ⓘ ভাৰতৰ ইতিহাস - ভাৰতৰ ৰেল পৰিবহণৰ ইতিহাস, অসমৰ ইতিহাস, দ্য ডিস্কভাৰী অৱ ইণ্ডিয়া, গ্ৰন্থ, প্ৰাক-ইতিহাস, ভাৰতৰ জাতীয় পতাকা, ভাৰতৰ সংস্কৃতি, ৰমিলা থাপাৰ ..

ভাৰতৰ ৰেল পৰিবহণৰ ইতিহাস

ভাৰতৰ ৰেল পৰিবহণৰ ইতিহাস আৰম্ভ হৈছিল ঊনৈশ শতিকাৰ মাজভাগৰ পৰা। ১৮৪৯ চনত ভাৰতত এক কিলোমটাৰো ৰেলপথ নাছিল। ১৯২৯ চনলৈ দেশৰ বেছিভাগ জিলা সামৰি ৪১,০০০ মাইল ৰেলপথ বহুওৱা হৈছিল। সেই সময়ৰ হিচাপত ৰেলৱেৰ মূলধন আছিল ৬৮৭ মিলিয়ন ষ্টাৰ্লিং।

অসমৰ ইতিহাস

অসমৰ ইতিহাস হৈছে পূব, পশ্চিম আৰু উত্তৰৰ পৰা অহা মানুহৰ সংমিশ্ৰণৰ ইতিহাস আৰু লগতে ভাৰতীয়-আৰ্য, অষ্ট্ৰ-এচিয়াটিক আৰু তিব্বতীয়-বাৰ্মীয় সংস্কৃতিৰ মিলনৰ ইতিহাস। ৰাজনৈতিকভাৱে অসমক কেইবাবাৰো আক্ৰমণ কৰা হৈছিল, কিন্তু ১৮২১ চনত মান আৰু ১৮২৬ চনত ব্ৰিটিছৰ আগমণ পৰ্যন্ত ই কোনো বাহিৰাগত শক্তিৰ বহতীয়া বা উপনিবেশ হিচাপে থাকিবলগীয়া হোৱা নাছিল। কেইবাটাও সূত্ৰৰপৰা অসমৰ ইতিহাস জানিব পাৰি। লোকগাঁথা, মহাভাৰতৰ দৰে মহাকাব্য, মধ্যযুগত ৰচিত কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰৰ পৰা ঐতিহাসিক যুগৰ কথা জানিব পাৰি। বিভিন্ন শিলালিপি আৰু তাম্ৰফলিৰ পৰা প্ৰাচীন অসমৰ কথা গম পোৱা যায়। আহোম সাম্ৰাজ্যত আহোম আৰু অসমীয়া ভাষাত "ব ...

দ্য ডিস্কভাৰী অৱ ইণ্ডিয়া (গ্ৰন্থ)

দ্য ডিস্কভাৰী অৱ ইণ্ডিয়া নামৰ গ্ৰন্থখন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে ১৯৪২-১৯৪৬ চনত আহমেদনগৰ দুৰ্গত তেওঁৰ কাৰাবাসৰ সময়ছোৱাত ৰচনা কৰিছিল। দ্য ডিস্কভাৰী অৱ ইণ্ডিয়াক ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য, ইতিহাস আৰু দৰ্শনৰ এক দস্তাবেজ হিচাপে গণ্য কৰা হয়। গ্ৰন্থখন ১৯৪৪ চনত ৰচনা কৰা হৈছিল যদিও ১৯৪৬ চনতহে প্ৰকাশিত হয়।

প্ৰাক-ইতিহাস

প্ৰাক-ইতিহাস -ৰ অৰ্থ "ইতিহাসে ঢুকি পোৱাৰ আগৰ"। মূল ইংৰাজী শব্দ Prehistory লেটিন ভাষাৰ præ, and historia শব্দৰ সংযোগত সৃষ্টি হৈছে। মানৱ ইতিহাসৰ নথিভুক্ত তথ্যৰ প্ৰচলনৰ আগৰ সময়ছোৱাকে প্ৰাক-ইতিহাসৰ অন্তৰ্ভুক্ত কৰা হয়। লিখন পদ্ধতিৰ আৱিষ্কাৰৰ পাছৰেপৰা ইতিহাসৰ সমল ৰূপে পোৱা লিখিত তথ্যকে নথিভুক্ত তথ্য বোলা হৈছে। প্ৰাক-ইতিহাস যিকোনো লিখিত ইতিহাসৰ পূৰ্বৰ সময়ছোৱা। বহলাই কবলৈ গলে মানৱ প্ৰজাতিৰ অস্তিত্বৰ আৰম্ভণিৰপৰা লিখন পদ্ধতিৰ আৱিষ্কাৰলৈ গোটেই সময়-কাল প্ৰাক-ইতিহাসৰ অন্তৰ্গত। ১৮৩০ চনৰ আশে-পাশে প্ৰথমে প্ৰত্নতাত্বিক পল টাৰ্নেলে প্ৰাক-ইতিহাসৰ বৰ্ণনা দিবলৈ anté-historique শব্দটো ব্যৱহাৰ কৰিছিল। দক্ষিণ ...

