ⓘ ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল - কেন্দ্ৰীয় শাসিত অঞ্চল, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ, পুডুছেৰী, লাডাখ, ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ ..

কেন্দ্ৰীয় শাসিত অঞ্চল

কেন্দ্ৰীয় শাসিত অঞ্চল ভাৰতৰ এক প্ৰশাসনিক বিভাগ। ভাৰতীয় ৰাজ্যসমূহৰ নিজৰ নিৰ্বাচিত চৰকাৰ থাকে, কিন্তু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ প্ৰত্যক্ষভাৱে ভাৰত চৰকাৰে শাসন কৰে, সেয়েহে নামটো কেন্দ্ৰীয় শাসিত অঞ্চল। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰতি কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে এক চৰকাৰী প্ৰশাসক বা উপ ৰাজ্যপাল মনোনীত কৰে, যিয়ে সেই কেন্দ্ৰ শাসিত অঞ্চলত ৰাষ্ট্ৰপতিক প্ৰতিনিধিত্ব কৰে। চন ২০১০ত ভাৰতত ৭ কেন্দ্ৰীয় শাসিত অঞ্চল আছিল। ভাৰতৰ ৰাজধানী নতুন দিল্লী, যি দিল্লী নামেৰে এক কেন্দ্ৰীয় শাসিত অঞ্চল আছিল, আৰু পুডুছেৰী ক আংশিক ৰাজ্যৰ স্বীকৃতি দিয়া হৈছে। দিল্লীক ৰাষ্ট্ৰীয় ৰাজধানী প্ৰদেশ হিচাপে পুনৰ পৰিভাষিত কৰা হৈ ...

দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ

দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ পশ্চিম ভাৰতত অৱস্থিত এখন কেন্দ্ৰীয় শাসিত অঞ্চল। এই কেন্দ্ৰীয় শাসিত অঞ্চল পূৰ্বৰ দুই কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউৰ একত্ৰিতকৰণ দ্বাৰা সৃষ্টি কৰা হৈছে। এই দুই কেন্দ্ৰীয় শাসিত অঞ্চল e একত্ৰিতকৰণৰ প্ৰস্তাৱ ভাৰত চৰকাৰে ২০১৯ চনৰ জুলাই মাহত উপস্থাপন কৰিছিল। ভাৰতৰ সংসদে ২০১৯ চনৰ ডিচেম্বৰ মাহত এই দুই অঞ্চলৰ একত্ৰিতকৰণৰ বিধেয়ক গৃহীত কৰে আৰু ২০২০ চনৰ ২৬ জানুৱাৰী তাৰিখৰ পৰা এই আইন বলৱত হয়। এই অঞ্চল চাৰিটা ভিন্ন ভৌগোলিক অঞ্চল ক্ৰমে দাদাৰা, নগৰ হাভেলী, দমন আৰু দিউ দ্বীপেৰে গঠিত। এই চাৰি অঞ্চল ঐতিহাসিক ভাবে পৰ্তুগীজ ভাৰতৰ অন্তৰ্ভুক্ত ...

পুডুছেৰী

পুডুছেৰী বা পণ্ডিচেৰী ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত অঞ্চল। পূৰ্বৰ ফ্ৰান্সৰ অধিকৃত চাৰি অঞ্চল পণ্ডিচেৰী, কাৰিকল, মাহে আৰু য়ানাম একত্ৰিত কৰি পুডুছেৰী গঠন কৰা হৈছিল। ইয়াৰ নাম বৃহত্তম জিলা পুডুছেৰীৰ নামেৰে নামকৰণ কৰা হৈছে। ঐতিহাসিক ভাবে পণ্ডিচেৰী নামে জনাজাত ইয়াৰ নাম ২০০৬ চনৰ ২০ ছেপ্টেম্বৰ তাৰিখে পুডুছেৰী কৰা হল। কেন্দ্ৰীয় শাসিত অঞ্চল পুডুছেৰী দক্ষিণ ভাৰতত অৱস্থিত। পুডুছেৰী জিলা আৰু কাৰিকল জিলাক তামিলনাডুয়ে আগুৰি আছে। সেইদৰে য়ানাম জিলা অন্ধ্ৰ প্ৰদেশ আৰু মাহে জিলা কেৰালায়ে আগুৰি আছে। পুডুছেৰী ভাৰতৰ ২৯তম জনবসতিপূৰ্ণ অঞ্চল আৰু ইয়াৰ জন ঘনত্বত ভাৰতৰ ভিতৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহৰ ...

