ⓘ তালিকাসমূহ - অসমৰ পৰ্যটনস্থলসমূহৰ তালিকা, গৌহাটী বাণিজ্য মহাবিদ্যালয়, মহাভাৰতৰ পাত্ৰ, নবেল বঁটা বিজয়ী, সাহিত্য, ৰসায়ন বিজ্ঞান ..

অসমৰ পৰ্যটনস্থলসমূহৰ তালিকা

অসম হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য দুৱাৰ আৰু সাতভনীৰ প্ৰাণকেন্দ্ৰ স্বৰূপ। অসম প্ৰাকৃতিক সম্পদ আৰু নানান ঐতিহাসিক সমল আৰু সাংস্কৃতিক সম্পদেৰে সমৃদ্ধিশালী এখন ৰাজ্য। পৰ্যটনৰ কাৰণে অসম ৰাষ্ট্ৰীয় উদ্যান, মঠ-মন্দিৰ আৰু ঐতিহাসিক সমলেৰে চহকী। অসমৰ পৰ্যটন উদ্যোগ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান আদিৰ দৰে নানান ৰাষ্ট্ৰীয় উদ্যান আৰু কামাখ্যা, উমানন্দ দৰে মঠ-মন্দিৰ আৰু ৰংঘৰ, তলাতল ঘৰ আৰু কাৰেংঘৰৰ দৰে নানান ঐতিহাসিক সমল আদিয়ে চহকী কৰি তুলিছে।

গৌহাটী বাণিজ্য মহাবিদ্যালয়

গৌহাটী কমাৰ্চ কলেজ বা গৌহাটী বাণিজ্য মহাবিদ্যালয় অসমৰ এখন আগশাৰীৰ মহাবিদ্যালয়। মহাবিদ্যালয়খন গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা পথত অৱস্থিত। বাণিজ্য শাখাৰ এই মহাবিদ্যালয়খন ১৯৬২ চনৰ ১০ ছেপ্টেম্বৰত প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰথমাৱস্থাত কটন মহাবিদ্যালয়ৰ কলা শাখাৰ শ্ৰেণীকোঠাত মহাবিদ্যালয়খনৰ পাঠদান কৰা হৈছিল আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ৩০০ গৰাকী। ২০১১ চনত গৌহাটী বাণিজ্য মহাবিদ্যালয়ে বছৰজোৰা কাৰ্যসূচীৰে সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰে। মহাবিদ্যালয়খনৰ পাঠ্যক্ৰম গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।

মহাভাৰতৰ পাত্ৰ

অশ্বত্থামা আচাৰ্য দ্ৰোণৰ পুত্ৰ ওলূক অম্বালিকা পৰশুৰাম দুৰ্যোধন কুন্তী - পাণ্ডুৰ পত্নী আৰু পাণ্ডৱৰ মাক। অৰ্জুন ইন্দ্ৰপুত্ৰ অভিমন্যু অৰ্জুনপুত্ৰ নাৰায়ণী-সেনাপ্ৰমুখ কৃতবৰ্মা উত্তৰ দ্ৰৌপদী পাঞ্চালী, কৃষ্ণা বেদব্যাস পাণ্ডু সুভদ্ৰা শ্ৰীকৃষ্ণ আৰু বলৰামৰ ভনী অৰ্জুনৰ পত্নী দশৰথ যুধিষ্ঠিৰ যমপুত্ৰ ৰুক্মী ভীম পৱনপুত্ৰ দ্ৰোণাচাৰ্য অম্বা নকুল সত্যৱতী সহদেৱ পিতামহ ভীষ্ম দেৱব্ৰত গংগাপুত্ৰ দ্ৰপদ পাঞ্চাল নৰেশ অম্বিকা ভগৱান শ্ৰীকৃষ্ণ সুদেষ্ণা বলৰাম বিচিত্ৰবীৰ্য্য ৰুক্মিণী উত্তৰা অভিমন্যুৰ পত্নী শল্য গংগা দেৱী আচাৰ্য-কৃপা বিদুৰ শকুনি গান্ধাৰ নৰেশ ধৃতৰাষ্ট্ৰ হস্তিনাপুৰ নৰেশ কীচক বিকৰ্ণ কৰ্ণ সূৰ্যপুত্ৰ গান্ধাৰ ...

নবেল বঁটা বিজয়ী (সাহিত্য)

নবেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড নবেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল। সাহিত্যৰ বাবে নবেল লাভ কৰা ব্যক্তিৰ তালিকা ইয়াত ৰখা হৈছে। The Nobel Prize in Literature Swedish: Nobelpriset i litteratur is awarded annually by the Swedish Academy to authors for outstanding contributions in the field of literature. It is one of the five Nobel Prizes established by the 1895 wil ...