ভাৰতৰ জাতীয় পতাকা

ভাৰতৰ জাতীয় পতাকা হ’ল সোঁমাজত চৌব্বিশডাল দণ্ডযুক্ত নীলা অশোক চক্ৰ সহ গেৰুৱা, বগা আৰু সেউজীয়া আনুভূমিক আয়তাকাৰ ত্ৰিবৰ্ণৰঞ্জিত পতাকা। ১৯৪৭ চনৰ ২২ জুলাই গণপৰিষদৰ এখন অধিবেশনত এই পতাকাৰ বৰ্তমান ৰূপটো ভাৰত অধিৰাজ্যৰ চৰকাৰী পতাকা হিচাবে গৃহীত হৈছিল। পৰৱৰ্তীকালত ইয়ে ভাৰতীয় প্ৰজাতন্ত্ৰৰ জাতীয় পতাকাৰ মৰ্যাদা লাভ কৰে। ভাৰতত এই পতাকাক সাধাৰণতে "ত্ৰিৰঙ্গা" বা "ত্ৰিবৰ্ণৰঞ্জিত পতাকা" বোলা হয়। পিঙ্গলি ভেংকয়াৰ দ্বাৰা অংকিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ "স্বৰাজ" পতাকাৰ ভিত্তিতে এই পতাকাৰ নক্সা প্ৰস্তুত কৰা হৈছিল। আইনত, কেৱলমাত্ৰ খাদী বস্ত্ৰৰেহে জাতীয় পতাকা প্ৰস্তুত কৰাৰ নিয়ম আছে। ভাৰতীয় মানক ব্যুৰোৱে ...

ভাৰতৰ সংস্কৃতি

ভাৰতৰ সংস্কৃতি হৈছে ভাৰতবাসীৰ জীৱন ধাৰণ প্ৰক্ৰিয়া। ভাৰতৰ ভাষা, ধৰ্ম, নৃত্য, সংগীত, স্থাপত্য, সাজ-পাৰ, আৰু খাদ্যভাস দেশখনৰ বিভিন্ন অঞ্চলত বিভিন্ন প্ৰকাৰৰ দেখা পোৱা যায়। প্ৰায়ে ভাৰতীয় সংস্কৃতিত বিভিন্নতা পৰিলক্ষিত হয় যদিও, সমগ্ৰ ভাৰত উপমহাদেশজুৰি প্ৰসাৰিত এই সাংস্কৃতিক সমন্বয়ক ইয়াৰ সহস্ৰাধিক বছৰীয়া পুৰণি ইতিহাসৰ দ্বাৰা প্ৰভাৱিত কৰিছে। ভাৰতীয় ধৰ্ম, ভাৰতীয় দৰ্শন আৰু ভাৰতীয় খাদ্যৰ দৰে ভাৰতৰ সংস্কৃতিৰ বহু ভিন্ন উপাদানে সমগ্ৰ বিশ্বক সদায়ে আকৰ্ষিত কৰি আহিছে।

                                     