লাডাখ

লাডাখ উত্তৰ ভাৰতৰ এক কেন্দ্ৰীয় শাসিত অঞ্চল। লাডাখ এলেকা কাৰাকোৰাম ৰেঞ্জৰ চিয়াচেনৰ পৰা দক্ষিণত হিমালয়লৈকে। লাডাখবাসী মূলতঃ ভাৰতীয়-আৰ্য আৰু তিব্বতী মূলৰ। লাডাখৰ জনঘনত্ব ভাৰতৰ প্ৰেক্ষাপটত অতিকৈ কম আৰু এই অঞ্চলৰ সংস্কৃতিও তিব্বতী সংস্কৃতিৰ সৈতে মিলে। লাডাখ নিজৰ পৰ্বতীয়া সৌন্দৰ্য আৰু সংস্কৃতিৰ বাবে জনাজাত। ঐতিহাসিকভাৱে লাডাখে বালতিস্তান বাল্টিয়ুল উপত্যকা বৰ্তমানে প্ৰায় অংশ পাকিস্তানত আছে, উজনি সিন্ধু উপত্যকা, জান্স্কাৰ, লাহৌল আৰু স্পিটি, ঙাৰি ৰুডক, গুগে সামৰি আক্সাই চিন কুন-লুন সামৰি, উত্তৰত খাৰ্ডং লাৰ নুব্ৰা উপত্যকালৈকে সামৰিছিল। বৰ্তমানৰ লাডাখৰ সীমাত পূব দিশে তিব্বত, দক্ষিণে লাহৌল আৰু ...

ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ

ভাৰতত ২৮খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। ভাৰতৰ ৰাজধানী দিল্লী। প্ৰতিখন ৰাজ্যৰে নিজা প্ৰশাসনীয় ব্যৱস্থা আছে। কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ কেন্দ্ৰীয় চৰকাৰে শাসন কৰে। তলত ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাৰ লগতে প্ৰয়োজনীয় বিৱৰণসমূহ উল্লেখ কৰা হৈছে। ভাৰত চৰকাৰৰ অন্তৰ্গত ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ অধীনত থকা জনগণনা ভাৰতৰ ২০১১ চনৰ লোকপিয়ল অনুসৰি নিম্নোক্ত তালিকাখন প্ৰস্তুত কৰা হৈছে।

লাক্ষাদ্বীপ

লাক্ষাদ্বীপ বা লক্ষদ্বীপ যি পৃৰ্বতে লাক্ষাদ্বীপ, মিনিকয় আৰু আমিনদীৱি দ্বীপপুঞ্জ নামৰে পৰিচিত আছিল, হৈছে ভাৰতৰ দক্ষিণ-পশ্চিম উপকূলৰ পৰা ২০০-ৰ পৰা ৪৪০ কিলোমিটাৰ দূৰত্বত আৰৱ সাগৰত অৱস্থিত দ্বীপপুঞ্জৰ সমূহ। দ্বীপপুঞ্জটো ভাৰতৰ এক কেন্দ্ৰীয় শাসিত অঞ্চল। যদিও এই অঞ্চলটো লাক্ষাদ্বীপ নামেৰে পৰিচিত, দৰাচলতে এয়া কেৱল ভৌগোলিকভাবে দ্বীপপুঞ্জৰ কেন্দ্ৰীয় দ্বীপসমূহৰ নাম। লাক্ষাদ্বীপৰ অৰ্থ সংস্কৃত আৰু মালয়ালম ভাষাত "এক লাখ দ্বীপ"। ৩২ বৰ্গ কিলোমিটাৰ মাটিকালিৰে লাক্ষাদ্বীপ হৈছে ভাৰতৰ সবাটোতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চল। লাক্ষাদ্বীপৰ ৰাজধানী হৈছে কাৱাৰট্টী। সমগ্ৰ অঞ্চলটো ১০ ​​টা মহকুমাৰে গঠিত এখন জিলা ৰূ ...

