পৰিচালক। ১৯৭০ - এন্দ্ৰে আগাচী, আমেৰিকান টেনিছ খেলুৱৈ। ১৮৪৮ - ৰাজা ৰবি বৰ্মা, বিখ্যাত ভাৰতীয় চিত্ৰশিল্পী আছিল। মৃত্যু: ২ অক্টোবৰ, ১৯০৬

                                     

ⓘ ভাৰতীয় সমাজ

  • ল কন য ক অম য ক ম ৰ দ স - এজন ভ ৰত য সম জ স স ক ৰক, গ ন ধ ব দ ন ত শ ক ষ ব দ, ল খক আৰ অসম চৰক ৰৰ প ৰ ক তন মন ত ৰ আছ ল ত ও অসম চৰক ৰৰ
  • আয ব দ ধ আৰ কৰ মচ ৰ ৰ ক ৰ য যদক ষত ব দ ধ ৰ ব ব ড ক স ৱ ক ৰ জ য ক সম জ - ন ৰ পত ত আ চন ৰ ক ন দ ৰ ব ন দ কৰ ৰ ব ব গ ৰ ম য ড ক ঘৰ সম হক
  • এপ ৰ ল নৱ ম বৰ জনপ ৰ য ভ ৱ মহৰ ষ কৰ ৱ এগৰ ক ভ ৰত য সম জ স স ক ৰক, অধ য পক আৰ ল খক আছ ল ত ও মহ ল সৱল কৰণ আৰ মহ ল ৰ অধ ক ৰৰ
  • প ৰ বত ইল কট ৰন ক স এণ ড কম উন ক শ বন ব ভ গ ব ল জন গ ছ ল Humanities আৰ সম জ ব জ ঞ ন ব ভ গ পদ ৰ থ ব জ ঞ ন ব ভ গ গণ ত ব ভ গ ম ক ন ক ল ইঞ জ ন য ৰ ব ভ গ
  • নৱব ষ ণৱ ধৰ ম অথব একশৰণ ধৰ ম প ৰচ ৰ কৰ অসম য সম জ - জ ৱনক একত ৰ ত আৰ স হত কৰ ছ ল অসম য তথ ভ ৰত য স স ক ত ক জ ৱনল ত ও য ব স ময কৰ অৱদ ন আগবঢ ই
  • ট ন ছ খ ল ৱ ভ ৰত য অভ ন ত ইৰফ ন খ নৰ বছৰ বয সত ম ত য হয জন ম: জ ন ৱ ৰ ভ ৰত য ম ক ত য জ ৰ সম জ সৱ ক গ ন ধ ব দ কৰ ম
  • শত ক ৰ অসমৰ সম জ জ ৱনৰ প ৰভ ৱশ ল ব যক ত আছ ল ম ত য চনৰ ফ ব ৰ ৱ ৰ - ব ক ৰম, প ৰক ত ন ম ক ণ ড জন ভ ক টৰ, দক ষ ণ ভ ৰত য অভ ন ত আৰ
  • তম দ ন - প ষ পলত দ সৰ জন ম ত খ ত এগৰ ক ভ ৰত য স ব ধ নত স গ ৰ ম গ ন ধ ব দ সম জ স স ক ৰক আৰ ৰ জন ত ক ন ত ৰ আছ ল ম ত য
  • ম ৰজ ফৰক গ দ চ য ত কৰ ম ৰক চ ম ব গৰ নৱ ব হয খ ৰ ষ ট ব দৰ আজ ৰ দ নট ত সম জ স স ক ৰক ৰ জ ৰ মম হন ৰ য ৰ ম ত য হয খ ৰ ষ ট ব দৰ আজ ৰ দ নট ত স ব ধ নত
  • জনতক অধ ক সন ত ৰ সব দ হত য কৰ হয ৰ জ ৰ মম হন ৰ য ভ ৰত য দ ৰ শন ক, সম জ স স ক ৰক ম ত য চন থম ছ গল ড, অষ ট ৰ ল য ন - আম ৰ ক ন