ⓘ ভাৰতৰ অৰ্থনীতি - অৰ্থনীতি, অসমৰ অৰ্থনীতি, মনমোহন সিং, ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্য, ৪ ডিচেম্বৰ, লীল বাহাদুৰ চেত্ৰী, বম্বে ষ্টক বিনিময় কেন্দ্ৰ ..

অৰ্থনীতি

অৰ্থনীতি হৈছে সমাজ বিজ্ঞানৰ এটা বিভাগ। ই এখন দেশ অথবা এটা অঞ্চলৰ দ্ৰব্য আৰু সেৱাৰ উৎপাদন, যোগান, বিনিময়, বিতৰণ আৰু ভোগৰ বিষয়ে আলোচনা কৰে। মানুহৰ জীৱন ধাৰণাৰ বাবে বিভিন্ন সম্পদৰ প্ৰয়োজন। সম্পদ সীমিত কিন্তু অভাৱ অসীম। এই সীমাহীন অভাৱ পুৰণৰ বাবে মানুহে যি প্ৰচেষ্টা চলায় সেই প্ৰচেষ্টা প্ৰয়োগৰ ক্ষমতা সীমাবদ্ধ। সীমিত সম্পদৰ সুব্যৱহাৰৰ দ্বাৰা সৰ্বোত্বম অভাৱ পূৰণ কৰাই হ’ল অৰ্থনীতিৰ মূল বিষয়। অৰ্থনীতি শব্দটো ইংৰাজী Economics শব্দৰ প্ৰতিশব্দ। প্ৰকৃততে Economics শব্দটো গ্ৰীক শব্দ Oikos অৰ্থাৎ পৰিয়াল আৰু Nomos অৰ্থাৎ পৰিচালনা কৰা শব্দ দুটাৰ মিলনৰ পৰা উদ্ভৱ হোৱা Oekonomos-অৰ পৰা উদ্ভুত যাৰ অৰ্থ ...

অসমৰ অৰ্থনীতি

অসমৰ অৰ্থনীতি মূলতঃ কৃষিকেন্দ্ৰিক। অসমৰ ৬৯% ব্যক্তি কৃষিৰ সৈতে জড়িত। উৎপাদিত কৃষিজাত সামগ্ৰীসমূহ হৈছে: চাহপাত, মৰাপাট, ধান, কুঁহিয়াৰ ইত্যাদি। মূল উৎপাদন ধান। ১৯৬৩ চনত প্ৰকাশ পোৱা "অসমৰ অৰ্থনীতি" শীৰ্ষক গ্ৰন্থৰ জৰিয়তে ভৱানন্দ ডেকাই অসমীয়া অৰ্থনীতিৰ ওপৰত প্ৰথমবাৰৰ বাবে বিদ্যায়তনিকভাৱে অধ্যয়ন কৰিছিল। ইয়াৰোপৰি পৰাগ দাসে "স্বাধীন অসমৰ অৰ্থনীতি" শীৰ্ষক গ্ৰন্থখনতো অসমৰ থলুৱা অৰ্থনীতিৰ সম্পৰ্কত কাম কৰি গৈছে।

মনমোহন সিং

ড॰ মনমোহন সিং শুনক ; জন্ম ২৬ চেপ্তেম্বৰ ১৯৩২) ভাৰতৰ ত্ৰয়োদশ প্ৰধানমন্ত্ৰী। এজন বিখ্যাত অৰ্থনীতিবিদ ড॰ সিং জৱাহৰলাল নেহৰুৰ পাছতে একেলেথাৰিয়ে দুবাৰ কাৰ্যনিৰ্বাহ কৰা একমাত্ৰ প্ৰধানমন্ত্ৰী আৰু প্ৰথম শিখ। মনমোহন সিঙৰ জন্ম হৈছিল গহত বৰ্তমান পাকিস্তানৰ পঞ্জাবত। ১৯৪৭ চনৰ দেশবিভাজনৰ সময়ত তেওঁলোকৰ পৰিয়াল ভাৰতলৈ আহে। অক্সফৰ্ডৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ ১৯৬৬-৬৯ চনত ৰাষ্ট্ৰসংঘত চাকৰি কৰে। ললিত নাৰায়ন মিশ্ৰই তেওঁক ভাৰতীয় ব্যৱসায় আৰু উদ্যোগ মন্ত্ৰালয়ৰ উপদেষ্টা নিৰ্বাচন কৰাৰ লগে লগে তেওঁৰ আমোলাতন্ত্ৰিক জীৱন আৰম্ভ হয়। ৭০ আৰু ৮০ ৰ দশকত মুখ্য অৰ্থনৈতিক উপদেষ্টা ১৯৭২-৭৬, ৰিজাৰ্ভ বেংকৰ গৱৰ ...

ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্য

ৰাষ্ট্ৰসংঘ পৃথিৱীৰ দেশ সমূহক দুটা ভাগত ভাগ কৰিছে। উন্নত ৰাষ্ট্ৰ আৰু উন্নয়নশীল ৰাষ্ট্ৰ। ভাৰত এখন উন্নয়নশীল ৰাষ্ট্ৰ। ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্য বিষয় তলত বহলে আলোচনা কৰা হল। কম জনমুৰি আয়: ভাৰতত জাতীয় আয়ৰ লগতে জনমুৰি আয়ৰ মাত্ৰাও খুবেই কম। বিশ্ব বেংকৰ প্ৰতিবেদন মতে, ২০০৫ চনত ভাৰতৰ জনমুৰি আয় আছিল $৭২০। কেবল কিছুমান দেশক বাদ দি ভাৰত পৃথিবীৰ সবাতোকৈ কম জনমুৰি আয় থকা দেশ। ২০০৫ চনত চুইজাৰলেণ্ডৰ জনমুৰি আয় ভাৰতৰ জনমুৰি আয়তকৈ ৫৪ গুণ বেছি আছিল, আমেৰিকা যুক্তৰাষ্ট্ৰত ৬১ গুণ, জাৰ্মানীত ৪৮ গুণ আৰু জাপান ৫৪ গুণ বেছি ভাৰতৰ জনমুৰি আয়তকৈ। যদিও বিনিময় হাৰত গণনা কৰা জনমুৰি আয়, পৃথিবীৰ বিভিন্ন দেশৰ ...

৪ ডিচেম্বৰ

৪ ডিচেম্বৰ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৩৮ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৭টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা –

লীল বাহাদুৰ চেত্ৰী

লীল বাহাদুৰ চেত্ৰী এগৰাকী ভাৰতীয় সাহিত্যিক। অসমৰ গুৱাহাটীত জন্মগ্ৰহণ কৰা লীল বাহাদুৰ চেত্ৰীয়ে নেপালী ভাষাত সাহিত্য ৰচনা কৰে। তেওঁ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক। ১৯৮৭ চনত তেওঁৰ উপন্যাস ব্ৰহ্মপুত্ৰকো ছেও ছাও ৰ বাবে নেপালী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তেওঁৰ আন এখন উপন্যাস বাচীন নেপালৰ ত্ৰিভুৱন বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছে। ২০১৬ চনত তেওঁৰ নেপালী ভাষা আৰু সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে নেপালৰ জগদম্বা শ্ৰী পুৰস্কাৰ লাভ কৰিছিল। ২০২০ চনত ভাৰত চৰকাৰে সাহিত্য আৰু শিক্ষাক্ষেত্ৰত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ চতুৰ্থ অসামৰিক সন্মা ...

                                     