নবেল বঁটা বিজয়ী (ৰসায়ন বিজ্ঞান)

নবেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড নবেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল। ৰসায়ন বিজ্ঞান বিষয়ত নবেল লাভ কৰা ব্যক্তিৰ তালিকা ইয়াত ৰখা হৈছে।

নবেল বঁটা বিজয়ী (শৰীৰবিজ্ঞান বা ঔষধ)

নবেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড নবেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল। শৰীৰবিজ্ঞান বা ঔষধ বিষয়ত নবেল লাভ কৰা ব্যক্তিৰ তালিকা ইয়াত ৰখা হৈছে।

                                     

ⓘ তালিকাসমূহ

  • উৎপ দনক ৰ দ শসম হক অন তৰ ভ ক ত কৰ হ ছ কয ল উৎপ দন সম বন ধ য অন য ন য ত ল ক সম হ কয ল খন অন সৰ দ শৰ ত ল ক কয ল উৎপ দন অন সৰ দ শৰ ত ল ক BP Statistical
  • অসমৰ প ৰস দ ধ ব যক ত সকলৰ ত ল ক অসমৰ কণ ঠশ ল প সকলৰ ত ল ক অসম য অভ ন ত অভ ন ত ৰ সকলৰ ত ল ক জ য ত প ৰস দ আগৰৱ ল ভ প ন হ জৰ ক ন প বৰ ৱ ব ৰজ ন বৰ ৱ
  • অসম হ ছ উত তৰ - প ৰ ব ঞ চলৰ ম খ য দ ৱ ৰ আৰ স তভন ৰ প ৰ ণক ন দ ৰ স বৰ প অসম প ৰ ক ত ক সম পদ আৰ ন ন ন ঐত হ স ক সমল আৰ স স ক ত ক সম পদ ৰ সম দ ধ শ ল
  • এই ত ল ক খন ভ ৰতৰ ৰ জ য আৰ ক ন দ ৰ য শ স ত অঞ চলসম হৰ ৰ জ য ক গছসম হৰ ব ষয ৰ জ য ক ফ ল ৰ জ য ক চৰ ই ৰ জ য ক জন ত উৰ ষ য ৰ জ যৰ প ৰত কসম হ mapsofindia
  • গ হ ট কম ৰ চ কল জ ব গ হ ট ব ণ জ য মহ ব দ য লয অসমৰ এখন আগশ ৰ ৰ মহ ব দ য লয মহ ব দ য লয খন গ ৱ হ ট ৰ ৰ ধ গ ব ন দ বৰ ৱ পথত অৱস থ ত ব ণ জ য শ খ ৰ
  • মহ ভ ৰত, ভ ৰতৰ প ৰম খ মহ ক ব য দ খনৰ ভ তৰত অন যতম স ক ত ক চ হ ন প ৰ ষ: ন ল পৰ ধ মহ ল ৰঙ পৰ ধ প ণ ডৱ: স উজ য ব কছ ক ৰৱ: হ লধ য ব কছ ভগৱ ন শ ৰ ক ষ ণ
  • ন ব ল ব ট বছৰ প ৰদ ন কৰ এট অত সন ম ন য প ৰস ক ৰ স ক ণ ড ন ভ য ন সম ত য এই ব ট কল আৰ ব জ ঞ নৰ ক ইট ম ন শ খ ত আগবঢ ৱ অত ব শ ষ অৱদ নৰ ব ব
  • ন ব ল ব ট বছৰ প ৰদ ন কৰ এট অত সন ম ন য প ৰস ক ৰ স ক ণ ড ন ভ য ন সম ত য এই ব ট কল আৰ ব জ ঞ নৰ ক ইট ম ন শ খ ত আগবঢ ৱ অত ব শ ষ অৱদ নৰ ব ব
  • ন ব ল ব ট বছৰ প ৰদ ন কৰ এট অত সন ম ন য প ৰস ক ৰ স ক ণ ড ন ভ য ন সম ত য এই ব ট কল আৰ ব জ ঞ নৰ ক ইট ম ন শ খ ত আগবঢ ৱ অত ব শ ষ অৱদ নৰ ব ব
                                     

দেশ অনুসাৰে কয়লা

এই প্ৰৱন্ধত দেশ অনুসাৰে কয়লা খনি আৰু কয়লা উৎপাদনৰ তালিকা দিয়া হৈছে। সকলো তথ্য ব্ৰিটিছ পেট্ৰলিয়ামৰ পৰা লোৱা হৈছে। কয়লা খনিৰ তালিকাখনত সকলো ধৰণৰ কয়লাকে ধৰা হৈছে আৰু বিশ্বৰ মুঠ কয়লাখনিৰ ০.১% কয়লা খনি থকা দেশসমূহক অন্তৰ্ভূক্ত কৰা হৈছে। কয়লা উৎপাদনৰ তালিকাখনত ১ মিলিয়টন বা ততোধিক কয়লা উৎপাদনকাৰী দেশসমূহক অন্তৰ্ভুক্ত কৰা হৈছে। কয়লা উৎপাদন সম্বন্ধীয় অন্যান্য তালিকাসমূহ: কয়লা খনি অনুসৰি দেশৰ তালিকা কয়লা উৎপাদন অনুসৰি দেশৰ তালিকা