ⓘ ভাৰতৰ ইতিহাস

  • ভ ৰতৰ ৰ ল পৰ বহণৰ ইত হ স আৰম ভ হ ছ ল ঊন শ শত ক ৰ ম জভ গৰ পৰ চনত ভ ৰতত এক ক ল মট ৰ ৰ লপথ ন ছ ল চনল দ শৰ ব ছ ভ গ জ ল স মৰ ম ইল ৰ লপথ
  • অসমৰ ইত হ স হ ছ প ব, পশ চ ম আৰ উত তৰৰ পৰ অহ ম ন হৰ স ম শ ৰণৰ ইত হ স আৰ লগত ভ ৰত য - আৰ য, অষ ট ৰ - এচ য ট ক আৰ ত ব বত য - ব ৰ ম য স স ক ত ৰ ম লনৰ
  • ক ৰ ব সৰ সময ছ ৱ ত ৰচন কৰ ছ ল দ য ড স কভ ৰ অৱ ইণ ড য ক ভ ৰতৰ চহক স স ক ত ক ঐত হ য, ইত হ স আৰ দৰ শনৰ এক দস ত ব জ হ চ প গণ য কৰ হয গ ৰন থখন
  • ক ষ ত ৰ হ ছ প ৰ চ ন ভ ৰতৰ ইত হ স য ত ত ও আগৰ পৰ প ৰত ষ ঠ ত থ প ৰ নত ন দ ল ল ৰ জৱ হৰল ল ন হৰ ব শ বব দ য লয ৰ প ৰ চ ন ইত হ স ব ভ গৰ অধ য পক, এম ৰ ট
  • প ৰ ক - ইত হ স ই ৰ জ Prehistory - ৰ অৰ থ ইত হ স ঢ ক প ৱ ৰ আগৰ ম ল ই ৰ জ শব দ Prehistory অৰ থ: before history অথব before knowledge acquired
  • ভ ৰতৰ জ ত য পত ক ই ৰ জ National flag of India হ ল স ম জত চ ব ব শড ল দণ ডয ক ত ন ল অশ ক চক ৰ সহ গ ৰ ৱ বগ আৰ স উজ য আন ভ ম ক আয ত ক ৰ ত ৰ বৰ ণৰঞ জ ত
  • ব যক ত ভৱ নন দ ড ক ই ম ত য বৰণ কৰ ছ ল চনৰ আজ ৰ দ নট ত স হ ত য ক, ইত হ স গৱ ষক তথ সম জকৰ ম ক মত স হ ত য ৰত ন, অম ব ক চৰণ চ ধ ৰ ৰ ম ত য হ ছ ল
  • ভ ৰতৰ স স ক ত ই ৰ জ Culture of India হ ছ ভ ৰতব স ৰ জ ৱন ধ ৰণ প ৰক ৰ য ভ ৰতৰ ভ ষ ধৰ ম, ন ত য, স গ ত, স থ পত য, স জ - প ৰ, আৰ খ দ যভ স দ শখনৰ ব ভ ন ন
  • অসমৰ চ ত ৰকল ৰ ইত হ স স ক ম ৰ কল সম হৰ ভ তৰত চ ত ৰকল এব ধ অন যতম কল মধ যয গৰ সময ছ ৱ ত অসমৰ চ ত ৰকল ৰ প ৰথম ন দৰ শন দ খ প ৱ গ ছ ল স ই সময ত ৰজ ৰ
  • দৰ শক আছ ভ ৰতৰ উপৰ ও ক ইখনম ন অন য দ শত, য ন - ৱ ষ ট ইণ ড জ, ওচ ন য আৰ দক ষ ণ আফ ৰ ক ত এই ছব ৰ এখন ড ঙৰ বজ ৰ আছ ভ জপ ৰ ছব ৰ ইত হ স ৰ ক ন দন
  • ম ৰ ঠ प ण ভ ৰতৰ মহ ৰ ষ ট ৰ ৰ জ যৰ এখন মহ নগৰ ইয ক প ৰ বত প ন ন ম ৰ জন গ ছ ল মহ ৰ ষ ট ৰৰ ম ল আৰ ম থ নদ ৰ স গম স থল ত ইত হ স প ৰস দ ধ প ন
  • পদত ত খ ত অধ ষ ঠ ত হ ছ ল ত ও ৰ স হ ত যত ব ৰঞ জ ৰ সমল ভৰ থক ৰ ব ব ত ও ক ইত হ স ৰত ন, ব ৰঞ জ ৰ য দ কৰ আদ ন ম ৰ ও বহ ত ব ভ ষ ত কৰ ছ ল ৰত নক ন ত বৰক কত দ ৱ
  • ভ ৰতৰ উচ চতম ন য য লয ব ভ ৰতৰ চ প ৰ ম ক ৰ ট ই ৰ জ Supreme Court of India হ ল ভ ৰতৰ সৰ ব চ চ ব চ ৰ ব ভ গ য অধ কৰণ আৰ ভ ৰতৰ স ব ধ নৰ অধ নত সৰ ব চ চ
                                     

ৰমিলা থাপাৰ

ৰমিলা থাপাৰ হল এগৰাকী ভাৰতীয় ইতিহাসবিদ। তেওঁৰ অধ্যয়নৰ মুখ্য ক্ষেত্ৰ হৈছে প্ৰাচীন ভাৰতৰ ইতিহাস, যত তেওঁ আগৰেপৰা প্ৰতিষ্ঠিত। থাপাৰ নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাচীন ইতিহাস বিভাগৰ অধ্যাপক, এমিৰিটা।