ⓘ ভাৰতৰ অৰ্থনীতি

  • অৰ থন ত ই ৰ জ Economics হ ছ সম জ ব জ ঞ নৰ এট ব ভ গ ই এখন দ শ অথব এট অঞ চলৰ দ ৰব য আৰ স ৱ ৰ উৎপ দন, য গ ন, ব ন ময ব তৰণ আৰ ভ গৰ ব ষয আল চন
  • দ স স ব ধ ন অসমৰ অৰ থন ত শ ৰ ষক গ ৰন থখনত অসমৰ থল ৱ অৰ থন ত ৰ সম পৰ কত ক ম কৰ গ ছ স ব ধ নত ৰ প ছৰ পৰ অসমৰ অৰ থন ত য ভ ৰতৰ অৰ থন ত ৰ স ত খ জ
  • প চৰ ক ইবছৰত ড স ঙ ভ ৰতৰ অৰ থন ত ক ম ক ত অৰ থন ত হ চ ব গঢ ত ল বল এল ন অৰ থন ত ক স স ক ৰৰ পদক ষ প গ ৰহণ কৰ ইয ৰ ফলত ভ ৰতৰ ব ত ত য স কট আ তৰ ল
  • ন ম নম নৰ ম নব সম পদ: ম নব সম পদৰ ন ম নম নৰ ব ব ভ ৰত য অৰ থন ত ভ গ য ছ ব য পক ন ৰক ষৰত ভ ৰতৰ অৰ থন ত ক উন নয নৰ পথত ব ধ ৰ স ষ ট কৰ ছ ৰ গণন
  • হ ছ ল বৰ ষৰ আজ ৰ দ নট ত শ ক ষ ব দ আৰ অৰ থন ত ব দ, অসম য ভ ষ ত অসমৰ অৰ থন ত ব ষয ক গ ৰন থ ল খ প ৰথমজন ব যক ত ভৱ নন দ ড ক ই ম ত য বৰণ কৰ ছ ল
  • চ ত ৰ য ন প ল ভ ষ ত স হ ত য ৰচন কৰ ত ও আৰ য ব দ য প ঠ মহ ব দ য লয ৰ অৰ থন ত ব ভ গৰ প ৰ ক তন ম ৰব ব অধ য পক চনত ত ও ৰ উপন য স ব ৰহ মপ ত ৰক ছ ও
  • অঞ চল আছ ভ ৰতৰ স ব ধ নৰ ষষ ঠ অন স চ ত স শ ধনৰ জৰ য ত ইয ৰ স থ পন কৰ হ ছ ল এই অঞ চল ভ ৰতৰ আন অঞ চলৰ ত লন ত অলপ প ছপৰ অঞ চলট ৰ ম ল অৰ থন ত ক ষ ভ ত ত ক
  • Amartya Sen - বৰ তম ন এগৰক ব শ ষ ট ভ ৰত য অৰ থন ত ব দ চনত অৰ থন ত ব ষয ত প থ ৱ ৰ সৰ ব ব চ চ সন ম ন ন ব ল ব ট ল ভ কৰ ত ও ৰ জ ৱন জ ৰ স ধন
  • স ন তক পৰ য য ত কল আৰ ব জ ঞ ন দ ট শ খ আছ অসম য বড ই ৰ জ শ ক ষ অৰ থন ত ব ৰঞ জ ৰ জন ত ভ গ ল ন তত ত ব গণ ত পদ ৰ থ ব জ ঞ ন ৰস য ন ব দ য উদ ভ দ
  • হ ন দ কল জত ক ছ দ ন অৰ থন ত পঢ ইছ ল চনত ভ ৰত য আৰক ষ স ৱ ত য গদ ন কৰ ৰ আগত ত খ ত ক ছ দ ন পৰ কল পন আয গত ভ ৰত য অৰ থন ত স ৱ ৰ ব ষয হ চ প
                                     

বম্বে ষ্টক বিনিময় কেন্দ্ৰ

বম্বে ষ্টক বিনিময় কেন্দ্ৰ বা বম্বে ষ্টক এক্সেঞ্জ ভাৰতৰ এক ষ্টক বিনিময় কেন্দ্ৰ। ১৮৭৫ চনত মুম্বাইৰ দালাল ষ্ট্ৰীটত ইয়াক স্থাপিত কৰা হৈছিল এই বিনিময় কেন্দ্ৰ এছিয়াৰ প্ৰথম আৰু পৃথিৱীৰ দ্ৰুততম এক্সেঞ্জ বুলি পৰিগণিত। গুজৰাটৰ আহমেদাবাদত অৱস্থিত ভাৰতৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় এক্সেঞ্জ India International Exchange বম্বে ষ্টক বিনিময় কেন্দ্ৰৰ পূৰ্ণ সহযোগী সংস্থান। বম্বে ষ্টক এক্সেঞ্জত বিনিয়োগকাৰীসকলক ইকুইটি, মুদ্ৰা, পণ্যদ্ৰব্য, মিউচুৱেল ফাণ্ড আদিত বিনিয়োগৰ সুবিধা উপলব্ধ কৰিব পাৰে।