                                     

ⓘ ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল

  • ক ন দ ৰ য শ স ত অঞ চল ভ ৰতৰ ৰ ষ ট ৰপত য প ৰত ক ন দ ৰ য শ স ত অঞ চলৰ ব ব এক চৰক ৰ প ৰশ সক ব উপ ৰ জ যপ ল মন ন ত কৰ য য স ই ক ন দ ৰ শ স ত অঞ চলত
  • আৰ দ উ পশ চ ম ভ ৰতত অৱস থ ত এখন ক ন দ ৰ য শ স ত অঞ চল এই ক ন দ ৰ য শ স ত অঞ চল প ৰ বৰ দ ই ক ন দ ৰ য শ স ত অঞ চল দ দৰ আৰ নগৰ হ ভ ল আৰ দমন আৰ
  • ப த ச ச ர অৰ থ: নত ন চহৰ ব পণ ড চ ৰ ভ ৰতৰ এখন ক ন দ ৰ য শ স ত অঞ চল প ৰ বৰ ফ ৰ ন সৰ অধ ক ত চ ৰ অঞ চল পণ ড চ ৰ ক ৰ কল, ম হ আৰ য ন ম একত ৰ ত
  • ল ড খ উত তৰ ভ ৰতৰ এক ক ন দ ৰ য শ স ত অঞ চল ল ড খ এল ক ক ৰ ক ৰ ম ৰ ঞ জৰ চ য চ নৰ পৰ দক ষ ণত হ ম লয ল ক ল ড খব স ম লত ভ ৰত য - আৰ য আৰ ত ব বত
  • আৰ খন ক ন দ ৰ য শ স ত অঞ চল আছ ভ ৰতৰ ৰ জধ ন দ ল ল প ৰত খন ৰ জ যৰ ন জ প ৰশ সন য ব যৱস থ আছ ক ন দ ৰ য শ স ত অঞ চলসম হ ক ন দ ৰ য চৰক ৰ শ সন
  • হ ছ ভ ৰতৰ দক ষ ণ - পশ চ ম উপক লৰ পৰ - ৰ পৰ ক ল ম ট ৰ দ ৰত বত আৰৱ স গৰত অৱস থ ত দ ব পপ ঞ জৰ সম হ দ ব পপ ঞ জট ভ ৰতৰ এক ক ন দ ৰ য শ স ত অঞ চল যদ ও
  • পশ চ ম ভ ৰতত অৱস থ ত এখন ক ন দ ৰ য শ স ত অঞ চল বৰ গ ক ল ম ট ৰ ম ট ক ল ৰ ই ভ ৰতৰ ক ষ দ ৰতম প ৰশ সন ক অঞ চল এই অঞ চল ভ গ ল ক ভ ব খ মবৎ উপস গৰ
  • ˌnʌɡər həˈvɛli পশ চ ম ভ ৰতত অৱস থ ত এখন ক ন দ ৰ য শ স ত অঞ চল ই দ ট প থক ভ গ ল ক অঞ চলৰ গঠ ত স ই দ ই অঞ চল হ ছ মহ ৰ ষ ট ৰ আৰ গ জৰ টৰ ম জত অৱস থ ত
  • ব যৱস থ ৰ দ ব ৰ চৰক ৰ পৰ চ লন কৰ ভ ৰতবৰ ষত খন ৰ জ য আৰ খন ক ন দ ৰ য শ স ত অঞ চল আছ তলৰ উল ল খ ত ত ল ক খনত ৰ জ য অথব ক ন দ ৰ য শ স ত অঞ চলসম হৰ
  • স ব য ত বশ স ত জ ল পৰ ষদ উত তৰ - প ৰ ব ঞ চলত অৱস থ ত আন দ খন আছ ক ন দ ৰ য শ স ত অঞ চল ল ড খত বৰ তম ন স ব ধ নৰ ষষ ঠ অন স চ ৰ অধ নত গঠ ত স ব য ত বশ স ত
  • মহ নগৰ অন তৰ গত আৰ ই দ ল ল ক ন দ ৰ য শ স ত অঞ চলৰ খন জ ল ৰ ভ তৰত এখন ভ ৰতত ব ৰ ট ছৰ শ সনক লৰ সময ত চনল ভ ৰতৰ ৰ জধ ন কল কত বৰ তম নৰ কলক ত
  • ৰ ষ ট ৰ য ৰ জধ ন অঞ চল ই ৰ জ National Capital Territory of Delhi, NCT হ ছ ভ ৰতৰ এক মহ নগৰ আৰ ক ন দ ৰ য শ স ত অঞ চল ভ ৰতৰ ৰ জধ ন নত ন দ ল ল